Class 6 Science Chapter 7 Solutions – বতৰ আৰু জলবায়ু | SCERT Assam | Assamese Medium

অধ্যায় ৭ – বতৰ আৰু জলবায়ু

ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ৭ – বতৰ আৰু জলবায়ুৰ সম্পূর্ণ সমাধান | SCERT Assam (Assamese Medium)

Class 6 Science Chapter 7 Solutions – বতৰ আৰু জলবায়ু (SCERT Assam – Assamese Medium)

Access detailed solutions and notes for Chapter 7 “বতৰ আৰু জলবায়ু” from Class 6 Science, fully aligned to the Latest SCERT Assam Board syllabus. Every textbook exercise is solved step-by-step for Assamese medium students to help score high marks in board exams.

This chapter explains the concepts of weather, climate, seasonal changes, and how they affect our daily life. Ospin Academy uses clear English explanations and key Assamese science terms for easy learning and board exam preparation.

Chapter QR Code: S1F9J2

What will you learn in Chapter 7?

  • Difference between weather and climate (বতৰ আৰু জলবায়ুৰ পাৰ্থক্য)
  • Factors affecting weather and climate
  • Seasonal changes and their effects
  • Practical experiments and daily life observations
  • Board exam-focused questions and answers

Ospin Academy Advantages:

  • Latest SCERT Assam Board solutions and notes
  • All exercise questions and extra notes included
  • Easy explanations for Assamese medium students
  • Special board exam tips and revision points
  • Chapter 7 PDF and QR code support
Vibrant Note Box
Buy Printable PDF
Class 6 Science (আমাৰ বিজ্ঞান) SCERT Assam | Assamese Medium Chapter-wise Solutions PDF (Latest Syllabus)
Original price was: ₹199.00.Current price is: ₹29.00.

Download Now – Latest SCERT Assam Syllabus

Get complete Class 6 Science (আমাৰ বিজ্ঞান) Assamese Medium solutions in PDF format.
Covers all textbook chapters, exercises, and concepts based on the latest SCERT Assam syllabus.
Ideal for self-study, revision, and exam preparation.

Vibrant Note Box
অধ্যায় ৭ – বতৰ আৰু জলবায়ু

বতৰ আৰু জলবায়ু ষষ্ঠ শ্ৰেণী : আমাৰ বিজ্ঞান

অধ্যায় – 7                         অস্পিন একাডেমী

বতৰ আৰু জলবায়ু

অনুশীলনী

Q.1. অতি চমুকৈ উত্তৰ দিয়া-

(a) বতৰ কাক বোলে?

উত্তৰ: বায়ুমণ্ডলৰ উষ্ণতা, আর্দ্রতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদিয়ে কোনো এখন

ঠাইৰ বায়ুমণ্ডলত দৈনন্দিন যি অৱস্থাৰ সৃষ্টি কৰে তাক সেই ঠাইখনৰ বতৰ বুলি কোৱা হয়।

(b) জলবায়ু কাক বোলে?

উত্তৰ: জলবায়ু হ’ল কোনো এখন ঠাইৰ দীর্ঘকালৰ (25-30 বছৰ) বতৰৰ গড়মান।

(c) বতৰৰ তিনিটা কাৰকৰ নাম লিখা।

উত্তৰ: বতৰৰ তিনিটা কাৰক হ’ল- বায়ুমণ্ডলৰ উষ্ণতা, আর্দ্রতা, বৰষুণৰ পৰিমাণ

(d) জলবায়ুৰ ভিত্তিত অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেই কেইটা কি কি?

উত্তৰ: জলবায়ুৰ ভিত্তিত অসমত বছৰটোক প্ৰধানকৈ চাৰিটা ঋতুত ভাগ কৰিব পাৰি। সেইকেইটা হ’ল, গ্রীষ্ম, বর্ষা, শৰৎ আৰু শীত।

Q.2. বতৰ আৰু জলবায়ুৰ পার্থক্য লিখা)

উত্তৰ:

বতৰ

জলবায়ু

(i) বায়ুমণ্ডলৰ উষ্ণতা, আর্দ্রতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতিয়ে কোনো এখন ঠাইৰ বায়ুমণ্ডলত দৈনন্দিন যি অৱস্থাৰ সৃষ্টি কৰে সিয়েই হ’ল সেই দিনটোৰ বতৰ

(i) আনহাতে জলবায়ু হ’ল কোনো এখন ঠাইৰ দীর্ঘকালৰ বতৰৰ গড়মান।

(ii) বতৰ সঘনাই পৰিৱৰ্তন হয়।

(ii) কিন্তু জলবায়ু পৰিৱৰ্তন হ’বলৈ বহুত সময় লাগে।

Q.3. শুদ্ধ উত্তৰটোত থকা গোলটো সম্পূৰ্ণ কৰা?

(i) পৃথিবীৰ নাতিশীতোষ্ণ অঞ্চল ক’ত অৱস্থিত?

(a) উত্তৰ মেৰু

(b) দক্ষিণ মেৰু

(c) বিষুবীয়

(d) বিষুবীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ।

উত্তৰ:(c)

(ii) কোন বিধ খাৰিফ শস্য?

(a) ধান

(b) সৰিয়হ

(c) আলু

(d) ঘেঁহু

উত্তৰ:(a)

Q.4. খালী ঠাই পূৰ কৰা

(a) কোনো এটা অঞ্চলৰ দীৰ্ঘসময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ _________ বোলে।

(b) _______ মৌচুমী বতাহৰ বাবে বর্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।

উত্তৰ:

(a) জলবায়ু

(b) দক্ষিণ-পশ্চিম

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 6 Science Chapter 7 – Frequently Asked Questions
What is “বতৰ আৰু জলবায়ু” chapter about?
It explains the difference between weather and climate, seasonal changes, and how they impact our lives with easy examples.
Are solutions as per Latest SCERT Assam Board syllabus?
Yes, all answers follow the latest Assam Board guidelines for board exam readiness.
What is the Chapter 7 QR Code?
Use QR Code S1F9J2 for fast access to textbook and notes for Chapter 7.
How to score well on weather and climate in board exam?
Review main differences, practice exercise questions, and revise Ospin Academy’s notes for best results.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top