দ্বাদশ শ্ৰেণী অর্থনীতি – সমষ্টিবাদী অর্থনীতি আৰু আয়ৰ চক্ৰীয় প্রবাহ (চেপ্টাৰ ১)ৰ সম্পূৰ্ণ সমাধান – AHSEC (ASSEB) – Assamese Medium

এই অধ্যায়ত সমষ্টিবাদী অৰ্থনীতিৰ মূল ধাৰণা, আয়ৰ চক্ৰীয় প্রবাহৰ ব্যৱস্থা, আৰু তাৰ গুৰুত্ব আলোচনা কৰা হৈছে। চেপ্টাৰ ১ত সমষ্টিবাদী অর্থনীতি, উৎপাদক, উপভোক্তা, চৰকাৰ আৰু বৈদেশিক খণ্ডৰ মাজত আয় আৰু ব্যয়ৰ পৰিসঞ্চালন কিদৰে হয়, তাৰ সম্পূর্ণ ব্যাখ্যা দিয়া হৈছে। AHSEC (ASSEB)ৰে দ্বাদশ শ্ৰেণীৰ অর্থনীতিৰ নতুন পাঠ্যক্ৰমৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত অনুশীলনী সমাধান, MCQ, আৰু ব্যাখ্যাসহ বিশদ উত্তৰ উপলব্ধ। Chapter QR Code: E12M1। অস্পীন একেডেমী (Ospin Academy)ত আত্তিকৰণযোগ্য ভাষাত অধ্যায় সমাধান পোৱা যায়।

✅ কি শিকিব:

  • সমষ্টিবাদী অর্থনীতিৰ মৌলিক ধাৰণা
  • আয়ৰ চক্ৰীয় প্রবাহৰ প্ৰক্ৰিয়া
  • উৎপাদক, উপভোক্তা, চৰকাৰ আৰু বৈদেশিক খণ্ডৰ ভূমিকা
  • নিৰ্বাচিত প্রশ্নৰ সমাধান আৰু ব্যাখ্যা
  • নতুন পাঠ্যক্ৰমত অন্তর্ভুক্ত বিষয়ৰ বিস্তৃত আলোচনা

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ অর্থনীতিৰ পাঠ্যক্ৰম অনুযায়ী সম্পূর্ণ সমাধান
  • MCQ, অনুশীলনী, আৰু দীঘল প্রশ্নৰ ব্যাখ্যাসহ উচিত সমাধান
  • পৰীক্ষাত আহিব পৰা প্ৰশ্নৰ 5 নম্বৰীয়া প্ৰস্তুতি
  • অসমীয়া মাধ্যমৰ বাবে সহজ আৰু স্পষ্ট উওৰ
  • দূৰ্বল বিষয় সহজ ভাৱে বুজিবলৈ চিত্ৰ আৰু ছাৰ্ট সহ

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top