Class 9 Assamese Chapter 16 সন্মান Solutions | ASSEB Assam | Assamese Medium

নৱম শ্ৰেণী অসমীয়া অধ্যায় ১৬ – সন্মান (Sonman) – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

নৱম শ্ৰেণী অসমীয়া অধ্যায় ১৬ – সন্মান (হোমেন বৰগোহাঞি) সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

নৱম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ ষোড়শ অধ্যায় ‘সন্মান’ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ দ্বাৰা ৰচিত এখন অতি শিক্ষামূলক প্ৰবন্ধ। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 9 Assamese Chapter 16 Textual Solutions) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘সন্মান’ নামৰ এই প্ৰবন্ধটিত কবিয়ে আত্মসন্মান, আনক সন্মান কৰাৰ প্ৰয়োজনীয়তা আৰু সমাজত সন্মানৰ প্ৰকৃত অৰ্থ কি সেই বিষয়ে গভীৰভাৱে আলোকপাত কৰিছে। হোমেন বৰগোহাঞিৰ চিন্তাশীল লেখনিয়ে ছাত্ৰ-ছাত্ৰীক নৈতিক চৰিত্ৰ গঠনত সহায় কৰে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাব আৰু গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ উত্তৰ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • সন্মান প্ৰবন্ধৰ মূল বিষয়বস্তু, নৈতিকতা আৰু হোমেন বৰগোহাঞিৰ সাহিত্যকৃতিৰ পৰিচয়।
  • শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ নিখুঁত উত্তৰ।
  • প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ আৰু সমাৰ্থক শব্দৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই সমাধানসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাব পৰাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সমাধান।
  • সন্মান পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 16: সন্মান

সন্মান
  1. অতি চমু উত্তৰ দিয়া-

(ক) অধিকাৰ আৰু শসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে ?

উত্তৰঃ সেই দেশৰ মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে ।

(খ) ছাতৰে শিক্ষকৰ ধাৰ শুঁজিব পাৰেনে ?

উত্তৰঃ ছাতৰে শিক্ষকৰ ধাৰ শুঁজিব নোৱাৰে ।

(গ) ‘তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা’ – ‘তেওঁ’ কোন ?

উত্তৰঃ ‘তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা’ – তেওঁ সৃষ্টিকৰ্তা ভগৱান, ঈশ্বৰ ।

(ঘ) হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছইল?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা ‘আসাম নিউজ’ কাকতৰ সম্পাদক আছিল ।

(ঙ) ‘হোমকোষ’ কি ?

উত্তৰঃ ‘হোমকোষ’ হ’ল অসমীয়া ভাষাৰ অভিধান ।

       (চ) ‘কানীয়াৰ কীৰ্তন’ৰ ৰচক কোন ?

উত্তৰঃ ‘কানীয়াৰ কীৰ্তন’ৰ ৰচক হ’ল হেমচন্দ্ৰ বৰুৱা ।

2. ‘ঈশ্বৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয়’ – কথাষৰ বুজাই লিখা । 
উত্তৰঃ ঈশ্বৰ পাছতে পিতৃ-মাতৃ আমাৰ মানীয় । কাৰণ তেওঁলোকেই আমাক জন্ম দিছে আৰু তেওঁলোকৰ পৰাই আমি এই বিচিত্ৰ সংসাৰ দেখিবলৈ পাইছাহঁক । আমি যেতিয়া কেচুঁৱা আছিলোঁ, উঠি-পৰা সফুৰিবৰ বাবে শক্তি মাছিল, তেতিয়া তেওঁলোক কত দুখ সহি কোলাত লৈ আমাক তুলিছিল, আমি নাখালে তেওঁলোকেও খাবলৈ ইচ্চা নকৰছিল, আমি গাত দুখ পালে বা নৰিয়াত পৰিলে শোকত বিহবল হৈ তেওঁলোক আমাৰ আৰোগ্যৰ নিমিক্তে আহৰহ যত্ন কৰিছিল, আনকি আমাৰ মঈলৰ কাৰণে প্ৰাণকো উচৰ্গিবলৈ কুণ্ঠাবোধ নকৰিছল । আমি অলপ ডাঙৰ হলত সিবিলাকে আমাক জ্ঞান-বিদ্যা শিকাই ভাল মানুহ কৰিবলৈ পাৰে মানে যত্ন কৰিছিল আৰি এতিয়াও ধনী, মানী, যশস্বী হলে সিবিলাকৰ আনন্দৰ সীমা নাথাকে, কিন্ত দুৰ্যশা বা দুভাগ্যৰ কথা শুনিলে দাৰুণ আঘাত পায় আৰু চকু মান্য নহয় ।বুঢ়াকালত যাতে তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে কোনো কাৰণতে কষ্ট নাপায় তাৰ কাৰণে আমি আমাৰ শক্তিৰ অনুসাৰে পৰিচৰ্যা কিৰব আৰু যত্ন লব লাগে ।

3.  শিক্ষকৰ প্ৰতি ছাত্ৰই মান-সৎকাৰ কিয় ৰাখিব লাগে?

উত্তৰঃ কণা মানুহক যিজনে চকু দিয়ে, তেওঁ যে কণাৰ পৰম উপকাৰী আৰু মান্য, তাত একো সংশয় নাই । সেইৰূপে শিক্ষকেও ছাত্ৰক চকু দিয়ে । ছাতৰে চকু থাকোঁতেও যি বস্ত নেদেখি আৰু যি কথা নুবুজি কমাৰ নিচিনা হৈ থাকে, শিক্ষকৰ অনুগ্ৰহ চকু মুকলি হৈ সেই কথা দেখিব আৰু বুজিব পৰা হয়। এনে শিক্ষকৰ প্ৰতি যি সন্মান নকৰে, তাৰ এটি মাথোন আখৰ ছাত্ৰক শিকায়, তেওঁ পৃথিৱীৰ এনে বস্ত নাই, যাক দি ছাতৰে সেই শিক্ষকৰ ধাৰ শুঁজিব পাৰে । এতেকে এই কাৰণে শিক্ষকৰ প্ৰতি ছাত্ৰই মান-সৎকাৰ ৰাখিব লাগে ।

4.  ‘সন্মান’ পাঠটোৰ পৰা কি কি শিকিলা, চমুকৈ লিখা ।

উত্তৰঃসন্মান হৈছে গুণ, পদমৰ্যাদা, জ্যেষ্ঠতা আদিৰ ভিক্তিত লাভ কৰা শ্ৰদ্ধা বা াদাৰ । এজনে আনজনৰ প্ৰতি দেখুওৱা আদাৰ বা শ্ৰদ্ধাই সন্মান । বিশ্ব-ব্ৰহ্মাণ্ডৰ গৰাকী সৃষ্টি কৰ্তা ঈশ্বৰ, আমাৰ জন্মদাতা আৰু তুলি-তালি ডাঙৰ-দীঘল কৰোঁতে পিতৃ-মাতৃ, জ্যেষ্ঠজন, বৃদ্ধলোক এই সকলোকে আমাৰ সাধ্যনুসাৰে সন্মান কৰিব লাগে, মান্যতা যাচিব লাগে । এই কথাকেই সন্মান পাঠটিৰ পৰা শিকিলোঁ।

ভাষা বিষয়ক

5. তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখাঃ

নৰিয়া, জগত, লোতক, চকু, হেতু, মান ।

উত্তৰঃ

শব্দ

সমাৰ্থক শব্দ

নৰিয়া

ৰোগ

জগত

ভুবন

লোতক

চকুলো

চকু

চক্ষু

হেতু

কাৰণ

মান

জোখ

6. বিপৰীত শব্দ লিখাঃ

শ্ৰদ্ধা, শলাগ, আদি, দুষ্ট, জ্যেষ্ঠ, ন্যায় ।

উত্তৰঃ

শ্ৰদ্ধা = অশ্ৰদ্ধা

শলাগ = অশলাগ

আদি = অন্ত

দুষ্ট = শান্ত

জ্যেষ্ঠ = কনিষ্ঠ

ন্যায় = অন্যায়

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
নৱম শ্ৰেণী অসমীয়া অধ্যায় ১৬ (সন্মান) – সঘনাই সোধা প্ৰশ্ন (FAQs)
সন্মান প্ৰবন্ধটিৰ ৰচক কোন?
নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত ‘সন্মান’ প্ৰবন্ধটিৰ ৰচক হ’ল বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞি।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো সমাধান, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু পাঠভিত্তিক ব্যাকৰণৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ নতুন পাঠ্যক্ৰমৰ আধাৰত হয়নে?
হয়, এই সকলোবোৰ সমল আগন্তুক পৰীক্ষাৰ বাবে ASSEB ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু শিক্ষা নীতিৰ নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
সন্মান পাঠৰ পৰা পৰীক্ষাত কেনে প্ৰশ্ন আহে?
এই পাঠৰ পৰা বিশেষকৈ আত্মসন্মানৰ ধাৰণা, আনক সন্মান কৰাৰ গুৰুত্ব আৰু চমু প্ৰশ্ন-উত্তৰ পৰীক্ষাত সঘনাই সোধা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top