Class 6 Science Chapter 10 আমাৰ চৌপাশৰ বস্তুবোৰ Solutions | AJB

class 6

ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ১০ – আমাৰ চৌপাশৰ বস্তুবোৰ – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | AJB

ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ১০ – আমাৰ চৌপাশৰ বস্তুবোৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB)

ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ দশম অধ্যায় ‘আমাৰ চৌপাশৰ বস্তুবোৰ’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয় (AJB) ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Science Chapter 10 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, অতিৰিক্ত প্ৰশ্ন (Additional Questions), আৰু MCQ পুংখানুপুংখভাৱে অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘আমাৰ চৌপাশৰ বস্তুবোৰ’ নামৰ এই পাঠটিত আমাৰ চাৰিওফালে থকা বিভিন্ন পদাৰ্থ, সিহঁতৰ ধৰ্ম, অৱস্থা আৰু বিভিন্ন বৈশিষ্ট্য অনুসৰি শ্ৰেণীবিভাজনৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল বিষয়বস্তু বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • আমাৰ চৌপাশৰ বস্তুবোৰ পাঠৰ মূল বিষয়বস্তু আৰু পদাৰ্থৰ শ্ৰেণীবিভাজনৰ সৰল আলোচনা।
  • পাঠভিত্তিক অনুশীলনীৰ সকলো প্ৰশ্নৰ নিৰ্দোষ আৰু মান্য উত্তৰ।
  • বস্তুসমূহৰ ধৰ্ম যেনে— কঠিনতা, দ্ৰৱণীয়তা আৰু স্বচ্ছতাৰ সঠিক বিশ্লেষণ।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ (Additional Questions) লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • এই অধ্যায়ৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 6 বিজ্ঞান (Science) Textbook Solutions & MCQs | AJB New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 6 বিজ্ঞান (Science) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new version of the book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 10 আমাৰ চৌপাশৰ বস্তুবোৰ

 অসম জাতীয় বিদ্যালয়, ষষ্ঠ শ্ৰেণী: বিজ্ঞান

অধ্যায়-10                                              অস্পিন একাডেমী

আমাৰ চৌপাশৰ বস্তুবোৰ

পাঠভিত্তিক প্রশ্নোত্তৰ

১। শুদ্ধ উত্তৰটো কি হ’ব লিখাঁ-

(i) এবিধ অর্ধস্বচ্ছ বস্তুৰ উদাহৰণ হ’ল-

(a) বায়ু

(b) কাঁচ

(c) তৈল কাগজ

(d) কাগজ

উত্তৰঃ (c) তৈল কাগজ

(ii) এবিধ পানীত অদ্রবণীয় পদাৰ্থৰ উদাহৰণ হ’ল-

(a) গ্লক’জ

(b) বালি

(c) চেনি

(d) নিমখ

উত্তৰঃ (b) বালি

(iii) ঘৰত ব্যৱহাৰ কৰা কাপ-প্লেট সাধাৰণতে কি পদাৰ্থৰে নিৰ্মিত?

(a) চেৰামিক

(b) কাঁচ

(c) স্টিল

(d) লো

উত্তৰঃ (a) চেৰামিক

২। এবিধ সামগ্রী কি কামত ব্যৱহৃত হ’ব সেয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে লিখা।

উত্তৰঃ এবিধ সামগ্রী কি কামত ব্যৱহৃত হ’ব, সেয়া নিৰ্ভৰ কৰিব বস্তুটো যি পদাৰ্থৰে গঠিত, সেই পদাৰ্থৰ ধৰ্মৰ ওপৰত।

৩ । কাঠেৰে নির্মিত ছয়বিধ বস্তুব নাম লিখাঁ।

উত্তৰঃ কাঠেৰে নিৰ্মিত ছয়বিধ বস্তু হ’ল- বিচনা, চকী, মেজ, ছোফা, ক্রিকেট বেট ইত্যাদি।

৪ । প্রতিটো থুপত থকা নিমিলা বস্তুবিধ বাছি উলিওৱাঁ।

(a) মিছিৰি, নিমখ, চেনি, গ্লক’জ

উত্তৰঃ গ্লক’জ।

(b) লো, এলুমিনিয়াম, তাম, কাঠ

উত্তৰঃ কাঠ।

(c) বাঁহ, কাঠ, প্লাষ্টিক, শিলগুটি

উত্তৰঃ প্লাষ্টিক।

(d) বায়ু, পানী, কাগজ, কাঁচ

উত্তৰঃ কাঁচ।

(e) বিছনা, চকী, বাল্টি, টেবুল

উত্তৰঃ বাল্টি।

(f) মিছিৰি, চকৰ গুড়ি, নিমখ, চেনি

উত্তৰঃ চকৰ গুড়ি।

৫ । তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া হৈছে। কোনটো বস্তু সাধাৰণতে কি পদাৰ্থৰে নির্মিত মিলাই লিখা–         

