Class 10 Assamese Chapter 2 জিকিৰ MCQ, Extra Question Answers | SEBA HSLC 2026

SEBA 10 Assamese Chapter 2 Zikir MCQ, Extra Question Answers | অসমীয়া সাহিত্য চয়নিকা | SEBA HSLC 2026

Class 10 Assamese Chapter 2 – Zikir (জিকিৰ) is composed by the influential Sufi saint আজান ফকিৰ. This chapter from অসমীয়া সাহিত্য চয়নিকা focuses on spiritual unity and Assamese literary heritage. Prepare thoroughly for HSLC 2026 with updated MCQs, extra Q&A, and detailed notes from Ospin Academy.

✅ What You’ll Learn:

  • Chapter-wise MCQs for Zikir
  • Very Short Answer (VSA) & extra questions with model solutions
  • Summary, key teachings, and historical context
  • About the poet Azan Fakir and his cultural impact
  • Practice questions for SEBA HSLC Assamese Literature 2026

🎯 Why Choose Ospin Academy?

  • 100% Assamese Medium content from অসমীয়া সাহিত্য চয়নিকা
  • Syllabus-aligned content with easy language and exam focus
  • Expert-written MCQs and Q&A for Class 10 Assamese
  • Ideal revision support for HSLC 2026 exam preparation
  • Free access to solution videos on Ospin Academy YouTube channel

Boost your preparation for Chapter 2 – Zikir (জিকিৰ) from অসমীয়া সাহিত্য চয়নিকা with our structured study guides, model paper sets, and exam-focused companion notes.

Vibrant Note Box
Buy Printable PDF
Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
জিকিৰ

দশম শ্ৰেণী : অসমীয়া

অধ্যায়-2                                                                        অস্পিন একাডেমী

জিকিৰ

২ নম্বৰৰ প্ৰশ্ন

১। আজান ফকিৰৰ প্রকৃত নাম কি আছিল? (HSLC”25) (HSLC 20) (SSM, Bajali, Dhubri 25)

উত্তৰঃ আজান ফকিৰৰ প্ৰকৃত নাম শ্বাহ মিলন।

২। “আচমানৰ কুটুব তৰা আদমৰ জাত।’ ইয়াত আদম কোন?(HSLC 24)

উত্তৰঃ ইয়াত আদম হ’ল আদি মানৱ, কোৰানৰ মতে আল্লাৰ সৃষ্ট প্রথম মানুহ।

৩। জিকিৰ শব্দটো ক’ৰ পৰা আহিছে? (HSLC 23)

উত্তৰঃ জিকিৰ শব্দটো ‘জিকৰ’ শব্দৰ পৰা আহিছে।

৪। জিকিৰৰ ৰচক কোন? (HSLC 22, 18) (Mori, Darrang 22)

উত্তৰঃ আজান ফকিৰৰ প্ৰকৃত নাম শ্বাহ মিলন।

৫। জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? (HSLC 19) (Kok 25) (KamM, Darrang, Dbr 22) (Bishw 24)

উত্তৰঃ জিকিৰবোৰক ‘দেহ বিচাৰৰ’ গীতৰ লগত তুলনা কৰিব পাৰি।

৬। ‘মোমিন’ৰ অৰ্থ কি? (HSLC-2016) (Nag, Glt 22) (Dhem 24)

উত্তৰঃ ‘মোমিন’ মানে বিশ্বাসী মুছলমান।

৭। জিকিৰ শব্দটো কোনটো আৰৱী শব্দৰ অসমীয়া ৰূপ? (Udal 25)

উত্তৰঃ জিকিৰ শব্দটো ‘জিকৰ’ শব্দটোৰ অসমীয়া ৰূপ।

৮। গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলক বুজাবলৈ ‘জিকিৰ’ কবিতাটোত কি শব্দ ব্যৱহাৰ কৰা হৈছিল? (Kam 25)

উত্তৰঃ তিৰবেণীৰ ঘাট’ শব্দটো ব্যৱহাৰ কৰিছে।

৯। জিকিৰসমূহ কি ভাষাত ৰচিত? (Dbr 25)

উত্তৰঃ জিকিৰসমূহ থলুৱা অসমীয়া ভাষাত ৰচিত।

১০। “সজাত মইনা আছে ঘনে লগায় মাত”- ইয়াত “মইনা” শব্দটোৱে কিহক বুজাইছে? (Darrang 25)

উত্তৰঃ ইয়াত “মইনা” শব্দটোৱে ‘জীৱ’ক বুজাইছে।

১১। ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে? (KarbiAng, Bpt, Svr 25) (Tsk, KamM, Svr, Nalb, Chirang, Dhem 22)

উত্তৰঃ ‘জিকিৰ’ শব্দটো আৰৱী ভাষাৰ ‘জিকৰ’ শব্দৰ পৰা ওলাইছে।

১২। জিকিৰৰ ৰচক কোন? (Sonitpur 25)

