Class 6 Science Chapter 8 Solutions – জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ | SCERT Assam | Assamese Medium

অধ্যায় ৮ – জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ

ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ৮ – জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহৰ সম্পূর্ণ সমাধান | SCERT Assam (Assamese Medium)

Class 6 Science Chapter 8 Solutions – জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ (SCERT Assam – Assamese Medium)

Access stepwise solutions and board-focused notes for Chapter 8 “জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ” from Class 6 Science, updated to the Latest SCERT Assam Board syllabus. Every textbook exercise is clearly answered for Assamese medium students, ensuring exam readiness and deep understanding.

This chapter explains all about living beings – their features, classifications, differences and major life functions. Ospin Academy covers all points with easy English explanations supported by Assamese keywords for practical learning and board exam success.

Chapter QR Code: P6G4R7

What will you learn in Chapter 8?

  • Features and classification of living beings (জীৱৰ বৈশিষ্ট্য আৰু শ্ৰেণীবিভাজন)
  • Differences between plants and animals
  • Main life processes (nutrition, reproduction, growth)
  • Observation and identification of living things
  • Board exam-expected questions and answers

Ospin Academy Advantages:

  • All answers as per Latest SCERT Assam Board syllabus
  • Detailed solutions for textbook and extra questions
  • Clear explanations with Assamese keywords for board exams
  • Model answers and practice notes included
  • Chapter 8 PDF and active QR code support
Vibrant Note Box
Buy Printable PDF
Class 6 Science (আমাৰ বিজ্ঞান) SCERT Assam | Assamese Medium Chapter-wise Solutions PDF (Latest Syllabus)
Original price was: ₹199.00.Current price is: ₹29.00.

Download Now – Latest SCERT Assam Syllabus

Get complete Class 6 Science (আমাৰ বিজ্ঞান) Assamese Medium solutions in PDF format.
Covers all textbook chapters, exercises, and concepts based on the latest SCERT Assam syllabus.
Ideal for self-study, revision, and exam preparation.

Vibrant Note Box
অধ্যায় ৮ – জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ

class 6 ষষ্ঠ শ্ৰেণী : আমাৰ বিজ্ঞান

অধ্যায় – 8                              অস্পিন একাডেমী

জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ

অনুশীলনী

শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা

Q.1. তলত দিয়া কোনবিধৰ বৃদ্ধি নহয়?

(a) গছ

(b) চাইকেল

(c) শিশু

(d) পখিলা

উত্তৰ:(b)

Q.2. বীজৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন?

(a) পোহৰ

(b) প্রয়োজনীয় উষ্ণতা

(c) সাৰ

(d) পানী

উত্তৰ:(c)

Q.3. মাছে কিহৰ সহায়ত পানীত সাঁতুৰি ফুৰে?

(a) ফান

(b) ডেউকা

(c) নেজ

(d) ঠেং

উত্তৰ:(a)

Q.4. তলৰ কোনবিধ প্রাণী মাটি আৰু পানী উভয়তে থাকিব পাৰে?

(a) মাছ

(b) ভেকুলী

(c) শিয়াল

(d) তিমি মাছ

উত্তৰ:(b)

Q.5. তলত দিয়া কোনবিধ গছৰ পাত স্পৰ্শ কৰিলে জাপ খাই যায়?

(a) আমলখি

(b) সূর্যমুখী ফুল

(c) লাজুকী লতা

(d) কলচী উদ্ভিদ

উত্তৰ:(c)

Q.6. মহে ক’ত কণী পাৰে?

(a) বন্ধ পানীত

(b) পাতৰ তলত

(c) মাটিত

(d) নদীত

উত্তৰ:(a)

Q.7. লালুকীৰ গাত তলৰ কোনটো দেখা যায়?

(a) ঠেং আৰু জলক্লোম

(b) নেজ আৰু জলক্লোম

(c) হাওঁফাওঁ আৰু নেজ

(d) কেৱল জলক্লোম

উত্তৰ:(b)

Q.8. A স্তম্ভৰ লগত B স্তম্ভ মিলোৱা

স্তম্ভ-A

স্তম্ভ-B

(a) ফুল ফুলা

(i) দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ুৰ আদান-প্রদান

(b) ৰেচন

(ii) ওপৰলৈ বাঢ়ে

(c) কাণ্ড

(iii) গাৰ পৰা ওলোৱা পানী আৰু বর্জনীয় দ্রব্য

(d) শ্বাস-প্রশ্বাস

(iv) উদ্ভিদৰ চলন

উত্তৰ:

