Class 10 Assamese Chapter 1 বৰগীত MCQ, Extra Questions & Answers | SEBA HSLC 2026

SEBA Class 10 Assamese Chapter 1 Borgeet MCQ, Extra Questions & Answers | অসমীয়া সাহিত্য চয়নিকা | SEBA HSLC 2026

Class 10 Assamese Chapter 1 – Borgeet (বৰগীত) by শ্ৰীশ্ৰীমাধৱদেৱ is the first chapter of অসমীয়া সাহিত্য চয়নিকা prescribed by SEBA Assam. Get ready for HSLC 2026 with 100% syllabus-based MCQs, extra questions, and expert answers to help you build strong concepts and achieve excellent marks.

✅ What You’ll Learn:

  • Chapter-wise MCQs for Borgeet
  • Additional exam-oriented questions and answers
  • Complete summary, key points, and important concepts
  • Author introduction and historical background
  • Downloadable chapter notes and answer keys for Assam Board exam preparation 2026

🎯 Why Choose Ospin Academy?

  • 100% Assamese Medium content from অসমীয়া সাহিত্য চয়নিকা
  • Simple language, accurate answers, and concept clarity
  • Latest MCQs, extra Q&A, and solved notes for HSLC 2026
  • Comprehensive solutions verified by subject experts
  • Free video solutions on Ospin Academy’s YouTube channel

Start your preparation for Chapter 1 – Borgeet from অসমীয়া সাহিত্য চয়নিকা with Ospin Academy, and access the best resources for your HSLC 2026 Assamese literature success.

Vibrant Note Box
Buy Printable PDF
Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
বৰগীত

দশম শ্ৰেণী: অসমীয়া

অধ্যায়-1                       অস্পিন একাডেমী

বৰগীত

১ নম্বৰৰ প্ৰশ্ন

১। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি কোনে ৰচনা কৰা? (HSLC”25)(HSLC ’22)(Dbr ’22(Chirang’22)

উত্তৰ: মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা।

২। মোহ-পাশ মানে কি? (HSLC ’23) (Karbi’25) (Lkh’22)

উত্তৰ: মোহ-পাশ মানে মায়াৰ বন্ধন।

৩। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? (HSLC ’18)(Udal, Dhub, Bong’25) (Nag, Bong ’22) (Darrang’24)

উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ ‘নামঘোষা’।

৪। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে? (HSLC ’19) (HSLC – 2016) (Tsk’22)(Lkh’22) (Darrang ’22) (Nag’24) (Bajali’25)(Svr’25)

উত্তৰ: কবিয়ে ‘বান্ধৱ’ বুলি ভগৱানক সম্বোধন কৰিছে।

৫। বৰগীতটি কি ৰাগত বন্ধা আছে? (HSLC “17) (Kam 25) (Svr’25) (Bpt’25) (Kam ’22) (Dbr ’22) (Sonitpur 24) (Mori’24) (Kok’25)

উত্তৰ: বৰগীতটি ‘বসন্ত’ ৰাগত বন্ধা আছে।

৬। মাধৱদেৱে কাৰ প্ৰিয় শিষ্য আছিল? (KamM’25) (Git 24)

উত্তৰ: মাধৱদেৱে শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল।

৭। কবি কিহত আতুৰ হোৱা বুলি কৈছে? (SSM’25) (Jrt’24)

উত্তৰঃ কবি বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে।

৮। ব্ৰজাৱলী ভাষাৰ মূল ভেঁটি কি? (Charai’25) (Glt ’22) (Tsk’24)

উত্তৰঃ ব্ৰজাৱলী ভাষাৰ মূল ভেঁটি ‘মৈথিলী’।

৯। বৰগীতৰ ভাষা: (Sonitpur’25)

(অ) সংস্কৃত

(আ) ব্ৰজাৱলী

(ই) অসমীয়া

উত্তৰ : ব্ৰজাৱলী।

১০। নামঘোষাৰ আন এটা নাম কি? (Lkh’25) (Dhem ’22)

উত্তৰ: নামঘোষাৰ আন এটা নাম ‘হাজাৰী ঘোষা’।

১১। ভকতৰ পৰম ধন কি? (Darrang’25)

উত্তৰ: ভকতৰ পৰম ধন ভগৱানৰ চৰণযুগল।

১২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য উল্লেখ কৰা। (Nag ’22)

উত্তৰঃ ব্ৰজাৱলী ভাষাৰ প্ৰধান বৈশিষ্টহ’ল স্বৰধ্বনিৰ অধিক প্রয়োগ।

১৩। মাধৱদেৱৰ ভণিতা থকা কিমানটা বৰগীত পোৱা যায়?

উত্তৰ: মাধৱদেৱৰ ভণিতা থকা ১৫৭টা বৰগীত পোৱা যায।

১৪। “সনক-সনন্দ যোগী যাহাকু ধিয়ায়।”- সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? (Nag’25)

উত্তৰ:’বিষ্ণুক’ ধ্যান কৰে বুলি কৈছে।

১৫। শ্রীশ্রীমাধৱদেৱ বিৰচিত একমাত্র অংকীয়া নাটখনৰ নাম কি?

উত্তৰঃ ‘অর্জুন ভঞ্জন’ গা ‘দধিমথন’

১৬। মহাপুৰুষ মাধৱদেৱে তেওঁৰ মহাধন কি বুলি কৈছে? (Kam’24)

উত্তৰ: মহাপুৰুষ মাধৱদেৱে তেওঁৰ মহাধন হৰিৰ চৰণযুগল বুলি কৈছে।

১৭। হেজাৰী ঘোষা বুলি মাধৱদেৱৰ কোনখন গ্রন্থক কোৱা হয়?

উত্তৰ: নামঘোষা গ্রন্থক কোৱা হয়।

১৮। ‘নেৰিবা বান্ধন মোক জীৱনে মৰণে।’ কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? (HSLC “17)

উত্তৰ: হৰিক অনুৰোধ কৰিছে।

১৯। জন্মৰহস্য, চোৰধৰা, আদিকাণ্ড ৰামায়ণ- ইয়াৰে কোনখন শ্রীশ্রী মাধৱদেৱৰ আখ্যানমূলক ৰচনাৰ গ্ৰন্থ? (GIt’24)

উত্তৰ:আদিকাণ্ড ৰামায়ণ।

২০। ‘অর্জুন ভঞ্জন’ নাটখন কোনে ৰচনা কৰিছিল? (KamM’24)

উত্তৰ: মাধৱদেৱে ৰচনা কৰিছিল।

২১। বিষয় বিকলে মানে কি? (Kok’24)

উত্তৰঃ সাংসাৰিক সুখ, বিষয় বাসনাত লিপ্ত হোৱা।

২২। শ্ৰীশ্ৰীমাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হল-(ক) নামঘোষা (খ) কীর্তনঘোষা

উত্তর: (ক) নামঘোষা

২৩। ‘জন্ম ৰহস্যৰ’ ৰচক কোন?

উত্তৰ: ‘জন্ম ৰহস্যৰ’ ৰচক মাধৱদেৱ।

২৪। মাধৱদেৱৰ দুখন তত্বমূলক ৰচনাৰ নাম লিখা।

উত্তৰ: ‘জন্ম ৰহস্য’ আৰু ‘ভক্তি ৰত্নাৱলী’।

২৫। মানুহে কেনেকৈ মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে?

উত্তৰ : ভগৱানৰ কৃপাৰ বলত মানুহে মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে।

২৬ । ‘অর্জুন ভঞ্জন’ নাটকখনৰ আন এটা নাম কি?

উত্তৰঃ ‘অর্জুন ভঞ্জন’ নাটকখনৰ আন এটা নাম ‘দধিমধন ।

২৭। মাধৱদেৱৰ যুগজয়ী এখনি গ্ৰন্থৰ নাম লিখা

উত্তৰ: নামঘোষা গ্রন্থ।

২৮। মাধৱদেৱৰ পিতৃৰ নাম কি আছিল?

উত্তৰ: মাধৱদেৱৰ পিতৃৰ নাম কি গোবিন্দ গিৰী।

২৯। মাধৱদেৱৰ মাতৃৰ নাম কি আছিল?

উত্তৰ: মাধৱদেৱৰ মাতৃৰ নাম মনোৰমা দেৱী।

৩০। মাধৱদেৱে কাৰ অধীনত শিক্ষা লাভ কৰিছিল?

উত্তৰ: মাধৱদেৱে ৰাজেন্দ্ৰ অধ্যাপকৰ অধীনত শিক্ষা লাভকৰিছিল।

৩১। মাধৱদেৱৰ গুৰু কোন আছিল?

উত্তৰ: মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ গুৰু আছিল।

৩২। মাধৱদেৱৰ অক্ষয় কীর্তি কি?

