Class 6 Social Science Chapter 1 Solution (Assamese Medium) – সৌৰজগতৰ আমাৰ পৃথিৱী | SEBA Assam

SEBA Class 6 Social Science (Assamese Medium) Chapter 1 – “সৌৰজগতৰ আমাৰ পৃথিৱী” Summary & Solutions

Class 6 Social Science Chapter 1 Solutions | Ospin Academy

SEBA Class 6 Social Science (Assamese Medium) Chapter 1 – “সৌৰজগতৰ আমাৰ পৃথিৱী” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।

📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:

এই অধ্যায়ত সৌৰজগতৰ গঠন, পৃথিৱীৰ স্থান, গতি, আৰু সৌৰজগতৰ অন্যান্য গ্ৰহসমূহৰ বৈশিষ্ট্য আলোচনা কৰা হৈছে।

  • সৌৰজগত কি? সূৰ্য, গ্ৰহসমূহ, উপগ্ৰহ, উল্কাপিণ্ড, ধূমকেতু, আৰু অন্যান্য গঠনৰ সমষ্টি।
  • পৃথিৱীৰ বিশেষত্ব: জীৱনধাৰণৰ উপযুক্ততা, বায়ুমণ্ডল, পানী, আৰু বায়ু।
  • পৃথিৱীৰ গতি: ঘূৰণ (দিন-ৰাতি) আৰু পৰিভ্ৰমণ (বতৰ-ঋতু)।
  • সৌৰজগতৰ অন্যান্য গ্ৰহ: সূৰ্যৰ কাষৰীয়া আৰু বহিৰ্ভাগীয় গ্ৰহসমূহ।
  • অসমৰ পৰিপ্ৰেক্ষিত: ভৌগোলিক অৱস্থান আৰু জলবায়ুৰ প্ৰভাৱ।

📌 মুখ্য বিষয়বস্তু:

  • সৌৰজগতৰ গঠনৰ মূল উপাদান কি কি?
  • পৃথিৱী কেনেকৈ পৃথিৱীৰ অনন্য গ্ৰহ?
  • পৃথিৱীৰ ঘূৰণ আৰু পৰিভ্ৰমণৰ প্ৰভাৱ কি?
  • অসমৰ জলবায়ুত সৌৰজগতৰ প্ৰভাৱ কেনে?
  • সূৰ্য আৰু সৌৰজগতৰ অন্যান্য গ্ৰহসমূহৰ বৈশিষ্ট্য কি?

📝 Ospin Academy-ৰ সহায়তা:

  • সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
  • সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
  • দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।

SEBA Class 6 Social Science (Assamese Medium) Chapter 1 – “সৌৰজগতৰ আমাৰ পৃথিৱী” সমাধান পাবলৈ Ospin Academy-ত চাওক।

Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.

Vibrant Note Box
Chapter 1: সৌৰজগতৰ আমাৰ পৃথিৱী

 

অনুশীলনী

(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা —

 

(ক) সৌৰজগত বুলিলে কি বুজা?

 

উত্তৰ:- সূৰ্যক কেন্দ্ৰ কৰি অৱস্থান কৰা গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা, আৰু গ্ৰহনুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোক সৌৰজগত বোলা হয়।

(খ) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা।

উত্তৰ:- সূৰ্য পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম হ’ল- বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন।

(গ) সূৰ্য কি ? সূৰ্যৰ বিষয়ে চমুকৈ লিখা ?

উত্তৰ:- সূৰ্য হৈছে আমাৰ পৃথিৱীৰ ওচৰত থকা উজ্বল উতপ্ত নক্ষত্ৰ। সূৰ্যৰ নিজা পোহৰ আছে, সূৰ্য হৈছে সকলো শক্তিৰ উৎস।

(২) উত্তৰ দিয়া —

(ক) নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক কি বুলি কোৱা হয়?

উত্তৰ:- নক্ষত্ৰ।

(খ) ৰাতিৰ আকাশত গ্ৰহবোৰক কিহে পোহৰাই ৰাখে?

উত্তৰ:- সূৰ্যয়ে।

(গ) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি?

উত্তৰ:- সূৰ্য।

(ঘ) ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা পিণ্ডবোৰক কি বুলি জনা যায়?

উত্তৰ:- পপীয়া তৰা বা উল্কা।

(৩) পাঠৰ চিত্ৰ- ১.৩ ত থকা সৌৰজগতৰ চিত্ৰখন পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা —

(ক) সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?

উত্তৰ:- নেপচুন।

(খ) ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত?

উত্তৰ:- শনি আৰু নেপচুন।

(গ) সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত?

উত্তৰ:- তিনি নম্বৰ।

(ঘ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

উত্তৰ:- বৃহস্পতি।

(ঙ) গ্ৰহানুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায়?

উত্তৰ:- মঙ্গল আৰু বৃহস্পতিৰ মাজত।

(৪) শুদ্ধ উত্তৰটো লিখা —

(ক) পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়?

 

(১) বুধ।

(২) শুক্ৰ।

(৩) মঙ্গল।

(৪) শনি।

উত্তৰ:- (২) শুক্ৰ।

(খ) সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্বল পদাৰ্থ পিণ্ডবোৰ হ’ল —

 

(১) ধূমকেতু।

(২) গ্ৰহানুপুঞ্জ।

(৩) উপগ্ৰহ।

(৪) নক্ষত্ৰ।

উত্তৰ:- (১) ধূমকেতু।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Social Science Chapter 1 FAQs | সৌৰজগতৰ আমাৰ পৃথিৱী | Ospin Academy
SEBA Class 6 Social Science Chapter 1 – সৌৰজগতৰ আমাৰ পৃথিৱী FAQs
1. সৌৰজগত কি?
সৌৰজগত সূৰ্য, গ্ৰহসমূহ, উপগ্ৰহ, ধূমকেতু, উল্কাপিণ্ড, আৰু আন্তৰীক্ষ ধূলিৰ সমষ্টি।
2. পৃথিৱীৰ গতি কেনেকৈ দিন-ৰাতি সৃষ্টি কৰে?
পৃথিৱীৰ ঘূৰণৰ বাবে দিন আৰু ৰাতি সৃষ্টি হয়, আৰু পৰিভ্ৰমণ ঋতু পৰিবৰ্তন কৰে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top