দশম শ্ৰেণী সমাজ বিজ্ঞান (ভূগোল) অধ্যায় 8 – পৃথিৱীৰ ভূগোল সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA
দশম শ্ৰেণী সমাজ বিজ্ঞান (ভূগোল) অধ্যায় 8 – পৃথিৱীৰ ভূগোল সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ভূগোল খণ্ডৰ অধ্যায় 8 ‘পৃথিৱীৰ ভূগোল’ এক অতি গুৰুত্বপূৰ্ণ পাঠ। এইটো সমাজ বিজ্ঞানৰ নতুন সংস্কৰণ (New Version of Social Science) যিটো আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰম (According to New Syllabus of 2026-27 By ASSEB/SEBA) আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
এই পাঠটিত পৃথিৱীৰ উপৰিভাগৰ বিতৰণ, মহাদেশসমূহ (এচিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া, এন্টাৰ্কটিকা) আৰু মহাসাগৰসমূহৰ ভৌগোলিক অৱস্থান, প্ৰাকৃতিক বৈশিষ্ট্য আৰু গুৰুত্বৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে পৃথিৱীৰ ভৌগোলিক গাঁথনি আৰু মানচিত্ৰৰ জ্ঞান থকাটো অতি প্ৰয়োজনীয়। আমাৰ এই ‘OSPIN QUESTION BANK’ ত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।
এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- পৃথিৱীৰ মহাদেশ আৰু মহাসাগৰসমূহৰ ভৌগোলিক অৱস্থান আৰু সিহঁতৰ প্ৰাকৃতিক বৈশিষ্ট্যৰ বিস্তৃত আলোচনা।
- 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ (যেনে- এচিয়া মহাদেশৰ প্ৰাকৃতিক বিভাগ, মহাসাগৰৰ গুৰুত্ব) সহজ তথা মান্য সমাধান।
- মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:
- HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্ট (2026-27 New Syllabus) ৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
- পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
- 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
- পৃথিৱীৰ ভূগোলৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Social Science (সমাজ বিজ্ঞান) Question Bank ASSEB HSLC 2027 | New Syllabus Complete Solutions PDF
পৃথিৱীৰ ভূগোল
HSLC PYQs (2024-2026): গুৰুত্বপূৰ্ণ বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)
1. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা : {2026}
(A) কোলোৰাড’ – মৰুভূমি সদৃশ অঞ্চল
(A) (i) – (B), (ii) – (C), (iii) – (D), (iv) – (A)
(B) (i) – (C), (ii) – (D), (iii) – (B), (iv) – (A)
(C) (i) – (D), (ii) – (A), (iii) – (C), (iv) – (B)
(D) (i) – (C), (ii) – (A), (iii) – (B), (iv) – (D)
2. তলত দিয়া তালিকাখনৰ খালী ঠাইবোৰ পূৰ কৰিবলৈ শুদ্ধ বিকল্পটো বাছি উলিওৱা : {2026}
(A) (i) বাগদাদ (ii) ইউৰোপ (iii) মাদাগাস্কাৰ (iv) কেনবেৰা
(B) (i) কেনবেৰা (ii) ইউৰোপ (iii) বাগদাদ (iv) মাদাগাস্কাৰ
(C) (i) মাদাগাস্কাৰ (ii) ইউৰোপ (iii) কেনবেৰা (iv) বাগদাদ
(D) (i) ইউৰোপ (ii) বাগদাদ (iii) কেনবেৰা (iv) মাদাগাস্কাৰ
Answer: A
3. ভাৰত মহাসাগৰ সম্পর্কে তলৰ কোনটো বিকল্প শুদ্ধ ? {2026}
(i) ই এছিয়া মহাদেশৰ দক্ষিণত, আফ্রিকা মহাদেশৰ পূবত আৰু ওছেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত।
(ii) ইয়াৰ বিস্তৃতি প্রশান্ত মহাসাগৰৰ আধাতকৈ কিছু কম।
(iii) ইয়াৰ আকৃতি ইংৰাজী ‘G’ আখৰটোৰ দৰে।
(A) কেৱল (i) আৰু (iii)
(B) কেৱল (iii)
(C) কেৱল (ii)
(D) কেৱল (i) আৰু (ii)
Answer: D
4. আঞ্জাৰালেণ্ড হৈছে – {2026}
(A) পেঞ্জিয়াৰ উত্তৰ অংশ
(B) পেঞ্জিয়াৰ দক্ষিণ অংশ
(C) পান্থালাছাৰ উত্তৰ অংশ
(D) পান্থালাছাৰ দক্ষিণ অংশ
Answer: A
5. দক্ষিণ আমেৰিকা মহাদেশৰ ক্ষেত্ৰত তলত দিয়া কোনটো নদীসমূহৰ গোট শুদ্ধ ? {2026}
(A) অৰিনিক’, পাৰাণা, পাৰাগুৱে
(B) উৰুগুৱে, আৰাকানছাছ, কোলোৰাড’
(C) আমাজন, অৰিনিক’, মিচৌৰী
(D) পাৰাণা, পাৰাগুৱে, অ’ৰেঞ্জ
Answer: A
6. উত্তৰ গোলাৰ্ধৰ বিষয়ে তলৰ কোনকেইটা উক্তি শুদ্ধ? {2025}
(i) ৬৭% মাটি এই অঞ্চলৰ অন্তৰ্গত।
(ii) পৃথিবীৰ মুঠ জনসংখ্যাৰ ৯০% এই অঞ্চলত বাস কৰে।
(iii) ৫৭% মাটি এই অঞ্চলৰ অন্তৰ্গত।
(iv) পৃথিবীৰ মুঠ জনসংখ্যাৰ ৪০% এই অঞ্চলত বাস কৰে।
(A) (i), (ii)
(B) (ii), (iii)
(C) (i), (iv)
(D) (iii), (iv)
Answer: A
7. তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা মহাসাগৰখন চিনাক্ত কৰা: {2025}
(i) এই মহাসাগৰখনে পৃথিবীৰ প্ৰায় এক-তৃতীয়াংশ ঠাই আগুৰি আছে।
(ii) এই মহাসাগৰখনৰ গড় গভীৰতা প্রায় ৫০০০ মিটাৰ।
(iii) সামুদ্রিক খাতসমূহৰ ভিতৰত গভীৰতম মেৰিয়ানা
খাতকে ধৰি এলিউছিয়ান, কিউবাইল, ফিলিপাইন, টোংগা, পেৰু-চিলি আদি খাত বিশেষভাৱে উল্লেখযোগ্য।
(A) ভাৰত মহাসাগৰ
(B) প্রশান্ত মহাসাগৰ
(C) আটলান্টিক মহাসাগৰ
(D) উত্তৰ মহাসাগৰ
Answer: B
8. তলত দুটা উক্তি দিয়া হৈছে, এটাক দাবী (A) হিচাপে আৰু আনটোক কাৰণ (R) হিচাপে চিহ্নিত কৰি উক্তিকেইটা বিচাৰ কৰা আৰু আটাইতকৈ উপযুক্ত উত্তৰটো বাছি উলিওৱা। {2025}
দাবী (A): উপকূলৱৰ্তী ঠেক সমতল ভূমিৰ বাহিৰে আফ্রিকা মহাদেশৰ বেছি অংশই এখন বৃহৎ মালভূমি, এইখন মহাদেশত সুউচ্চ পর্বতশ্রেণী নাই।
কাৰণ (R): পূব প্রান্তত থকা কিলিমান্জাৰো শৃংগই আফ্রিকা মহাদেশৰ উচ্চতম ঠাই।
(A) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) সত্য, (R) অসত্য।
(C) (A) অসত্য, (R) সত্য।
(D) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)ৰ এক শুদ্ধ ব্যাখ্যা নহয়।
Answer: D
9. তলত দিয়া মহাসাগৰৰ তলিভাগৰ ভূ-প্রকৃতিসমূহ বর্ধিত গভীৰতাৰ ক্ৰমত সজোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। {2025}
(A) গভীৰ সমুদ্র খাত → সামুদ্রিক শৈলসিৰা → সমুদ্রতলীয় দ্রোণী → গভীৰ সমুদ্রতল → মহীঢাল → মহীসোপান
(B) মহীসোপান → মহীঢাল → গভীৰ সমুদ্রতল → সমুদ্রতলীয় দ্রোণী সামুদ্রিক শৈলসিৰা → গভীৰ সমুদ্র খাত
(C) মহীঢাল → মহীসোপান → সমুদ্রতলীয় দ্রোণী →গভীৰ সমুদ্রতল → গভীৰ সমুদ্র খাত → সামুদ্রিক শৈলসিৰা
(D) মহীসোপান → মহীঢাল → গভীৰ সমুদ্রতল → সামুদ্রিক শৈলসিৰা → গভীৰ সমুদ্র খাত → সমুদ্রতলীয়দ্রোণী
Answer: B
10. তলৰ কোনটো যোৰ শুদ্ধভাৱে মিলি আছে? {2025}
(A) দক্ষিণ আমেৰিকা : চাহাৰা মৰুভূমি
(B) আটলান্টিক মহাসাগৰ : মেৰিয়ানা খাত
(C) এছিয়া: বেৰিং প্রণালী
(D) উত্তৰ আমেৰিকা : ডেথ ভেলী
Answer: D
11. মাটিকালি হিচাপত কোনখন পৃথিৱীৰ বৃহত্তম দেশ ? {2024}
(A) অস্ট্রেলিয়া
(B) কানাডা
(C) ৰাছিয়া
(D) চীন
Answer: C
12. এছিয়া আৰু আফ্রিকা মহাদেশক কোনকন সাগৰে পৃথক কৰিছে? {2024}
(A) ভূমধ্যসাগৰ
(B) লোহিত সাগৰ
(C) কাস্পিয়ান সাগৰ
(D) আৰৱ সাগৰ
Answer: B
13. ‘কাইৰো’ কোনখন দেশৰ ৰাজধানী? {2024}
(A) ইজৰাইলৰ
(B) জাপানৰ
(C) ইজিপ্তৰ
(d) ইউক্রেইনৰ
Answer: C
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26)ৰ গুৰুত্বপূৰ্ণ বহুবিকল্পীয়(MCQs) প্ৰশ্নোত্তৰ (MCQs)
1. গড় গভীৰতা অনুসৰি মহাসাগৰ কেইখনক অধঃক্ৰমত সজোৱা হৈছে। শুদ্ধ বিকল্পটো লিখা । {Bajali}
(A) প্রশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, দক্ষিণ মহাসাগৰ, উত্তৰ মহাসাগৰ।
(B) প্রশান্ত মহাসাগৰ, দক্ষিণ মহাসাগৰ, ভাৰত মহাসাগৰ, আটলান্টিক মহাসাগৰ, উত্তৰ মহাসাগৰ।
(C) প্রশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ, আটলান্টিক মহাসাগৰ, দক্ষিণ মহাসাগৰ।
(D) ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, উত্তৰ মহাসাগৰ, আটলান্টিক মহাসাগৰ, দক্ষিণ মহাসাগৰ।
Answer: A
2. পৃথিৱীৰ আটাইতকৈ ওখ স্থানত অৱস্থিত ‘টিটিকাকা’ হ্ৰদটো ক’ত অৱস্থিত? {Bajali}
(A) হিমালয়ত
(B) উত্তৰ আমেৰিকা
(C) আফ্রিকা
(D) দক্ষিণ আমেৰিকা
Answer: D
3. তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ যোৰটো বাছি উলিওৱা: {Bajali}
(A) দক্ষিণ আমেৰিকা: ভেটিকান চিটি
(B) ইউৰোপ: এণ্ডিছ
(C) উত্তৰ আমেৰিকা: মৃত উপত্যকা
(D) আফ্রিকা: কিলিমাঞ্জাৰো
(A) A আৰু B শুদ্ধ
(B) B আৰু C শুদ্ধ
(C) A আৰু D শুদ্ধ
(D) Cআৰু D শুদ্ধ
Answer: D
4. পৃথিবীৰ মুঠ মাটিকালি- {Baksa}
(A) 510 নিযুত বর্গ কিঃমিঃ
(B) 410 নিযুত বর্গ কিঃমিঃ
(C) 549 নিযুত বর্গ কিঃমিঃ
(D) 449 নিযুত বর্গ কিঃমিঃ
Answer: A
5. ইউৰোপ আৰু আফ্রিকা মহাদেশৰ মাজৰ সীমা নির্ধাৰণ কৰিছে- {Baksa}
(A) ভূমধ্য সাগৰে
(B) লোহিত সাগৰে
(C) পানামা খালে
(D) ইউৰাল পর্বতমালাই
Answer: A
11. প্রথম অংশৰ লগত ‘দ্বিতীয় অংশ’ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওবাঃ {Baksa}
প্রথম অংশ
(A) আটলান্টিক মহাসাগৰ
(B) প্রশান্ত মহাসাগৰ
(C) উত্তৰ মহাসাগৰ
(D) ভাৰত মহাসাগৰ
দ্বিতীয় অংশ
(i) গড় গভীৰতা 4,000 মিটাৰ
(ii) বেছিভাগ সময় ডাঠবৰফেৰে ঢাক খাই থাকে।
(iii) ফকলেণ্ড
(iv) মেৰিয়ানা খাত
(A) (A)-(ii), (B)-(i); (C)-(iv);(D)-(iii)
(B) (A)-(iii):(B)-(iv), (C)-(ii):(D)-(i)
(C) (A)-(iii);(B)-(i):(C)-(iv);(D)-(i)
(D) (A)-(iv):(B)-(iii):(C)-(ii);(D)-(i)
Answer: B
6. এজন মানুহে যদি জলপথেৰে ইউৰোপ মহাদেশৰ পৰা আফ্রিকা মহাদেশলৈ যাব বিচাৰে, তেন্তে তেওঁ কোনটো সাগৰ অতিক্ৰম কৰিব লাগিব? {Barpeta}
(A) লোহিত সাগৰ
(B) আৰৱ সাগৰ
(C) কাস্পিয়ান সাগৰ
(D) ভূমধ্য সাগৰ
Answer: D
7. তলৰ কোনটো সাগৰ বিশ্বৰ আন মহাসাগৰৰ সৈতে সংযোগ হৈ থকা নাই- {Barpeta}
(A) লোহিত সাগৰ
(B) আৰল সাগৰ
(C) পূৱ চীন সাগৰ
(D) কৃষ্ণ সাগৰ
Answer: B
8. তলৰ কোনটো যোৰা শুদ্ধভাৱে মিলি আছে? {Barpeta}
(A) লেবানন: মেনিলা
(B) মৰ’ক্কো: বেইৰুট
(C) অস্ট্রেলিয়াঃ মেলবর্ণ
(D) ইজৰাইল: জেৰুজালেম
Answer: D
9. আটলান্টিক মহাসাগৰৰ বিষয়ে তলৰ কোনকেইটা উক্তি শুদ্ধ? {Barpeta}
(i) ই পৃথিৱীৰ দ্বিতীয় বৃহৎ মহাসাগৰ
(ii) ইয়াৰ বিস্তৃতি পৃথিৱীৰ মাটিকালিৰ প্ৰায় এক চতুর্থাংশ আৰু প্রশান্ত মহাসাগৰৰ প্ৰায় আধা
(iii) আটলান্টিক মহাসাগৰৰ আকৃতি ইংৰাজী ‘S’ আখৰটোৰ দৰে
(iv) ই উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, আফ্রিকা আৰু ইউৰোপ মহাদেশৰ মাজত অৱস্থিত
(A) i, ii, iii
(B) ii, iii, iv
(C) i, iii, iv
(D) i, ii, iv
Answer: D
10. তলৰ দেশসমূহৰ ভিতৰত কোনকেইখন দেশ আৰৱ সাগৰৰ পাৰত অৱস্থিত ? {Barpeta}
(i) ইৰাণ
(ii) ওমান
(iii) পাকিস্থান
(iv) ইজৰাইল
(v) ছোমালিয়া
(A) i, ii, iii, iv
(B) ii, iii, iv, v
(C) i, ii, iii, v
(D) i, ii, iii, iv, v
Answer: C
11. তলৰ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা – {Biswanath}
‘ক’ অংশ
(a) ইউৰোপ আৰু আফ্ৰিকা
(b) এছিয়া আৰু আফ্ৰিকা
(c) ইউৰোপ আৰু এছিয়া
(d) উত্তৰ আমেৰিকা আৰু দক্ষিণ আফ্ৰিকা
‘খ’ অংশ
(i) পানামা
(ii) ইউৰাইল পৰ্বতমালা
(iii) ভূমধ্য সাগৰ
(iv) লোহিত সাগৰ
(A) a (iv), b (ii), c (i), d (iii)
(B) a (iii), b (iv), c (ii), d (i)
(C) a (ii), b (iv), c (iii), d (i)
(D) a (i), b (iv), c (i), d (iii)
Answer: B
12. তলৰ প্ৰশ্নটোৰ দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। {Biswanath}
দাবী (A) : পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গড উইন অষ্টিন এছিয়া মহাদেশত অৱস্থিত।
কাৰণ (R): ই হিমালয় পৰ্বতমালাৰ অন্তৰ্গত।
(A) (A) শুদ্ধ (R) অশুদ্ধ
(B) (A) অশুদ্ধ (R) শুদ্ধ
(C) (A) আৰু (R) দুয়োটা শুদ্ধ
(D) (A) আৰু (R) দুয়োটা অশুদ্ধ
Answer: A
13. তলত দিয়া মহাদেশবোৰৰ লগত নদীবোৰ মিলোৱা – {Biswanath}
মহাদেশ
(a) আফ্ৰিকা
(b) ইউৰোপ
(c) উত্তৰ আমেৰিকা
(d) দক্ষিণ আমেৰিকা
নদী
(i) মিচৌৰী মিচিচিপি
(ii) আমাজন, পাৰানা
(iii) নীল, অৰেঞ্জ
(iv) এলব্ৰ’, ৰোন
(A) a (i) b (iii) c (iv) d (ii)
(B) a (iii) b (ii) c (iv) d (i)
(C) a (iii) b (iv) c (i) d (ii)
(D) a (iii) b (i) c (ii) d (iv)
Answer: C
14. তলত দিয়া মহাসাগৰ কেইখন সৰুৰ পৰা ডাঙৰলৈ সজোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা – {Bongaigaon}
(A) আটলান্টিক মহাসাগৰ → ভাৰত মহাসাগৰ → প্রশান্ত মহাসাগৰ → দক্ষিণ মহাসাগৰ → উত্তৰ মহাসাগৰ।
(B) দক্ষিণ মহাসাগৰ → ভাৰত মহাসাগৰ → আটলান্টিক মহাসাগৰ → প্রশান্ত মহাসাগৰ → উত্তৰ মহাসাগৰ।
(C) ভাৰত মহাসাগৰ → দক্ষিণ মহাসাগৰ → আটলান্টিক মহাসাগৰ → উত্তৰ মহাসাগৰ → প্রশান্ত মহাসাগৰ।
(D) উত্তৰ মহাসাগৰ → দক্ষিণ মহাসাগৰ → ভাৰত মহাসাগৰ → আটলান্টিক মহাসাগৰ → প্রশান্ত মহাসাগৰ।
Answer: D
15. মৰুভূমিৰ বৈশিষ্ট সমূহ হ’ল – {Bongaigaon}
(i) পৰিৱেশ সেমেকা।
(ii) বৰষুণৰ পৰিমান কম।
(iii) গছ-গছনি কম।
(iv) বাষ্পীভৱন কম।
(A) (i) আৰু (ii) শুদ্ধ
(B) (ii) আৰু (iii) শুদ্ধ
(C) (iii) আৰু (iv) শুদ্ধ
(D) (i) আৰু (iv) শুদ্ধ
Answer: B
16. প্রাকৃতিকভাৱে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰি ৰাখিছে {Bongaigaon}
(A) কাৰাকোৰাম পৰ্বতমালা আৰু কৃষ্ণ সাগৰে।
(B) হিমালয় পর্বতমালা আৰু আমুৰ নদীয়ে।
(C) উৰাল পর্বতমালা আৰু উৰাল নদীয়ে।
(D) ৰকি পৰ্বতমালা আৰু লেনা নদীয়ে।
Answer: C
17. টেথিছ সাগৰৰ উত্তৰ আৰু দক্ষিণত থকা মহাদেশীয় ভূখণ্ডৰ নাম হ’ল – {Bongaigaon}
(i) পেঞ্জিয়া
(ii) আঙ্গাৰালেণ্ড
(iii) গণ্ডোৱানালেণ্ড
(iv) পান্থালেছা
(A) (i), (ii)
(B) (ii), (iii)
(C) (ii), (iv)
(D) (iii), (iv)
Answer: B
18. ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত? {Bongaigaon}
(A) উত্তৰ আমেৰিকা
(B) দক্ষিণ আমেৰিকা
(C) আফ্রিকা
(D) এছিয়া
Answer: B
19. ইউরোপ ও আফ্রিকা: ভূমধ্য সাগর: উত্তর আমেরিকা ও দক্ষিণ আমেরিকা ______ {Cachar}
(A) পানাম খাল
(B) বেরীং প্রণালী
(C) বাল্টিক সাগর
(D) ইউরাল পর্বত শ্রেণী
Answer: A
20. এটি ওসেনিয়া মহাদেশের মূল ভূ-খণ্ড। তার সাথে এটি একটি প্রাচীন মালভূমির পূর্বে থাকা উচ্চভূমি অঞ্চলের তুলনা ইউরোপের আল্পসের সাথে করা হয়। কিসের বর্ণনা করা হয়েছে? {Cachar}
(A) সুমাত্রা
(B) জাভা
(C) অস্ট্রেলিয়া
(D) সেলেবিচ
Answer: C
21. বাক্যগুলো পড়ো এবং সেইমত উত্তর দাও। {Cachar}
বাক্য ১ : প্রশান্ত মহাসাগর এশিয়া এবং ইউরোপ মহাদেশ দিয়ে বেষ্ঠিত।
বাক্য ২ : পৃথিবীর উচ্চতম স্থান ইকুয়েডর, দক্ষিণ আমেরিকায় যেখানে টিটিকাকা হ্রদ অবস্থিত।
(A) বাক্য ১ এবং ২ উভয়ে সত্য।
(B) বাক্য ১ এবং ২ উভয়ে ভুল।
(C) বাক্য ১ শুদ্ধ কিন্তু বাক্য ২ ভুল।
(D) বাক্য ১ অশুদ্ধ কিন্তু বাক্য ২ শুদ্ধ।
Answer: B
22. পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ উত্তৰ গোলার্ধত বাস কৰে- {Darrang}
(A) 70%
(B) 90%
(C) 50%
(D) 80%
Answer: B
23. উত্তৰ আমেৰিকাৰ “Death Valley” মহাদেশখনৰ আটাইতকৈ নিম্নস্থান যাৰ গভীৰতা সাগৰ পৃষ্ঠৰ পৰা – {Darrang}
(A) 68 মিটাৰ
(B) 86 মিটাৰ
(C) 85 মিটাৰ
(D) 65 মিটাৰ
Answer: B
24. তলত দিয়া দেশ আৰু ৰাজধানীৰ নাম মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা: {Darrang}
(a) চীন
(b) ডেনমার্ক
(c) ব্রাজিল
(d) ইটালী
(e) ভাৰতবৰ্ষ
i) কপেনহেগেন
ii) নতুন দিল্লী
iii) ৰোম
iv) বেইজিং
v) ব্রাছিলিয়া
(A) (a) – (iv), (b) – (i), (c) – (v), (d) – (iii)
(B) (b) – (ii), (a) – (i), (c) – (iii), (d) – (iv)
(C) (c) – (iii), (b) – (ii), (c) – (iv), (d) – (i)
