ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ৫ – আমাৰ চৌপাশৰ বস্তুবোৰৰ সম্পূর্ণ সমাধান | SCERT Assam (Assamese Medium)
Class 6 Science Chapter 5 Solutions – আমাৰ চৌপাশৰ বস্তুবোৰ (SCERT Assam – Assamese Medium)
Get detailed answers and quick revision notes for Chapter 5 “আমাৰ চৌপাশৰ বস্তুবোৰ” from Class 6 Science, matching the Latest SCERT Assam Board syllabus. All textbook exercises are solved and explained for Assamese medium board students in simple stepwise language.
This chapter covers the types, properties, and uses of substances found around us. Ospin Academy makes understanding the materials, classification, and real-life examples simple and exam-oriented by including both English explanations and Assamese science terms.
Chapter QR Code: C3K5A1
What will you learn in Chapter 5?
- Materials and substances around us (আমাৰ চৌপাশৰ বস্তুবোৰ)
- Different types of substances in daily life
- How to classify materials
- Uses of materials in practical activities
- Important board exam questions and answers
Ospin Academy Advantages:
- Latest SCERT Assam Board solutions for Chapter 5
- Every exercise, extra question, and exam tip included
- Clear, easy language for Assamese medium students
- Focused notes and model answers for board exams
- Downloadable chapter PDF and QR code
Class 6 Science (আমাৰ বিজ্ঞান) SCERT Assam | Assamese Medium Chapter-wise Solutions PDF (Latest Syllabus)
Download Now – Latest SCERT Assam Syllabus
Get complete Class 6 Science (আমাৰ বিজ্ঞান) Assamese Medium solutions in PDF format.
Covers all textbook chapters, exercises, and concepts based on the latest SCERT Assam syllabus.
Ideal for self-study, revision, and exam preparation.
ষষ্ঠ শ্ৰেণী : আমাৰ বিজ্ঞান
অধ্যায় – 5 অস্পিন একাডেমী
আমাৰ চৌপাশৰ বস্তুবোৰ
অনুশীলনী
Q.1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
(i) দ্রব্যই যি পৰিমাণৰঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয়?
(a) পদার্থ
(b) ভৰ
(c) আয়তন
(d) কালি
উত্তৰ:(c)
(ii) তলৰ কোনবিধ স্বচ্ছ?
(a) কাঠ
(b) কাচ
(c) লো
(d) কাগজ
উত্তৰ:(b)
(iii) তলৰ কোনবিধ অর্ধস্বচ্ছ?
(a) কাচৰ গিলাচ
(b) দাপোণ
(c) তেলসনা কাগজ
(d) ষ্টিলৰ গিলাচ
উত্তৰ:(c)
(iv) তলৰ গোটটোৰ পৰা অমিলটো বাছিউলিওৱা।
(a) সোণ
(b) এলুমিনিয়াম
(c) তাম
(d) বাঁহ
উত্তৰ:(d)
Q.2. তলৰ কোনবোৰ দ্রব্য পানীত দ্রৱণীয় আৰু কোনবোৰ পানীত অদ্রৱণীয় লিখা।
(a) চেনি
(b) নাৰিকলৰ তেল
(c) বালি
(d) মৌ
(e) চকৰ গুড়ি
(f) পিঠাগুড়ি
(g) নিমখ
উত্তৰ:
|
পানীত দ্রৱণীয় দ্রব্য |
পানীত অদ্রৱণীয় দ্রব্য |
|
(a) চেনি (d) মৌ (f) নিমখ |
(b) নাৰিকলৰ তেল (c) বালি (e) চকৰ গুড়ি (f) পিঠাগুড়ি |
Q.3. পদার্থ কি? উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰ: ভৰ আদ আয়তন থকা সকলো বস্তুকেই পদার্থ বোলা হয়। যেনে- লোৰে তৈয়াৰী এ৯ বল, যাৰ ভৰ আৰু আয়তন আছে। বলটোৰ ভৰ হ’ল বলটোত থকা পদার্থ পৰিমাণ আৰু আয়তন হ’ল বলটোৱে অধিকাৰ কৰি থকা ঠাইৰ পৰিমাণ। গতিবে ভৰ আৰু আয়তন থকা সকলো বস্তুৱেই হ’ল পদার্থ
Q.4. কি ধৰ্মৰ ভিত্তিত আমি ক’ব পাৰোঁ যে শিল এবিধ পদার্থ।
উত্তৰ: শিল এবিং পদার্থ, কাৰণ শিলৰ নিজা ভৰ আৰু আয়তন আছে।
Q.5. চাৰিবিধ পদাৰ্থৰ নাম লিখা, যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি।
উত্তৰ: (i) (কাচ) (ii) (প্লাষ্টিক) (iii) (কাগজ) (iv) (ধাতু)
Q.6. জ্যোতি কি?
উত্তৰ: পদার্থ চিকমিকোৱা ধর্মটোক জ্যোতি বোলা হয়।
Q.7. তলৰ বাক্যবোৰ শুদ্ধনে অশুদ্ধ লিখা।
(a) কাঠ স্বচ্ছ কিম কাচ অস্বচ্ছ
উত্তৰ: (অশুদ্ধ)
(b) কাঠৰ গুড়ি পানীত দ্রবীভূত হয়।
উত্তৰ: (অশুদ্ধ)
(c) পানীত নিমখ দ্রবীভূত হয়।
উত্তৰ: (শুদ্ধ)
(d) কাঠৰ টুকুৰা পানীত ওপঙে
উত্তৰ: (শুদ্ধ)
(e) (নাৰিকল তেল পানীত দ্রবীভূত হয়।)
উত্তৰ: (অশুদ্ধ)
(f) গ্লিছাৰিন পানীত দ্রবীভূত হয়।
উত্তৰ: শুদ্ধ।
(g) তাম আৰু লো জ্যোতিমান দ্রব্য।
উত্তৰ: (শুদ্ধ)
(h) বায়ু, স্বচ্ছ পদার্থ
উত্তৰ: (শুদ্ধ)
Q.8. তলত দিয়া বস্তুবোৰৰ লগত দ্রব্যবোৰ মিলোৱা যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কৰা হয়।
|
বস্তু |
দ্রব্য |
|
টোকাবহী গজাল চকী গিলাচ সূতা |
কপাহ কাঠ কাচ কাগজ লো |
উত্তৰ:
|
বস্তু |
দ্রব্য |
|
টোকাবহী গজাল চকী গিলাচ সূতা |
কাগজ লো কাঠ কাচ কপাহ |
Q.9. প্লাষ্টিকেৰে তৈয়াৰী পাঁচবিধ বস্তুৰ নাম লিখা।
উত্তৰ: প্লাস্টিকেৰে তৈয়াৰী পাঁচ বিধ বস্তুৰ নাম হ’ল- বটল, বাল্টি, চকী, গিলাচ, প্লেট
Q.10. খালী ঠাই পূৰ কৰা –
(i) একেটা বস্তু বিভিন্ন______ ৰে গঠিত হ’ব পাৰে।
উত্তৰ: পদার্থ
(ii) বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক _______ বুলি কোৱা হয়।
উত্তৰ: শ্রেণীবিভাজন
(iii) বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ’ল বস্তুটোৰ ________ ।
উত্তৰ: ভৰ
(iv) বস্তু এটাই যিমান ঠাই আগুৰি থাকে সেয়ে বস্তুটোৰ_________।
উত্তৰ: আয়তন
Q. 11. বস্তুবা দ্ৰব্যৰ ধৰ্মৰ ভিত্তি কৰি মিলোৱা। মনত ৰাখিবা কিছুমান বস্তু বা পদাৰ্থৰ একাধিক ধৰ্ম থাকিব পাৰে।
উত্তৰ:
|
বস্তু বা পদার্থ |
ধর্ম |
|
(i) তীখাৰে নিৰ্মিত কাঁহী (ii) কাচৰ বটল (iii) কাঠৰ টুকুৰা (iv) নিমখ |
জ্যোতিমান স্বচ্ছ অস্বচ্ছ পানীত দ্রৱণীয় |
Q.12. তোমাক যদি এখন মজবুত পাতল আৰু দীর্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয়। তেন্তে তুমি কোন বিধ দ্রব্য নির্বাচন কৰিবা আৰু দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্রাধিকাৰ দিবা?
উত্তৰ: এখন, মজবুত পাতল আৰু দীর্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবৰ বাবে ভাল মজবুত প্লাষ্টিক নিৰ্বাচন কৰিম। কাৰণ, প্লাষ্টিক হ’ল কঠিন, পাতল আৰু দীর্ঘস্থায়ী পদার্থ, ইয়াৰ ভৰ কম, সেয়ে ইয়াক এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ সহজ।
Q.13. কিছুমান দ্রব্য গোটাই লোৱা। যেনে-বালি, নিমখ, নেমু ৰস ইত্যাদি। এতিয়া এটা গিলাচত এটা এটাকৈ মিহলাই চোৱা কোনবোৰ পানীত দ্রৱণীয়, এখন তালিকা সাজি লিপিবদ্ধ কৰা।
উত্তৰ:
|
দ্রব্যৰ নাম |
পানীত দ্রৱণীয়/অদ্রৱণীয় |
|
(i) বালি |
অদ্রৱণীয় |
|
(ii) নিমখ |
দ্রৱণীয় |
|
(iii) নেমুৰস |
দ্রৱণীয় |
|
(iv) চেনি |
দ্রৱণীয় |
|
(v) মিঠাতেল |
অদ্রৱণীয় |
Class 6 Science Chapter 5 – Frequently Asked Questions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



