SEBA Class 7 Social Science (Assamese Medium) Lesson 22 – নাগৰিক আৰু নাগৰিকত্ব Solutions & Summary
Get the SEBA Class 7 Social Science Chapter 22 – “নাগৰিক আৰু নাগৰিকত্ব” solutions for Assamese medium students. This chapter from অৰ্থনীতি আৰু ৰাজনীতি (Economics & Political Science) discusses citizenship, its importance, rights and responsibilities of citizens, and different types of citizenship. It also covers the Indian Constitution’s provisions on citizenship, fundamental rights, and duties of a responsible citizen. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.
Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!
Class 7 Social Science
Chapter – 22 Ospin Academy
নাগৰিক আৰু নাগৰিকত্ব
অনুশীলনী |
---|
১। চমু উত্তৰ লিখা:
(ক) নাগৰিক শব্দৰ অৰ্থ কি?
উত্তৰঃ যি ব্যক্তিয়ে এখন দেশত স্থায়ীভাবে বসবাস কৰি সেই দেশৰ সকলো অধিকাৰ ভোগ কৰে তেনে ব্যক্তিক নাগৰিক বোলে।
(খ) বিদেশী মানে কি?
উত্তৰঃ যেতিয়া কোনো ব্যক্তিয়ে আন কোনো ৰাষ্ট্ৰত থাকি সেই ৰাষ্ট্ৰৰ পৌৰ অধিকাৰ ভোগ কৰে তেনে লোকক বিদেশী বোলে।
(গ) নাগৰিকে দেশৰ কি কি অধিকাৰ ভোগ কৰিব পাৰে?
উত্তৰঃ নাগৰিকে দেশৰ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে।
(ঘ) কোন চনত চিকিম ভাৰতৰ লগত চামিল হয়?
উত্তৰঃ ১৯৭৫ চনত চিকিম ভাৰতৰ লগত চামিল হয়।
২। উত্তৰ লিখা–
(ক) এজন বিদেশীয়ে ভৰতৰ নাগৰিকত্ব কেনেদৰে লাভ কৰিব পাৰে।
উত্তৰঃ এজন বিদেশীয়ে ভৰতৰ নাগৰিকত্ব দেশীয়কৰণ পদ্ধতিৰে লাভ কৰিব পাৰে।
(খ) পৌৰ অধিকাৰসমূহ কি কি?
উত্তৰঃ পৌৰ অধিকাৰসমূহ হ’ল– জীৱনৰক্ষাৰ অধিকাৰ, মতামত প্ৰকাশৰ অধিকাৰ, ব্যক্তিগত স্বাধীনতা অধিকাৰ, শিক্ষাৰ অধিকাৰ আদি।
(ঙ) এজন নাগৰিক কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ’ব পাৰে।
উত্তৰঃ নাগৰিকত্বৰপৰা বঞ্চিত হ’ব পৰা কাৰণসমূহ হ’ল–
১। ৰাষ্ট্ৰবিৰোধী কাম কৰিলে।
২। অনুমতি নোলোৱাকৈ অন্য ৰাষ্ট্ৰৰ উপাধি ল’লে।
৩। ভাৰতীয় ছোৱালীয়ে অন্য দেশৰ নাগৰিকক বিয়া কৰাই সেই দেশৰ নাগৰিকত্ব লাভ কৰিলে।
৪। বহুত দিন একেৰাহে নিজৰ দেশত অনুপস্থিত থাকিলে।
৩। খালী ঠাই পূৰ কৰা–
(ক) বিদেশীসকলে __________________ অধিকাৰ ভোগ কৰিব নোৱাৰে।
উত্তৰঃ বিদেশীসকলে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে।
(খ) আমাৰ দেশ ভাৰতত এজন ব্যক্তিয়ে _________________ বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে।
উত্তৰঃ আমাৰ দেশ ভাৰতত এজন ব্যক্তিয়ে ১৮ বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে।
(গ) চিকিমৰ জনসাধাৰণে __________________ ৰ জৰিয়তে ভৰতীয় নাগৰিকত্ব লাভ কৰিছে।
উত্তৰঃ চিকিমৰ জনসাধাৰণে ৰাজ্যক্ষেত্ৰৰ জৰিয়তে ভৰতীয় নাগৰিকত্ব লাভ কৰিছে।
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা–
(ক) এজন বিদেশীয়ে পৌৰ অধিকাৰ/ৰাজনৈতিক অধিকাৰ লাভ কৰে।
উত্তৰঃ এজন বিদেশীয়ে পৌৰ অধিকাৰ লাভ কৰে।
(খ) এজন নাগৰিকে দেশৰ হকে কাম কৰিলে/ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে নাগৰিকত্ব বিলোপ হ’ব পাৰে।
উত্তৰঃ এজন নাগৰিকে ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে নাগৰিকত্ব বিলোপ হ’ব পাৰে।
(গ) দেশৰ নাগৰিকে নিজৰ দেশৰ প্রতি আনুগত্য প্রকাশ নকৰে/আনুগত্য প্রকাশ কৰে।
উত্তৰঃ দেশৰ নাগৰিকে নিজৰ দেশৰ প্রতি আনুগত্য প্রকাশ নকৰে।
(ঘ) কোনো এজন ব্যক্তিৰ নিজৰ দেশৰপৰা অন্য দেশলৈ গুচি গলে তেওঁক তাত নাগৰিক/বিদেশী বোলা হয়।
উত্তৰঃ কোনো এজন ব্যক্তিৰ নিজৰ দেশৰপৰা অন্য দেশলৈ গুচি গলে তেওঁক তাত বিদেশী বোলা হয়।
৫। প্ৰকল্প:
তোমালোকৰ পৰিয়ালৰ কোনো লোকৰ নাম ভোটাৰ তালিকাত নাথাকিলে কেনেধৰণৰ ব্যৱস্থা ল’ব লাগিব শিক্ষক আৰু অভিভাৱকৰ সহায়ত বুজি লৈ তেওঁৰ নাম তালিকাভুক্ত হোৱাটো নিশ্চিত কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
FAQs:
Q1: What topics are covered in Class 7 Social Science Chapter 22 “নাগৰিক আৰু নাগৰিকত্ব”?
This chapter covers types of citizenship, rights and duties of citizens, Indian Constitution’s provisions on citizenship, and the responsibilities of a good citizen.
Q2: Where can I find SEBA Class 7 Social Science Chapter 22 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 22 on this page.
Q3: How do these solutions help in exam preparation?
The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.
Q4: Is the Class 7 Social Science Chapter 22 solution PDF free?
No, this is a premium study resource available for purchase.
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):