Class 6 English Chapter 1 – Robinson Crusoe (ৰবিনছন ক্ৰুছো) – All Textual Solutions | AJB

CLASS 6

Class 6 English Chapter 1 Robinson Crusoe Solutions | AJB

ষষ্ঠ শ্ৰেণী ইংৰাজী অধ্যায় ১ – Robinson Crusoe (ৰবিনছন ক্ৰুছো) সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB)

ষষ্ঠ শ্ৰেণীৰ ইংৰাজী (English) পাঠ্যক্ৰমৰ প্ৰথম অধ্যায় ‘Robinson Crusoe’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয় (AJB) ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 English Chapter 1 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, অতিৰিক্ত প্ৰশ্ন (Additional Questions), MCQ আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘Robinson Crusoe’ নামৰ এই পাঠটিত ৰবিনছন ক্ৰুছোৰ দুঃসাহসিক অভিযানৰ এক সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • Robinson Crusoe পাঠৰ মূল বিষয়বস্তুৰ সহজ বিশ্লেষণ আৰু শব্দাৰ্থ।
  • পাঠভিত্তিক অনুশীলনীৰ সকলো প্ৰশ্নৰ নিৰ্দোষ আৰু মান্য উত্তৰ।
  • ইংৰাজী ব্যাকৰণ (Grammar) আৰু শব্দভঁৰাল (Vocabulary) ৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ (Additional Questions) লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 English Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • Robinson Crusoe ৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু ইংৰাজী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 6 English Textbook Solutions & MCQs PDF | AJB New Syllabus
49.00

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 6 English with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 1 Robinson Crusoe

 AJB Class 6: English

Lesson-1                                                              Ospin Academy

Robinson Crusoe

Texual Solutions

1. Answer the questions in complete sentences.

পূৰ্ণ বাক্যৰে উত্তৰ দিয়া

(a) What is the name of the shipwrecked sailor?

(ধ্বংস হোৱা জাহাজখনৰ নাবিকজনৰ নাম কি আছিল?)

Answer: Robinson Crusoe was the name of the shipwrecked sailor.

(ধ্বংস হোৱা জাহাজখনৰ নাবিকজনৰ নাম ৰবীনছন ক্রুচো আছিল।)

(b) When did he begin his journey by the sea for trade?

(তেওঁ কেতিয়া বেপাৰৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল?)

Answer: He started his sea voyage on the 1st of September, 1654.

(তেওঁ ১৬৫৪ চনৰ ১ চেপ্টেম্বৰ তাৰিখে সাগৰীয় যাত্ৰা আৰম্ভ কৰিছিল।)

(c) Who gave him company on the island at the begnining?

(দ্বীপত প্রথমে তেওঁক কোনে সঙ্গ দিছিল?)

Answer: Initially, he was accompanied by a cat and a dog.

(আৰম্ভণিতে তেওঁক এটা মেকুৰী আৰু এটা কুকুৰে সংগ প্ৰদান কৰিছিল।)

(d) What did Crusoe call the man whom he had rescued?

(ক্রুচোৱে উদ্ধাৰ কৰা মানুহজনক তেওঁ কি নাম দিছিল?)

Answer: He named the rescued man ‘Friday’.

(তেওঁ উদ্ধাৰ কৰা মানুহজনক ‘ফ্রাইডে’ বুলি নামাকৰণ কৰিছিল।)

(e) Which language did Crusoe teach Friday?

(ক্রুচোবে ফ্রাইডেক কি ভাষা শিকাইছিল?)

Answer: Crusoe instructed him in the English language.

(ক্রুচোৱে তেওঁক ইংৰাজী ভাষাৰ শিক্ষা দিছিল।)

2. How did Crusoe manage to go back to England?

(ক্রুচোৱে ইংলণ্ডলৈ যাবলৈ কেনেকৈ ব্যৱস্থা কৰিছিল?)

Answer: Crusoe discovered an English vessel. He persuaded the crew members of that ship to transport him and Friday to England.

(ক্রুচোৱে এখন ইংৰাজী জাহাজ বিচাৰি পাইছিল। তেওঁ সেই জাহাজৰ নাৱিকসকলক তেওঁক আৰু ফ্রাইডেক ইংলেণ্ডলৈ লৈ যাবলৈ সৈমান কৰিছিল।)

3. Write whether the following statements are true or false.

(নিম্নোক্ত কথনবোৰ সত্য নে অসত্য লিখা।)

(a) Robinson Crusoe did not love to travel on the sea.

