SEBA Class 6 Science (Assamese Medium) Chapter 6 – “পোহৰ, ছাঁ আৰু প্ৰতিফলন” Summary & Solutions
SEBA Class 6 Science (Assamese Medium) Chapter 6 – “পোহৰ, ছাঁ আৰু প্ৰতিফলন” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।
📖 অধ্যায় পৰ্যালোচনা:
এই অধ্যায়, যি প্ৰথম খণ্ডৰ অংশ, পোহৰ, ছাঁ আৰু প্ৰতিফলনৰ গুণাগুণ সম্পৰ্কে আলোচনা কৰে। পোহৰে কিদৰে কাম কৰে, কিয় ছাঁ হয়, আৰু প্ৰতিফলন কিদৰে ঘটে – এইসকল বিষয় সহজ ভাষাত ব্যাখ্যা কৰা হৈছে।
- পোহৰৰ বৈশিষ্ট্য: সঠিক ৰেখাত গতি কৰে, প্ৰতিফলিত হয়
- ছাঁ কেনেকৈ গঠিত হয়: আলোকৰ বাধা পোৱা বস্তু
- প্ৰতিফলন: চকুত দৃশ্য গঠনৰ প্ৰক্ৰিয়া
- অসমৰ উদাহৰণ: – চন্দ্ৰৰ আলোক প্রতিফলন – টিনৰ চালিৰ ওপৰত পোহৰৰ প্রতিফলন
- ব্যৱহাৰ: আয়না, কেমেৰা, পৰিবহন সুৰক্ষা
📌 মূল বিষয়বস্তু:
- ⭐ পোহৰ কি?
- ⭐ পোহৰৰ গতি কেনেকৈ হয়?
- ⭐ ছাঁ কেনেকৈ গঠিত হয়?
- ⭐ প্ৰতিফলন কাক কয়?
- ⭐ পোহৰৰ দৈনন্দিন ব্যৱহাৰ কি কি?
📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?
- ✅ পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
- ✅ ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
- ✅ দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট
SEBA Class 6 Science (Assamese Medium) Chapter 6 – “পোহৰ, ছাঁ আৰু প্ৰতিফলন” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!
Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.
পাঠভিত্তিক প্ৰশ্নোত্তৰ
প্ৰশ্ন : – ১) অস্বচ্ছ বস্তুৰ বিষয়ে বুজি পাবলৈ তলৰ কাঁচবোৰ পুনৰ সজাই এটা বাক্য বনোৱা ।
OWS ,AKE ,OPAQUE OBJECT,TSM,SHAD
উত্তৰঃ – OPAQUE OBJECT,TSM,AKE,SHADOWS
প্ৰশ্ন : – ২) তলত দিয়া বস্তু বা সঁজুলিবোৰ অস্বচ্ছ , স্বচ্ছ বা ঈষৎ স্বচ্ছ আৰু উজ্জ্বল বা অনুজ্জ্বল এইদৰে শ্ৰেণীবিভাগ কৰা :
বায়ু , শিলগুটি , এচটা এলুমিনীয়াম , এখন দাপোন , এখন কাঠৰ বৰ্ড , এখিলা পলিথিন , এখন চিডি , এখন সমতল দাপোন , কুঁৱলী , ৰঙাকৈ গৰম কৰা এটুকুৰা লো , এটা ছাটি , ধোঁৱা , এটা জ্বলি থকা প্ৰতিপ্রভা টিউব লাইট , এখন বেৰ , এখিলা কাৰ্বন পেপাৰ , গেছ বাৰ্ণৰৰ শিখা , এখন কাৰ্ড বৰ্ড , এটা জ্বলি থকা টৰ্চ , এটা চেলফোন তাৰৰ জালি , কেৰাচীনৰ ষ্টভ , সূৰ্য , জোনাকী পৰুৱা , চন্দ্ৰ ।
উত্তৰঃ – ক) স্বচ্ছ : বায়ু , এচটা কাংচ , এটা চেল’ফোন ।
খ) ঈষৎ স্বচ্ছ : এখিলা পলিথিন , কুঁৱলী , ধোঁৱা , তাৰ ।
গ) অস্বচ্ছ : শিলগুটি , এচটা এলুমিনীয়াম , কাঠৰ বৰ্ড , এখন চিডি , ছাটি , দেৱালা ।
ঘ) উজ্জ্বল বস্তু : ৰঙাকৈ গৰম কৰা এটুকুৰা লো , পাতল ফ্লৰ’চেণ্ট টিউব , গেছৰ বাৰ্ণাৰ , জ্বলাই ৰখা টৰ্চ , কেৰাচিনৰ ষ্টোভ , সূৰ্য , জোনাকী পৰুৱা , চন্দ্ৰ ।
প্ৰশ্ন : – ৩) এনে এটা আকৃতিৰ বস্তু তৈয়াৰ কৰাৰ কথা ভাবিব পাৰিনে যিটো এটা দিশত ৰাখিলে ঘূৰণীয়া ছাঁৰ সৃষ্টি কৰে আৰু আন এটা দিশত ৰাখিলে আয়তাকাৰ ছাঁৰ সৃষ্টি কৰে ?
উত্তৰঃ – পাৰি । উদাহৰণ স্বৰূপে এটা চিলিণ্ডাৰ , এখন বৃত্তাকাৰ থাল ৰাখিলে এনে ঘটনা সংঘটিত হব ।
প্ৰশ্ন : – ৪) এটা সম্পূৰ্ণ আন্ধাৰ কোঠাত যদি তুমি তোমাৰ সন্মুখত দাপোনখন ধৰা তেতিয়া তোমাৰ প্ৰতিবিম্ব দেখা পাবানে ?
উত্তৰঃ – পোহৰ নথকাৰ বাবে কোনো প্ৰতিবিম্ব গঠন নহয় ।
SEBA Class 6 Science Chapter 6 – পোহৰ, ছাঁ আৰু প্ৰতিফলন FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: