Class 6 Science Chapter 3 Solutions – সুস্বাস্থ্যৰ বাবে খাদ্য | SCERT Assam | Assamese Medium

ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ৩ – সুস্বাস্থ্যৰ বাবে খাদ্যৰ সম্পূর্ণ সমাধান | SCERT Assam (Assamese Medium)

Class 6 Science Chapter 3 Solutions – সুস্বাস্থ্যৰ বাবে খাদ্য (SCERT Assam – Assamese Medium)

Find complete and easy-to-understand solutions for Chapter 3 “সুস্বাস্থ্যৰ বাবে খাদ্য” of Class 6 Science, as per the Latest SCERT Assam Board syllabus. All exercise answers, exam-focused notes, and board tips are specially created for Assamese medium students.

In this chapter, students learn about the importance of balanced diet, nutrition, and healthy food habits. The notes and solutions use key English explanations supported by important Assamese keywords to boost learning and exam scores.

Chapter QR Code: F5L2Z4

What will you learn in Chapter 3?

  • Balanced diet and its role in health (সুস্বাস্থ্যৰ বাবে সুষম আহাৰৰ প্ৰয়োজন)
  • Major nutrients in food
  • Deficiency diseases and prevention
  • Selection of healthy food
  • Board exam important questions and model answers

Ospin Academy Advantages:

  • All answers based on SCERT Assam’s latest syllabus
  • Detailed solutions for every textbook exercise
  • Easy language and stepwise explanations for Assamese medium
  • Special notes and tips for board exams
  • Chapter 3 PDF and QR code included
Vibrant Note Box
Buy Printable PDF
Class 6 Science (আমাৰ বিজ্ঞান) SCERT Assam | Assamese Medium Chapter-wise Solutions PDF (Latest Syllabus)
Original price was: ₹199.00.Current price is: ₹29.00.

Download Now – Latest SCERT Assam Syllabus

Get complete Class 6 Science (আমাৰ বিজ্ঞান) Assamese Medium solutions in PDF format.
Covers all textbook chapters, exercises, and concepts based on the latest SCERT Assam syllabus.
Ideal for self-study, revision, and exam preparation.

Vibrant Note Box
অধ্যায় ৩ – সুস্বাস্থ্যৰ বাবে খাদ্য

ষষ্ঠ শ্ৰেণী : আমাৰ বিজ্ঞান

অধ্যায় – 3                                                 অস্পিন একাডেমী

সুস্বাস্থ্যৰ বাবে খাদ্য

অনুশীলনী

Q.1. তলত দিয়াবোৰৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দর্শোহোৱা

(i) জোৱাৰ, বজ্ৰা, ৰাগি আৰু বুট

(ii) ৰাজমাহ, বুট, ছয়াবিন আৰু চাউল।

Answer:

(i) অমিল বস্তুটো হ’ল বুট। জোৱাৰ, বজ্ৰা আৰু ৰাগি হ’ল মিলেট শস্য কিন্তু বুট হ’ল পালচ শস্য

(ii) অমিল বস্তুটো হ’ল চাউল। ৰাজমাহ, বুট আৰু ছয়াবিনত সাধাৰণতে প্ৰ’টিন পোৱা যায় কিন্তু চাউলত কার্বহাইড্রেট থাকে।

Q.2. ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা।

Answer: পুৰণিকালত মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰা হৈছিল। বর্তমান সময়ত বন্ধনৰ বাবে বিভিন্ন সঁজুলি, যেনে- গেছষ্টোভ, অ’ভেন, এয়াৰ ফ্ৰাইয়াৰ আদি ব্যৱহাৰ কৰা হয়। আনহাতে, আজিকালি মাটিৰ পাত্ৰৰ সলনি প্ৰেচাৰ কুকাৰ আদিৰ দৰে কম সময়ত ৰান্ধিব পৰা সঁজুলি ব্যৱহাৰ কৰা হয়। আগৰ দিনত খোৱাবস্তু বতিবলৈ শিল-পটা আৰু খুন্দিবলৈ উড়াল আৰু ঢেঁকী ব্যৱহাৰ কৰা হৈছিল আৰু আধুনিক যুগত আমি বৈদ্যুতিক গ্রাইণ্ডাৰ ব্যৱহাৰ কৰোঁ।

Q.3. সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়। আলোচনা কৰা।

Answer: কিছুমান খাদ্য সোৱাদলগা কিন্তু আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এইবোৰ হৈছে অস্বাস্থ্যকৰ স্নেহপদার্থ থকা ভজা খাদ্য এইবোৰ বেছিকৈ খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণেক্ষতিকাৰক। এইবোৰ হৈছে অস্বাস্থ্যকৰ স্নেহপদার্থ থকা ভজা খাদ্য এইবোৰ বেছিকৈ খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। এই খাদ্যবোৰত ভিটামিন, খনিজ লবণ আৰু আঁহযুক্ত খাদ্য কম থাকে। এই ধৰণৰ খাদ্য বেছিকৈ সেৱন কৰা এজন ব্যক্তিয়ে মেদবহুলতাত আৰু ভিটামিনৰ অভাৱজনিত ৰোগত ভুগিব পাৰে। এটা স্বাস্থ্যবান শৰীৰ পাবলৈ আমি সুষম আহাৰ খোৱা উচিত। এইবোৰ আহাৰত যাতে আমাৰ বৃদ্ধি আৰু বিকাশত লগা উপাদানবোৰ সঠিকভাৱে থাকে আৰু আমাৰ শৰীৰটোক বেমাৰৰ পৰা মুক্ত কৰি ৰাখে। অৱশ্যে এই পুষ্টিকাৰক খাদ্যবোৰ সোৱাদযুক্ত নহ’বও পাৰে।

Q.4. তলত উল্লেখ কৰা তিনিবিধ খাদ্য সামগ্ৰীৰ তুমি কোনবিধ খাবা আৰু কিয় খাবলৈ ইচ্ছা কৰিবা?

(i) বটলত থকা ফলৰ ৰস

(ii) সতেজ ফলৰ ৰস

(iii) সতেজ ফল

Answer: এই খাদ্যবোৰৰ ভিতৰত মই সতেজ ফল খাম কাৰণ আমাৰ শৰীৰক আঁহযুক্ত খাদ্য আৰু পানীৰ প্ৰয়োজন। আঁহযুক্ত খাদ্যবাবক কক্ষাহাৰ বুলিও কোৱা হয়। আমাৰ শৰীৰক কোনো পৰিপোষক প্রদান নকৰে যদিও ই এক অত্যাবশ্যকীয় উপাদান। ই আমাৰ খাদ্যৰ হজম নোহোৱা অংশ খাদ্যনলীৰ পৰা ওলাই যোৱাত সহায় কৰে।

Q.5. চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য।চেনিত আয়’ডিন মিলালে নীলা-ক’লা বৰণৰ নহয়। ইয়াৰ সমর্থনত কাৰণ দর্শোৱা।

Answer:কার্বহাইড্রেট বিভিন্ন প্ৰকাৰৰ আছে। আমাৰ আহাৰত কাৰ্বহাইড্রেট প্রধানকৈ শ্বেতসাৰ আৰু শৰ্কৰাৰ ৰূপত পোৱা যায়। শ্বেতসাৰৰ পৰীক্ষা আয় ‘ডিন দ্ৰৱৰ দ্বাৰা কৰা হয়। যিহেতু চেনিত শৰ্কৰা আছে ইয়াত আয় ‘ডিন দ্রব মিহলালে কোনো ধৰণৰ বস্তুৰ পৰিৱৰ্তন নহয়।

Q.6. মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে। আমি কেবল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে? আলোচনা কৰা।

Answer: মিলেটত বহুতো পৰিপোষক থাকে, সেয়েহে ই পুষ্টিহীনতা দূৰ কৰাত সহায় কৰে। যিহেতু মিলেটত কেইবাবিধো পৰিপোষক থাকে, ইয়াক সাধাৰণতে নিউট্রি খাদ্য শস্য বুলি কোৱা হয়। গতিকে কেরল মিলেট খালেই শৰীৰৰ লাগতিয়াল পুষ্টিসমূহ পোৱা যায়।

7. শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকৈ পূৰ কৰা

(i) তলত দিয়া কোনটো ভিটামিন Dৰ অভাৱত হয়?

(a) দৃষ্টিশক্তি কমি যোৱা

(b) বেৰিবেৰি

(c) স্কার্ভি

(d) বিকেট

Answer: (d)

(ii) তলত দিয়া কোনটো ৰোগ ভিটামিন Cৰ অভাৱত হয়?

(a) দৃষ্টিশক্তি কমি যোৱা

(b) স্কার্ভি

(c) ৰিকেট

(d) ৰক্তহীনতা

Answer:(b)

(iii) তলত দিয়া কোনটো ভিটামিন Aৰ অভাৱত হয়?

(a) দৃষ্টিশক্তি কমি যোৱা

(b) হাড় আৰু দাঁত ক্ষয় হোৱা

(c) বেৰিবেৰি

(d) স্কার্ভি

Answer:(a)

(iv) তলত দিয়া কোনটা ৰোগ লোৰ অভাৱত হয়?

(a) ৰক্তহীনতা

(b) দৃষ্টিশক্তি কমি যোৱা

(c) বেৰিবেৰি

(d) প্র’টিন

Answer:(a)

Q. 8.তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা।

(a) স্নেহপদার্থ

(b) শ্বেতসাৰ

(c) আঁহজাতীয় খাদ্য

(d) প্র’টিন

Answer:

(a) বাদাম, ৰঙালাউ

(b) চাউল, ঘেঁহু

(c) মাহ জাতীয় শস্য, আলু

(d) গাখীৰ, কণী

অতিৰিক্ত প্রশ্নোত্তৰ

Q.1. সুষম আহাৰ কাক বোলে?)

Answer: যি আহাৰত সকলো অত্যাৱশ্যকীয় পৰিপোষক সঠিক পৰিমাণৰ লগতে পর্যাপ্ত ৰুক্ষাহাৰ আৰু পানী থাকে তাকে সুষম আহাৰ বোলে।

Q.2. আমাৰ খাদ্যৰ মুখ্য পৰিপোষকবোৰ কি কি?

Answer: আমাৰ খাদ্যৰ মুখ্য পৰিপোষকবোৰ হৈছে কার্বহাইড্রেট, প্র’টিন, স্নেহ পদার্থ, ভিটামিন, খনিজ লবণ, আঁহযুক্ত খাদ্য আৰু পানী।

Q.3.খাদ্যই আমাৰ শৰীৰত কি কাম কৰে?)

Answer: খাদ্যই শক্তি প্রদান কৰে, ৰোগৰ পৰা সুৰক্ষা দিয়ে, বিকাশত সহায় কৰে, মেৰামতি কৰে আৰু আমাৰ শৰীৰক ৰক্ষণাবেক্ষণ কৰে।)

Q.4. জাংক ফুড খালে কি হয়?

Answer: জাংক ফুড খালে মেদবহুলতা আৰু অভাৱজনিত ৰোগ হয়, কিয়নো সেইবোৰত চেনি আৰু অস্বাস্থ্যকৰ স্নেহ পদাৰ্থৰ পৰিমাণ অধিক। জাংক ফুডত ভিটামিন, খনিজ লৱণ আৰু আঁহযুক্ত খাদ্যৰ পৰিমাণ কম।

Q.5. শক্তিদায়ক খাদ্য কোনবোৰ?

Answer: কার্বহাইড্রেট আৰু স্নেহপদার্থক শক্তিদায়ক খাদ্য বোলে।

Q.6. ফুড মাইল কাক বোলে?

Answer: ধান বা অন্য শস্য পথাৰত ৰোৱাৰ পৰা গ্ৰাহকৰ খাদ্যৰ কাঁহীলৈ অতিক্রম কৰিবলগীয়া দূৰত্বক ফুডমাইল বোলা হয়।

Q.7. অভাৱজনিত ৰোগ কেতিয়া হয়?

Answer: আহাৰত পৰিপোষকৰ দীর্ঘদিন অভাৱৰ ফলত অভাবজনিত ৰোগ হয়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 6 Science Chapter 3 – Frequently Asked Questions
What does “সুস্বাস্থ্যৰ বাবে খাদ্য” teach?
This chapter focuses on balanced diet, nutrition, and choosing healthy foods for good health and development.
Are the solutions as per Latest SCERT Assam Board syllabus?
Yes, all solutions and notes are designed under the latest SCERT Assam syllabus for board exam use.
What is the Chapter QR Code for Chapter 3?
The QR Code for Chapter 3 is F5L2Z4, making textbook access fast and easy.
How to score well in board exam for nutrition chapter?
Understand all nutrients, read all textbook questions, and follow Ospin Academy’s model answers for success.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top