(D) (d) – (iii), (c) – (i), (d) – (i), (a) – (iv)
Answer: A
25. তলত দিয়াবোৰ মিলোৱা {Dhubri}
(a) ব্রাজিল (i) এছিয়া
(b) জাপান (ii) ওচেনিয়া
(c) আমেৰিকা যুক্তৰাষ্ট্র (iii) উত্তৰ আমেৰিকা
(d) নিউজিলেও (iv) দক্ষিণ আমেৰিকা
(A) (a-iv) (b-ii) (c-iii) (d-i)
(B) (a-iii) (b-i) (c-iv) (d-ii)
(C) (a-ii) (b-i) (c-iii) (d-iv)
(D) (a-iv) (b-i) (c-iii) (d-ii)
Answer: D
26. এন্টার্কটিকা মহাদেশৰ চাৰিওফালে আগুৰি থকা মহাসাগৰখনৰ নাম হ’ল – {Dhubri}
(A) প্রশান্ত মহাসাগৰ
(B) আটলান্টিক মহাসাগৰ
(C) ভাৰত মহাসাগৰ
(D) দক্ষিণ মহাসাগৰ
Answer: D
27. বিষুৰ ৰেখা প্রায় সোঁমাজেদি পাৰ হৈ যোৱা মহাদেশখন হ’ল – {Dhubri}
(A) এচিয়া
(B) আফ্রিকা
(C) ইউৰোপ
(D) ওচেনিয়া
Answer: B
28. তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ- {Goalpara}
(A) ভাৰতবৰ্ষ- ঢাকা
(B) জাপান- কাবুল
(C) ভূটান – থিম্মু
(D) ইৰাক- তেহৰাণ
Answer: C
29. ‘মহাদেশ’ৰ তলৰ বৈশিষ্টসমূহ বিবেচনা কৰা আৰু শুদ্ধ বিকল্পটো বাছনি কৰাঃ- {Goalpara}
(i) ই পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ।
(ii) বিষুৱ ৰেখাই মহাদেশখনক দুভাগত বিভক্ত কৰিছে।
(iii) এই মহাদেশত মুঠতে 53 খন দেখ আছে।
(A) এছিয়া মহাদেশ
(B) ইউৰোপ মহাদেশ
(C) আফ্রিকা মহাদেশ
(D) উত্তৰ আমেৰিকা
Answer: C
30. 2015 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিবীৰ মুঠ জনসংখ্যা হ’ল- {Goalpara}
(A) 530 কোটি
(B) 630 কোটি
(C) 730 কোটি
(D) 830 কোটি
Answer: C
31. নিম্নলিখিত বৈশিষ্ট্যসমূহৰ ওপৰত ভিত্তি কৰি মহাদেশখন চিনাক্ত কৰা: {Hailakandi}
1. মাটিকালিৰ ফালৰ পৰা ই দ্বিতীয় বৃহত্তম মহাদেশ
2. ই একমাত্ৰ মহাদেশ যাৰ মাজেৰে বিষুৱ ৰেখা, কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি ৰেখা পাৰ হৈ গৈছে
3. ইয়াত বিশ্বৰ বৃহত্তম উষ্ণ মৰুভূমি, ছাহাৰা অৱস্থিত
(A) এছিয়া
(B) আফ্ৰিকা
(C) দক্ষিণ আমেৰিকা
(D) অষ্ট্ৰেলিয়া
Answer: B
32. মহাসাগৰক তাৰ সংজ্ঞায়িত ভৌগোলিক বৈশিষ্ট্যৰ সৈতে মিলোৱা: {Hailakandi}
মহাসাগর
1. আটলান্টিক মহাসাগর
2. ভারত মহাসাগর
3. আর্কটিক মহাসাগর
4. দক্ষিণ মহাসাগর
বৈশিষ্ট্য
A) উত্তর মেরুকে কেন্দ্র করে অবস্থিত ক্ষুদ্রতম মহাসাগর
B) আকৃতির, যা ইউরোপ/আফ্রিকাকে আমেরিকা থেকে পৃথক করে
C) ত্রিকোণাকার আকৃতির, সম্পূর্ণরূপে দক্ষিণ গোলার্ধে অবস্থিত
D) মূলত উত্তর গোলার্ধে অবস্থিত
A) 1-B, 2-D, 3-А, 4-C
B) 1-A, 2-B, 3-C, 4-D
C) 1-D, 2-C, 3-А, 4-B
D) 1-C, 2-A, 3-D, 4-B
Answer: B
33. দেশবোৰক সিহঁতৰ নিজৰ ৰাজধানীৰ সৈতে মিলোৱা: {Hailakandi}
দেশ
1. জাপান
2. ভুটান
3. থাইল্যাণ্ড
4. ভিয়েতনাম
রাজধানী
a) থিম্পু
b) টোকিও
c) হ্যানয়
d) ব্যাংকক
(A) 1-A, 2-B, 3-C, 4-D
(B) 1-B, 2-A, 3-D, 4-C
(C) 1-B, 2-A, 3-C, 4-D
(D) 1-D, 2-C, 3-B, 4-1
Answer: B
34. তলৰ কোনবোৰ উক্তিয়ে পেঞ্জিয়াৰ বিভাজনৰ সঠিক বৰ্ণনা কৰে? {Jorhat}
i) পেঞ্জিয়া প্রথমে ল’ৰেছিয়া আৰু গণ্ডোৱানালেণ্ডত বিভক্ত হৈছিল।
ii) ল’ৰেছিয়াত দক্ষিণ আমেৰিকা, আফ্রিকা আৰু ভাৰত অন্তর্ভুক্ত আছিল।
iii) গণ্ডোৱানালেণ্ডত আফ্রিকা, দক্ষিণ আমেৰিকা আৰু অস্ট্রেলিয়া অন্তর্ভূক্ত আছিল।
iv) ভাৰত এসময়ত গণ্ডোৱানালেণ্ডৰ অংশ আছিল।
(A) i, ii, iii
(B) i, iii, iv
(C) ii, iii, iv
(D) ii, iv
Answer: B
35. সাগৰ-মহাসাগৰৰ তলিভাগৰ বৈশিষ্ট্যসমূহ সঠিক ক্ৰমত উপকূলৰ পৰা গভীৰ সাগৰৰ তলিলৈকে সজোৱা। {Jorhat}
i) সমুদ্রতলীয় দ্রোণী
ii) মহীঢাল
iii) গভীৰ সমূদ্রখাত
iv) মহীসোপান
(A) i- iii- iv- ii
(B) ii-iv-iii-i
(C) iv-ji-i-iii
(D) iv-iii-ii-i
Answer: C
36. তলৰ তালিকাখনৰ পৰা সঠিক বিবৃতিসতমূহ চিনাক্ত কৰা। {Jorhat}
|
বৈশিষ্ট্য |
আটলান্টিক মহাসাগৰ |
প্ৰশান্ত মহাসাগৰ |
|
শৈলসিৰা আকৃতি টেকটনিক গতি |
মধ্য আটলান্টিক শৈলসিৰা S- আকৃতিৰ মধ্যম |
পূৱ প্ৰশান্ত উত্থান বহল আৰু ত্ৰিভূজ উচ্চ |
a) পূৱ প্রশান্ত উত্থান আটলান্টিক মহাসাগৰত অৱস্থিত।
b) প্রশান্ত মহাসাগৰত আটলান্টিক মহাসাগৰতকৈ অধিক টেকটনিক কার্যকলাপ দেখা যায়।
c) আটলান্টিক মহাসাগৰত মধ্য-আটলান্টিক শৈলসিৰা অৱস্থিত।
d) প্রশান্ত মহাসাগৰত এটা সংকীর্ণ S-আকৃতিৰ অৱবাহিকা আছে।
(A) c, d
(B) b,c
(C) а, с
(D) a, b, d
Answer: B
37. উক্তি (A): চাহাৰ মৰুভূমি বিশ্বৰ আটাইতকৈ ডাঙৰ উষ্ণ মৰুভূমি। {Jorhat}
যুক্তি (R): ইয়াত বৰষুণ অতি কম হয় আৰু উত্তাপ অত্যাধিক।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য কিন্তু (R) অসত্য
(D) (A) অসত্য কিন্তু (R) সত্য
Answer: A
38. তলৰ কোনখন নদী ব্যৱস্থা অষ্ট্ৰেলিয়াৰ আটাইতকৈ ডাঙৰ নদী ব্যৱস্থা যিয়ে এক বৃহৎ সমতলভূমিৰ সৃষ্টি কৰিছে? {Jorhat}
(A) মূৰে আৰু ডার্লিং
(B) ভিক্টোৰিয়া
(C) বেলিয়াণ্ডো
(D) আমাজান্য
Answer: A
39. তলৰ ছবিখনত প্রশ্নবোধক চিহ্ন দিয়া মহাদেশখনক চিনাক্ত কৰা। ? {Kamrup M}
(A) এছিয়া
(B) দক্ষিণ আমেৰিকা
(C) আফ্রিকা
(D) ইউৰোপ
Answer: C
40. মেৰিয়ানা খাতৰ গভীৰতা হ’ল- {Kamrup M}
(A) ১১,০১২ মিটাৰ
(B) ১১,০১১ মিটাৰ
(C) ১১,০২২ মিটাৰ
(D) ১১,০২১ মিটাৰ
Answer: C
41. তলৰ চিত্ৰখনত A আৰু B বুলি চিহ্নিত কৰা উপকূলীয় অঞ্চল দুটাক চিনাক্ত কৰা। {Kamrup M}
(A) কৰমণ্ডল উপকূল আৰু মালাবাৰ উপকূল
(B) কুমাৰিকা অন্তৰীপ আৰু আন্দামান দ্বীপপুঞ্জ
(C) বংগোপসাগৰ আৰু লাক্ষাদ্বীপ
(D) মালাবাৰ আৰু বংগোপসাগৰ
Answer: A
42. প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত প্ৰধান দ্বীপসমূহ হ’ল {Kamrup M}
(A) কেনেৰি, ফ’কলেণ্ড, আইচলেণ্ড
(B) জাপান, টাইৱান, নিউজিলেণ্ড
(C) মালদ্বীপ, মৰিচাছ, মাডাগাস্কাৰ
(D) বৃটিছ দ্বীপপুঞ্জ, শ্রীলংকা, চিচিলিজে
Answer: B
43. তলৰ দেশসমূহক ইয়াৰ উপযুক্ত জনসংখ্যাৰ লগত সঠিকভাৱে মিলোৱা- {Kamrup M}
দেশ
(1) ভেটিকান চিটি
(2) ভাৰত
(3) চীন
(4) ভুটান
জনসংখ্যা
(i) 131,40,97,616
(ii) 7,57,000
(iii) 800
(iv) 137,19,20,000
(A) 1-(iii), 2-(i), 3-(iv), 4-(ii)
(B) 1-(i), 2-(iv), 3-(ii), 4-(iii)
(C) 1-(iv), 2-(i), 3-(ii), 4-(iii)
(D) 1-(iii), 2-(iv), 3-(i), 4-(ii)
Answer: A
44. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। {Kamrup R}
মহাদেশ
I) এছিয়া–আফ্রিকা
II) এছিয়া–ইউৰোপ
III) ইউৰোপ–আফ্রিকা
IV) উত্তৰ আমেৰিকা–দক্ষিণ আমেৰিকা
সীমা
a) ভূমধ্য সাগৰ
b) লোহিত সাগৰ
c) পানামা খাল
d) ইউৰাল পৰ্বতমালা
(A) I-b, II-c, III-d, IV-a
(B) I-d, II-c, III-b, IV-a
(C) I-a, II-b, III-c, IV-d
(D) I-b, II-d, III-a, IV-c
Answer: D
45. প্রশান্ত মহাসাগৰক আটাইতকৈ ডাঙৰ বুলি গণ্য কৰাৰ সর্বোৎকৃষ্ট ব্যাখ্যা কোনটো উক্তিয়ে আগবঢ়াইছে? {Kamrup R}
(A) ইয়াত আটাইতকৈ গভীৰ খাত আছে
(B) ই যিকোনো সাগৰৰ ভিতৰতে সৰ্বাধিক পৃষ্ঠভাগ সামৰি লয়।
(C) ইয়াত সর্বাধিক দ্বীপ আছে
(D) ই সর্বাধিক মহাদেশক সংযোগ কৰে
Answer: B
46. তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা মহাদেশখন চিনাক্ত কৰা। {Kamrup R}
i) এই মহাদেশ পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় ২০% আৱৰি আছে।
ii) বিষুৱ ৰেখাই মহাদেশখনক দুভাগত বিভক্ত কৰিছে।
iii) পৃথিৱীৰ বৃহত্তম নদী, নীল নদী এই মহাদেশৰ মাজেৰে বৈ গৈছে
(A) এছিয়া
(B) ইউৰোপ
(C) আফ্রিকা
(D) ওছেনিয়া
Answer: C
47. কানাডাৰ ৰাজধানী— {Kamrup R}
(A) হাভানা
(B) অট্টাৱা
(C) নাছাও
(D) ৰাছু
Answer: B
48. ভাৰতৰ মাটিকালি প্রায়- {Kokrajhar}
(A) 32,87,263 বর্গ কি.মি.
