Class 6 Science Chapter 1 Solutions – বিজ্ঞানৰ বিচিত্ৰ জগতখন | SCERT Assam | Assamese Medium

ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ১ – বিজ্ঞানৰ বিচিত্ৰ জগতখনৰ সমাধান | SCERT Assam (Assamese Medium)

Class 6 Science Chapter 1 Solutions – Bijnanor Bichitra Jagatkhon | SCERT Assam | Assamese Medium

Welcome to the complete solution page for Class 6 Science, Chapter 1: Bijnanor Bichitra Jagatkhon (বিজ্ঞানৰ বিচিত্ৰ জগতখন), prepared as per the Latest SCERT Assam syllabus. Here, you will find all exercise answers to every question in an easy, step-by-step Assamese medium format. Each answer is crafted to help students clearly understand the core concepts and to secure full marks in board exams.

In this chapter, students learn about the diversity in the world of science, the importance of scientific thinking, and real-life examples of scientific discoveries. Our answers provide practical tips, memory tricks, and additional notes focused on Assam Board exam needs.

  • All textbook questions, very short answer, short answer, and long answer solutions
  • Key points, explanations, and scientific terms in both English and Assamese
  • Suitable for all SCERT Assam and Assam Board students (Assamese Medium)
  • Updated as per the Latest Syllabus
  • Book QR Code (Part 1): P4D4R9

What you will learn in Chapter 1:

  • Basic idea of science and its uses in daily life
  • Examples of science around us (বিজ্ঞানৰ উদাহৰণ)
  • Famous scientists and their contributions
  • Assam Board exam important questions and answers

Why Choose Ospin Academy?

  • SCERT Assam new syllabus full solutions
  • Exam-focused preparation for board exams
  • Assam Board-specific tips and tactics
  • Easy, understandable language for Assamese medium
  • Exercises, notes, and model answers for Chapter 1
Vibrant Note Box
Buy Printable PDF
Class 6 Science (আমাৰ বিজ্ঞান) SCERT Assam | Assamese Medium Chapter-wise Solutions PDF (Latest Syllabus)
Original price was: ₹199.00.Current price is: ₹29.00.

Download Now – Latest SCERT Assam Syllabus

Get complete Class 6 Science (আমাৰ বিজ্ঞান) Assamese Medium solutions in PDF format.
Covers all textbook chapters, exercises, and concepts based on the latest SCERT Assam syllabus.
Ideal for self-study, revision, and exam preparation.

Vibrant Note Box
অধ্যায় ১ – বিজ্ঞানৰ বিচিত্ৰ জগতখন

ষষ্ঠ শ্ৰেণী : আমাৰ বিজ্ঞান

অধ্যায় – 1                  অস্পিন একাডেমী

বিজ্ঞানৰ বিচিত্ৰ জগতখন

অনুশীলনী

Q.1. খালী ঠাই পূৰণ কৰা।

(a) বিজ্ঞান হ’ল ______ আৰু ______ৰ জৰিয়তে লাভ কৰা জ্ঞান।

উত্তৰ: পর্যবেক্ষণ, পৰীক্ষা

(b) পর্যবেক্ষণ,_________ আৰু পৰীক্ষা এই পর্যায়কেইটাৰ সমষ্টিয়েই হ’ব বিজ্ঞানসন্মত পদ্ধতি।

উত্তৰ: আনুমানিক সিদ্ধান্ত

(c) _____ ৰ বাবে আমি খাদ্য খাওঁ।

উত্তৰ: বৃদ্ধি

(d) পঞ্জাৱত মানুহে প্রধানকৈ______খায়।

উত্তৰ: ৰুটী

(e) কম্পাছত থাকে________।

উত্তৰ: চুম্বক

Q.2. শুদ্ধ উক্তিটোত (✔) চিন দিয়া।

(a) আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে।

উত্তৰ: (✔)

(b) পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ।

উত্তৰ: (x)

(c) বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে।

উত্তৰ: (✔)

(d) ওলোমাই ৰখা চুম্বক এডাল সদায় পূবা-পশ্চিমা হৈ থাকে।

উত্তৰ: (x)

(e) হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে।

উত্তৰ: (✔)

Q.3. চমু উত্তৰ দিয়া।

(a) মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে?

উত্তৰ: মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখে।

(b) কম্পাছৰ মূলবস্তু কি?

উত্তৰ: কম্পাছত চুম্বক থাকে। এই চুম্বকডালেই কম্পাছৰ মূলবস্তু।

(c) ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে?

উত্তৰ: এডাল চুম্বক মুক্তভাবে ওলোমাই বাখিলে ইয়াৰ এটা মূৰে উত্তৰ আৰু আনটো মূৰে দক্ষিণ মুখ কৰি থাকে।

(d) নাৱিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নির্ণয় কৰে?

উত্তৰ: নাৱিকসকলে সাগৰত জাহাজৰ দিশ নির্ণয় কৰিব্বলৈ কম্পাছ ব্যৱহাৰ কৰে।

(e) বিজ্ঞানসম্মত পদ্ধতিৰ পর্যায়কেইটা কি কি?

উত্তৰ: বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা হ’ল- পর্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা।

Q.4. শুদ্ধ উত্তৰৰ গোলটো

সম্পূৰ্ণকৈ পূৰ কৰাঃ

(i) উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইটে তলৰ কোনবিধ আবিষ্কাৰ কৰিছিল?

(a) উৰাজাহাজ

(b) ছাবমেৰিন

(c) ৰেল’গাড়ী

(d) মটৰগাড়ী

উত্তৰ: (a) উৰাজাহাজ

(ii) তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয়?

(a) দিশ নিৰ্ণয়ৰ কামত

(b) গধুৰ বস্তু দাঙোতে

(c) বস্তুৰ ওজন জুখিবৰ বাবে

(d) বতাহৰ গতি জুখিবৰ বাবে

উত্তৰ: (a) দিশ নিৰ্ণয়ৰ কামত

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ১ – সঘনাই সোধা প্ৰশ্ন
বিজ্ঞানৰ বিচিত্ৰ জগতখনত কি শিকিবা?
এই অধ্যায়ত বিজ্ঞানৰ মূল ধাৰণা, ইয়াৰ প্ৰয়োজন আৰু দৈনন্দিন জীৱনত বিজ্ঞানৰ গুরুত্ব বুজা যায়।
SCERT Assam-ৰ Latest Syllabus অনুসৰি সমাধান কেনেকৈ সহায়ক?
বোৰ্ডৰ নতুন পাঠ্যক্ৰমত থকা সকলো প্ৰশ্ন আৰু অনুশীলনীৰ সংগঠিত সমাধান পৰীক্ষাৰ বাবে সহায়ক।
BOOK QR Code ৰ অৰ্থ কি?
PART 1 BOOK QR Code (P4D4R9) দিয়ে, শিক্ষাৰ্থীয়ে তৎক্ষণাৎ পিডিএফ অথবা অনলাইন কন্টেন্টত এক্সেছ কৰিব পাৰে।
Assam Board Science Notes কেনেকৈ লাভ কৰিব?
এই পৃষ্ঠাত অধ্যায়ভিত্তিক, সকলো প্ৰশ্নৰ সহজ উত্তৰ ব্যৱহাৰ কৰি Assam Board notes found কৰিব পাৰিবা।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top