Class 6 Social Science Chapter 21 Solution (Assamese Medium) – চক্ৰবৰ্তী ধাৰণা আৰু বিভিন্ন ধৰণৰ চক্ৰবৰ্তী | SEBA Assam

SEBA Class 6 Social Science (Assamese Medium) Chapter 21 – “চক্ৰবৰ্তী ধাৰণা আৰু বিভিন্ন ধৰণৰ চক্ৰবৰ্তী” Summary & Solutions

Class 6 Social Science Chapter 21 Solutions | Ospin Academy

SEBA Class 6 Social Science (Assamese Medium) Chapter 21 – “চক্ৰবৰ্তী ধাৰণা আৰু বিভিন্ন ধৰণৰ চক্ৰবৰ্তী” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।

📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:

এই অধ্যায়ত **চক্ৰবৰ্তী ধাৰণাৰ মূল পৰিভাষা, তাৰ প্ৰকাৰ, আৰু সমাজ আৰু জীৱনত ইয়াৰ প্ৰভাৱ** সম্পৰ্কে আলোচনা কৰা হৈছে।

  • চক্ৰবৰ্তী ধাৰণাৰ সংজ্ঞা: জীৱনৰ বিভিন্ন ক্ষেত্ৰত পুনৰাবৃত্তি হৈ থকা ঘটনাবোৰ।
  • বিভিন্ন ধৰণৰ চক্ৰবৰ্তী: অৰ্থনৈতিক, সামাজিক, পৰিবেশগত, আৰু ৰাজনৈতিক চক্ৰবোৰ।
  • চক্ৰবৰ্তী ধাৰণাৰ প্ৰয়োগ: কৃষি, জলবায়ু পৰিৱৰ্তন, আৰু সামাজিক পৰিৱৰ্তন।

📌 মুখ্য বিষয়বস্তু:

  • চক্ৰবৰ্তী ধাৰণাৰ মূল পৰিভাষা কি?
  • বিভিন্ন ধৰণৰ চক্ৰবৰ্তী কি কি?
  • অৰ্থনৈতিক চক্ৰ কি?
  • চক্ৰবৰ্তী ধাৰণাৰ দৈনন্দিন জীৱনত প্ৰভাৱ কেনেকুৱা?
  • অসমত চক্ৰবৰ্তী ধাৰণাৰ উদাহৰণ কি কি?

📝 Ospin Academy-ৰ সহায়তা:

  • সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
  • সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
  • দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।

SEBA Class 6 Social Science (Assamese Medium) Chapter 21 – “চক্ৰবৰ্তী ধাৰণা আৰু বিভিন্ন ধৰণৰ চক্ৰবৰ্তী” সমাধান পাবলৈ Ospin Academy-ত চাওক।

Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.

Vibrant Note Box
Chapter 21: চক্ৰবৰ্তী ধাৰণা আৰু বিভিন্ন ধৰণৰ চক্ৰবৰ্তী

 

অনুশীলনী

(১) উত্তৰ লিখা —

(ক) চৰকাৰ বুলিলে কি বুজা?

উত্তৰ:- দেশ পৰিচালনা কৰা অনুষ্ঠানটোক চৰকাৰ বুলি কোৱা হয়।

(খ) তোমাৰ দৈনন্দিন জীৱনত চৰকাৰে আগবঢ়োৱা সেৱাৰ বিষয়ে তিনিটা বাক্য লিখা।

উত্তৰ:- (১) সুলভ মূল্যত খাদ্য যোগানৰ ব্যৱস্থা কৰা।

(২) যাতায়াত আৰু যোগাযোগ ব্যৱস্থা উন্নতিৰ বাবে চেষ্টা চলোৱা।

(৩) বিদ্যুৎ যোগান ধৰা।

(গ) আমাৰ দেশত কি ধৰণৰ চৰকাৰে শাসন কৰে? আমাৰ গণতন্ত্ৰৰ তিনিটা বৈশিষ্ট লিখা।

উত্তৰ:- আমাৰ দেশত গণতন্ত্ৰ চৰকাৰে শাসন কৰে।

আমাৰ গণতন্ত্ৰৰ তিনিটা বৈশিষ্ট হ’ল —

 

(১) গণতন্ত্ৰত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয়।

(২) ১৮ বছৰৰ সকলো ভাৰতীয় নাগৰিকে ভোট দিয়াৰ অধিকাৰ আছে।

(৩) নিৰ্বাচিত প্ৰতিনিধি সকল জনসাধাৰণৰ আস্থাৰ ওপৰত নিৰ্ভৰশীল।

(ঘ) ৰাজতন্ত্ৰ আৰু সমাজতন্ত্ৰ থকা একোখনকৈ দেশৰ নাম লিখা।

উত্তৰ:- ৰাজতন্ত্ৰ থকা দেশ এখন হ’ল – ভূটান, আৰু সমাজতন্ত্ৰ থকা এখন দেশ হ’ল – চীন।

(২) চমু উত্তৰ লিখা –

(ক) কিমান বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে?

উত্তৰ:- ১৮ বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে।

(খ) একনায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব পাৰেনে?

উত্তৰ:- একানয়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব নোৱাৰে।

(৩) পাৰ্থক্য লিখা —

(ক) গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ।

উত্তৰ:- গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰৰ মাজৰ পাৰ্থক্য হ’ল – গণতন্ত্ৰত জনগণেই নিৰ্বাচিত কৰি দিয়া প্ৰতিনিধিৰ দ্বাৰা দেশ পৰিচালিত হয় অৰ্থাৎ ইয়াক জনসাধাৰণেই শাসনৰ মূল।

আনহাতে ৰাজতন্ত্ৰত ৰজাই দেশৰ শাসন কাৰ্য পৰিচালনা কৰে। ৰাজতন্ত্ৰত ৰজাৰ পুত্ৰ বা কন্যা উত্তৰাধিকাৰী সূত্ৰে ৰাজপাটত বহে।

(খ) একনায়কত্ববাদ আৰু সমাজতন্ত্ৰ।

উত্তৰ:- একনায়কত্ববাদ আৰু সমাজতন্ত্ৰৰ মাজৰ পাৰ্থক্য হ’ল — একনায়কত্ববাদ এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত শাসন ব্যৱস্থা। ইয়াত জনসাধাৰণে চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ নিয়ম – নীতিৰ ব্যৱস্থা ৰখা হয়।

 

আনহাতে সমাজতন্ত্ৰ শাসন ব্যৱস্থাই ব্যক্তিগত সম্পত্তিৰ বিলোপ সাধন বিচাৰে। ই সকলো শ্ৰেণীৰ মানুহৰ মাজত অৰ্থনৈতিক সমতাৰ যোগেদি সমাজত ন্যায় স্থাপন কৰিব বিচাৰে।

(৪) শুদ্ধ – অশুদ্ধ বাছি উলিওৱা —

(ক) চৰকাৰে কেৱল কেন্দ্ৰীয় পৰ্যায়ত শাসন কৰে।

উত্তৰ:- অশুদ্ধ।

(খ) আমাৰ দেশত গণতান্ত্ৰিক চৰকাৰ আছে।

উত্তৰ:- শুদ্ধ।

(গ) গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰৰ মাজত পাৰ্থক্য নাই।

উত্তৰ:- অশুদ্ধ।

(ঘ) গণতন্ত্ৰত জনসাধাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

উত্তৰ:- শুদ্ধ।

(ঙ) গণতন্ত্ৰত পুৰুষ – মহিলাৰ ভোটাৰ মূল্য সমান।

উত্তৰ:- শুদ্ধ।

(৫) নিম্নলিখিত সিদ্ধান্তসমূহ চৰকাৰৰ কোনটো পৰ্যায়ত পৰে সঠিক বাকচত (✓) চিন দিয়া।

(ক) চৰকাৰে কৃষকসকলৰ বাবে বিনামূলীয়া বীজ আৰু সাৰ যোগানৰ ব্যৱস্থা কৰিছে।

উত্তৰ:- ৰাজ্যিক।

(খ) চৰকাৰৰ ৰেল মন্ত্ৰালয়ে তিনিচুকীয়া আৰু দিল্লীৰ মাজত নতুনকৈ ৰে’লগাড়ী সংযোগৰ ব্যৱস্থা কৰিছে।

উত্তৰ:- কেন্দ্ৰীয়।

(গ) চৰকাৰে পাকিস্তান চৰকাৰৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক ৰখাৰ চেষ্টা চলাই আছে।

উত্তৰ:- কেন্দ্ৰীয়।

(ঘ) ধেমাজি জিলাত এখন শিশু উদ্যান স্থাপন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

উত্তৰ:- ৰাজ্যিক।

(ঙ) চৰকাৰে নতুনকৈ দুইহেজাৰ টকীয়া নোটৰ প্ৰচলন কৰিছে।

উত্তৰ:- কেন্দ্ৰীয়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Social Science Chapter 21 FAQs | চক্ৰবৰ্তী ধাৰণা | Ospin Academy
SEBA Class 6 Social Science Chapter 21 – চক্ৰবৰ্তী ধাৰণা FAQs
1. চক্ৰবৰ্তী ধাৰণাৰ সংজ্ঞা কি?
চক্ৰবৰ্তী ধাৰণা হৈছে জীৱনৰ বিভিন্ন ক্ষেত্ৰত পুনৰাবৃত্তি হৈ থকা ঘটনাবোৰ।
2. বিভিন্ন ধৰণৰ চক্ৰবৰ্তী কি কি?
সামাজিক, অৰ্থনৈতিক, পৰিবেশগত, আৰু ৰাজনৈতিক চক্ৰবোৰ চক্ৰবৰ্তী ধাৰণাৰ উদাহৰণ।
3. অৰ্থনৈতিক চক্ৰ কি?
অৰ্থনৈতিক চক্ৰ হৈছে উৎপাদন, বিতৰণ, আৰু উপভোক্তা ব্যৱস্থাৰ মাজত এক ধাৰাবাহিক প্ৰক্ৰিয়া।
4. চক্ৰবৰ্তী ধাৰণাৰ দৈনন্দিন জীৱনত প্ৰভাৱ কেনেকুৱা?
জীৱনৰ বিভিন্ন ক্ষেত্ৰত চক্ৰবৰ্তী ধাৰণা পৰিলক্ষিত হয়, যেনে হ্ৰাস-বৃদ্ধি, ঋতু পৰিৱৰ্তন, আৰু উৎপাদন-উপভোগ চক্ৰ।
5. অসমত চক্ৰবৰ্তী ধাৰণাৰ উদাহৰণ কি কি?
অসমত কৃষি উৎপাদনৰ ঋতুবন্ধন, বানপানীৰ চক্ৰ, আৰু সামাজিক পৰিবর্তনৰ ধাৰণাসমূহ গুৰুত্বপূৰ্ণ।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top