স্তম্ভ-A

স্তন্ত-B

(a) ফুল ফুলা

(iv) উদ্ভিদৰ চলন

(b) ৰেচন

(iii) গাৰ পৰা ওলোৱা পানী আৰু বর্জনীয় দ্রব্য

(c) কাণ্ড

(ii) ওপৰলৈ বাঢ়ে

(d) শ্বাস-প্রশ্বাস

(i) দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ুৰ আদান-প্রদান

Q.9. উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা –

(a) বীজৰ ভিতৰত থকা সৰু________ৰ পৰাই এজোপা পূর্ণাংগ গছ হয়।

(b) সকলো জীৱই ________প্রতি সঁহাৰি জনায়।

(c) ________ পূর্ণাংগ মহলৈ পৰিৱৰ্তন হয়।

(d) চৰাই উৰিব পাৰে, ই হৈছে_______ ৰ এটা বৈশিষ্ট্য

(e) সময়ৰ লগে লগে জীৱৰ ______.হয়।

(f) মহে_____ আৰু ______.বেমাৰৰ বীজাণু কঢ়িয়ায়।

(g) ভেকুলী এবিধ -______ প্রাণী।

উত্তৰ:

(a) ভ্রূণ

(b) উত্তেজনা

(c) পলু

(d) জীৱিত বস্তু

(e) ক্রমবিকাশ

(f) মেলেৰিয়া, ডেংগু

(g) উভচৰ

Q.10. ভেকুলীৰ জীবন চক্ৰত পোৱা স্তৰসমূহ শুদ্ধ ক্রমত লিখা।

উত্তৰ:

(a) কণী-লালুকী-পোৱালি ভেকুলী-ভেকুলী

(b) পোৱালি ভেকুলী-কণী-ভেকুলী-লালুকী

(c) কণী-পোৱালি ভেকুলী-লালুকী-ভেকুলী

(d) লালুকী-পোৱালি ভেকুলী-কণী-ভেকুলী

Q.11. পূর্ণাংগ ভেকুলীয়ে কিহৰ সহায়ত উশাহ নিশাহ লয়? হাওঁ ফাওঁ নে জলক্লোম?

উত্তৰ: পূর্ণাংগ ভেকুলীয়ে হাওঁফাওঁৰ সহায়ত উশাহ-নিশাহ লয়।

Q.12. জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য কি কি?

উত্তৰ: জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য হ’ল-

(a) বৃদ্ধি : জীৱিত বস্তুবোৰৰ বৃদ্ধি আৰু বিকাশ ঘটে।

(b) ৰেচন : জীৱিত বস্তুবোৰে অলাগতিয়াল পদার্থসমূহ শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে।

(c) প্রজনন : জীৱিত জীৱবোৰে নিজৰ নিচিনা নতুন জীৱৰ জন্ম দিব পাৰে।

Q.13.বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱা সত্ত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কিয়?

উত্তৰ: গাড়ী এখনক জড় বুলি গণ্য কৰা হয় কাৰণ-

(i) গাড়ী এখন নিজে চলিব নোৱাৰে। ই চলিবলৈ এটা বাহ্যিক শক্তিব প্রয়োজন হয়।

(ii) গাড়ী এখনৰ জীবন প্রক্রিয়া যেনে বৃদ্ধি, প্রজনন, শ্বাস-প্রশ্বাস লোৱা আদি নাথাকে।

Q.14.জীৱৰ বাবে প্রজনন কিয় প্রয়োজন?

উত্তৰ: প্ৰজনন জীৱৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ ই জীৱৰ বংশৰ ধাৰাবাহিকতা অটুট ৰাখে।

Q.15.ভেকুলীৰ জীৱনচক্ৰৰ বিভিন্ন দশাসমূহৰ নাম লিখা-

উত্তৰ: ভেকুলীৰ জীৱনচক্ৰৰ বিভিন্ন দশাসমূহ হৈছে কণী, লালুকী, সৰু ভেকুলী আৰু পূর্ণাংগ ভেকুলী।

Q.16. মহৰ জীৱন চক্ৰৰ ছবি আঁকা।

উত্তৰ:

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 6 Science Chapter 8 – Frequently Asked Questions
What is “জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ” chapter about?
It teaches the features of living beings, their classifications, and how to observe differences between plants and animals in daily life.
Are solutions as per the Latest SCERT Assam Board syllabus?
Yes, all answers follow the Assam Board syllabus and focus on board exam preparation.
What is the Chapter 8 QR Code?
Scan or use QR Code P6G4R7 for quick access to Chapter 8 textbook content or solutions.
How to prepare for living beings chapter for the board exam?
Review features, classifications, and practice Ospin Academy’s model answers and Assamese notes for best results.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top