(ৰবীনচন ক্রুচোৱে সমুদ্ৰত ভ্ৰমণ কৰিবলৈ ভাল নাপাইছিল।)

Answer: False.

(b) Robinson Crusoe was the only survivor.

(অকল ৰবীন্সন ক্রুচোহে বাচিছিল।)

Answer: True.

(c) Robinson tamed horse.

(ৰবীন্সনে ঘোঁৰা পুহিছিল।)

Answer: False.

(d) Friday was rescued on a Sunday.

(ফ্রাইডেক এটা ৰবিবাৰে উদ্ধাৰ কৰা হৈছিল।)

Answer: False.

(e) Robinson Crusoe went back to England in an English ship on 19 November, 1686.

(ববীন্সন ক্রুচোরে ১৬৮৬ চনৰ ১৯ নৱেম্বৰত এখন বৃটিছ জাহাজেৰে ইংলেণ্ডলৈ ঘুৰি গৈছিল।)

Answer: True.

Present Continuous Tense.

Fill in the blanks with am/is/are.

(am/is/are ৰে খালী স্থান পূৰ কৰা।)

(i) The birds …… flying in the sky now.

Answer: The birds are flying in the sky now.

(ii) Rupak …… reading; don’t disturb him.

Answer: Rupak is reading; don’t disturb him.

(iii) Look I ….. reading a book written by Chetan Bhagat.

Answer: Look! I am reading a book written by Chetan Bhagat.

(iv) At this moment, my father ..drinking tea.

Answer: At this moment, my father is drinking tea.

(v) The women are busy because they ……..washing clothes.

Answer: The women are busy because they are washing clothes.

(কোনো এটা কাম অতীতত কিছুসময়লৈ কৰি থকা বুজালে Past Continuous Tense ব্যৱহাৰ হয়। যেনে- I was sleeping, He was eating, They were talking ইত্যাদি।)

Activity 2

Fill in the blanks with was/were.

(was/wereৰে খালী স্থান পূৰ কৰা।)

(i) The girl……… dancing on the stage when they saw her.

Answer: The girl was dancing on the stage when they saw her.

(ii) The women…… wearing traditional dresses then.

Answer: The women were  wearing traditional dresses then.

(iii) Lalita…….swimming in the pool at that time.

Answer: Lalita was swimming in the pool at that time.

(iv) The children …… eating oranges at that moment.

Answer: The children were eating oranges at that moment.

(v) When my mother saw him, he ….. riding a bicycle.

Answer: When my mother saw him, he was riding a bicycle.

Present Perfect Tense

‘Has’ আৰু ‘Have’ verb ৰ পিছত Principal verbটো Past Participle ত লিখি আমি Present Perfect Tense ব্যৱহাৰ কৰোঁ। যেনে- I have written a letter just now. He has just posted the letter. You have finished your homework just now. ইত্যাদি)

Activity 3

Fill in the blanks with ‘have’ or ‘has’.

(‘have’ or ‘has’ ৰে খালী স্থান পূৰ কৰা।)

(i) Robin …… already bought the novel.

Answer: Robin has already bought the novel.

(ii) You …… opened the window just now.

Answer: You have opened the window just now

(iii) She …… just cut her finger.

Answer: She has just cut her finger.

(iv) The dried leaves …….. already fallen from the tree.

Answer: The dried leaves have already fallen from the tree.

(v) The monkey …….. eaten all the bananas just now.

Answer: The monkey has eaten all the bananas just now.

Activity 4

Q. Fill in the blanks with ‘do’, ‘does’ or ‘did’.
(‘do’, ‘does’ বা ‘did’ ৰে খালী স্থান পূৰ কৰা।)

(i) She ___ not teach us English last year?

Answer: She did not teach us English last year.

(ii) Leena and Seema ___ not like to drink milk.

Answer: Leena and Seema do not like to drink milk.

(iii) I ___ not quarrel with my friends.

Answer: I do not quarrel with my friends.

(iv) Smita ___ not go to school yesterday.

Answer: Smita did not go to school yesterday.

(v) My pet dog ___ not bark at strangers.
Answer: My pet dog does not bark at strangers.

Activity 5

Q. Fill in the blanks with ‘do’, ‘does’ or ‘did’.
(‘do’, ‘does’ বা ‘did’ বে খালী স্থান পূৰ কৰা।)

(i) ___ she teach them Hindi last year?

Answer: Did she teach them Hindi last year?

(ii) ___ Reena like to eat apples?

Answer: Does Reena like to eat apples?

(iii) ___ you go to school by bus?

Answer: Do you go to school by bus?

(iv) ___ Simanta come here every Sunday?

Answer: Does Simanta come here every Sunday?

(v) ___ they go to library last Saturday?

Answer: Did they go to library last Saturday?

Wh-question words

‘Who’, ‘Whom’, Whose’, ‘What’, ‘Which’, ‘How’, ‘Why’, ‘When’ আৰু ‘Where’ এইবোৰক Wh-question words বোলে। প্রশ্ন সুধিবলৈ আমি এই Wh-question words ব্যৱহাৰ কৰোঁ।

উদাহৰণ:

(i) Who took my pen?

(ii) Whom did you see?

(iii) With whom did you go there?

(iv) Whose book is this?

(v) What do you want?

(vi) When will he come?

(vii) Why are you late?

Given below is a paragraph on Gautam Buddha. Read the paragraph and frame as many questions as you can on the basis of it.

(তলত গৌতম বুদ্ধ সম্পর্কে এটা স্তৱক দিয়া হ’ল। স্তৱকটো পঢ়া আৰু এইটোৰ ভিত্তিত যিমান পাৰা প্ৰশ্ন যুগুত কৰা।)

Gautam Buddha was born in 563 B.C. in Lumbini. His father’s name was Suddhodhana and his mother’s name was Mayadevi. Another name of Gautam Buddha was Siddhartha. The religion Buddhism was founded on his teachings. He is also called Sakyamuni. He died in 483 B. C. in Kushinagar.

(গৌতম বুদ্ধই খৃঃপুঃ ৫৬৩ ত লুম্বিনীত জন্মগ্রহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল শুদ্ধোধন আৰু তেওঁৰ মাতৃৰ নাম আছিল মায়াদেবী। গৌতম বুদ্ধৰ আন এটা নাম আছিল সিদ্ধার্থ। তেওঁৰ শিক্ষানীতিৰ ভিত্তিতে বৌদ্ধ ধর্ম গঠন কৰা হৈছিল। তেওঁক শাক্যমুনিও বোলা হৈছিল। খৃঃ পুঃ ৪৮৩ ত তেওঁৰ কুশীনগৰত মৃত্যু হৈছিল।)

Lumbini: a Buddhist pilgrimage site in the Rupandehi district of Nepal.

(লুম্বিনী: এখন বৌদ্ধ ধর্ম স্থান, নেপালৰ ৰূপনদেহি জিলাত অৱস্থিত।)

Kushinagar: a pilgrimage town in Uttar Pradesh.

(কুশীনগৰ: উত্তৰ প্ৰদেশৰ এখন তীর্থস্থান।)

Answer: (Framed Questions)

1. Where was Gautam Buddha born?

2. When did Gautam Buddha take birth?

3. What were the names of his parents?

4. What is the other name of Gautam Buddha?

5. On whose teachings was Buddhism founded?

6. When and where did he die?

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী ইংৰাজী অধ্যায় ১ (Robinson Crusoe) – সঘনাই সোধা প্ৰশ্ন (FAQs)
Robinson Crusoe পাঠটিৰ মূল বিষয়বস্তু কি?
ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত ‘Robinson Crusoe’ পাঠটিত ৰবিনছন ক্ৰুছোৰ সাগৰীয় দুঃসাহসিক অভিযান আৰু তেওঁৰ জীৱনৰ সংগ্ৰামৰ বিষয়ে বৰ্ণনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন (Additional Questions), MCQ আৰু পাঠভিত্তিক ব্যাকৰণৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয় (AJB) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা অতি চমু প্ৰশ্ন, চমু আৰু দীঘলীয়া প্ৰশ্নৰ লগতে বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু ব্যাকৰণ সম্বন্ধীয় প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top