Class 6 Science Chapter 3 Solution (Part 2, Assamese Medium) – আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ | SEBA Assam

SEBA Class 6 Science (Assamese Medium) Chapter 3 (Part 2) – “আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ” Summary & Solutions

SEBA Class 6 Science (Assamese Medium) Chapter 3 (Part 2) – “আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।

📖 অধ্যায় পৰ্যালোচনা:

এই অধ্যায়, যি দ্বিতীয় খণ্ডৰ অংশ, আমাৰ চৌপাশৰ বিভিন্ন পৰিৱৰ্তন আৰু সেইবোৰৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে।

  • প্ৰাকৃতিক পৰিৱৰ্তন: দিন-ৰাতি, ঋতু পৰিৱৰ্তন, জলবায়ু
  • মানৱসৃষ্ট পৰিৱৰ্তন: বন উজাৰণ, নগৰায়ন, জল-প্ৰদূষণ
  • অসমৰ উদাহৰণ: – বৰষুণৰ পৰিৱৰ্তন আৰু কৃষিৰ প্ৰভাৱ – ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ভূমিস্খলন
  • প্ৰয়োজনীয়তা: পৰিৱেশ সংৰক্ষণ, জীৱ বৈচিত্ৰ্যৰ স্থায়িত্ব

📌 মূল বিষয়বস্তু:

  • পৰিৱৰ্তন কি?
  • প্ৰাকৃতিক পৰিৱৰ্তন আৰু মানৱসৃষ্ট পৰিৱৰ্তনৰ মাজত পাৰ্থক্য কি?
  • অসমত পৰিৱৰ্তনৰ প্ৰধান কাৰণ কি?
  • মানৱসৃষ্ট পৰিৱৰ্তন কেনেকৈ প্ৰকৃতিত প্ৰভাৱ পেলায়?
  • পৰিবেশ সংৰক্ষণৰ উপায় কি?

📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?

  • পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
  • ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
  • দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট

SEBA Class 6 Science (Assamese Medium) Chapter 3 (Part 2) – “আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!

Vibrant Note Box
Buy Printable PDF
Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.

Vibrant Note Box
অধ্যায় 3: আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ
পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) পানী বন্ধ হৈ থকা ঠাই এটুকুৰাৰ মাজেৰে খোজ কাঢ়িবলৈ তুমি সাধাৰণতে তোমাৰ পোচাকত ভাঁজ কৰি লোৱা। এই পৰিবৰ্তনক বিপৰীত মুখী কৰিব পাৰিনে ?

উত্তৰঃ – পাৰি ।

প্ৰশ্ন : – ২) তুমি হঠাতে তোমাৰ পুতলাটো পেলাই ভাঙিল । এই পৰিবৰ্তন তুমি বিচৰা নাছিল । এই পৰিবৰ্তনক তুমি বিপৰীত মূখী কৰিব পাৰিবা নে ?

উত্তৰঃ – এই পৰিবৰ্তনক বিপৰীত মুখী কৰিব নোৱাৰি ।

প্ৰশ্ন : – ৩) তলৰ তালিকাত কিছুমান পৰিৱৰ্তন তালিকাবব্ধ কৰা হৈছে । প্ৰতিটো পৰিৱৰ্তনৰ কাৰণে খালী স্তম্ভত পৰিবৰ্তনটো বিপৰীত মুখী হব পাৰেনে নোৱাৰে লিখা ।

ক্ৰ : নং

পৰিৱৰ্তন

বিপৰীতমুখী হ’ব পাৰে( হয়/নহয় )

১)

এটুকুৰা কাঠ কাটোতে

 

২)

এটুকুৰা বৰফ গলা

 

৩)

চেনি পানীত দ্ৰৱীভূত হোৱা

 

৪)

খাদ্য ৰান্ধোতে

 

৫)

আম পকিলে

 

৬)

গাখীৰ দৈ হলে

 

উত্তৰঃ –

ক্ৰ : নং

পৰিৱৰ্তন

বিপৰীতমুখী হ’ব পাৰে( হয়/নহয় )

১)

এটুকুৰা কাঠ কাটোতে

নহয়

২)

এটুকুৰা বৰফ গলা

হয়

৩)

চেনি পানীত দ্ৰৱীভূত হোৱা

হয়

৪)

খাদ্য ৰান্ধোতে

নহয়

৫)

আম পকিলে

নহয়

৬)

গাখীৰ দৈ হলে

নহয়

প্ৰশ্ন : – ৪) এখন কাগজত পৰিৱৰ্তন হয় যেতিয়া তুমি তাত এখন ছবি অঁকা । এই পৰিবৰ্তনক তুমি বিপৰীত মুখী কৰিব পাৰিবানে ?

উত্তৰঃ – যদি পানী অথবা তৈলচিত্ৰ অংকন কৰা হয় তেন্তে কাগজখন পূৰ্বৰ অৱস্থালৈ নিব নোৱাৰি । কিন্তু কোমল পেঞ্চিলেৰে চিত্ৰ অংকন কৰিলে কাগজখন পূৰ্বৰ অৱস্থালৈ নিব পাৰি ।

প্ৰশ্ন : – ৫) বিপৰীত মুখী আৰু বিপৰীত মুখী নোহোৱা পৰিবৰ্তনবোৰৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰিবলৈ উদাহৰণ দিয়া ।

উত্তৰঃ – বিপৰীত মুখী আৰু বিপৰীত মুখী নোহোৱা পৰিৱৰ্তনৰ উদাহৰণ ―

Class 6 Science

প্ৰশ্ন : – ৬) ভঙা হাড়ৰ বেণ্ডেজৰ ওপৰত প্লাষ্টাৰ অৱ পেৰিছৰ এটা ডাঠ প্ৰলেপ দিয়া হয় । ই শুকান কঠিন হৈ পৰে আৰু ভঙা হাড়ডালক লৰচৰ কৰিব নোৱাৰাকৈ ৰাখে । প্লাষ্টাৰ অৱ পেৰিছত হোৱা পৰিৱৰ্তন বোৰক বিপৰীত মুখী কৰিব পাৰিনে ?

উত্তৰঃ – প্লাষ্টাৰ অৱ পেৰিছত হোৱা পৰিবৰ্তন বিপৰীত মুখী কৰিব নোৱাৰি ।

প্ৰশ্ন : – ৭) বাহিৰত পৰি থকা এক বস্তা চিমেণ্টত যি পৰিবৰ্তন হৈছে সেই পৰিবৰ্তন বিপৰীত মুখী ?

উত্তৰঃ – চিমেণ্টৰ এই পৰিৱৰ্তন বিপৰীত মুখী নহয় ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Science Chapter 3 FAQs | আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ | Ospin Academy
SEBA Class 6 Science Chapter 3 (Part 2) – আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ FAQs
1. পৰিৱৰ্তন কাক কয়?
যেতিয়া কোনো বস্তু বা পৰিবেশ আগতকৈ পৃথক দেখা যায়, তাক পৰিৱৰ্তন বোলা হয়।
2. পৰিৱৰ্তনৰ কিছুমান উদাহৰণ কি?
প্ৰাকৃতিক পৰিৱৰ্তন হল ঋতু পৰিৱৰ্তন, নদীৰ গতি, আৰু মানৱসৃষ্ট পৰিৱৰ্তন হল নগৰায়ন, বন উজাৰণ
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top