(B) 34,87,263 বর্গ কি.মি.
(C) 32,67,263 বর্গ কি.মি.
(D) 42,87,263 বর্গ কি.মি.
Answer: A
49 . ইণ্ডোনেছিয়া ত আছে- {Kokrajhar}
(A) উত্তৰ মহাসাগৰ।
(B) ভাৰত মহাসাগৰ।
(C) প্রশান্ত মহাসাগৰ।
(D) আটলান্টিক মহাসাগৰ।
Answer: C
50. তিব্বত মালভূমিটো আছে- {Kokrajhar}
(A) এছিয়া মহাদেশ।
(B) দক্ষিণ আমেৰিকা মহাদেশ।
(C) আফ্রিকা মহাদেশ।
(D) ইউৰোপ মহাদেশ।
Answer: A
51. ফকলেও দ্বীপ কোন মহাসাগৰত অৱস্থিত- {Kokrajhar}
(A) আটলান্টিক মহাসাগৰ।
(B) উত্তৰ মহাসাগৰ।
(C) প্রশান্ত মহাসাগৰ।
(D) ভাৰত মহাসাগৰ।
Answer: A
52. ব্রাজিলৰ ৰাজধানী কি? {Kokrajhar}
(A) অ’ ডি জেনেইবো।
(B) সাও পাওলো।
(C) ব্রাজিলিয়া।
(D) লিমা।
Answer: C
53. 2014 চনৰ অনুমান অনুসৰি বিশ্ৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ কোনখন? {Kokrajhar}
(A) ওচেনিয়া।
(B) দক্ষিণ আমেৰিকা।
(C) আফ্রিকা।
(D) উত্তৰ আমেৰিকা
Answer: A
54. ইকুৱেটৰ কোনখন মহাদেশত অবস্থিত? {Kokrajhar}
(A) উত্তৰ আমেৰিকা।
(B) দক্ষিণ আমেৰিকা।
(C) আফ্রিকা।
(D) এছিয়া।
Answer: b/c/d
55. পৃথিৱীৰ উচ্চতম শৃংগসমূহৰ স্থান সমুহ ক্রম সজোৱা- {Lakhimpur}
a) মাউন্ট এভাৰেষ্ট
b) লহোৎসে
c) গডউইন অষ্টিন
d) কাঞ্চনজংঘা
(i) প্ৰথম
(ii) দ্বিতীয়
(iii) তৃতীয়
(iv) চতুৰ্থ
Options:
(A) a-i, b-ii, c-iii, d-iv
(B) a-iv, b-iii, c-ii, d-i
(C) a-i, b-iv, c-ii, d-iii
(D) a-iii, b-ii, c-i, d-iv
Answer: C
56. অষ্ট্ৰেলিয়াৰ ৰাজধানীখনৰ নাম – {Lakhimpur}
(A) বেইজিং
(B) টকিঅ’
(C) পেৰিচ
(D) কেনবেৰা
Answer: D
57. ইউৰোপ আৰু আফ্রিকা মহাদেশৰ সীমা নির্ণয় কৰিছে- {Lakhimpur}
(A) ভূমধ্য সাগৰ
(B) লোহিত সাগৰ
(C) ইউৰাল পর্বত শ্রেণী
(D) পানামা খাল
Answer: A
58. ‘বোগোটা’ কোনখন দেশৰ ৰাজধানী- {Majuli}
(A) কলোম্বিয়াৰ
(B) জামাইকাৰ
(C) ইজিপ্তৰ
(D) ইউক্রেইনৰ
Answer: A
59. ইটালীৰ অন্তর্গত এখন নদীৰ নাম হ’ল- {Majuli}
(A) বোণ
(B) ডন
(C) পো
(D) থেমচ
Answer: C
60. এছিয়া আৰু আফ্রিকা মহাদেশৰ সীমা নির্ধাৰণ কৰিছে – {Majuli}
(A) ভূমধ্য সাগৰে
(B) লোহিত সাগৰে
(C) কাস্পিয়ান সাগৰে
(D) আৰব সাগৰে
Answer: B
61. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা: {Majuli}
‘ক’ অংশ
A) প্রশান্ত মহাসাগৰ
B) আটলান্টিক মহাসাগৰ
C) উত্তৰ মহাসাগৰ
D) ভাৰত মহাসাগৰ
‘খ’ অংশ
i) 4000 মিটাৰ
ii) 3500 মিটাৰ
iii) 5000 মিটাৰ
iv) 3000 মিটাৰ
(A) A(iii), B(iv), C(ii) D(i)
(B) A(iii), B(i), C(iv), D(ii)
(C) A(iv), B(ii), C(iii) D(i)
(D) A(i) B(iii), C(ii), D(iv)
Answer: A
62. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা : {Morigaon}
i. শ্রী লংকা
ii. ইংলেণ্ড
iii. নাইজাৰ
iv. কানাডা
(A) ইউৰোপ
(B) এছিয়া
(C) উত্তৰ আমেৰিকা
(D) আফ্রিকা
(A) (i)→(b), (ii)→(a), (iii)→(d), (iv)→(c)
(B) (i)→(a), (ii)→(b), (iii)→(c), (iv)→(d)
(C) (i)→(a), (ii)→(b), (iii)→(d), (iv)→(c)
(D) (i)→(b), (ii)→(a), (iii)→(c), (iv)→(d)
Answer: A
63. কোনকেইখন মহাসাগৰ পৃথিৱীৰ দুয়োটা গোলার্ধলৈ বিস্তৃত {Morigaon}
(A) প্রশান্ত মহাসাগৰ, দক্ষিণ মহাসাগৰ, আটলান্টিক মহাসাগৰ
(B) প্রশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ
(C) আটলান্টিক মহাসাগৰ, উত্তৰ মহাসাগৰ, ভাৰত মহাসাগৰ
(D) ভাৰত মহাসাগৰ, দক্ষিণ মহাসাগৰ, উত্তৰ মহাসাগৰ
Answer: B
64. তলৰ বৈশিষ্ট্যসমূহ পঢ়া আৰু মহাদেশখন চিনাক্ত কৰা। {Morigaon}
i. ইয়াত পোন প্ৰথমে মানুহ বসবাস কৰা বুলি কোৱা হয়।
ii. মুঠ মাটিকালিৰ ২০% এই মহাদেশে আৱৰি আছে।
iii. বিষুৱৰেখা এই মহাদেশখনৰ সোঁমাজেৰে অংকিত হৈছে।
(A) ইউৰোপ
(B) আফ্রিকা
(C) এছিয়া
(D) উত্তৰ আমেৰিকা
Answer: B
65. কোনখন মহাদেশ এছিয়া মহাদেশতকৈ সৰু আৰু উত্তৰ আমেৰিকা মহাদেশতকৈ ডাঙৰ? {Nagaon}
(A) দক্ষিণ আমেৰিকা
(B) আফ্রিকা
(C) ইউৰোপ
(D) ওছেনিয়া
Answer: B
66. টেথিছ সাগৰৰ উত্তৰ আৰু দক্ষিণত থকা মহাদেশীয় ভূ-খণ্ডৰ নাম হ’ল- {Nagaon}
i) পেঞ্জিয়া
ii) আঙ্গাকলেও
iii) গণ্ডোৱানালেও
iv) পান্থালাছা
(A) (i) (ii)
(B) (ii) (iv)
(C) (ii) (iii)
(D) (iii) (v)
Answer: C
67. দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত এণ্ডিজ পৰ্বতমালাৰ উচ্চতম শৃংগটিৰ নাম কি? {Nagaon}
(A) একানকাগুৱা
(B) কাঞ্চনজংঘা
(C) গালান
(D) চেৰো বনেইট
Answer: A
68. ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত? {Nagaon}
(A) উত্তৰ আমেৰিকা
(B) দক্ষিণ আমেৰিকা
(C) আফ্রিকা
(D) এছিয়া
Answer: B
69. পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত সকলোতকৈ বৃহৎ হ্রদটোৰ নাম কি? {Nagaon}
(A) টিটিকাকাও
(B) এলবার্ট
(C) এডবার্ড
(D) ভিক্ট’ৰিয়া
Answer: A
70. পৃথিৱীৰ কিমান শতাংশ লোক দক্ষিণ গোলার্ধত বাস কৰে? {Nalbari}
(A) ১০ শতাংশ
(B) ৭০ শতাংশ
(C) ৯০ শতাংশ
(D) ৫০ শতাংশ
Answer: A
71. তলত দিয়া দেশসমূহ ৰাজধানীৰ লগত মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওবা- {Nalbari}
(A) a → ii, b → iv, c → i, d → iii
(B) a → i, b → iii, c → ii, d → iv
(C) a → iv, b → ii, c → i, d → ii
(D) a → iii, b → i, c → iv, d → ii
Answer: A
72. মাটিকালি অনুসৰি মহাদেশসমূহৰ অধঃক্রমটো হ’ল {Nalbari}
(A) এছিয়→ আফ্রিকা→ ইউৰোপ→ ওছেনিয়া
(B) আফ্রিকা →এছিয়া →ইউৰোপ →ওছেনিয়া
(C) এছিয়া→ ইউৰোপ→ আফ্রিকা→ ওছেনিয়া
(D) ওছেনিয়া →ইউৰোপ→ আফ্রিকা→ এছিয়া
Answer: A
73. প্রশান্ত মহাসাগৰ সন্দর্ভত তলৰ উক্তিবোৰ বিবেচনা কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা- {Nalbari}
উক্তি-I : সামুদ্রিক খাত সমূহৰ ভিতৰত প্রশান্ত মহাসাগৰৰ তলিত থকা মেৰিয়ানা খাত পৃথিৱীৰ গভীৰতম খাত।
উক্তি-II : প্রশান্ত মহাসাগৰৰ গড় গভীৰতা প্রায় ৪০০০ মিটাৰ।
(A) I শুদ্ধ, II অশুদ্ধ
(B) I অশুদ্ধ, II শুদ্ধ
(C) উভয়ে শুদ্ধ
(D) উভয়ে অশুড
Answer: C
74. ওলৰ কোনটো উক্তিয়ে মহাদেশীয় বিস্থাপন সূত্রটো সঠিককৈ বর্ণনা কৰিছে- {Nalbari}
(i) পৃথিবীৰ স্থলমণ্ডল একত্রিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল।
(ii) স্থলমণ্ডলৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা বোলা হৈছিল।
(iii) টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক পূবা-পশ্চিমাকৈ দুটা ভাগত বিভক্ত কৰিছিল।
(iv) গন্ডোয়ানালেও বিভাজিত হৈ গ্রীণলেও আৰু উত্তৰ আমেৰিকাৰ সৃষ্টি হৈছিল।
(A) i, ii
(B) i, iii
(C) ii, iv
(D) i, iii, iv
Answer: D
75. (a) আৰু (r) ৰ ৰূপত দিয়া তথ্যখিনিৰ ভিত্তিত, শুদ্ধ বিকল্পটো বাছি উলিওৱা- {Nalbari}
উক্তি (a) : জলমণ্ডলৰ বৃহৎ অংশ দক্ষিণ গোলার্ধত অবস্থিত।
যুক্তি (r) : উত্তৰ গোলার্ধৰ তুলনাত দক্ষিণ গোলার্ধত সাগৰীয় অঞ্চল তুলনামূলকভাবে বেছি আৰু মাটি কম।
(A) (a) টো শুদ্ধ, (r) টো অশুদ্ধ।
(B) (a) টো অশুদ্ধ, (r) টো শুদ্ধ।
(C) (a) আৰু (r) উভয়ে শুদ্ধ আৰু (r) টো (a) ৰ শুদ্ধ বর্ণনা হয়।
(D) (a) আৰু (r) উভয়ে শুদ্ধ, কিন্তু (r) টো (a) ৰ শুদ্ধ বর্ণনা নহয়।
Answer: C
76. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা: {Sibsagar}
‘ক’ অংশ
(a) আফ্রিকা
(b) ইউৰোপ
(c) এছিয়া
(d) উত্তৰ আমেৰিকা
‘খ’ অংশ
(i) বৈকাল
(ii) ছুপেৰিওৰ
(iii) ভিক্টোৰিয়া
(iv) ওনেগা
(A) a – i, b – ii, c – iii, d – iv
(B) a – ii, b – i, c – iv, d – iii
(C) a – iii, b – iv, c – i, d – ii
(D) a – iv, b – iii, c – ii, d – i
Answer: C
77. মহাসাগৰৰ গভীৰতা অনুসৰি শুদ্ধ ক্ৰমত সজোৱা- {Sibsagar}
(A) আটলান্টিক – প্রশান্ত – ভাৰত মহাসাগৰ – উত্তৰ মহাসাগৰ
(B) প্রশান্ত – আটলান্টিক – ভাৰত মহাসাগৰ – উত্তৰ মহাসাগৰ
(C) ভাৰত মহাসাগৰ – উত্তৰ মহাসাগৰ – প্ৰশান্ত – আটলান্টিক
(D) উত্তৰ মহাসাগৰ – প্ৰশান্ত – আটলান্টিক – ভাৰত মহাসাগৰ
Answer: B
78. শুদ্ধ উত্তৰ বাছি উলিওৱা: {Sibsagar}
A: এছিয়া বিশ্বৰ আটাইতকৈ জনবহুল মহাদেশ।
B: ইউৰোপৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আফ্রিকাতকৈ বেছি।
(A) A শুদ্ধ B অশুদ্ধ
(B) A অশুদ্ধ B শুদ্ধ
(C) A আৰু B শুদ্ধ
(D) A আৰু B অশুদ্ধ
Answer: A
79. তলৰ তালিকাখন অধ্যয়ন কৰা আৰু প্ৰশ্নটোৰ উত্তৰ দিয়া। {Sibsagar}
|
মহাদেশ |
মাটিকালি (লাখ বৰ্গ কিঃমিঃ) |
জনসংখ্যা (কোটি) |
|
এছিয়া |
44.5 |
4.7 |
|
আফ্রিকা |
30.3 |
1.4 |
|
ইউৰোপ |
10.2 |
0.7 |
|
দক্ষিণ আমেৰিকা |
17.8 |
0.4 |
কোনখন মহাদেশত জনসংখ্যাৰ ঘনত্ব সর্বাধিক?
(A) আফ্রিকা
(B) এছিয়া
(C) ইউৰোপ
(D) দক্ষিণ আমেৰিকা
Answer: B
80. তলৰ কোনকেইখন দেশ দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত? {Sibsagar}
(a) কোষ্টাৰিকা
(b) ড’মিনিকা
(c) কলোম্বিয়া
(d) ভেনেজুৱেলা
(A) a আৰু b
(B) c আৰু d
(C) a আৰু d
(D) d, b আৰু c
Answer: B
81 .কোনখন সাগৰে এছিয়া আৰু আফ্রিকা মহাদেশক পৃথক কৰিছে? {Sonitpur}
(A) ভূমধ্য সাগৰে
(B) লোহিত সাগৰে
(C) কাস্পিয়ান সাগৰে
(D) আৰৱ সাগৰে
Answer: B
82. প্রশান্ত মহাসাগৰৰ গভীৰতম খাত “মেৰিয়ানা খাত” ৰ গভীৰতা কিমান ? {Sonitpur}
(A) 11,000 মিটাৰ
(B) 11,002 মিটাৰ
(C) 11,022 মিটাৰ
(D) 11,032 মিটাৰ
Answer: C
83. ভূমধ্যসাগর কোন দুই মহাদেশের মাঝখানে অবস্থিত? {Sribhumi}
(A) এশিয়া ও আমেরিকা।
(B) ইউরোপ ও আফ্রিকা।
(C) আফ্রিকা ও অস্ট্রেলিয়া।
(D) এশিয়া ও ইউরোপ।
Answer: B
84. কোন্ মহাদেশ ইউরোপ মহাদেশের পূর্ব প্রান্তে অবস্থিত? {Sribhumi}
(A) এশিয়া
(B) উত্তর আমেরিকা
(C) আফ্রিকা
(D) এন্টার্কটিকা
Answer: A
85. পৃথিবীর দ্বিতীয় বৃহত্তম মহাসাগর – {Sribhumi}
(A) প্রশান্ত মহাসাগর
(B) ভারত মহাসাগর
(C) উত্তর মহাসাগর
(D) আটলান্টিক মহাসাগর
Answer: D
86. রাশিয়ার রাজধানী হল – {Sribhumi}
(A) মস্কট
(B) মস্কো
(C) বেইরুট
(D) ব্যাঙ্কক
Answer: B
87. তলৰ কোনটো যোৰ শুদ্ধভাৱে মিলি আছে? {Salmara}
(A) এছিয়া: ৫৩
(B) আফ্রিকা: ৫১
(C) উত্তৰ আমেৰিকা : ২৩
(D) দক্ষিণ আমেৰিকা : ১৪
Answer: C
88. তলত দিয়া মহাসাগৰ সমূহৰ সৰ্ববৃহৎ পৰা ক্ষুদ্রতম লৈ কোনটো ক্রম শুদ্ধ? {Salmara}
(A) আটলান্টিক মহাসাগৰ → ভাৰত মহাসাগৰ → দক্ষিণ মহাসাগৰ → উত্তৰ মহাসাগৰ
(B) উত্তৰ মহাসাগৰ → দক্ষিণ মহাসাগৰ → ভাৰত মহাসাগৰ → আটলান্টিক মহাসাগৰ
(C) আটলান্টিক মহাসাগৰ → দক্ষিণ মহাসাগৰ → ভাৰত মহাসাগৰ → উত্তৰ মহাসাগৰ
(D) ভাৰত মহাসাগৰ → আটলান্টিক মহাসাগৰ → দক্ষিণ মহাসাগৰ → উত্তৰ মহাসাগৰ
Answer: A
89. এছিয়া আৰু আফ্রিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? {Salmara}
(A) ভূমধ্য সাগৰ
(B) লোহিত সাগৰ
(C) কাস্পিয়ান সাগৰ
(D) ইউৰাল পৰ্বত মালা
Answer: B
90. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ {Salmara}
দেশ
i. ইন্দোনেছিয়া
ii. আফগানিস্তান
iii. চীন
iv. ভুটান
ৰাজধানী
(A) কাবুল
(B) থিম্ফ
(C) জাকার্টা
(D) বেইজিং
(A) i-c, ii-a, iii-b, iv-d
(B) i-c, ii-b, iii-d, iv-a
(C) i-c, ii-d, iii-a, iv-b
(D) i-c, ii-a, iii-d, iv-b
Answer: D
91. তলত উল্লেখ কৰা বৈশিষ্ট্য সমূহৰ পৰা মহাদেশ খন চিনাক্ত কৰা- {Salmara}
i. মহাদেশখনৰ মুঠ মাটিকালি প্রায় ৮ নিযুত বর্গ কিঃ মিঃ ।
ii. পৃথিৱীৰ ষষ্ঠ বৃহত্তম দেশ এই মহাদেশখনত আছে।
iii. ২০১৪ বৰ্ষৰ অনুমানিক তথ্য অনুসৰি এই মহাদেশৰ মুঠ জনসংখ্যা হল প্রায় ৩৮ নিযুত।
(A) ইউৰোপ
(B) দক্ষিণ আমেৰিকা
(C) ও ছেনিয়া
(D) উত্তৰ আমেৰিকা
Answer: C
92. ওছেনিয়া মহাদেশে স্থলভাগৰ কিমান শতাংশ মাটি আগুৰি আছে- {Tamulpur}
(A) 5.4 শতাংশ
(B) 11.9 শতাংশ
(C) 16.3 শতাংশ
(D) 5.2 শতাংশ
Answer: A
93. তলৰ তালিকাত দেশ আৰু ৰাজধানীৰ নাম দিয়া আছে, মিলোৱা- {Tamulpur}
দেশৰ নাম
(a) কটৰ
(b) জেক ৰাষ্ট্ৰ
(c) লিচটেনষ্টেইন
(d) ছামোৱা
ৰাজধানী
(i) ভাডুজ
(ii) এপিয়া
(iii) দোহা
(iv) প্রাগ
(A) a(ii), b(iii), c(iv), d(i)
(B) a(iii), b(i), c(iv), d(ii)
(C) a(iv) b(ii), c(iii), d(i)
(D) a(iii), b(iv), c(i), d(ii)
Answer: D
94. ডেথভেলী উত্তৰ আমেৰিকা মহাদেশৰ সকলোতকৈ নিম্ন ঠাই। ই সাগৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ তলত- {Tamulpur}
(A) 72 মিটাৰ
(B) 76 মিটাৰ
(C) 86 মিটাৰ
(D) 82 মিটাৰ
Answer: C
95. তলত দিয়া ‘ক’ অংশৰ দেশৰ সৈতে ‘খ’ অংশৰ ৰাজধানী সমূহ চিনাক্ত কৰাঃ {Udalguri}
‘ক’ অংশ
(i) বাংলাদেশ
(ii) ভূটান
(iii) চীন
(iv) শ্রীলংকা
‘খ’ অংশ
(a) বেইজিং
(b) ঢাকা
(c) কলম্বো
(d) থিম্মু
Options:
(A) i-b, ii-d, iii-a, iv-c
(B) i-c, ii-a, iii-a, iv-c
(C) i-d, ii-c, iii-b, iv-a
(D) i-d, ii-a, iii-c, iv-b
Answer: A
96. সমুদ্র খাতসমূহৰ ভিতৰত মেৰিয়ানা বা চেলেঞ্জাৰ খাত হৈছে পৃথিৱীৰ গভীৰতম খাত। এই খাত তলৰ কোনখন মহাসাগৰৰ অন্তর্গত? {Udalguri}
(A) আটলান্টিক মহাসাগৰ
(B) প্রশান্ত মহাসাগৰ
(C) ভাৰত মহাসাগৰ
(D) দক্ষিণ মহাসাগৰ
Answer: B
97. ‘কালাহাৰী মৰুভূমি’ তলৰ কোনখন মহাদেশৰ অন্তৰ্গত? {Udalguri}
(A) এছিয়া
(B) আফ্রিকা
(C) ইউৰোপ
(D) ওছেনিয়া
Answer: B
98. মহাদেশ আৰু মহাসাগৰ সমূহৰ বিতৰণ সম্পর্কে উক্তি (i) আৰু উক্তি (ii) বিবেচনা কৰা আৰু তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। {Udalguri}
(i) পেলিঅ’জয়িক কল্পৰ পৰ্মিয়ান যুগত পৃথিৱীখনৰ স্থলভাগ একত্রিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলভাগ আগুৰি আছিল।
(ii) মেছ’জয়িক কল্পৰ প্ৰায় ২৫০ নিযুত বছৰ পূৰ্বে ভূ-ফলক জনিত ক্রিয়াৰ দ্বাৰা মহাদেশীয় সঞ্চাৰণৰ ফলত মহাসাগৰ সমূহৰ সৃষ্টি হৈছিল।
(A) (i) আৰু (ii) উভয় সত্য
(B) (i) সত্য আৰু (ii) অসত্য
(C) (i) অসত্য আৰু (ii) সত্য
(D) (i) আৰু (ii) উভয়ে অসত্য
Answer: A
HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)
1. পৃথিৱীৰ উপৰিভাগৰ মুঠ মাটিকালি প্ৰায় কিমান?
(A) ৩১০ নিযুত বৰ্গ কিলোমিটাৰ
(B) ৪১০ নিযুত বৰ্গ কিলোমিটাৰ
(C) ৫১০ নিযুত বৰ্গ কিলোমিটাৰ
(D) ৬১০ নিযুত বৰ্গ কিলোমিটাৰ
Answer: C
2. আলফ্ৰেড ৱেগেনাৰৰ মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি, প্ৰাচীন কালত পৃথিৱীৰ সকলোবোৰ মহাদেশ লগ লাগি থকা বিশাল ভূ-খণ্ডটোক কি বোলা হৈছিল?
(A) লৰেছিয়া
(B) গণ্ডোৱানালেণ্ড
(C) পান্থালাছা
(D) পেঞ্জিয়া
Answer: D
3. পৃথিৱীৰ আটাইতকৈ গভীৰ সামুদ্ৰিক খাত ‘মেৰিয়ানা খাত’ কোনখন মহাসাগৰত অৱস্থিত?
(A) প্ৰশান্ত মহাসাগৰ
(B) আটলান্টিক মহাসাগৰ
(C) ভাৰত মহাসাগৰ
(D) উত্তৰ মহাসাগৰ
Answer: A
4. এচিয়া মহাদেশ আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কোনে পৃথক কৰিছে?
(A) হিমালয় পৰ্বত আৰু গংগা নদীয়ে
(B) আল্পছ পৰ্বত আৰু ৰাইন নদীয়ে
(C) ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে
(D) এণ্ডিজ পৰ্বতমালা আৰু আমাজান নদীয়ে
Answer: C
5. মাটিকালিৰ ভিত্তিত পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন?
(A) এচিয়া
(B) উত্তৰ আমেৰিকা
(C) ইউৰোপ
(D) আফ্ৰিকা
Answer: D
6. পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতশ্ৰেণী ‘এণ্ডিজ’ কোনখন মহাদেশত অৱস্থিত?
(A) এচিয়া
(B) উত্তৰ আমেৰিকা
(C) দক্ষিণ আমেৰিকা
(D) ইউৰোপ
Answer: C
7. ইংৰাজী ‘S’ আখৰৰ দৰে আকৃতিৰ মহাসাগৰখনৰ নাম কি?
(A) প্ৰশান্ত মহাসাগৰ
(B) আটলান্টিক মহাসাগৰ
(C) ভাৰত মহাসাগৰ
(D) দক্ষিণ মহাসাগৰ
Answer: B
8. পৃথিৱীৰ বৃহত্তম মৰুভূমি ‘ছাহাৰা’ কোনখন মহাদেশত অৱস্থিত?
(A) আফ্ৰিকা
(B) এচিয়া
(C) অষ্ট্ৰেলিয়া
(D) দক্ষিণ আমেৰিকা
Answer: A
9. উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশক কোনখন খালে সংযোগ কৰিছে?
(A) চুৱেজ খাল
(B) পানামা খাল
(C) কীল খাল
(D) গ্ৰেণ্ড খাল
Answer: B
10. আফ্ৰিকা মহাদেশৰ আটাইতকৈ ওখ পৰ্বতশৃংগটোৰ নাম কি?
(A) মাউণ্ট এভাৰেষ্ট
(B) মাউণ্ট মেকিনলে
(C) কিলিমাঞ্জাৰো
(D) এলব্ৰাছ
Answer: C
11. পৃথিৱীৰ বৃহত্তম নদী দ্বীপ ‘মাজুলী’ কোন মহাদেশত অৱস্থিত?
(A) আফ্ৰিকা
(B) এচিয়া
(C) ইউৰোপ
(D) ওচেনিয়া
Answer: B
12. তলৰ কোনখন সাগৰ এচিয়া মহাদেশৰ পূব দিশত অৱস্থিত নহয়?
(A) বেৰিং সাগৰ
(B) আৰৱ সাগৰ
(C) জাপান সাগৰ
(D) ওখটস্ক সাগৰ
Answer: B
13. ‘ডাউন্ছ’ (Downs) নামৰ প্ৰশস্ত তৃণভূমি অঞ্চল কোনখন মহাদেশত পোৱা যায়?
(A) উত্তৰ আমেৰিকা
(B) দক্ষিণ আমেৰিকা
(C) ওচেনিয়া (অষ্ট্ৰেলিয়া)
(D) ইউৰোপ
Answer: C
14. পৃথিৱীৰ মুঠ জলভাগৰ প্ৰায় কিমান শতাংশ পানী প্ৰশান্ত মহাসাগৰত আছে?
(A) ২৫.৫%
(B) ৩৫.৫%
(C) ৪৫.৫%
(D) ৫৫.৫%
Answer: C
15. তলৰ কোনখন ইউৰোপ মহাদেশৰ এখন প্ৰধান নদী?
(A) হোৱাংহো
(B) মিচিচিপি
(C) ভল্গা
(D) আমাজান
Answer: C
16. ‘মৃত্যু উপত্যকা’ (Death Valley) কোনখন মহাদেশত অৱস্থিত?
(A) উত্তৰ আমেৰিকা
(B) আফ্ৰিকা
(C) এচিয়া
(D) এন্টাৰ্কটিকা
Answer: A
17. পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰখনৰ নাম কি?
(A) ভাৰত মহাসাগৰ
(B) উত্তৰ মহাসাগৰ
(C) দক্ষিণ মহাসাগৰ
(D) আটলান্টিক মহাসাগৰ
Answer: B
18. নিউজিলেণ্ড কোনখন মহাদেশৰ অন্তৰ্গত?
(A) এচিয়া
(B) আফ্ৰিকা
(C) ওচেনিয়া
(D) ইউৰোপ
Answer: C
19. তলৰ কোনখন দেশ এচিয়া আৰু ইউৰোপ দুয়োখন মহাদেশতে বিস্তৃত হৈ আছে?
(A) ভাৰত
(B) ৰাছিয়া
(C) চীন
(D) জাৰ্মানী
Answer: B
20. দক্ষিণ আমেৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি?
(A) আৰ্জেন্টিনা
(B) কলম্বিয়া
(C) চিলি
(D) ব্ৰাজিল
Answer: D
21. ‘ৰবিয়া আল খালি’ মৰুভূমিখন ক’ত অৱস্থিত?
(A) আৰৱ উপদ্বীপত
(B) অষ্ট্ৰেলিয়াত
(C) আফ্ৰিকাত
(D) চীনত
Answer: A
22. শ্ৰীলংকা দেশখন ভাৰত মহাসাগৰৰ কোনটো দিশত অৱস্থিত?
(A) উত্তৰ অংশত
(B) দক্ষিণ অংশত
(C) পূব অংশত
(D) পশ্চিম অংশত
Answer: A
23. পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বতশৃংগ ‘K2’ বা গডউইন অষ্টিন কোনখন পৰ্বতশ্ৰেণীত অৱস্থিত?
(A) হিমালয়
(B) কাৰাকোৰাম
(C) আল্পছ
(D) এণ্ডিজ
Answer: B
24. বৰফমুক্ত অৱস্থাত এন্টাৰ্কটিকা মহাদেশৰ আকৃতি দেখিবলৈ কেনেকুৱা?
(A) ঘূৰণীয়া
(B) ত্ৰিভুজাকাৰ
(C) হাঁহৰ ঠেং বা পখিলাৰ দৰে
(D) চতুৰ্ভুজাকাৰ
Answer: C
25. এচিয়া মহাদেশৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি?
(A) গংগা
(B) হোৱাংহো
(C) ইয়াংজে
(D) মেকং
Answer: C
26. ক অংশৰ লগত খ অংশ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা:
ক অংশ (পৰ্বতমালা)
(a) আল্পছ
(b) ৰকি
(c) হিমালয়
খ অংশ (মহাদেশ)
(i) উত্তৰ আমেৰিকা
(ii) এচিয়া
(iii) ইউৰোপ
(A) (a)-ii, (b)-iii, (c)-i
(B) (a)-i, (b)-ii, (c)-iii
(C) (a)-iii, (b)-i, (c)-ii
(D) (a)-iii, (b)-ii, (c)-i
Answer: C
27. তলত দিয়া উক্তিসমূহ বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছনি কৰা:
(i) পৃথিৱীৰ মুঠ জলভাগৰ প্ৰায় ৯৭% পানী মহাসাগৰসমূহত আছে।
(ii) মহাসাগৰৰ পানী মানুহৰ খোৱাৰ উপযোগী।
(iii) পৃথিৱীৰ স্থলভাগৰ বেছি অংশ দক্ষিণ গোলাৰ্ধত অৱস্থিত।
(A) কেৱল (i) শুদ্ধ
(B) কেৱল (ii) আৰু (iii) শুদ্ধ
(C) কেৱল (i) আৰু (iii) শুদ্ধ
(D) আটাইকেইটা শুদ্ধ
Answer: A
28. ক অংশৰ লগত খ অংশ মিলোৱা:
ক অংশ (নদী)
(a) আমাজান
(b) নীল
(c) মাৰে-ডাৰ্লিং
খ অংশ (মহাদেশ)
(i) আফ্ৰিকা
(ii) ওচেনিয়া
(iii) দক্ষিণ আমেৰিকা
(A) (a)-ii, (b)-i, (c)-iii
(B) (a)-iii, (b)-i, (c)-ii
(C) (a)-i, (b)-ii, (c)-iii
(D) (a)-iii, (b)-ii, (c)-i
Answer: B
29. উত্তৰ গোলাৰ্ধৰ বিষয়ে তলৰ কোনকেইটা উক্তি শুদ্ধ?
(i) পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় ৬৭% এই গোলাৰ্ধত অৱস্থিত।
(ii) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০% এই গোলাৰ্ধত বাস কৰে।
(iii) এই গোলাৰ্ধক ‘জল গোলাৰ্ধ’ বুলি কোৱা হয়।
(A) কেৱল (i) আৰু (ii)
(B) কেৱল (ii) আৰু (iii)
(C) কেৱল (i) আৰু (iii)
(D) আটাইকেইটা শুদ্ধ
Answer: A
30. মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি, ‘পেঞ্জিয়া’ৰ উত্তৰ অংশটোক কি বুলি কোৱা হৈছিল য’ত বৰ্তমানৰ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এচিয়া মহাদেশ আছিল?
(A) গণ্ডোৱানালেণ্ড
(B) লৰেছিয়া (অংগাৰালেণ্ড)
(C) টেথিছ
(D) ইউৰেছিয়া
Answer: B
31. ক অংশৰ লগত খ অংশ মিলোৱা:
ক অংশ (মৰুভূমি)
(a) কালাহাৰী
(b) গোবি
(c) আটাকামা
খ অংশ (মহাদেশ)
(i) এচিয়া
(ii) দক্ষিণ আমেৰিকা
(iii) আফ্ৰিকা
(A) (a)-iii, (b)-ii, (c)-i
(B) (a)-i, (b)-iii, (c)-ii
(C) (a)-iii, (b)-i, (c)-ii
(D) (a)-ii, (b)-i, (c)-iii
Answer: C
32. তলৰ কোনখন দেশ আৰু ৰাজধানীৰ যোৰা অশুদ্ধ?
(A) জাপান – টকিঅ’
(B) চীন – বেইজিং
(C) ইৰাণ – বাগদাদ
(D) শ্ৰীলংকা – কলম্বো
Answer: C
33. আটলান্টিক মহাসাগৰৰ ভূ-প্ৰাকৃতিক বৈশিষ্ট্য সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ নহয়?
(A) এই মহাসাগৰখনৰ মাজভাগত উত্তৰৰ পৰা দক্ষিণলৈ ‘মধ্য আটলান্টিক শৈলশিৰা’ অৱস্থিত।
(B) ইয়াৰ গভীৰতা প্ৰশান্ত মহাসাগৰতকৈ বেছি।
(C) এই মহাসাগৰখনৰ আকৃতি ইংৰাজী ‘S’ আখৰটোৰ দৰে।
(D) পুৱেৰ্ট’ৰিকো খাত এই মহাসাগৰৰ গভীৰতম খাত।
Answer: B
34. পৃথিৱীৰ মহাসাগৰসমূহক মাটিকালিৰ ভিত্তিত ডাঙৰৰ পৰা সৰুলৈ ক্ৰমানুসাৰে সজোৱা:
(i) ভাৰত মহাসাগৰ
(ii) প্ৰশান্ত মহাসাগৰ
(iii) আটলান্টিক মহাসাগৰ
(iv) উত্তৰ মহাসাগৰ
(A) (ii) → (iii) → (i) → (iv)
(B) (ii) → (i) → (iii) → (iv)
(C) (iii) → (ii) → (i) → (iv)
(D) (ii) → (iii) → (iv) → (i)
Answer: A
35. আফ্ৰিকা মহাদেশক কোন দুখন সাগৰে ইউৰোপ আৰু এচিয়াৰ পৰা পৃথক কৰিছে?
(A) আৰৱ সাগৰ আৰু লোহিত সাগৰ
(B) ভূমধ্য সাগৰ আৰু লোহিত সাগৰ
(C) কাস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰ
(D) ভূমধ্য সাগৰ আৰু কাস্পিয়ান সাগৰ
Answer: B
36. তলৰ কোনখন হ্ৰদ উত্তৰ আমেৰিকা মহাদেশৰ ‘পঞ্চ হ্ৰদ’ৰ অন্তৰ্গত নহয়?
(A) চুপিৰিয়ৰ
(B) মিচিগান
(C) বৈকাল
(D) হুৰণ
Answer: C
37. ক অংশৰ লগত খ অংশ মিলোৱা:
ক অংশ (দেশ)
(a) ইজিপ্ট
(b) ব্ৰাজিল
(c) কানাডা
খ অংশ (ৰাজধানী)
(i) অটৱা
(ii) কাইৰো
(iii) ব্ৰাচিলিয়া
(A) (a)-ii, (b)-iii, (c)-i
(B) (a)-iii, (b)-ii, (c)-i
(C) (a)-i, (b)-iii, (c)-ii
(D) (a)-ii, (b)-i, (c)-iii
Answer: A
38. ‘টেথিছ’ সাগৰৰ অৱস্থান ক’ত আছিল বুলি আলফ্ৰেড ৱেগেনাৰে উল্লেখ কৰিছিল?
(A) লৰেছিয়া আৰু গণ্ডোৱানালেণ্ডৰ মাজত
(B) উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত
(C) পেঞ্জিয়াৰ চাৰিওফালে
(D) আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত
Answer: A
39. তলৰ কোনখন দেশ এচিয়া মহাদেশৰ অন্তৰ্গত নহয়?
(A) ইণ্ডোনেছিয়া
(B) মালয়েছিয়া
(C) নাইজেৰিয়া
(D) মালদ্বীপ
Answer: C
40. পৃথিৱীৰ মেৰু অঞ্চলত অৱস্থিত দুখন মহাসাগৰৰ নাম কি?
(A) প্ৰশান্ত আৰু আটলান্টিক মহাসাগৰ
(B) উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ
(C) ভাৰত আৰু উত্তৰ মহাসাগৰ
(D) প্ৰশান্ত আৰু দক্ষিণ মহাসাগৰ
Answer: B
41. দাবী (A): দক্ষিণ গোলাৰ্ধক ‘জল গোলাৰ্ধ’ বুলি কোৱা হয়।
কাৰণ (R): দক্ষিণ গোলাৰ্ধৰ মুঠ মাটিকালিৰ প্ৰায় ৮১ শতাংশ পানীৰে আগুৰি আছে আৰু স্থলভাগৰ পৰিমাণ অতি কম।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
42. দাবী (A): এন্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: D
45. দাবী (A): ইউৰোপ মহাদেশৰ জনসংখ্যাৰ ঘনত্ব পৃথিৱীৰ অন্যান্য মহাদেশতকৈ তুলনামূলকভাৱে বেছি।
কাৰণ (R): ইউৰোপৰ জলবায়ু অনুকূল, যাতায়াত ব্যৱস্থা উন্নত আৰু ই ঔদ্যোগিকভাৱে পৃথিৱীৰ এখন আগশাৰীৰ মহাদেশ।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
46. দাবী (A): আটলান্টিক মহাসাগৰৰ উপকূলৰেখা অতিশয় ভগ্ন আৰু অসমান।
কাৰণ (R): এই ভগ্ন উপকূলৰেখাৰ বাবে আটলান্টিক মহাসাগৰৰ পাৰত পৃথিৱীৰ বহুতো উন্নত আৰু প্ৰাকৃতিক বন্দৰ (Ports) গঢ়ি উঠিছে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য。
Answer: B
47. দাবী (A): ওচেনিয়া মহাদেশখনক ‘দ্বীপ মহাদেশ’ বুলি কোৱা হয়।
কাৰণ (R): এই মহাদেশখন প্ৰধানকৈ অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, তাছমানিয়া আৰু প্ৰশান্ত মহাসাগৰৰ বুকুত সিঁচৰতি হৈ থকা অসংখ্য সৰু-বৰ দ্বীপেৰে গঠিত।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
48. দাবী (A): আফ্ৰিকা মহাদেশক ‘অন্ধকাৰ মহাদেশ’ বুলিও কোৱা হয়।
কাৰণ (R): আফ্ৰিকাৰ সৰ্বত্ৰতে কেৱল ক’লা ৰঙৰ মানুহে বাস কৰে আৰু তাত কেতিয়াও সূৰ্যৰ পোহৰ নপৰে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) সত্য, কিন্তু (R) অসত্য। (আচল কাৰণ হ’ল, ঊনবিংশ শতিকালৈকে এই মহাদেশৰ বিষয়ে বাহিৰৰ পৃথিৱীয়ে বিশেষ একো নাজানিছিল।)
Answer: D
49. দাবী (A): ভাৰত মহাসাগৰৰ উত্তৰ অংশটো আন মহাসাগৰৰ দৰে মুকলি নহয়।
কাৰণ (R): ভাৰত মহাসাগৰৰ উত্তৰ দিশত এচিয়া মহাদেশৰ বিশাল ভূ-খণ্ডই আৱৰি আছে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য。
Answer: A
50. দাবী (A): এচিয়া মহাদেশত পৃথিৱীৰ সৰ্বাধিক বৰষুণ হোৱা অঞ্চল অৱস্থিত।
কাৰণ (R): ভাৰতৰ মেঘালয় ৰাজ্যৰ মৌচিনৰাম অঞ্চলত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হয়।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
HSLC PYQs (2016-2026): 2/3 নম্বৰৰ গুৰুত্বপূৰ্ণ চমু প্ৰশ্নসমূহ
1. টেথিছ সাগৰৰ উত্তৰ আৰু দক্ষিণত থকা মহাদেশীয় ভূখণ্ডৰ নাম লিখা। {2022}
2. ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম লিখা। {2020}
3. উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বতশ্রেণীটোৰ নাম কি? ই মহাদেশখনৰ কোন অংশত অৱস্থিত? {2019}
4. পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত? {2018}
5. ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত দুখন ইউৰোপীয় দেশৰ নাম লিখা। {2018}
6. পৃথিৱীৰ বৃহত্তম মহাসাগৰ কি? এই মহাসাগৰখনৰ মুঠ কালি কিমান? {2017}
7. পৃথিৱীত সৰ্বমুঠ কিমানখন দেশ আছে? মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশ দুখনৰ নাম লিখা। {2017}
8. এচিয়া মহাদেশৰ জলবায়ু ভিন্ন হোৱাৰ কাৰকবোৰ আলোচনা কৰা। {2017}
9. ইউৰোপ মহাদেশৰ পাঁচখন দেশ আৰু ৰাজধানীসহনাম লিখা। {2017}
10. পামিৰ গ্ৰন্থিৰ পৰা পশ্চিম দিশে প্ৰসাৰিত হোৱা দুটা পৰ্বতমালাৰ নাম লিখা। {2016}
HSLC PYQs (2016-2025): 4/5 নম্বৰৰ গুৰুত্বপূৰ্ণ চমু প্ৰশ্নসমূহ
1. ভাৰত মহাসাগৰৰ ভৌগোলিক বৈশিষ্ট্যবোৰ আলোচনা কৰা। {2026}
2. তলৰ তালিকাখনত দিয়া বৈশিষ্ট্যবোৰৰ ভিত্তিত প্রশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰৰ তুলনা কৰা। তালিকাখন আঁকা আৰু তাত তোমাৰ উত্তৰসমূহ লিখাঃ {2025}
|
ক্র.নং |
বৈশিষ্ট্যবোৰ |
প্ৰশান্ত মহাসাগৰ |
আটলান্টিক মহাসাগৰ |
|
(i) |
অৱস্থিতি |
||
|
(ii) |
মাটি-কালি |
||
|
(iii) |
গড় গভীৰতা |
||
|
(iv) |
উল্লেখযোগ্য দ্বীপসমূহ (যিকোনো দুখন) |
||
|
মহাসাগৰখনৰ উল্লেখযোগ্য সাগৰসমূহ (যিকোনো দুখন) |
3. মহদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল, বৰ্ণনা কৰা। {2024}
5. এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা। {2024}
6. পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ কৰা। {2023}
7. এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ সংক্ষেপে আলোচনা কৰা। {2023}
8. পৃথিৱীত মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা। {2022}
9. মহাদেশীয় বিস্থাপন সূত্র চমুকৈ বৰ্ণনা কৰা। {2022}
10. এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা। {2020}
11. মহাসাগৰসমূহৰ বিতৰণ আৰু বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। {2020}
12. উত্তৰ আমেৰিকা মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। {2019}
13. পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা। {2019}
14. মহাদেশীয় বিস্থাপন বা সঞ্চাৰণৰ সূত্ৰটো চমুকৈ বৰ্ণনা কৰা। {2018}
15. এচিয়া মহাদেশৰ জলবায়ু ভিন্ন হোৱাৰ কাৰকবোৰ আলোচনা কৰা। {2016}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. মহাসাগরগুলোর জলপৃষ্ঠ এবং তলদেশ কী একই প্রকার? {Cachar}
2. তলৰ (A) স্তম্ভত মহাদেশসমূহৰ নাম আৰু (B) স্তম্ভত সীমা নিৰ্ধাৰণকাৰী প্ৰাকৃতিক উপাদানসমূহ দিয়া আছে; মিলাই লিখা {Darrang}
|
A (মহাদেশৰ নাম) |
B |
|
(a) উত্তৰ আমেৰিকা – দক্ষিণ আমেৰিকা (b) ইউৰোপ আৰু আফ্রিকা (c) এছিয়া আৰু আফ্রিকা (d) ইউৰোপ আৰু এছিয়া |
i) পানামা খাল ii) লোহিত খাল iii) ইউৰাইল পর্বতমালা iv) ভূমধ্য সাগৰ |
3. ওছেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশৰ দুটা পাৰ্থক্য লিখা। {Kamrup R}
4. এচিয়া মহাদেশৰ দুখন উত্তৰ দিশলৈ বৈ যোৱা নদীৰ নাম লিখা। {Lakhimpur}
5. এন্টার্কটিকা কিয় স্থায়ী মানৱ বসতি নথকা একমাত্র মহাদেশ? {Nalbari}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. এশিয়া বিবিধ প্রকারের ভূ-অবয়ব সমৃদ্ধ এক মহাদেশ। আলোচনা করো। {Cachar}
2. মাটিকালি অনুসৰি নিম্নলিখিত মহাদেশবোৰ ডাঙৰৰ পৰা সৰুলৈ সজোৱা:
আফ্ৰিকা, এছিয়া, ইউৰোপ, এণ্টাৰ্কটিকা। সম্পূৰ্ণৰূপে দক্ষিণ গোলৰ্ধত অৱস্থিত মহাদেশখন চিনাক্ত কৰা আৰু ইয়াত কিয় কোনো স্থায়ী মানৱ বসতি নাই লিখা। {Hailakandi}
3. নিম্নলিখিত তালিকাত প্ৰদত্ত বৈশিষ্ট্যসমূহৰ ওপৰত ভিত্তি কৰি, আফ্ৰিকা মহাদেশ আৰু ইউৰোপ মহাদেশৰ মাজত তুলনা কৰা। তালিকাখন আঁকা আৰু তাত যিকোনো তিনিটা উত্তৰ লিখা: {Hailakandi}
|
Sl. No. |
বৈশিষ্ট্য |
