SEBA Class 7 Mathematics (Assamese Medium) Chapter 5 – ৰেখা আৰু কোন Solutions & Summary
Find SEBA Class 7 Mathematics Chapter 5 – “ৰেখা আৰু কোন” (Lines and Angles) solutions, designed for Assamese medium students. This chapter explains the basic concepts of lines, angles, and their properties, including different types of angles and their relationships.
Students will learn about parallel lines, perpendicular lines, complementary and supplementary angles, vertically opposite angles, and angle sum properties of a triangle. The chapter also covers real-life applications of angles and geometric reasoning.
Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students develop a strong foundation in geometry and improve problem-solving skills
To access solutions for all chapters, Click Here
Class 7 Maths (গণিত) PDF Solutions 2025-26 | SCERT Assam
SCERT Assam Class 7 Mathematics PDF Solutions (Assamese Medium) – Get chapter-wise, SEBA-aligned PDF solutions with textbook answers, MCQs, and short questions for easy exam preparation. Download now!
অনুশীলনী – 5.1 |
---|
1. তলত দিয়া কোণবোৰৰ পূৰক কোণৰ মাপ কিমান?
(a) 45°
উত্তৰঃ পূৰক কোণৰ মাপ (90° – 45°) = 45°
(b) 65°
উত্তৰঃ পূৰক কোণৰ মাপ (90° – 65°) = 25°
(c) 41°
উত্তৰঃ পূৰক কোণৰ মাপ (90° – 41°) = 49°
(d) 54°
উত্তৰঃ পূৰক কোণৰ মাপ (90°- 45°) = 36°
2. এযোৰ পূৰক কোণৰ মাপৰ পাৰ্থক্য 22° হ’লে কোণবোৰৰ মাপ নিৰ্ণয় কৰা।
উত্তৰঃ ধৰা হ’ল, এটা কোণৰ মাপ = x°
∴ আনটো কোণ = 90° – x°
প্রশ্নমতে, x – (90° – x) = 22°
⇒ x + x – 90° = 22°
⇒ 2x = 22°+ 90°
⇒ 2x = 112°
∴ x = 56°
∴ এটা কোণ 56° আৰু আনটো কোণ 90° – 56° = 34°
3. তলৰ কোণবোৰৰ প্ৰত্যেকৰে সম্পূৰক কোণৰ মাপবোৰ লিখা।
(a) 100°
উত্তৰঃ 180° – 100° = 80°
(b) 90°
উত্তৰঃ 180° – 125° = 55°
(c) 55°
উত্তৰঃ 180° – 55° = 125°
(d) 125°
উত্তৰঃ 180° – 125° = 55°
4. এযোৰ সম্পূৰক কোণৰ ডাঙৰ কোণটোৰ মাপ সৰু কোণটোৰ মাপতকৈ 44° বেছি। কোণ দুটাৰ মাপ নির্ণয় কৰা।
উত্তৰঃ ধৰা হ’ল, সৰু কোণটো = x°
∴ ডাঙৰ কোণটো = 180° – x°
প্রশ্নমতে, 180 – x = x + 44
⇒ -x – x = 44 – 180
⇒ -2x = -136
∴ x = 68
∴ সৰু কোণটো = 68°
ডাঙৰ কোণটো = 180° – 68° = 112°
5. PQ আৰু RS ৰেখা দুডালৰ ছেদবিন্দু O, যদি ∠POR = 50° তেন্তে বাকীবোৰ কোণৰ মাপ নিৰ্ণয় কৰা।
উত্তৰঃ ∠POR = 50°
∴ ∠SOQ = 50° (বিপ্রতীপ কোণ)