(অ) চৈয়দ আব্দুল মালিক

(আ) আজান ফকীৰ

(ই) ৰঘুনাথ চৌধাৰী

উত্তৰঃ আজান ফকীৰ।

১৩। খোদা ৰচুল লুকাই আছে মোমিনৰ আঁৰত। ইয়াত মোমিন কোন? (Lkh 25)

উত্তৰঃ ইয়াত ‘মোমিন’ বিশ্বাসী মুছলমান।

১৪। ৰচুল শব্দটোৰ অৰ্থ কি? (Bong 25)(Lkh 22) (Tsk 24)

উত্তৰঃ ‘ৰচুল’ মানে দেৱদুত বা আল্লাৰ। দূত।

১৫। ‘কুটুব’ বা ‘আদম’ শব্দৰ অৰ্থ কি?(KamM 22)

উত্তৰঃ ‘কুটুব’ মানে- ধ্ৰুৱ নক্ষত্র। আদম মানে- আদি মানৱ, আল্লাহৰ সৃষ্ট প্রথন মানৱ।

১৬। কাৰ শাসনকালত আজান ফকীৰে সপ্তদশ শতিকাত অসমা আহিছিল? (Kam 22)(KamM 24)

উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত।

১৭। ‘ৰহম’ শব্দৰ অর্থ কি? (Morigaon 22)

উত্তৰঃ ‘ৰহম’ শব্দৰ অৰ্থ দয়া।

১৮। কুটুব মানে কি? (Chenga HS 22)

উত্তৰঃ কুটুব মানে ধ্রুব নক্ষত্র।

১৯।সমার্থক শব্দ লিখাঃ কুটুব, ভেল, দৰিয়া (Dhub 24)

উত্তৰঃ কুটুব-ধ্ৰুৱ নক্ষত্র, ভেল-দেহা, শৰীৰ, দৰিয়া-সাগৰ।

২০। কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে?

উত্তৰঃ টোকাৰী গীত দেহবিচাৰৰ গীতৰ সুৰৰ লগত সাদৃশ্য আছে।

২১। জিকিৰৰ ৰচকজনৰ সম্পূৰ্ণ নামটো লিখা। (Jrt 24)

উত্তৰঃ হজৰত শ্বাহ মিলন।

২২। জিকিৰ কাক বোলে? (Sonitpur 24) (Bong 25)

উত্তৰঃ জিকিৰসমূহ হৈছে অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ব, আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্রকাশক ভক্তিমূলক গীত।

২৩। অসমীয়া গীতি-সাহিত্যৰ নজহা-নপমা অমূল্য সম্পদ এবিধৰ নাম লিখা।

উত্তৰঃ জিকিৰ সমূহ।

২৪। তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটি ধৰে?

উত্তৰঃ মায়াই বাট ভেটি আমনি কৰে।

২৫। জিকিৰ শব্দৰ অৰ্থ লিখা।

উত্তৰঃ জিকিৰ শব্দৰ অৰ্থ হ’ল ঘনে ঘনে উচ্চাৰণ কৰা।

২ নম্বৰৰ প্ৰশ্ন

১। ৰহমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে? (HSLC”25)

২। জিকিৰ সমূহত ইছলাম ধৰ্মৰ কি কি কথা প্ৰকাশ কৰা হৈছে?(HSLC 23) (Udal, Nag 25)

৩। আজান ফকীৰৰ কবি-পৰিচয় লিখা। (HSLC 22)

৪। আচমানৰ কুটুব তৰা আদমৰ জাত। সজাত মইনা আছে ঘনে লগায় মাত।

– অর্ন্তনিহিত অর্থটি বুজাই লিখা। (HSLC 19) (Bishwanath 24)

৫। আজান ফকিৰৰ বিষয়ে চমুটোকা লিখা। (HSLC – 2016)

৬। কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে?(KarbiAnglong, Nagaon, Sivsagar, Kokrajar 25)

৭। জিকিৰৰ লগত সাদৃশ্য থকা অন্যান্য গীতসমূহ কি কি?

৮। কি কাৰণে জিকিৰ সমূহৰ সকলোৰে মাজত জনপ্রিয়?

৯। ‘জিকিৰ’ কাক বোলে? ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?