প্রশান্ত মহাসাগর |
আটলান্টিক মহাসাগর |
|
i) |
অবস্থান |
||
|
ii) |
জমির ফেল |
||
|
iii) |
গড় গভীরতা |
||
|
iv) |
প্রধান দ্বীপপুঞ্জ |
||
|
v) |
প্রধান সমুদ্রসমূহ |
4. পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহৰ জীৱনশৈলীৰ পাৰ্থক্য হোৱাৰ কাৰণসমূহ কি? {Kokrajhar}
5. বর্তমান পৃথিৱাত কিমানখন দেশ আছে? মাটিকালি হিচাপত পৃথিৱাৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশ দুখনৰ নাম লিখা। {Lakhimpur}
6. এছিয়া আকাৰৰ ফালৰ পৰা প্ৰায় ৪৩০ কোটিৰ জনসংখ্যাৰে আটাইতকৈ ডাঙৰ আৰু সৰ্বাধিক জনবসতিপূর্ণ মহাদেশ। ইয়াৰ ভৌগোলিক বৈচিত্র্য আছে যেনে পাহাৰ, মালভূমি, নদী উপত্যকা, দ্বীপ, মৰুভূমি, উপকুলীয় সমভূমি ইত্যাদি কিন্তু এছিয়াৰ সকলোবোৰ অঞ্চল সমানে বিকশিত নহয়। ওপৰৰ কথাখিনি নিজৰ দৃষ্টিভংগীৰ ভিত্তিত ব্যাখ্যা কৰা। {Morigaon}
7. পেঞ্জিয়া বিভাজিত হৈ কিদৰে বৰ্তমানৰ মহাদেশসমূহ সৃষ্টি হ’ল চমুকৈ বর্ণনা কৰা। {Nalbari}
8. পৃথিবীর স্থলমণ্ডল আর জলমণ্ডলের বিষয়ে সংক্ষেপে লেখো। {Sribhumi}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. এছিয়া মহাদেশৰ তিনিটা প্রাকৃতিক বৈশিষ্ট্য আলোচনা কৰা। এন্টৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয়? {Bongaigaon}
2. টীকা লেখো – মহাদেশীয় সঞ্চারণ সুত্র। {Cachar}
3. “এছিয়া বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ”- আন মহাদেশৰ লগত তুলনা কৰি তথ্যৰে ওপৰৰ বক্তব্যটো সমৰ্থন কৰিবলৈ দুটা প্ৰমাণ দিয়া। {Darrang}
4. পার্থক্য লিখা: {Jorhat}
a) মহীসোপান আৰু মহীঢাল
b) ওছেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশ
5. তলত দিয়া তথ্যবোৰৰ ভিত্তিত ইউৰোপ আৰু আফ্রিকা মহাদেশৰ এক তুলনা আগবঢ়োবা:- {Kokrajhar}
|
নং |
মহাদেশৰ নাম) |
মাটিকালি নিযুত বর্গ কি.মি. |
মুঠ স্থলমণ্ডল (%হিচাপত) |
|
1. |
এছিয়া মহাদেশ |
44.6 |
29.9 |
|
2. |
ইউৰোপ |
10.9 |
7.3 |
|
3. |
আফ্রিকা |
30.1 |
20.2 |
|
4. |
উত্তৰ আমেৰিকা |
24.3 |
16.3 |
|
5. |
দক্ষিণ আমেৰিকা |
17 .8 |
11.9 |
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 5 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. ‘মহাদেশীয় বিস্থাপন সূত্র’ অনুসৰি পৃথিৱীৰ আদি অৱস্থা কেনে আছিল লিখা। {Bajali}
2. ইউৰোপ মহাদেশৰ প্রাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। {Bajali}
3. এছিয়া মহাদেশৰ প্রাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা। {Baksa}
4. পৃথিবীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা। {Baksa}
5. তলৰ তালিকাখনত দিয়া বৈশিষ্ট্যবোৰৰ ভিত্তিত এছিয়া মহাদেশ আৰু ওচেনিয়া মহাদেশৰ তুলনা কৰা। তালিকাখন আঁকা আৰু তাত তোমাৰ উত্তৰসমূহ দিয়া। {Barpeta}
|
বৈশিষ্ট্যবোৰ |
এচিয়া মহাদেশ |
ওচেনিয়া মহাদেশ |
|
অৱস্থিতি |
||
|
মাটিকালি |
||
|
জনসংখ্যা |
||
|
মৰুভূমি |
||
|
নদী |
6. তলৰ তালিকাখন সম্পূৰ্ণ কৰা। {Biswanath}
|
দেশৰ নাম |
ৰাজধানী |
|
চীন |
……… |
|
…………. |
থিম্ফু |
|
ভাৰত |
…. |
|
………. |
টকিঅ’ |
|
……… |
ইছলামাবাদ |
7. তলত ভাৰত মহাসাগৰৰ বিষয়ে তালিকাখন সম্পূৰ্ণ কৰা- {Biswanath}
ভাৰত মহাসাগৰ:
মাটিকালি:
গড় গভীৰতা:
সামুদ্ৰিক খাত:
সাগৰ:
সামুদ্ৰিক দ্বীপ:
8. এছিয়া মহাদেশৰ ভূ-প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। {Dhubri}
9. উত্তৰ আমেৰিকা মহাদেশখনৰ ভূ-প্রাকৃতিক গঠন কিয় বৈচিত্র্যময় বুলি কোৱা হয় চমুকৈ বর্ণনা কৰা। {Majuli}
10. মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল বর্ণনা কৰা। {Majuli}
11. তালিকাত এছিয়া আৰু ইউৰোপ মহাদেশৰ কিছু তথ্য সন্নিৱিষ্ট কৰা হৈছে। উক্ত তালিকাৰ পৰা তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া : {Sibsagar}
|
পৰ্বতশ্ৰেণী |
ইউৰাল, আৰাৱলী,আল্পছ,ককচছ |
|
মালভূমি |
ছাইবেৰীয়া, মংগোলীয়া |
|
নদী |
আমূৰ, চিকিয়াং,ৰোণ,ওডাৰ |
|
হ্ৰদ |
চম্বৰ,পুলিকট,ভেনান,ওনেগা |
(i) ইউৰোপ মহাদেশৰ এটা পৰ্বত শ্ৰেণীৰ নাম লিখা।
(ii) মংগোলীয় মালভূমি কোনখন মহাদেশত অৱস্থিত?
(iii) এছিয়া মহাদেশৰ এটা হ্ৰদৰ নাম লিখা।
(iv) ইউৰোপ মহাদেশৰ দুখন নদীৰ নাম লিখা।
12. মহাদেশীয় বিস্থাপন সুত্র অনুসৰি পৃথিৱীৰ অবস্থা আদিতে কেনে আছিল আলোচনা কৰা। {Sonitpur}
13. এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্টসমূহ চমুকৈ আলোচনা কৰা। {Sonitpur}
14. মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল? {Salmara}
15. এছিয়া মহাদেশৰ ভৌতিক বৈশিষ্ট্য চমুকৈ আলোচনা কৰা । {Salmara}
16. আন্টলান্টিক আৰু ভাৰত মহাসাগৰৰ মাটিকালি, চাৰিসীমা, সামুদ্রিক খাত (দুটা), সাগৰ (দুখন) আৰু দ্বীপ (দুখন)ক লৈ এক তুলনামূলক ব্যাখ্যা আগবঢ়োৱা। {Tamulpur}
HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 2 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন
1. আলফ্ৰেড ৱেগেনাৰৰ মতে ‘পান্থালাছা’ কি আছিল?
2. উত্তৰ আমেৰিকা মহাদেশৰ যিকোনো দুখন প্ৰধান নদীৰ নাম লিখা।
3. ইউৰোপ মহাদেশক এচিয়া মহাদেশৰ পৰা পৃথক কৰা প্ৰাকৃতিক সীমাৰেখা দুটাৰ নাম লিখা।
4. পৃথিৱীৰ স্থলভাগ আৰু জলভাগৰ শতকৰা বিতৰণ কিমান?
5. ভাৰত মহাসাগৰৰ চাৰিসীমা চমুকৈ উল্লেখ কৰা।
6. আফ্ৰিকা মহাদেশত অৱস্থিত দুখন উল্লেখযোগ্য মৰুভূমিৰ নাম লিখা।
7. ‘লৰেছিয়া’ ভূ-খণ্ডৰ অন্তৰ্গত বৰ্তমানৰ মহাদেশ কেইখনৰ নাম লিখা।
8. দক্ষিণ আমেৰিকা মহাদেশৰ দুখন প্ৰধান হ্ৰদৰ নাম লিখা।
9. এন্টাৰ্কটিকা মহাদেশত গৱেষণা চলোৱা ভাৰতীয় কেন্দ্ৰ দুটাৰ নাম লিখা।
10. পৃথিৱীৰ দ্বিতীয় আৰু তৃতীয় বৃহত্তম মহাসাগৰ দুখনৰ নাম লিখা।
HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 3 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন
11. আলফ্ৰেড ৱেগেনাৰৰ ‘মহাদেশীয় বিস্থাপন সূত্ৰ’ৰ মূল ধাৰণাটো চমুকৈ বাখ্যা কৰা।
12. আটলান্টিক মহাসাগৰৰ তিনিটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা।
13. উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহৰ ওপৰত এটি চমুটোকা লিখা।
14. উত্তৰ গোলাৰ্ধক কিয় ‘স্থল গোলাৰ্ধ’ বুলি কোৱা হয়? কাৰণ দৰ্শোৱা।
15. ইউৰোপ মহাদেশৰ ভূ-প্ৰাকৃতিক বৈশিষ্ট্যৰ এটি চমু আভাস দিয়া।
16. এছিয়া মহাদেশৰ অন্তৰ্গত যিকোনো তিনিখন দেশ আৰু সিহঁতৰ ৰাজধানীৰ নাম লিখা।
17. দক্ষিণ আমেৰিকা মহাদেশৰ প্ৰধান নদী ব্যৱস্থাটোৰ বিষয়ে চমুকৈ লিখা।
18. প্ৰশান্ত মহাসাগৰৰ গভীৰ সামুদ্ৰিক খাতসমূহৰ এটি চমু বিৱৰণ দিয়া।
19. ওচেনিয়া মহাদেশৰ ভৌগোলিক অৱস্থান আৰু ইয়াৰ প্ৰধান ভাগকেইটাৰ নাম উল্লেখ কৰা।
20. গণ্ডোৱানালেণ্ড ভূ-খণ্ডৰ বিভাজন হৈ সৃষ্টি হোৱা বৰ্তমানৰ মহাদেশসমূহৰ নাম লিখা আৰু ইয়াৰ প্ৰক্ৰিয়াটো চমুকৈ বুজোৱা।
HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 4 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন
21. এছিয়া মহাদেশৰ ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যসমূহ বিতংভাৱে আলোচনা কৰা।
22. প্ৰশান্ত মহাসাগৰৰ চাৰিসীমা, মাটিকালি আৰু ইয়াৰ প্ৰধান ভূ-প্ৰাকৃতিক বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা।
23. উত্তৰ আমেৰিকা মহাদেশৰ ভূ-প্ৰকৃতি কিয় বৈচিত্ৰ্যময় বুলি কোৱা হয়? ইয়াৰ প্ৰধান পৰ্বতশ্ৰেণী আৰু সমভূমি অঞ্চলৰ বৰ্ণনা দিয়া।
24. আফ্ৰিকা মহাদেশৰ ভৌগোলিক অৱস্থান, ইয়াৰ প্ৰধান নদ-নদী, আৰু মৰুভূমিসমূহৰ বিষয়ে বহলাই লিখা।
28. ইউৰোপ মহাদেশৰ নদ-নদী আৰু মালভূমি অঞ্চলসমূহৰ বিষয়ে আলোচনা কৰা। ইউৰোপৰ অৰ্থনীতিত এই নদ-নদীসমূহৰ গুৰুত্ব কি?
29. এন্টাৰ্কটিকা মহাদেশৰ ভৌগোলিক পৰিৱেশ, জলবায়ু আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে এখন ৰচনা প্ৰস্তুত কৰা।
30. ভাৰত মহাসাগৰৰ ভৌগোলিক অৱস্থান আৰু ইয়াৰ তলৰ ভূ-প্ৰাকৃতিক গঠন (যেনে- শৈলশিৰা আৰু দ্বীপসমূহ) সম্পৰ্কে আলোচনা কৰা।