∠POR = ∠POS = 180° (ৰৈখিৰ যোৰ)
⇒ 50° + ∠POS = 180°
⇒ ∠POS = 180°- 50° = 130°
∴ ∠ROQ = 130°
6. চিত্ৰৰ পৰা X নিৰ্ণয় কৰা।
উত্তৰঃ 60° + x + 45° = 180° (ৰৈখিক কোণ)
⇒ 105° + x = 180°
⇒ x = 180° – 105° = 75°
7. এটা কোণ নির্ণয় কৰা যিটো তাৰ সম্পূৰক কোণৰ সমান।
উত্তৰঃ 90°, কিয়নো 180° – 90° = 90°
৪. এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 24° বেছি। কোণটোৰ মাপ নিৰ্ণয় কৰা।
উত্তৰঃ ধৰাহ’ল কোণটো x°
∴ পূৰক কোণটো = 90° – x°
প্রশ্নমতে, ⇒ x – (90 – x) = 24
⇒ 2x = 24 + 90
⇒ 2x = 114
∴ x = 57
∴ কোণটো = 57°
9. এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 32° কম। কোণটোৰ মাপ নিৰ্ণয় কৰা।
উত্তৰঃ ধৰাহ’ল, কোণটোৰ মাপ = x°
∴ (90 – x) – x = 32°
⇒ -2x = 32 – 90
⇒ -2x = -58
∴ x = 29
10. এটা কোণ তাৰ পূৰক কোণৰ পাঁচগুণ। কোণটো নিৰ্ণয় কৰা।
উত্তৰঃ ধৰাহ’ল, কোণটোৰ মাপ = x°
∴ পূৰক কোণটো = (90° – x)
প্রশ্নমতে, x° = 5(90°- x°)
⇒ x = 450 – 5x
⇒ x + 5x = 450
⇒ 6x = 450
∴ x = 450/6 = 75
∴ কোণটো = 75°
11. এটা কোণ তাৰ সম্পূৰক কোণৰ পাঁচগুণ। কোণটোৰ মাপ নিৰ্ণয় কৰা।
উত্তৰঃ ধৰাহ’ল, কোণটোৰ মাপ = x°
∴ সম্পূৰক কোণটো = (180° – x)
প্রশ্নমতে, x = 5(180 – x)
⇒ x = 900 – 5x
⇒ 6x = 900
∴ xx = 150
∴ কোণটো = 150°
12. দুটা সম্পূৰক কোণৰ অনুপাত 3:2 হ’লে কোণ দুটা নির্ণয় কৰা।
উত্তৰঃ ধৰাহ’ল কোণ দুটা 3x আৰু 2x
∴ 3x + 2x = 180
⇒ 5x = 180
⇒ x = 36
∴ কোণ দুটা = 3 × 36° = 180° আৰু 2 × 36° = 72°
13. দুটা পূৰক কোণৰ অনুপাত 4:5 হ’লে কোণ দুটা নিৰ্ণয় কৰা।
উত্তৰঃ ধৰাহ’ল কোণ দুটা 4x আৰু 5x
প্রশ্নমতে, 4x + 5x = 90
⇒ 9x = 90
⇒ x = 90/9 = 10
∴ কোণ দুটা = 4 × 10° = 40° আৰু 5 × 10° = 50°
14. তলৰ চিত্ৰ দুটাৰ পৰা x আৰু y নিৰ্ণয় কৰা।
(a)
উত্তৰঃ x = 40° [বিপ্রতীপ কোণ]
x + y = 180° [ৰৈখিৰ যোৰ]
⇒ 40 + y = 180
⇒ y = 180 – 40 = 140
(b)
উত্তৰঃ x = 90° – 55° = 35°
⇒ x = 90° – 55° = 35°
15. তলৰ কোণৰ যোৰবোৰৰ পৰা পূৰক কোণৰ যোৰবোৰ চিনাক্ত কৰাঃ
(a) 65°, 25°
(b) 63°, 27°
(c) 112°, 68°
(d) 130°, 50°
উত্তৰঃ (a) 65°, 25° আৰু
(b) 63°, 27°
16. তলৰ কোণৰ যোৰবোৰৰ পৰা সম্পূৰক কোণৰ যোৰবোৰ চিনাক্ত কৰা–
(a) 110°, 70°
(b) 163°, 270
(c) 112°, 68°
(d) 45°, 45°
উত্তৰঃ (a) 110°, 70° আৰু
(c) 112°, 68°
অনুশীলনী – 5.2 |
---|
1. তলৰ চিত্ৰত যদি AB II CD; x, y আৰু z নিৰ্ণয় কৰা।
উত্তৰঃ x + 70° (একান্তৰ কোণ সমান)
z = 180° – 100 = 80° (একান্তৰ কোণ সমান)
70° + y + z = 180° (ৰৈখিক কোণ)
⇒ 70° + y + z = 180°
⇒ y = 180° – 70° – 80°
= 180° – 150°
= 30°
উত্তৰঃ x = 30° + 180° – 65° = 180°
⇒ x = 65° – 30°
= 35°
উত্তৰঃ x = 80° (একান্তৰ কোণ)
z = 40°
∴ y = 180° – (80° – 40°)
= 180° – 120°
= 60°
উত্তৰঃ ∠BFD = 55° (একান্তৰ কোণ)
∠BFD = 180° – (55° + 250°)
= 180°- 80° = 100°
∴ x = 180° – 100°
= 80°
2. তলৰ চিত্ৰবোৰত l আৰু m দুডাল ৰেখা আৰু n এডাল ছেদক। কোনযোৰ ৰেখা পৰস্পৰ সমান্তৰাল।
উত্তৰঃ (a) কিয়নো 123° + 57° = 180°
3. প্রদত্ত চিত্ৰৰ পৰা x ৰ মাপ নিৰ্ণয় কৰা।
উত্তৰঃ x = 360° – (45° + 30°)
= 360° – 57° = 285°
4. চিত্রত l || m, t ছেদক। x ৰ মান নির্ণয় কৰা।
উত্তৰঃ x = 120°
উত্তৰঃ x = 180° – 60° = 120° x = 60°
উত্তৰঃ 60° + x = 180°
x = 180° – 60° x = 120°
অনুশীলনী – 5.3 |
---|
1. যদি এযোৰ সন্নিহিত কোণ সম্পূৰক, তেন্তে সিহঁত হ’ব–
(a) অনুৰূপ কোণ।
(b) বিপ্রতীপ কোণ।
(c) ৰৈখিক যুৰীয়া কোণ।
(d) এডাল ৰশ্মি।
উত্তৰঃ (c) ৰৈখিক যুৰীয়া কোণ।
2. যদি দুটা কোণ সম্পূৰক, সিহঁতৰ যোগফল–
(a) 90°
(b) 180°
(c) 360°
(d) 45°
উত্তৰঃ (b) 180°
3. যদি দুটা কোণ পূৰক, সিহঁতৰ যোগফল–
(a) 45°
(b) 180°
(c) 90°
(d) 360°
উত্তৰঃ (c) 90°
4. যদি l || m, তেন্তে ∠1 = ∠2 কাৰণ সিহঁত……।
(a) অনুৰূপ কোণ।
(b) বিপ্রতীপ কোণ।
(c) একান্তৰ অন্তঃকোণ।
(d) সম্পূৰক কোণ।
উত্তৰঃ (b) বিপ্রতীপ কোণ।
5. চিত্ৰত এযোৰ একান্তৰ অন্তঃকোণ হ’ব..
(a) ∠1, ∠3
(b) ∠2, ∠3
(c) ∠2, ∠5
(d) ∠2, ∠4
উত্তৰঃ (b) ∠2, ∠3
6. যদি a|| b, c এডাল তির্যক, তেন্তে ∠y = ?
(a) 90°
(b) 125°
(c) 55°
(d) 180°
উত্তৰঃ (c) 55°
7. যদি a || b, c তির্যক, তেন্তে ∠y = ?
(a) 90°
(b) 25°
(c) 55°
(d) 35°
উত্তৰঃ (c) 55°
8. 45° ৰ কোণৰ পূৰক কোণৰ মাপ কিমান?
(a) 135°
(b) 25°
(c) 35°
(d) 45°
উত্তৰঃ (d) 45°
9. তলৰ কোণটো কোণ তাৰ পূৰক কোণৰ সমান।
(a) 30°
(b) 25°
(c) 35°
(d) 45°
উত্তৰঃ (d) 45°
10. তলৰ কোনটো কোণ তাৰ সম্পূৰক কোণৰ সমান।
(a) 60°
(b) 90°
(c) 180°
(d) এটাও নহয়।
উত্তৰঃ (b) 90°
11. যদি l || m, c ছেদক, তেন্তে x নিৰ্ণয় কৰা।
(a) 30°
(b) 60°
(c) 90°
(d) 180°
উত্তৰঃ (b) 60°
12. চিত্রত l || m, c ছেদক, x ৰ মান নির্ণয় কৰা।
(a) 50°
(b) 130°
(c) 120°
(d) 100°
উত্তৰঃ (b) 130°
13. l || m, c ছেদক, x ৰ মান নির্ণয় কৰা।
(a) 10°
(b) 200°
(c) 300°
(d) 250°
উত্তৰঃ (b) 200°
14. দুডাল ৰেখা পৰস্পৰ সমদূৰৱৰ্তী হ’লে সিহঁত হ’ব।
(a) লম্ব ৰেখা।
(c) কটা কটি কৰা ৰেখা।
(b) অ-সমান্তৰাল ৰেখা।
(d) সমান্তৰাল ৰেখা।
উত্তৰঃ (d) সমান্তৰাল ৰেখা।
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: