SEBA Class 6 Science (Assamese Medium) Chapter 3 (Part 2) – “আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ” Summary & Solutions
SEBA Class 6 Science (Assamese Medium) Chapter 3 (Part 2) – “আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।
📖 অধ্যায় পৰ্যালোচনা:
এই অধ্যায়, যি দ্বিতীয় খণ্ডৰ অংশ, আমাৰ চৌপাশৰ বিভিন্ন পৰিৱৰ্তন আৰু সেইবোৰৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে।
- প্ৰাকৃতিক পৰিৱৰ্তন: দিন-ৰাতি, ঋতু পৰিৱৰ্তন, জলবায়ু
- মানৱসৃষ্ট পৰিৱৰ্তন: বন উজাৰণ, নগৰায়ন, জল-প্ৰদূষণ
- অসমৰ উদাহৰণ: – বৰষুণৰ পৰিৱৰ্তন আৰু কৃষিৰ প্ৰভাৱ – ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ভূমিস্খলন
- প্ৰয়োজনীয়তা: পৰিৱেশ সংৰক্ষণ, জীৱ বৈচিত্ৰ্যৰ স্থায়িত্ব
📌 মূল বিষয়বস্তু:
- ⭐ পৰিৱৰ্তন কি?
- ⭐ প্ৰাকৃতিক পৰিৱৰ্তন আৰু মানৱসৃষ্ট পৰিৱৰ্তনৰ মাজত পাৰ্থক্য কি?
- ⭐ অসমত পৰিৱৰ্তনৰ প্ৰধান কাৰণ কি?
- ⭐ মানৱসৃষ্ট পৰিৱৰ্তন কেনেকৈ প্ৰকৃতিত প্ৰভাৱ পেলায়?
- ⭐ পৰিবেশ সংৰক্ষণৰ উপায় কি?
📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?
- ✅ পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
- ✅ ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
- ✅ দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট
SEBA Class 6 Science (Assamese Medium) Chapter 3 (Part 2) – “আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!
Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.
পাঠভিত্তিক প্ৰশ্নোত্তৰ
প্ৰশ্ন : – ১) পানী বন্ধ হৈ থকা ঠাই এটুকুৰাৰ মাজেৰে খোজ কাঢ়িবলৈ তুমি সাধাৰণতে তোমাৰ পোচাকত ভাঁজ কৰি লোৱা। এই পৰিবৰ্তনক বিপৰীত মুখী কৰিব পাৰিনে ?
উত্তৰঃ – পাৰি ।
প্ৰশ্ন : – ২) তুমি হঠাতে তোমাৰ পুতলাটো পেলাই ভাঙিল । এই পৰিবৰ্তন তুমি বিচৰা নাছিল । এই পৰিবৰ্তনক তুমি বিপৰীত মূখী কৰিব পাৰিবা নে ?
উত্তৰঃ – এই পৰিবৰ্তনক বিপৰীত মুখী কৰিব নোৱাৰি ।
প্ৰশ্ন : – ৩) তলৰ তালিকাত কিছুমান পৰিৱৰ্তন তালিকাবব্ধ কৰা হৈছে । প্ৰতিটো পৰিৱৰ্তনৰ কাৰণে খালী স্তম্ভত পৰিবৰ্তনটো বিপৰীত মুখী হব পাৰেনে নোৱাৰে লিখা ।
ক্ৰ : নং |
পৰিৱৰ্তন |
বিপৰীতমুখী হ’ব পাৰে( হয়/নহয় ) |
---|---|---|
১) |
এটুকুৰা কাঠ কাটোতে |
|
২) |
এটুকুৰা বৰফ গলা |
|
৩) |
চেনি পানীত দ্ৰৱীভূত হোৱা |
|
৪) |
খাদ্য ৰান্ধোতে |
|
৫) |
আম পকিলে |
|
৬) |
গাখীৰ দৈ হলে |
উত্তৰঃ –
ক্ৰ : নং |
পৰিৱৰ্তন |
বিপৰীতমুখী হ’ব পাৰে( হয়/নহয় ) |
---|---|---|
১) |
এটুকুৰা কাঠ কাটোতে |
নহয় |
২) |
এটুকুৰা বৰফ গলা |
হয় |
৩) |
চেনি পানীত দ্ৰৱীভূত হোৱা |
হয় |
৪) |
খাদ্য ৰান্ধোতে |
নহয় |
৫) |
আম পকিলে |
নহয় |
৬) |
গাখীৰ দৈ হলে |
নহয় |
প্ৰশ্ন : – ৪) এখন কাগজত পৰিৱৰ্তন হয় যেতিয়া তুমি তাত এখন ছবি অঁকা । এই পৰিবৰ্তনক তুমি বিপৰীত মুখী কৰিব পাৰিবানে ?
উত্তৰঃ – যদি পানী অথবা তৈলচিত্ৰ অংকন কৰা হয় তেন্তে কাগজখন পূৰ্বৰ অৱস্থালৈ নিব নোৱাৰি । কিন্তু কোমল পেঞ্চিলেৰে চিত্ৰ অংকন কৰিলে কাগজখন পূৰ্বৰ অৱস্থালৈ নিব পাৰি ।
প্ৰশ্ন : – ৫) বিপৰীত মুখী আৰু বিপৰীত মুখী নোহোৱা পৰিবৰ্তনবোৰৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰিবলৈ উদাহৰণ দিয়া ।
উত্তৰঃ – বিপৰীত মুখী আৰু বিপৰীত মুখী নোহোৱা পৰিৱৰ্তনৰ উদাহৰণ ―
প্ৰশ্ন : – ৬) ভঙা হাড়ৰ বেণ্ডেজৰ ওপৰত প্লাষ্টাৰ অৱ পেৰিছৰ এটা ডাঠ প্ৰলেপ দিয়া হয় । ই শুকান কঠিন হৈ পৰে আৰু ভঙা হাড়ডালক লৰচৰ কৰিব নোৱাৰাকৈ ৰাখে । প্লাষ্টাৰ অৱ পেৰিছত হোৱা পৰিৱৰ্তন বোৰক বিপৰীত মুখী কৰিব পাৰিনে ?
উত্তৰঃ – প্লাষ্টাৰ অৱ পেৰিছত হোৱা পৰিবৰ্তন বিপৰীত মুখী কৰিব নোৱাৰি ।
প্ৰশ্ন : – ৭) বাহিৰত পৰি থকা এক বস্তা চিমেণ্টত যি পৰিবৰ্তন হৈছে সেই পৰিবৰ্তন বিপৰীত মুখী ?
উত্তৰঃ – চিমেণ্টৰ এই পৰিৱৰ্তন বিপৰীত মুখী নহয় ।
SEBA Class 6 Science Chapter 3 (Part 2) – আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: