Class 6 Social Science Chapter 8 Solution (Assamese Medium) – অসম আৰু ভাৰত | SCERT Assam

SEBA Class 6 Social Science (Assamese Medium) Chapter 8 – “অসম আৰু ভাৰত” Summary & Solutions

Class 6 Social Science Chapter 8 Solutions | Ospin Academy

SEBA Class 6 Social Science (Assamese Medium) Chapter 8 – “অসম আৰু ভাৰত” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।

📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:

এই অধ্যায়ত অসমৰ ভৌগোলিক অৱস্থান, ভাৰতৰ লগত ইয়াৰ সংযোগ, ইতিহাস, সংস্কৃতি, আৰু অৰ্থনৈতিক সম্পৰ্ক বুজোৱা হৈছে।

  • অসমৰ ভৌগোলিক অৱস্থান: উত্তৰত অৰুণাচল প্ৰদেশ, পশ্চিমত পশ্চিমবঙ্গ, পূৱত নাগালেণ্ড আৰু মণিপুৰ, আৰু দক্ষিণত মেঘালয়।
  • অসম আৰু ভাৰতৰ সম্পৰ্ক: ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক, আৰু বাণিজ্যিক সম্পৰ্ক।
  • অসমৰ সংস্কৃতি: ভাষা, পৰম্পৰা, উৎসৱ, আৰু কলা-সংস্কৃতি।
  • অসমৰ অৰ্থনীতি: কৃষি, উদ্যোগ, চাহ বাগান, আৰু বাণিজ্য।

📌 মুখ্য বিষয়বস্তু:

  • অসমৰ ভৌগোলিক অৱস্থান কেনেকুৱা?
  • অসম আৰু ভাৰতৰ মাজত কি সম্পৰ্ক বিদ্যমান?
  • অসমৰ ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্য কি?
  • অসমৰ অৰ্থনৈতিক ক্ষেত্ৰসমূহ কি কি?
  • অসমৰ কৃষিক্ষেত্ৰ কেনেকৈ ভাৰতৰ অৰ্থনীতিত প্ৰভাৱ ফেলে?

📝 Ospin Academy-ৰ সহায়তা:

  • সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
  • সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
  • দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।

SEBA Class 6 Social Science (Assamese Medium) Chapter 8 – “অসম আৰু ভাৰত” সমাধান পাবলৈ Ospin Academy-ত চাওক।

Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.

Vibrant Note Box
Chapter 8: অসম আৰু ভাৰত

অনুশীলনী

(ক) উত্তৰ দিয়া —

(১) ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ কি কি?

উত্তৰ:- ভাৰতৰ প্ৰধান বিভাগবোৰ হ’ল –

(i) উত্তৰ পাৰ্বত্য অঞ্চল।

(ii) উত্তৰ ভাৰত সমভূমি অঞ্চল।

(iii) দাক্ষিণাত্য মালভূমি অঞ্চল।

(iv) উপকূলীয় নিম্নভূমি আৰু দ্বীপ অঞ্চল।

(২) দক্ষিণ ভাৰতৰ চাৰিখন প্ৰধান নদীৰ নাম লিখা।

উত্তৰ:- দক্ষিণ ভাৰতৰ চাৰিখন প্ৰধান নদীৰ নাম হ’ল – মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী।

(৩) ভাৰতৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ সাত খনৰ নাম লিখা।

উত্তৰ:- ভাৰতৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ সাতখনৰ নাম হ’ল – পাকিস্তান, আফগানিস্তান, চীন, বাংলাদেশ, নেপাল, ভূটান, শ্ৰীলংকা।

(৪) ভাৰতত মুঠতে কিমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে?

উত্তৰ:- ভাৰতত মুঠতে ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।

(৫) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত কিয় জনবসতি ঘন?

উত্তৰ:- উত্তৰ ভাৰতৰ সমভূমি সিন্ধু, গংগা, আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে গঠিত। এনে মাটি কৃষি উপযোগী বাবে কাৰণে এই অঞ্চলত জনবসতি ঘন।

(৬) ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত কি কি পাৰ্থক্য আছে?

উত্তৰ:- ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজৰ পাৰ্থক্য হৈছে – ভাৰতৰ পূব উপকূল অঞ্চল তুলনমূলকভাৱে বহল আৰু সাৰুৱা। আনহাতে, পশ্চিম উপকূল অঞ্চল ঠেক, শিলাময় আৰু অসাৰুৱা।

(৭) ভাৰতক কিয় এখন বৈচিত্ৰপূৰ্ণ দেশ বুলি কোৱা হয়?

উত্তৰ:- ভাৰতত বহু ভাষা – ভাষী লোক বাস কৰে। এই ভাষা সমূহৰ ভিতৰত ২২ টা ভাষা চৰকাৰী কাম – কাজত ব্যৱহাৰ কৰাৰ বাবে স্বীকৃতি লাভ কৰিছে। হিন্দী আৰু ইংৰাজী ভাষা অধিকাংশলোকৰ ভাষা হিচাপে ব্যৱহাৰ হয়।

ভাষাৰ নিচিনাকৈ ভাৰতত ভিবিন্ন ধৰ্মৰ লোকে যুগ যুগ ধৰি বাস কৰি আহিছে। হিন্দু, ইছলাম, খ্ৰীষ্টান, শিখ, জৈন, বৌদ্ধ আদি ভাৰতীয় লোকৰ উল্লেখযোগ্য ধৰ্ম। ভাৰতীয় গন্তন্ত্ৰই ধৰ্মনিৰপেক্ষ নীতি অৱম্বন কৰি সকলো ধৰ্মৰ প্ৰতি সমভাব প্ৰকাশ কৰিছে।

