Class 6 Social Science Chapter 5 Solution (Assamese Medium) – ভূ-অভ্যন্তৰৰ অধিসৰ : মানচিত্ৰ | SCERT Assam

SEBA Class 6 Social Science (Assamese Medium) Chapter 5 – “ভূ-অভ্যন্তৰৰ অধিসৰ : মানচিত্ৰ” Summary & Solutions

Class 6 Social Science Chapter 5 Solutions | Ospin Academy

SEBA Class 6 Social Science (Assamese Medium) Chapter 5 – “ভূ-অভ্যন্তৰৰ অধিসৰ : মানচিত্ৰ” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।

📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:

এই অধ্যায়ত পৃথিৱীৰ অভ্যন্তৰীণ গঠন, মানচিত্ৰৰ প্ৰকাৰ, আৰু ভূতাত্ত্বিক গঠন সম্পৰ্কে আলোচনা কৰা হৈছে। পৃথিৱীৰ স্তৰসমূহ আৰু ভূমিকম্প কেনেকৈ সৃষ্টি হয়, সেই বিষয়ে তথ্য দিয়া হৈছে।

  • পৃথিৱীৰ স্তৰ: ভূত্বক, মেণ্টল, আৰু কোৰ।
  • মানচিত্ৰৰ প্ৰকাৰ: ভৌগোলিক মানচিত্ৰ, ৰাজনৈতিক মানচিত্ৰ, আৰু ভূতাত্ত্বিক মানচিত্ৰ।
  • ভূমিকম্প কেনেকৈ সৃষ্টি হয়: পৃথিৱীৰ প্লেটৰ গতি আৰু টেকট’নিক প্লেটৰ সংঘৰ্ষ।
  • অসমৰ পৰিপ্ৰেক্ষিত: ভূমিকম্প প্রবণ এলাকা আৰু ভূতাত্ত্বিক গঠন।

📌 মুখ্য বিষয়বস্তু:

  • পৃথিৱীৰ অভ্যন্তৰীণ গঠন কেনেকুৱা?
  • ভূত্বক, মেণ্টল, আৰু কোৰৰ মূল বৈশিষ্ট্য কি?
  • ভূমিকম্প কেনেকৈ সৃষ্টি হয়?
  • ভৌগোলিক মানচিত্ৰ কি?
  • অসম ভূমিকম্প প্রবণ এলাকা কিয়?

📝 Ospin Academy-ৰ সহায়তা:

  • সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
  • সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
  • দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।

SEBA Class 6 Social Science (Assamese Medium) Chapter 5 – “ভূ-অভ্যন্তৰৰ অধিসৰ : মানচিত্ৰ” সমাধান পাবলৈ Ospin Academy-ত চাওক।

Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.

Vibrant Note Box
Chapter 5: ভূ-অভ্যন্তৰৰ অধিসৰ : মানচিত্ৰ

 

অনুশীলনী

(১) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া —

(ক) মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি ?

উত্তৰ:- মানচিত্ৰৰ উপাদান তিনি বিধ হ’ল – দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন।

(খ) প্ৰধান দিশ চাৰিটা কি কি ?

উত্তৰ:- উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম।

(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা?

উত্তৰ:- ধৰাপৃষ্ঠত দুখন ঠাইৰ প্ৰাকৃতিক দূৰত্ব আৰু মানচিত্ৰত একে ঠাই দুখনৰ দূৰত্বৰ অনুপাতে হ’ল সেই মানচিত্ৰৰ মাপনী।

(ঘ) কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক ?

উত্তৰ:- গোটেই পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰা ক্ষেত্ৰত গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি। কিন্তু যেতিয়া পৃথৱীৰ কোনো এটা অংশৰ বিশেষ অৰ্থাৎ কোনো দেশ, ৰাজ্য, জিলা, চহৰ বা গাঁও আদিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ লওঁ তেতিয়া আমাক গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক হয়।

(ঙ) মানচিত্ৰ আৰু নক্সাৰ মাজৰ পাৰ্থক্য কি?

উত্তৰ:- মানচিত্ৰ হ’ল কাগজ বা কোনো সমতলপৃষ্ঠত দিশ আৰু দূৰত্বৰ অনুপাত ঠিক ৰাখি পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰ।

আনহাতে নক্সা হ’ল ডাঙৰ মাপনীৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰ।

(চ) মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্ন বোৰে কি দৰে সহায় কৰে?

উত্তৰ:- মানচিত্ৰ অধ্যনৰ ক্ষেত্ৰত সাংকেতিক চিহ্ন বোৰে যিকোনো ঠাই সমূহৰ বিভিন্ন তথ্য জানিবৰ বাবে সহায় কৰে যেনে – ৰাস্তা – ঘাট, অনুষ্ঠান – প্ৰতিষ্ঠান, নলা – নৰ্মদা, মন্দিৰ – মছজিদ, ডাকঘৰ, আৰক্ষী থানা, দোকান – বজাৰ ইত্যাদি।

(২) শুদ্ধ উত্তৰটোত (✓) চিহ্ন দিয়া —

(ক) উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্ৰবিধ হ’ল –

(১) বতৰৰ মানচিত্ৰ।

(২) বিষয় ভিত্তিক মানচিত্ৰ।

(৩) ৰাজনৈতিক মানচিত্ৰ।

উত্তৰ:- (২) বিষয় ভিত্তিক মানচিত্ৰ।

(খ) তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং ব্যৱহাৰ কৰা হয়?

(১) পানী ভাগ।

(২) পৰ্বত।

(৩) সমভূমি।

উত্তৰ:- (১) পানী ভাগ।

(গ) কম্পাছ ব্যৱহাৰ কৰা হয় —

(১) সাংকেতিক চিহ্ন দেখুৱাবলৈ।

(২) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ।

(৩) দূৰত্ব জুখিবলৈ।

উত্তৰ:- (২) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ।

(ঘ) তলৰ কোনটোৰ বাবে মাপনীৰ প্ৰয়োজন?

(১) মানচিত্ৰ অংকন।

(২) আৰ্হি চিত্ৰ।

(৩) চিহ্ন।

উত্তৰ:- (১) মানচিত্ৰ অংকন।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Social Science Chapter 5 FAQs | ভূ-অভ্যন্তৰৰ অধিসৰ : মানচিত্ৰ | Ospin Academy
SEBA Class 6 Social Science Chapter 5 – ভূ-অভ্যন্তৰৰ অধিসৰ : মানচিত্ৰ FAQs
1. পৃথিৱীৰ স্তৰ কেইটা?
পৃথিৱীৰ তিনিটা স্তৰ আছে – ভূত্বক (Crust), মেণ্টল (Mantle), আৰু কোৰ (Core)।
2. মানচিত্ৰৰ প্ৰকাৰ কি কি?
ভৌগোলিক মানচিত্ৰ, ৰাজনৈতিক মানচিত্ৰ, আৰু ভূতাত্ত্বিক মানচিত্ৰ।
3. ভূমিকম্প কেনেকৈ সৃষ্টি হয়?
পৃথিৱীৰ টেকট’নিক প্লেটৰ সংঘৰ্ষৰ ফলত ভূমিকম্প হয়।
4. অসম কেনেকৈ ভূমিকম্প প্রবণ এলাকা?
অসম হিমালয়ৰ কাষৰীয়া অঞ্চলত অৱস্থিত, যিয়ে ভূমিকম্প প্রবণ এলাকা ৰূপে গণ্য হয়।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top