বস্তু  

পদার্থ

কিতাপ

চকী

কাঁহী

গজাল

বাল্টি

আয়না

প্লাষ্টিক

কাঁচ

কাঠ

কাগজ

ষ্টিল

লো

উত্তৰঃ

বস্তু  

পদার্থ

কিতাপ

চকী

কাঁহী

গজাল

বাল্টি

আয়না

কাগজ

কাঠ

ষ্টিল

লো

প্লাষ্টিক

কাঁচ

৬ । কোনটো উক্তি সত্য আৰু কোনটো অসত্য লিখা।

(a) লোৰ-জ্যোতি নাই; তোমাৰ বহীখনৰ জ্যোতি আছে।

উত্তৰঃ সত্য।

(b) এটা বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ নাযায়। বস্তুটোত পোহৰ পৰিলে ছাঁৰ সৃষ্টি হ’ব।

উত্তৰঃ সত্য।

(c) সাধাৰণতে প্লাষ্টিকৰ সামগ্ৰীসমূহ নিজম নহয়।

উত্তৰঃ অসত্য।

(d) কলগছ আৰু কাঠ পানীত ওপঙে।

উত্তৰঃ সত্য।

(e) কুক ‘জ পানীত দ্রবীভূত নহয়।

উত্তৰঃ অসত্য।

(f) স্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যায়।

উত্তৰঃ সত্য

৭। জ্যোতি কাক বোলে?

উত্তৰঃ এনে কিছুমান পদাৰ্থ আছে যিবোৰত পোহৰ পৰিলে জিলিকি উঠে। পদাৰ্থৰ এই জিলিকি উঠা বা চিক্‌মিকোৱা গুণটোক জ্যোতি বুলি কোৱা হয়।

৮। স্বচ্ছ পদার্থ মানে কি? স্বচ্ছ পদাৰ্থৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ যিসমূহ বস্তুৰ মাজেৰে আমি সিপাৰে থকা বস্তুবোৰ স্পষ্টকৈ দেখা পাওঁ অথবা যাৰ মাজেৰে পোহৰ বাধাহীনভাৱে সৰকি যাব পাৰে, তেনে পদাৰ্থবোৰকেই স্বচ্ছ পদাৰ্থ বুলি কোৱা হয়। উদাহৰণ হিচাপে— পৰিষ্কাৰ কাঁচ, নিৰ্মল পানী আদি।

৯। অস্বচ্ছ পদার্থ মানে কি? অস্বচ্ছ পদাৰ্থৰ দুটা উদাহৰণ দিয়াঁ।

উত্তৰঃ যিসমূহ বস্তুৰ মাজেৰে আমি সিপাৰৰ কোনো বস্তু দেখা নাপাওঁ অথবা যাৰ মাজেৰে পোহৰ একেবাৰেই পাৰ হৈ যাব নোৱাৰে, তেনেবোৰ পদাৰ্থকেই অস্বচ্ছ পদাৰ্থ বুলি জনা যায়। উদাহৰণস্বৰূপে— মাটি, শিল ইত্যাদি।

১০। অর্ধস্বচ্ছ পদার্থ কি? উদাহৰণ দিয়াঁ।

উত্তৰঃ যিসমূহ পদাৰ্থৰ মাজেৰে ইপাৰৰ পৰা সিপাৰলৈ অস্পষ্টভাৱেহে দেখা যায়, অৰ্থাৎ যাৰ মাজেৰে পোহৰ সামান্য পৰিমাণেহে সৰকি যাব পাৰে, তেনে পদাৰ্থবোৰক অৰ্ধস্বচ্ছ পদাৰ্থ বুলি কোৱা হয়। উদাহৰণস্বৰূপে— তেল সনা কাগজ, ডাঠ ৰঙৰ কাঁচ আদি।

১১। দ্রাব্যতা কি?