ইতিহাস ঢুকি পোৱা কালৰে পৰা ভাৰতে কৃষ্টি – সংস্কৃতিৰ ক্ষেত্ৰত চহকী হিচাপে পৰিচয় দি আহিছে। এনেবোৰ বিশেষ কাৰণৰ বাবে ভাৰত এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয়।

(খ) সোঁফালৰ লগত বাওঁফাল মিলোৱা —

বাওঁফাল

সোঁফাল

এভাৰেষ্ট

ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ

তাপ্তি

স্বাস্থ্যকৰ ঠাই

আনন্দমান আৰু নিকোবৰ

পৃথিৱীৰ সৰ্ব্বোচ্চ পৰ্বত শৃংগ

নেপাল

বংগোপসাগৰত থকা দ্বীপুঞ্জ

নাইনিতাল

দক্ষিণ ভাৰতৰ নদী

উত্তৰ:-

বাওঁফাল

সোঁফাল

এভাৰেষ্ট

পৃথিৱীৰ সৰ্ব্বোচ্চ পৰ্বত শৃংগ ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ

তাপ্তি

দক্ষিণ ভাৰতৰ নদী

স্বাস্থ্যকৰ ঠাই

আনন্দমান আৰু নিকোবৰ

বংগোপসাগৰত থকা দ্বীপপুঞ্জ

নেপাল

ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ

নাইনিতাল

স্বাস্থ্যকৰ ঠাই

(গ) খালী ঠাই পূৰ কৰা —

(১) ভাৰতৰ মূল খণ্ডত একেবাৰে দক্ষিণত থকা ঠাইখন হ’ল………………. ( কন্যাকুমাৰী/ পণ্ডিচেৰী)

উত্তৰ:- কন্যাকুমাৰী।

(২) ভাৰতক…………. প্ৰায় সমানে দুভাগ কৰিছে ( বিষুৱ ৰেখায়ে / মকৰক্ৰান্তি ৰেখায়ে/ কৰ্কটক্ৰান্তি ৰেখায়ে)

উত্তৰ:- কৰ্কটক্ৰান্তি ৰেখায়ে।

(৩) গংগা নদীৰ উৎস হিমবাহ………( টামছুক খাম্বাব/ গঙ্গুত্ৰি)

উত্তৰ:- গঙ্গুত্ৰী।

(৪) ………… ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে ( চুৱেজ খালে/ পানমা খালে/ পক্ প্ৰণালীয়ে)

উত্তৰ:- পক্ প্ৰণালীয়ে।

(ঘ) ভূচিত্ত্রাৱলী বা মানচিত্ৰ সহায় লৈ উত্তৰ উলিওৱা —

(১) অৰাব সাগৰত পৰা দুখন উল্লেখযোগ্য নদীৰ নাম।

উত্তৰ:- নৰ্মদা আৰু তাপ্তী।

(২) হিমালয় পৰ্বতমালাৰ একেবাৰে ওচৰা – ওচৰিকৈ থকা তিনি খন দেশৰ নাম।

উত্তৰ:- ভাৰত, নেপাল আৰু চীন।

(৩) ভাৰতৰ প্ৰতিৱেশী দ্বীপ ৰাষ্ট্ৰ কি?

উত্তৰ:- শ্ৰীলংকা।

(৪) ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলত পৰা নদীসমূহ চিনাক্ত কৰি নাম লিখা?

উত্তৰ:- ভাৰতৰ পূব উপকূলত পৰা নদী সমূহ হ’ল – মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী। পশ্চিম উকূলত পৰা নদীসমূহ হ’ল – নৰ্মদা আৰু তাপ্তী।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Social Science Chapter 8 FAQs | অসম আৰু ভাৰত | Ospin Academy
SEBA Class 6 Social Science Chapter 8 – অসম আৰু ভাৰত FAQs
1. অসমৰ ভৌগোলিক অৱস্থান ক’ত?
অসম উত্তৰত অৰুণাচল প্ৰদেশ, পশ্চিমত পশ্চিমবঙ্গ, পূৱত নাগালেণ্ড আৰু মণিপুৰ, আৰু দক্ষিণত মেঘালয়ৰ মাজত অৱস্থিত।
2. অসম আৰু ভাৰতৰ মাজত কি সম্পৰ্ক বিদ্যমান?
অসম আৰু ভাৰতৰ মাজত ৰাজনৈতিক, সাংস্কৃতিক, আৰু অৰ্থনৈতিক সম্পৰ্ক বিদ্যমান।
3. অসমৰ মুখ্য অৰ্থনৈতিক ক্ষেত্ৰ কি কি?
অসমৰ মুখ্য অৰ্থনৈতিক ক্ষেত্ৰ হ’ল কৃষি, উদ্যোগ, চাহ বাগান, আৰু হস্তশিল্প।
4. অসমৰ সংস্কৃতি কেনেকুৱা?
অসমৰ সংস্কৃতিত অন্তৰ্ভুক্ত ভাষা, পৰম্পৰা, ভাস্কৰ্য, সংগীত, নৃত্য, আৰু বিভিন্ন উৎসৱ।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top