Class 10 Maths Revision Chapter Solutions – পুনৰালোচনা | SEBA | Assamese Medium | HSLC Exam

অধ্যায় – পুনৰালোচনা

দশম শ্ৰেণী গণিত অধ্যায় – পুনৰালোচনা (Revision) অনুশীলনীৰ সমাধান | SEBA | Assamese Medium | HSLC Exam

দশম শ্ৰেণী গণিত – পুনৰালোচনা (Revision) অনুশীলনীৰ সমাধান দশম শ্ৰেণী গণিত – পুনৰালোচনা (Revision) অনুশীলনীৰ সমাধান (SEBA Board – Assamese Medium | HSLC Exam)

SEBA বোর্ডৰ পাঠ্যক্ৰমৰ দশম শ্ৰেণীৰ গণিতৰ পুনৰালোচনা অধ্যায়ত আগৰ সকলো অধ্যায়ৰ বিষয়বস্তুসমূহৰ পুনৰাবৃত্তি আৰু প্ৰশ্নাৱলী অন্তৰ্ভুক্ত। এই অধ্যায়টোৰ ৬টা অনুশীলনী (অনুশীলনী R-1 ৰ পৰা R-6)ৰ step-by-step বিস্তারিত সমাধান দিয়া হৈছে, যি HSLC (10th Board Exam) ৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ আৰু সহায়ক।

✅ কি শিকিব:

  • পূৰ্বতে শিকোৱা সকলো অধ্যায়ৰ মূলসূত্ৰ আৰু সমস্যাসমূহ
  • বিভিন্ন ধৰণৰ পাঠ্যভিত্তিক আৰু ব্যৱহাৰিক সমস্যা
  • HSLC পৰীক্ষাৰ বাবে পূৰ্ণ প্রস্তুতি
  • 6টা অনুশীলনীৰ stepwise বিশ্লেষণ

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • SEBA পাঠ্যক্ৰমৰ সম্পূৰ্ণ আৰু নিখুঁত সমাধান
  • অনুশীলনী R-1 ৰ পৰা R-6 পর্যন্ত সকল প্রশ্নৰ পূৰ্ণ বিশ্লেষণমুলক সমাধান
  • HSLC পৰীক্ষাৰ বাবে বেছি ভাল প্ৰস্তুতি
  • সহজ ভাষাত ছাত্ৰ-ছাত্ৰীৰ বাবে বুজা সহজ উদাহৰণ আৰু বিৱৰণ
Vibrant Note Box
Buy Printable PDF
Class 10 Maths (গণিত) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Mathematics (গণিত) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

Vibrant Note Box
অধ্যায় – পুনৰালোচনা
Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী গণিত পুনৰালোচনা অধ্যায় – সঘনাই সোধা প্ৰশ্ন
পুনৰালোচনা অধ্যায়ৰ উদ্দেশ্য কি?
আগৰ অধ্যায়সমূহৰ পুনৰাবৃত্তি আৰু HSLC পৰীক্ষাৰ পূৰ্ণ প্ৰস্তুতি।
অনুশীলনী R-1 ৰ পৰা R-6ত কিমান ধৰণৰ প্ৰশ্ন থাকে?
বিভিন্ন ধৰণৰ সমস্যা, প্ৰশ্নাবলী আৰু আগৰ অধ্যায়ৰ মূখ্য অংশৰ সমাধান থাকে।
এই সমাধান কেনেকৈ সহায়ক?
HSLC পৰীক্ষাৰ step-by-step প্ৰস্তুতি আৰু পূৰ্ণ সমাধানৰ বাবে বিশেষ সহায়ক।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top