উত্তৰঃ এনে কিছুমান পদাৰ্থ পোৱা যায় যিবোৰ পানীত মিহলালে সম্পূৰ্ণৰূপে মিলি যায় বা দ্ৰৱীভূত হয়। পদাৰ্থৰ এই মিলি যোৱাৰ ধৰ্মটোকেই দ্ৰাব্যতা বোলা হয়।

১২। দ্রবণীয় কি?

উত্তৰঃ যিসমূহ পদাৰ্থ পানীৰ লগত সহজে মিলি গৈ নাইকিয়া হৈ যায় বা দ্ৰৱীভূত হয়, তেনে পদাৰ্থক পানীত দ্ৰৱণীয় পদাৰ্থ বুলি কোৱা হয়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ১০ (আমাৰ চৌপাশৰ বস্তুবোৰ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
‘আমাৰ চৌপাশৰ বস্তুবোৰ’ পাঠটিৰ মূল বিষয়বস্তু কি?
ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানত অন্তৰ্ভুক্ত এই পাঠটিত আমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু, সেইবোৰৰ ধৰ্ম (যেনে— জিলিকনি, কঠিনতা, পানীত দ্ৰৱণীয়তা, স্বচ্ছতা) আৰু শ্ৰেণীবিভাজনৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু MCQ ৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয় (AJB) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা অতি চমু প্ৰশ্ন, চমু আৰু দীঘলীয়া প্ৰশ্নৰ লগতে বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু অতিৰিক্ত প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

https://youtube.com/@ospinacademy
অসম জাতীয় বিদ্যালয়, ষষ্ঠ শ্ৰেণী: বিজ্ঞান

অধ্যায়-10                      অস্পিন একাডেমী

আমাৰ চৌপাশৰ বস্তুবোৰ

পাঠভিত্তিক প্রশ্নোত্তৰ

১। শুদ্ধ উত্তৰটো কি হ’ব লিখাঁ-

(i) এবিধ অর্ধস্বচ্ছ বস্তুৰ উদাহৰণ হ’ল-

(a) বায়ু

(b) কাঁচ

(c) তৈল কাগজ

(d) কাগজ

উত্তৰঃ (c) তৈল কাগজ

(ii) এবিধ পানীত অদ্রবণীয় পদাৰ্থৰ উদাহৰণ হ’ল-

(a) গ্লক’জ

(b) বালি

(c) চেনি

(d) নিমখ

উত্তৰঃ (b) বালি

(iii) ঘৰত ব্যৱহাৰ কৰা কাপ-প্লেট সাধাৰণতে কি পদাৰ্থৰে নিৰ্মিত?

(a) চেৰামিক

(b) কাঁচ

(c) স্টিল

(d) লো

উত্তৰঃ (a) চেৰামিক

২। এবিধ সামগ্রী কি কামত ব্যৱহৃত হ’ব সেয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে লিখা।

উত্তৰঃ এবিধ সামগ্রী কি কামত ব্যৱহৃত হ’ব, সেয়া নিৰ্ভৰ কৰিব বস্তুটো যি পদাৰ্থৰে গঠিত, সেই পদাৰ্থৰ ধৰ্মৰ ওপৰত।

৩ । কাঠেৰে নির্মিত ছয়বিধ বস্তুব নাম লিখাঁ।

উত্তৰঃ কাঠেৰে নিৰ্মিত ছয়বিধ বস্তু হ’ল- বিচনা, চকী, মেজ, ছোফা, ক্রিকেট বেট ইত্যাদি।

৪ । প্রতিটো থুপত থকা নিমিলা বস্তুবিধ বাছি উলিওৱাঁ।

(a) মিছিৰি, নিমখ, চেনি, গ্লক’জ

উত্তৰঃ গ্লক’জ।

(b) লো, এলুমিনিয়াম, তাম, কাঠ

উত্তৰঃ কাঠ।

(c) বাঁহ, কাঠ, প্লাষ্টিক, শিলগুটি

উত্তৰঃ প্লাষ্টিক।

(d) বায়ু, পানী, কাগজ, কাঁচ

উত্তৰঃ কাঁচ।

(e) বিছনা, চকী, বাল্টি, টেবুল

উত্তৰঃ বাল্টি।

(f) মিছিৰি, চকৰ গুড়ি, নিমখ, চেনি

উত্তৰঃ চকৰ গুড়ি।

৫ । তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া হৈছে। কোনটো বস্তু সাধাৰণতে কি পদাৰ্থৰে নির্মিত মিলাই লিখা

বস্তু  

পদার্থ

কিতাপ

চকী

কাঁহী

গজাল

বাল্টি

আয়না

প্লাষ্টিক

কাঁচ

কাঠ

কাগজ

ষ্টিল

লো

উত্তৰঃ

বস্তু

পদার্থ

কিতাপ

চকী

কাঁহী

গজাল

বাল্টি

আয়না

কাগজ

কাঠ

ষ্টিল

লো

প্লাষ্টিক

কাঁচ

৬ । কোনটো উক্তি সত্য আৰু কোনটো অসত্য লিখা।

(a) লোৰ-জ্যোতি নাই; তোমাৰ বহীখনৰ জ্যোতি আছে।

উত্তৰঃ সত্য।

(b) এটা বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ নাযায়। বস্তুটোত পোহৰ পৰিলে ছাঁৰ সৃষ্টি হ’ব।

উত্তৰঃ সত্য।

(c) সাধাৰণতে প্লাষ্টিকৰ সামগ্ৰীসমূহ নিজম নহয়।

উত্তৰঃ অসত্য।

(d) কলগছ আৰু কাঠ পানীত ওপঙে।

উত্তৰঃ সত্য।

(e) কুক ‘জ পানীত দ্রবীভূত নহয়।

উত্তৰঃ অসত্য।

(f) স্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যায়।

উত্তৰঃ সত্য

৭। জ্যোতি কাক বোলে?

উত্তৰঃ এনে কিছুমান পদাৰ্থ আছে যিবোৰত পোহৰ পৰিলে জিলিকি উঠে। পদাৰ্থৰ এই জিলিকি উঠা বা চিক্‌মিকোৱা গুণটোক জ্যোতি বুলি কোৱা হয়।

৮। স্বচ্ছ পদার্থ মানে কি? স্বচ্ছ পদাৰ্থৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ যিসমূহ বস্তুৰ মাজেৰে আমি সিপাৰে থকা বস্তুবোৰ স্পষ্টকৈ দেখা পাওঁ অথবা যাৰ মাজেৰে পোহৰ বাধাহীনভাৱে সৰকি যাব পাৰে, তেনে পদাৰ্থবোৰকেই স্বচ্ছ পদাৰ্থ বুলি কোৱা হয়। উদাহৰণ হিচাপে— পৰিষ্কাৰ কাঁচ, নিৰ্মল পানী আদি।

৯। অস্বচ্ছ পদার্থ মানে কি? অস্বচ্ছ পদাৰ্থৰ দুটা উদাহৰণ দিয়াঁ।

উত্তৰঃ যিসমূহ বস্তুৰ মাজেৰে আমি সিপাৰৰ কোনো বস্তু দেখা নাপাওঁ অথবা যাৰ মাজেৰে পোহৰ একেবাৰেই পাৰ হৈ যাব নোৱাৰে, তেনেবোৰ পদাৰ্থকেই অস্বচ্ছ পদাৰ্থ বুলি জনা যায়। উদাহৰণস্বৰূপে— মাটি, শিল ইত্যাদি।

১০। অর্ধস্বচ্ছ পদার্থ কি? উদাহৰণ দিয়াঁ।

উত্তৰঃ যিসমূহ পদাৰ্থৰ মাজেৰে ইপাৰৰ পৰা সিপাৰলৈ অস্পষ্টভাৱেহে দেখা যায়, অৰ্থাৎ যাৰ মাজেৰে পোহৰ সামান্য পৰিমাণেহে সৰকি যাব পাৰে, তেনে পদাৰ্থবোৰক অৰ্ধস্বচ্ছ পদাৰ্থ বুলি কোৱা হয়। উদাহৰণস্বৰূপে— তেল সনা কাগজ, ডাঠ ৰঙৰ কাঁচ আদি।

১১। দ্রাব্যতা কি?

উত্তৰঃ এনে কিছুমান পদাৰ্থ পোৱা যায় যিবোৰ পানীত মিহলালে সম্পূৰ্ণৰূপে মিলি যায় বা দ্ৰৱীভূত হয়। পদাৰ্থৰ এই মিলি যোৱাৰ ধৰ্মটোকেই দ্ৰাব্যতা বোলা হয়।

১২। দ্রবণীয় কি?

উত্তৰঃ যিসমূহ পদাৰ্থ পানীৰ লগত সহজে মিলি গৈ নাইকিয়া হৈ যায় বা দ্ৰৱীভূত হয়, তেনে পদাৰ্থক পানীত দ্ৰৱণীয় পদাৰ্থ বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top