উত্তৰ: নামঘোষা।

২ নম্বৰৰ প্ৰশ্ন

১। ব্ৰজাৱলী ভাষাৰ বিষয়ে চমুটোকা লিখা। (HSLC25, 2018)

২। মাধৱদেৱ ৰচিত ঝুমুৰাসমূহৰ নাম লিখা। (HSLC24 (KamM’25)

৩। মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে কি ভক্তিৰ ভাব প্রকাশ পাইছে? (HSLC’24) (KamM ’22)

৪। কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ ভাগসমূহ দেখুওৱা (HSLC ’23) (Svr’25)

৫। বৰগীতৰ দুটা লক্ষণ লিখা/ উল্লেখ কৰা। (HSLC ’22) (Udal, KarbiAng, Bpt, Kok, Bong, Kam’25) (Nag’24) ( Tsk’22)

৬। কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিক কি কি ভাগত ভাগ কৰিব পাৰি উল্লেখ কৰা। (HSLC ’20) (Nalb ’22)

৭। মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি? ভাগকেইটাৰ নাম লিখা। (Darrang’25) (HSLC ’19)

৮। সহস্র বয়নে যাৰ নপাৱন্ত সীমা।

অধমে জানিবো কেনে তোমাৰ মহিমা।।

-অন্তর্নিহিত অর্থটি বুজাই লিখা। (HSLC ’18)

৯। বৰগীত কাক বোলে? বৰগীতৰ যিকোনো এটা লক্ষণ লিখা।

১০। বৰগীত কবিতাটোৰ কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ বিষয়ে চমুকৈ লিখা। (HSLC ’20) (Dhub’25)

১১। মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান? (KamM’22)

১২। মাধৱদেৱ বিৰচিত তিনিখন নাটকৰ নাম লিখা।

১৩। “সনক সনন্দ যোগী যাহাকু ধিয়ায় সকল নিগমে যাক বিচাৰি নাপায়।”

তাৎপর্য বিচাৰ কৰা। (Darrang ’22) (Nalb ’22)

১৪। মাধৱদেৱৰ ৰচনাৰাজিৰ বিষয়ে চমুকৈ লিখা। (Kam ’22)

১৫। মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল? (KamM’24)

১৬। মাধৱদেৱৰ আখ্যানমূলক ৰচনা দুখনৰ নাম লিখা। (Dhub’24)

১৭। ব্ৰজাৱলী ভাষাৰ দুটা বৈশিষ্ট্য লিখা। (Svr’24) (Sonitpur’24)

১৮। “নেৰিবা বান্ধৱ মোক জীৱনে মৰণে”- কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক, কিয় অনুৰোধ কৰিছে? (Darrang’24)

১৯। মহাপুৰষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে কেইটাকৈ বৰগীত ৰচনা কৰিছিল?

২০। ‘নামঘোষা’ক কিয় হেজাৰী ঘোষা বুলি কোৱা হয়?

২১। ব্ৰজাৱলী ভাষা বুলিলে কি বুজা?

২২। বৰগীতটোৰ ৰচকৰ চমু পৰিচয় দিয়া।

২৩। মাধৱদেৱৰ বৰগীতসমূহৰ কি কি ভাৱৰ প্ৰকাশ অধিক?

২৪। বৰগীতসমূহ কোনে ৰচনা কৰিছিল?

২৫। “সহস্র বয়নে যাৰ নপাৱন্ত সীমা। অধমে জানিবো কেনে তোমাৰ মহিমা।” অন্তর্নিহিত ভাৱ বুজাই লিখা।

৩ নম্বৰৰ প্ৰশ্ন

১। “তোমাৰ চৰণ দুই মোৰ মহাধন।

ভকত জনেৰ নিজ তুমিসে জীৱন।।”

– কবিতাফাঁকিৰ অন্তর্নিহিত ভাৱটি লিখা। (HSLC”25)

২। তোমাৰ পাঠ্যপুথিত থকা বৰগীতটিৰ মূলভাৱ লিখা।

৩। “সহস্র বয়নে যাৰ নপাৱন্ত সীমা। অধমে জানিবো কেনে তোমাৰ মহিমা।।”- অধম কোন আৰু তেওঁ কাৰ কি গুণৰ মহিমা নাজানে বুলি কৈছে? (HSLC ’22)

৪। “সনক সনন্দ যোগী যাহাকু ধিয়ায়। সকল নিগমে যাক বিচাৰি নাপায়।।”

– ইয়াত কবিয়ে কি প্রসংগত, কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে? (HSLC ’19)

৫। ব্ৰজাৱলী ভাষাৰ বিষয়ে চমুকৈ লিখা। (HSLC-2017) (Karbi’25)

৬। বৰগীতৰ তিনিটা/চাৰিটা লক্ষণ উল্লেখ কৰা। (HSLC-2016) (Bajali’25)

