SEBA Class 7 Science (Assamese Medium) Lesson 1 – আঁহৰ পৰা কাপোৰলৈ Solutions & Summary (দ্বিতীয় খণ্ড)
Get the complete SEBA Class 7 Science Lesson 1 – “আঁহৰ পৰা কাপোৰলৈ” solutions for Assamese medium students. This chapter, part of দ্বিতীয় খণ্ড (Part II), explains different types of fibers, natural and synthetic fibers, fiber processing methods, and their uses in daily life. Our solutions include textbook answers, MCQs, and a detailed chapter summary to help students understand key concepts and prepare effectively for exams.
Class 7 Science
পাঠ – ১ Ospin Academy
আঁহৰ পৰা কাপোৰলৈ
অনুশীলনী
প্রশ্ন ১: তলৰ পদ্যশাৰী পঢ়া আৰু উত্তৰ দিয়া ।
( a ) ‘Baa baa black sheep , have you any wool’.
( b ) ‘Mary had a little lamb , whose face was while and snow’.
( i ) Black sheep ( ক’লা ভেৰা ) ৰ কোনটো অংশৰ পৰা উল পােৱা যায়?
( ii ) ভেৰা পােৱালি ( lamb ) ৰ’ বৰফৰ দৰে বগা চুলিয়ে কি বুজায়?
উত্তৰঃ ( i ) ক’লা ভেৰাৰ ( Black sheep ) ৰ দেহৰ ওপৰত আবৃত নােমৰ পৰা উল পােৱা যায়।
( ii ) ভেৰা পােৱালিৰ গাত থকা বগা নােমবােৰক বুজাইছে ।
প্রশ্ন ২: শুদ্ধ উত্তৰ বাছি উলিওৱা ।
পাট পলু হ’ল—
( a ) এবিধ বিছা।
( b ) এবিধ পলু।
উত্তৰঃ ( a ) এবিধ বিছা ।
তলৰ কোনটো উক্তি সত্য?
( i ) ( a ) ( ii ) ( b ) ( iii ) ( a ) আৰু
( b ) উভয়ে ( iv ) ( a ) আৰু ( b ) ৰ এটাও নহয় ।
উত্তৰঃ ( b ) উভয়ে ।
প্রশ্ন ৩: তলৰ কোনটো প্ৰাণীৰ পৰা ঊল পােৱা নাযায়?
( i ) য়াক ( ii ) উট ( iii ) ছাগলী ( iv ) ঊণী কুকুৰ
উত্তৰঃ ( ii ) উট।
প্ৰশ্ন ৪: তলৰ ৰাশি ( শব্দ ) বােৰে কি বুজায়?
( a ) ৰেয়াৰিং।
( b ) চিয়াৰিং।
( c ) চেৰিকালচাৰ।
উত্তৰঃ ( a ) ৰেয়াৰিং :- অর্থনৈতিকভাৱে গুৰুত্বপূর্ণ কিছুমান প্রাণীক বিজ্ঞানসন্মতভাৱে পােহপালন দি তাৰ পৰা বংশবৃদ্ধি ঘটোৱাকে ৰেয়াৰিং ( Rearing ) বােলে ।
( b ) চিয়াৰিং :- ভেৰাৰ শৰীৰৰ ওপৰৰ নােমবােৰ তাৰ দেহৰ পৰা ছালৰ সৈতে পাতল কাটি পৃথক কৰি অনা কার্যকে চিয়াৰিং বােলে ।
( c ) চেৰিকালচাৰ :- পাট উৎপাদনৰ বাবে পাট পলুৱে খােৱা গছ ৰােপণ কৰি তাত পাট পলুৰ খেতি কৰাকে চেৰিকালচাৰ বােলে ।
প্রশ্ন ৫: তলত ঊল উৎপাদনত ব্যৱহাৰ কৰা পদ্ধতিসমূহ ক্রম অনুসাৰে দিবলৈ বিচৰা হৈছে । তাত নিদিয়া পদ্ধতি কেইটা সংযােগ কৰা ।
চিয়াৰিং, …….. চটিং,……….., ………….., ………….
উত্তৰঃ চিয়াৰিং , স্কাৱৰিং , চটিং , পিকিং , ডায়িং , ৰলিং ।
প্রশ্ন ৬: পাট পলুৰ পৰা পাট উৎপাদনত পােনে পােনে সম্পর্কিত পাটপলুৰ জীৱন বুৰঞ্জীৰ দুটা দশাৰ চিত্র অংকন কৰা ।
উত্তৰঃ পাট পলুৰ পৰা পাট উৎপাদনৰ পােনে পােনে সম্পর্কিত পাটপলুৰ জীৱন বুৰঞ্জীৰ দুটা দশা হ’ল – ককুন ( লেটা) আৰু পলু ।
প্রশ্ন ৭: তলত দিয়া কেইটাৰ ভিতৰত পাট উৎপাদনৰ ক্ষেত্ৰত কোনবােৰ জড়িত?
চেৰিকালচাৰ , ফ্লোৰিকালচাৰ , মােৰিকালচাৰ , এপিকালচাৰ আৰু চিলভিকালচাৰ
সংকেত :- ( i ) পাট উৎপাদনত নুনি গছৰ ( nulberry lives ) ৰ খেতি কৰা হয় আৰু তাত পাটপলু পােহা হয় ।
( ii ) নুনি গছৰ বৈজ্ঞানিক নাম হ’ল মােৰা আলবা ।
উত্তৰঃ চেৰিকালচাৰ আৰু মােৰিকালচাৰ ।
প্রশ্ন ৮: স্তম্ভ- I ত দিয়া শব্দবােৰ স্তম্ভ II- ৰ লগত মিলােৱা।
স্তম্ভ- I স্তম্ভ- II
১. স্কাৱ’ৰিং ( a ) পাট সূতা দিয়ে
২. নুনি গছৰ পাত ( b ) উল উৎপাদনৰ প্রাণী
৩. য়াক ( c ) পাট পলুৰ খাদ্য
৪. লেটা ( d ) ৰিলিং
( e ) নােমৰ সৈতে কাটি অনা ছালৰপৰিষ্কাৰকৰণ ।
উত্তৰঃ স্তম্ভ- I স্তম্ভ- II
১. স্কাৱ’ৰিং – ( e ) নােমৰ সৈতে কাটি অনা ছালৰ পৰিষ্কাৰকৰণ
২. নুনি গছৰ পাত – ( c ) পাট পুলুৰ খাদ্য
৩. য়াক – ( b ) ঊল উৎপাদনৰ প্রাণী ।
৪. লেটা – ( a ) পাট সূতা দিয়ে
প্রশ্ন ৯: এই পাঠটোৰ ওপৰত ভিত্তি কৰি তলত এটা ‘ক্রচ ৱৰ্ড পাজল ’ ( crossword puzzle ) দিয়া হৈছে । তলত দিয়া খালী ঠাইবােৰ নির্দেশ দিয়ামতে উপযুক্ত শব্দৰে পূৰণ কৰা ।

থিয়কৈ তললৈ পঠালিকৈ
( D ) ( A )
১. পােনে পােনে ধােৱন ১. গৰমকৈ ৰাখে।
২. জন্তুৰ নােম ২. ইয়াৰ পাত পাটপলুৱে খায়।
৩. দীঘল সূতাৰ দৰে গঠন ৩.পখিলাৰ কণীৰ পৰা হােৱা পােৱালি।
উত্তৰঃ 1D – Scour 2D – Silk 3A – Fibre
1A – Wool 2A – Mulberry 3A – Caterpillar
FAQs
Q1: What topics are covered in Class 7 Science Chapter 1 “আঁহৰ পৰা কাপোৰলৈ”?
This chapter discusses natural and synthetic fibers, fiber production, weaving, dyeing, and fiber usage in the textile industry.
Q2: Where can I find SEBA Class 7 Science Chapter 1 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 1 “আঁহৰ পৰা কাপোৰলৈ” on this page.
Q3: How do these solutions help in exam preparation?
These solutions provide step-by-step explanations, important MCQs, and key points to improve understanding and boost exam scores.
Q4: Is the Class 7 Science Chapter 1 solution PDF free?
No, this is a premium resource with high-quality solutions, available for purchase
Q5: Where can I find solutions for all chapters of Class 7 Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):