Class 6 Science Chapter 2 Solutions – জীৱ আৰু জৈৱ বৈচিত্র্য | SCERT Assam | Assamese Medium

অধ্যায় ২ – জীৱ আৰু জৈৱ বৈচিত্র্য

ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ২ – জীৱ আৰু জৈৱ বৈচিত্র্যৰ সম্পূর্ণ সমাধান | SCERT Assam (Assamese Medium)

Class 6 Science Chapter 2 Solutions – জীৱ আৰু জৈৱ বৈচিত্র্য (SCERT Assam – Assamese Medium)

This page offers complete answers and study notes for Chapter 2 “জীৱ আৰু জৈৱ বৈচিত্র্য” from Class 6 Science, based on the Latest SCERT Assam Board syllabus. All exercise questions are solved with step-by-step explanations, perfect for Assamese medium students to score high marks in board exams.

Learn about living organisms, biodiversity, and the importance of different life forms in our ecosystem. Ospin Academy makes complex topics easy and relevant by using both English and key Assamese terms for better understanding.

Chapter QR Code: Y3E2K2

What will you learn in Chapter 2?

  • Meaning and importance of biodiversity (জৈৱ বৈচিত্র্যৰ গুৰুত্ব)
  • Types of living beings and their habitats
  • Difference between plants and animals
  • Conservation of biodiversity
  • Board exam important questions and answers

Ospin Academy Advantages:

  • SCERT Assam Board latest syllabus based solutions
  • All textbook exercises and extra notes covered
  • Special focus on exam questions and practical examples
  • Easy explanations for Assamese medium students
  • Chapter 2 PDF and QR code included
Vibrant Note Box
Buy Printable PDF
Class 6 Science (আমাৰ বিজ্ঞান) SCERT Assam | Assamese Medium Chapter-wise Solutions PDF (Latest Syllabus)
Original price was: ₹199.00.Current price is: ₹29.00.

Download Now – Latest SCERT Assam Syllabus

Get complete Class 6 Science (আমাৰ বিজ্ঞান) Assamese Medium solutions in PDF format.
Covers all textbook chapters, exercises, and concepts based on the latest SCERT Assam syllabus.
Ideal for self-study, revision, and exam preparation.

Vibrant Note Box
অধ্যায় ২ – জীৱ আৰু জৈৱ বৈচিত্র্য

ষষ্ঠ শ্ৰেণী : আমাৰ বিজ্ঞান

অধ্যায় – 2                                               অস্পিন একাডেমী

জীৱ আৰু জৈৱ-বৈচিত্র্য

অনুশীলনী

শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকৈ পূৰ কৰা।

(i) (উদ্ভিদৰ তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে?)

(a) (অভিযোজন)

(b) (খাদ্য প্রস্তুতকৰণ)

(c) (প্রজনন)

(d) (শ্বাস-প্রশ্বাস)।

উত্তৰ: (C)

(ii) (ডালিম গছ এবিধ-)

(a) (বৃক্ষ)

(b) (গুল্ম)

(c) (তৃণ)

(d) (আৰোহী লতা)

উত্তৰ:(b)

(iii) (তলৰকোনবিধ জলজ উদ্ভিদ নহয়?)

(a) (পদুম)

(b) (খৰিকাজাই)

(c) (পুনি)

(d) (ভেট)

উত্তৰ: (b)

(iv) চৰাইৰ ডেউকা হ’ল-

(a) পাখিৰ ৰূপান্তৰ

(b) আগঠেঙৰ ৰূপান্তৰ

(c) পিছঠেঙৰ ৰূপান্তৰ

(d) (a) আৰু (b) দুয়োটাই

উত্তৰ:(b)

(v) ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি?

(a) ই দেহক তাপৰ পৰা সুৰক্ষা দিয়ে।

(b) ই দেহক বৰষুণৰ পৰা সুৰক্ষা দিয়ে।

(c) ইদেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে।

(d) ই দেহক আঘাতৰ পৰা সুৰক্ষা দিয়ে।

উত্তৰ:(c)

Q.2. খালী ঠাই পূৰণ কৰা)

(i) বীজপত্র _______ৰ ভিতৰত থাকে।

উত্তৰ: বীজ

(ii) জালৰ দৰে

সিৰাবিন্যাস ______উদ্ভিদৰ চৰিত্ৰ।

উত্তৰ: দ্বিবীজপত্রী

(iii) উটৰ কুঁজটোত ______জমা হৈথাকে।

উত্তৰ: খাদ্য

(iv) পর্বতীয়া অঞ্চলৰ গছৰ আকৃতি_____ৰ দৰে।

উত্তৰ: শংকুৰ

(v) ফোঁপোলা হাড়_____ৰ এক চৰিত্ৰ।

উত্তৰ: চৰাই

Q.3. চমু উত্তৰ লিখা

Q. (i) আবাসস্থল কাক বোলে?

উত্তৰ: জীৱ এবিধে স্বাভাৱিকভাৱে যি ঠাইত বাস কৰিব পাৰে, সেই ঠাইকে জীৱবিধৰ আবাসস্থলী বুলি কোৱা হয়।)

Q. (ii) জৈৱ-বৈচিত্র্য মানে কি বুজা?

উত্তৰ: আমাৰ পৰিৱেশত থকা বিভিন্ন প্ৰকাৰৰ জীৱসমূহক একেলগে জৈৱ-বৈচিত্র্য বুলি কোৱা হয়। পৃথিৱীখনত বিভিন্ন ধৰণৰ জীৱ আছে। এই সকলোবোৰ জীৱ জৈৱ-বৈচিত্র্যৰ অন্তর্ভুক্ত।

Q. (iii) কেক্টাছে মৰুভূমিত জীয়াই থাকিবলৈ কিদৰে অভিযোজন কৰে?

উত্তৰ: কেস্টাছবোৰ কাঁইটীয়া। দৰাচলতে কাঁইটবোৰ পাতৰ ৰূপান্তৰ। উদ্ভিদজোপাৰ পৰা পানী ওলাই নাযাবৰ বাবে পাতবোৰ কাঁইটলৈ ৰূপান্তৰিত হয়।

Q.(iv) জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য লিখা

উত্তৰ: জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য হ’ল-

(i) প্রত্যেক জীৱই নিজাকৈ জীৱন প্রক্রিয়া সম্পাদন কৰে।

(ii) জীৱৰ বৃদ্ধি হয়, বংশ বৃদ্ধি কৰে।

(iii) সিহঁতে এখন ঠাইৰ পৰা আন ঠাইলৈ লৰচৰ কৰিব পাৰে।

Q. (v) সমান্তৰাল সিৰাবিন্যাস থকা তিনিবিধ পাতৰ উদাহৰণ দিয়া।

উত্তৰ: সমান্তৰাল সিৰাবিন্যাস থকা তিনিবিধ পাতৰ নাম হ’ল-

(i) কলপাত

(ii) নাৰিকল গছৰ পাত

(iii)ধান গছৰ পাত

Q. (vi) জৈব-বৈচিত্র্যৰ গুৰুত্ব লিখা।

উত্তৰ: আমাৰ চাৰিওফালে থকা জীৱবোৰৰ ইটোৰ আনটোৰ লগত সম্পর্ক আছে। আমি দেখিবলৈ পাওঁ যে চৰাইবিলাকৰ লগত শস্যৰ সম্পৰ্ক, পখিলাসমূহৰ লগত ফুলৰ সম্পৰ্ক, পখিলাই ফুলৰ মৌ খাই উদ্ভিদৰ বংশবৃদ্ধিত সহায় কৰে, চৰাইবোৰ ডাঙৰ উদ্ভিদসমূহত বাহ সাজি বাস কৰা, গছত থকা পোক-পতংগ চৰাই খাদ্য হিচাপে গ্রহণ কৰা, প্রাণীসমূহে উদ্ভিদৰ পৰা খাদ্য গ্রহণ কৰা, উশাহ ল’বলৈ অক্সিজেন গ্রহণ কৰা আকৌ প্রাণীবোৰে উদ্ভিদক খাদ্য প্রস্তুত কৰিবলৈ কাৰ্বনডাই অক্সাইড যোগান ধৰা ইত্যাদি কার্যসমূহত সহায় কৰি আমাৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰে। অৰণ্যৰ দাঁতি কাষৰীয়া ঠাইত থকা কিছুমান জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰা আৰু লোকবিশ্বাস আদিৰো অৰণ্যৰ লগত সম্বন্ধ থাকে। গতিকে জৈৱ-বৈচিত্র্যৰ লগত মানুহৰ পৰম্পৰা, ৰীতি-নীতিৰ সম্পৰ্ক আছে।

Q. (vii) চৰাই জৈৱ-বৈচিত্র্যৰ এক প্রয়োজনীয় অংশ! ব্যাখ্যা কৰা।

উত্তৰ: চৰাই জৈৱ-বৈচিত্র্যৰ এক প্রয়োজনীয় অংশ’ কাৰণ জৈৱ-বৈচিত্র্যত চৰাই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। চৰাইৰ লগত শস্যৰ সম্পৰ্ক আছে।এই চৰাইবোৰে শস্য পথাৰত থিতাপি লোৱা অনিষ্টকাৰী পোক-পতংগক খাই শস্যৰ উপকাৰ সাধন কৰে। পখিলাই ফুলৰ মৌ খায় আৰু ইয়াৰ ফলত উদ্ভিদৰ বংশ বৃদ্ধিত সহায় কৰে। ডাঙৰ ডাঙৰ গছসমূহত চৰায়ে বাহ সাজি তাত থকা পোক-পতংগবোৰ খাদ্য হিচাপে গ্রহণ কৰি জীৱবোৰৰ সংখ্যা নিয়ন্ত্রিত কৰে। চৰাইবোৰৰ দ্বাৰা ফলৰ গছসমূহৰ সংখ্যাত বৃদ্ধি হোৱাত সহায় কৰে। এইদৰে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ বাবে চৰাই জৈৱ-বৈচিত্র্যৰ এক প্রয়োজনীয় অংশ হৈ পৰিছে।

Q.4. শুদ্ধ নে অশুদ্ধ লিখা

(i) সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী

উত্তৰ: অশুদ্ধ

(ii) চৰায়ে অৰণ্য বিস্তাৰণত সহায় কৰে।

উত্তৰ: শুদ্ধ

(iii) পৰিৱেশৰ সকলো জীৱৰ মাজত কোনোধৰণৰ পৰম্পৰ সম্পৰ্ক নাই।

উত্তৰ: অশুদ্ধ

(iv) জৈৱ-বৈচিত্র্যৰ অবক্ষয়ে পৰিবেশত প্ৰভাৱ পেলায়।

উত্তৰ: শুদ্ধ

(v) অতিপাত ঠাণ্ডা ঠাইত কোনো জীবই জীয়াই থাকিব নোৱাৰে।

উত্তৰ: অশুদ্ধ

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 6 Science Chapter 2 – Frequently Asked Questions
What does “জীৱ আৰু জৈৱ বৈচিত্র্য” mean?
It is about living organisms and biodiversity, focusing on why different life forms are important for nature.
Are solutions as per latest SCERT Assam Board syllabus?
Yes, all answers follow the Latest Syllabus for SCERT Assam for easy exam and class preparation.
What is the Chapter QR Code for Chapter 2?
The unique QR Code is Y3E2K2, useful for quick textbook access.
How to get high marks in board science?
Revise all textbook questions, read Ospin Academy notes, and study both English and Assamese keywords for better results.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top