ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ১০ – উষ্ণতা আৰু ইয়াৰ জোখৰ সম্পূর্ণ সমাধান | SCERT Assam (Assamese Medium)
Class 6 Science Chapter 10 Solutions – উষ্ণতা আৰু ইয়াৰ জোখ (SCERT Assam – Assamese Medium)
Find complete, easy-to-understand solutions for Chapter 10 “উষ্ণতা আৰু ইয়াৰ জোখ” from Class 6 Science, matching the Latest SCERT Assam Board syllabus. Each textbook exercise is solved step-by-step for Assamese medium students, with answers focused on board exam preparation and thorough concept learning.
This chapter explains the concept of temperature, measuring instruments, different scales, and daily applications. Ospin Academy’s solutions use clear English with relevant Assamese keywords for fast learning and maximum marks.
Chapter QR Code: A2L6D8
What will you learn in Chapter 10?
- Meaning of temperature and methods of measurement (উষ্ণতাৰ সংজ্ঞা আৰু মাপা পদ্ধতি)
- Instruments used to measure temperature: thermometer and types
- Different temperature scales (Celsius, Fahrenheit)
- Practical uses and examples from daily life
- Board exam style questions and detailed answers
Ospin Academy Advantages:
- All answers as per Latest SCERT Assam Board syllabus
- Textbook and extra question solutions included
- Clear, simple explanations for Assamese medium students
- Exam-focused notes and tips for high marks
- PDF and QR Code support for Chapter 10
Class 6 Science (আমাৰ বিজ্ঞান) SCERT Assam | Assamese Medium Chapter-wise Solutions PDF (Latest Syllabus)
Download Now – Latest SCERT Assam Syllabus
Get complete Class 6 Science (আমাৰ বিজ্ঞান) Assamese Medium solutions in PDF format.
Covers all textbook chapters, exercises, and concepts based on the latest SCERT Assam syllabus.
Ideal for self-study, revision, and exam preparation.
ষষ্ঠ শ্ৰেণী : আমাৰ বিজ্ঞান
অধ্যায় – 10 অস্পিন একাডেমী
উষ্ণতা আৰু ইয়াৰ জোখ
অনুশীলনী
শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকৈ পূৰ কৰা
Q.1. কাষৰ চিত্ৰত থার্ম’মিটাৰে দেখুওৱা সঠিক পাঠটো কি?
(a) 15.0°C
(c) 25.0°C
(b) 36.0°C
(d) 32.0°C
উত্তৰ: (c)
Q.2. ক্লিনিকেল থার্ম মিটাৰৰ পৰিসৰ কিমান-?
(a) 35°C to 42°C
(b) 32°C to 45°C
(c)-10°C to 110°C
(d) 10°C to 100°C
উত্তৰ: (a)
Q.3. মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান ?
(a) 98.6°C
(c) 37.0°C
(b) 34.0°C
(d) 37.0°F
উত্তৰ: (c)
Q.4. খালী ঠাই পূৰ কৰা।
(a) কোনো বস্তুৰ উত্তাপ তাৰ ______ ৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়।
উত্তৰ: উষ্ণতা
(b) উতলা পানীৰ উষ্ণতা ______থার্ম মিটাৰেৰে জুখিব নোৱাৰি।
উত্তৰ: ক্লিনিকেল
(c) উষ্ণতা জোখা হয় _______ ডিগ্রীত।
উত্তৰ: ছেলছিয়াছ
Q.5. ‘ক’অংশৰ সৈতে ‘খ’ অংশ মিলোৱা
|
‘ক’অংশ |
‘খ’ অংশ |
|
(i) উষ্ণতাৰ এছ আই একক |
(a) 100°C |
|
(ii) মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা |
(b) -10°C to 110°C |
|
(iii) পৰীক্ষাগাৰৰ থার্ম ‘মিটাৰৰ পৰিসৰ |
(c) 37°C বা 98.6°F |
|
(iv) উতলা পানীৰ উষ্ণতা |
(d) কেলভিন |
উত্তৰ:
|
‘ক’অংশ |
(‘খ’ অংশ) |
|
(i) উষ্ণতাৰ এছ আই একক |
(d) কেলভিন |
|
(ii) মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা |
(c) 37°C বা 98.6°F |
|
(iii) পৰীক্ষাগাৰৰ থার্ম ‘মিটাৰৰ পৰিসৰ |
(b) -10°C to 110°C |
|
(iv) উতলা পানীৰ উষ্ণতা |
(a) 100°C |
Q.6. পৰীক্ষাগাৰৰ থার্ম মিটাৰ আৰু ক্লিনিকেল থার্ম’মিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য উল্লেখ কৰা।
উত্তৰ:
সাদৃশ্যবোৰ হল-
1. দুয়োটা থার্ম ‘মিটাৰৰ সহায়ত উষ্ণতা জোখা হয়।
2. দুয়োটা থার্মমিটাৰতে পাৰা থাকে যি তাপ সূচক পদার্থ হিচাপে ব্যবহৃত হয়।
3. দুয়োটা থার্ম’মিটাৰতে কাঁচৰ নলী থাকে।
বৈসাদৃশ্যবোৰ হল-
|
ক্লিনিকেল ‘থার্ম ‘মিটাৰ |
পৰীক্ষাগাৰৰ থার্ম মিটাৰ |
|
1. মানুহৰ শৰীৰৰ তাপমাত্রা জোখে 2. ই-35°C ৰ পৰা 42°C লৈ তাপমাত্রা জোখে |
1. বস্তু আৰু তৰলৰ তাপমাত্রা জোখা হয়। 2. ই-10°C-ৰ পৰা 110°C লৈ তাপমাত্রা জোখে |
Q.7. আমি কিয় পৰীক্ষাগাৰৰ থার্ম’মিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰোঁ?
উত্তৰ: আমি পৰীক্ষাগাৰৰ থার্ম’মিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰোঁ কাৰণ ক্লিনিকেল থার্ম’মিটাৰত বালুৰ সমীপত এটা ভাঁজ থাকে। এই ভাঁজটোৱে নিৰীক্ষণকৰি থকা অৱস্থাত পাৰাক আপোনা-আপুনি নামি যোৱাত বাধা দিয়ে। তদুপসি পৰীক্ষাগাৰৰ থার্ম’মিটৰ উষ্ণতা জোখাৰ পৰিসৰ -10°C ৰ পৰা 110°Cলৈ, ৪ মানুহৰ শৰীৰৰ তাপমাত্রা জোখাৰ বাবে অনাৱশ্যক। সেয়েহে, শৰীৰৰ উষ্ণতা জুখিক বাবে ক্লিনিকেল থার্ম’মিটাৰ উপযোগী।
Q.8. তলত দিয়া উষ্ণতাৰ পাঠ অনুসৰি থার্ম’মিটাৰৰ নিম্নোত্ত চিত্ৰত পাৱাৰ দাগ চিহ্নিত কৰা
উত্তৰ:
Class 6 Science Chapter 10 – Frequently Asked Questions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