১০। “দেও মাৰি পাৰ হৈ জীৱই আছে চাই।

চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।

– দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা।

১১। “খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ।

মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ।

– কথাষাৰৰ ভাবার্থ বহলাই লিখা। (Kamrup 22)

১২। জিকিৰৰ বিষয়ে চমুকৈ লিখা। (HSLC 18) (Darrang 25) (Nagaon 24) (Kamrup 22) (Golaghat 22) (Dhubri 25) (Kamrup M 22)

১৩। জিকিৰ কি? (Bongaigaon 22)

১৪। জিকিৰৰ ৰচক কোন? জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? (Sivsagar, Lakhimpur 22)

১৫। “মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে শালেশ’লৰ লগত দৰিকাৰ টপালি।”

১৬। অন্তর্নিহিত ভাব বিশ্লেষণ কৰা। (HSLC 23, 20) (Svr, Bpt, Kok, Bajali 25) (Darrang 22) (Sonitpur, Bong 22) (Kok 24)

১৭। “খোদা ৰচুল লুকাই আছে মোমিনৰ আঁৰত।” – কবিতা শাৰীৰ ‘ৰছুল’ আৰু ‘মোমিন’ শব্দ দুটাৰ অৰ্থ কি?

১৮। ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে? ইয়াৰ মূল অর্থ কি? (KamM 24)

১৯। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত-অন্তর্নিহিত ভাবটি লিখা।

২০। জিকিৰ কাক বোলে? জিকিৰত কিহৰ প্ৰভাৱ দেখা যায়?

২১। ‘চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।” ভেলৰে বিলাই বুলি কি ক’ব বিচৰা হৈছে?

২২। ‘চুফীবাদ’ কি?

২৩। জিকিৰসমূহৰ ৰচনাৰ কাল কি বুলি ধৰা হৈছে?

২৪। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা:

ৰহমৰ গিৰিহঁত তুমি আল্লা চাহেব ঐ যদি কৰা দৰিয়াৰ পাৰ।

৩ নম্বৰৰ প্ৰশ্ন

১। ‘জিকিৰ’ কবিতাটোৰ কবি আজান ফকিৰৰ চমু পৰিচয় লিখা। (HSLC 24) (KamM 25)

২। “সঁজাৰ মইনাটিৰ অনেক যুগুটি।

দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।”

– কবিতা ফাকিৰ অন্তর্নিহিত ভাবটি বিশ্লেষণ কৰা। (HSLC 22) (Nag 25) (Svr 24) (Sonitpur 24) (Jrt 25) (HSLC 19) (Kam, Mori, Sonitpur 22) (Glt 24) (Bishw 24) (Lkh 24) (Darrang 24)

৩। চমুটোকা লিখাঃ

আজান ফকীৰ (Dbr 25)

জিকিৰ (Tsk 22)

৪। জিকিৰৰ তিনিটা বৈশিষ্ট্য লিখা। (Jorhat 24)

৪ নম্বৰৰ প্ৰশ্ন

ব্যাখ্যা কৰা: –

১। খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ। (HSLC 18)

মক্কাৰ দুৱাৰত বন্দো মাৰিলা সঞ্চাৰ।।

২। “মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।। (HSLC 22, ’17)

৩।”পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।” (HSLC’16)

৪। দেও মাৰি পাৰ হৈ জীৱই আছে চাই

চোৱা চোৱা জীৱসকল ভেলৰে কি বিলাই।। (HSLC 20)

৫। কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্ব কালত আজান ফকিৰ অসমলৈ আহিছিল? স্বৰ্গদেৱে তেওঁক ক’ত মাটি-বাৰী দি মছজিদ সজাই দিছিল? (Sivsagar 25)

৬। চিন্তা হেৰা মন মোৰ আল্লাৰ নামত ভজো হেৰা মনমোৰ গুৰুৰে পাৱত।

৭। মূলভাৱ লিখা: জিকিৰ (Sonitpur 25) (Golaghat, Nagaon, Dhubri 22)

৮। দেও মাৰি পাৰ হৈ জীৱই আছে চাই।

চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।

– দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা। (Kamrup M 24)

৯। জিকিৰ কবিতাৰ সাৰাংশ লিখা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 10 Assamese Chapter 2 – Zikir (জিকিৰ) FAQs
Is Zikir part of the current SEBA HSLC 2026 syllabus?
Yes, জিকিৰ (Zikir) by Azan Fakir is Chapter 2 in the SEBA Class 10 Assamese textbook অসমীয়া সাহিত্য চয়নিকা, prescribed for 2025–26 session.
What special materials does Ospin Academy provide for Zikir?
Ospin Academy offers chapter-wise MCQs, very short answer questions (VSA), extra questions, model answers, summaries, and notes.
Can I download the MCQ and notes for Chapter 2?
Yes, downloadable PDFs or printable versions of MCQs and Q&A for Zikir are made available on the Ospin Academy website.
Do you have video explanations for Zikir?
Yes, video lessons for Chapter 2 – Zikir are available on our Ospin Academy YouTube channel in Assamese medium.
Is the content easy to follow for Assamese medium students?
Absolutely. All explanations use simple Assamese, ensuring clarity and confidence during exam preparation.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top