(KamM ’22) (Bishw’24) (KamM ’22) (Darrang ’22)

৭। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ লিখা। (KamM, Nag’25)

৮। তোমাৰ পাঠ্যপুথিত থকা বৰগীতটিৰ মূলভাৱ লিখা।

৯। বৰগীতৰ যিকোনো লক্ষণসমূহ লিখা। (Lkh’25)

১০। “আতুৰ ভৈলোহো হৰি বিষয় বিকলে।

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।”- ‘বিষয়’ মানে কি? কোনে, কাক, কিয় উদ্ধাৰ কৰিবলৈ প্ৰাৰ্থনা কৰিছে, চমুকৈ লিখা।

১১। চমুটোকা লিখা:

বৰগীতৰ লক্ষণ (Dbr’25)

ব্ৰজাৱলী ভাষা (Tsk’22)(Mori ’22) (Kam’24), (Jrt’24),

শ্রী শ্রী মাধৱদেৱ

১২। “সহস্র বয়নে যাৰ নপাৱন্ত সীমা।

অধমে জানিবো কেনে তোমাৰ মহিমা।”

– অন্তর্নিহিত অর্থটি বুজাই লিখা। (Nag ’22)

১৩। সহস্র বয়নে যাৰ নপাৱন্ত সীমা

অধমে জানিবো কেনে তোমাৰ মহিমা।। (Tsk’22) (Dbr ’22)

১৪। সহস্র বয়নে যাৰ নপাৱন্ত সীমা

অধমে জানিবো কেনে তোমাৰ মহিমা।। (Tsk’22) (Dbr ’22)

১৫। “সনক সনন্দ যোগী যাহাকু ধিয়াই। সকল নিগমে যাক বিচাৰি নাপায়।” অন্তর্নিহিত ভাব বুজাই লিখা। (Lkh’24)(Kok’24)(KamM’24) (Lkh’22)

১৬। বৰগীতৰ তিনিটা চৰিত্ৰ উল্লেখ কৰা।

১৭। বৰগীত কাক বোলে? বৰগীতৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

১৮। ‘তোমাৰ চৰণ দুই মোৰ মহাধন।

ভকত জনেৰ নিজ তুমিসে জীৱন।।’

কথাফাঁকিৰ জৰিয়তে বক্তাৰ কেনে মনোভাৱ প্রকাশ পাইছে?

৪ নম্বৰৰ প্ৰশ্ন

১। মূলভাৱ লিখা: বৰগীত (Charai, Jrt, Bpt’25)

২। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ আতুৰ ভৈলোহো হৰি বিষয় বিকলে। কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে। (HSLC ’22) (SSM’25)

(Mori ’22) (Bishw’24) (Kam’24) (Svr’24)

৩। কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ।

কাতৰ কৰিয়া লৈলা শৰণ তোমাৰ। (Nag, Kam ’22)

৪। তোমাৰ চৰণ দুই মোৰ মহাধন।

ভকত জনেৰ নিজ তুমি সে জীৱন। (HSLC ’20) (Dbr’25)

৫। সনক সনন্দ যোগী যাহাকু ধিয়ায়।

সকল নিগমে যাক বিচাৰি নপায়। (Darrang, Svr’25)

৬। সহস্র বয়নে যাৰ নাপাৱন্ত সীমা।

অধমে জানিবো কেনে তোমাৰ মহিমা।

৭। কৃপা কৰা নাৰায়ন ছোড় মোহ পাশ।

কহয় মাধৱ হৰি দাসকু দাস। তাৎপৰ্য্য ব্যাখ্যা কৰা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 10 Assamese Chapter 1 – Borgeet FAQs (অসমীয়া সাহিত্য চয়নিকা)
Is Borgeet included in the SEBA Class 10 Assamese 2026 syllabus?
Yes, Borgeet (বৰগীত) by Srimanta Madhavdev is Chapter 1 in অসমীয়া সাহিত্য চয়নিকা for SEBA HSLC Assamese 2026.
What study materials are available for Borgeet on Ospin Academy?
You will get important MCQs, extra questions, model answers, summary, author bio, and downloadable notes for Chapter 1 Borgeet.
Are video solutions provided for Borgeet?
Yes, Ospin Academy provides video explanations for Borgeet on our YouTube channel in Assamese medium.
Is the content focused on Assamese medium students?
Absolutely. The materials are developed specifically for SEBA Assamese medium students using simple language and direct explanations.
Can I download the MCQs and notes for Borgeet?
Yes, you can download MCQ answer keys, extra Q&A, and notes for Borgeet from Ospin Academy’s website.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top