Class 6 Science Chapter 9 Solutions – দৈর্ঘ্যৰ জোখ আৰু গতি | SCERT Assam | Assamese Medium

অধ্যায় ৯ – দৈর্ঘ্যৰ জোখ আৰু গতি

ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ৯ – দৈর্ঘ্যৰ জোখ আৰু গতিৰ সম্পূর্ণ সমাধান | SCERT Assam (Assamese Medium)

Class 6 Science Chapter 9 Solutions – দৈর্ঘ্যৰ জোখ আৰু গতি (SCERT Assam – Assamese Medium)

Get complete, stepwise solutions for Chapter 9 “দৈর্ঘ্যৰ জোখ আৰু গতি” from Class 6 Science—perfectly updated for the Latest SCERT Assam Board syllabus. Every exercise is solved for Assamese medium students, and answers focus on exam success and clear understanding of key concepts.

This chapter covers measurement of length, basic units, types of motion, and simple experiments to learn physics in daily life. Ospin Academy uses simple English and selected Assamese keywords for fast learning and board exam revision.

Chapter QR Code: C3B6U5

What will you learn in Chapter 9?

  • Measurement of length (দৈৰ্ঘ্যৰ জোখ) and standard units
  • Different types of motion – linear, circular, periodic, and random
  • Simple activities for measuring things in daily life
  • Basic concepts of speed and distance
  • Board-exam style questions and answers

Ospin Academy Advantages:

  • SCERT Assam Board latest syllabus based answers
  • Carefully solved textbook exercises and additional notes
  • Stepwise, easy language for Assamese medium students
  • Model answers and board-focused tips
  • Chapter 9 PDF and QR code included
Vibrant Note Box
Buy Printable PDF
Class 6 Science (আমাৰ বিজ্ঞান) SCERT Assam | Assamese Medium Chapter-wise Solutions PDF (Latest Syllabus)
Original price was: ₹199.00.Current price is: ₹29.00.

Download Now – Latest SCERT Assam Syllabus

Get complete Class 6 Science (আমাৰ বিজ্ঞান) Assamese Medium solutions in PDF format.
Covers all textbook chapters, exercises, and concepts based on the latest SCERT Assam syllabus.
Ideal for self-study, revision, and exam preparation.

Vibrant Note Box
অধ্যায় ৯ – দৈর্ঘ্যৰ জোখ আৰু গতি

class 6 ষষ্ঠ শ্ৰেণী : আমাৰ বিজ্ঞান

অধ্যায় – 9                  অস্পিন একাডেমী

দৈর্ঘ্যৰ জোখ আৰু গতি

অনুশীলনী

Q.1. স্তম্ভ I ৰ প্ৰতিটো বস্তু স্তম্ভ II ৰ আটাইতকৈ উপযুক্ত এককৰ সৈতে মিলোৱা।

স্তম্ভ (I)

স্তম্ভ (II)

(a) অট্টালিকাৰ উচ্চতা

(i) cm

(b) দুখন চহৰৰ মাজৰ দূৰত্ব

(ii) m

(c) পেঞ্চিলৰ দৈর্ঘ্য

(iii) mm

(d) বহীৰ বেধ

(iv) km

উত্তৰ:

স্তম্ভ (I)

স্তম্ভ (II)

(a) অট্টালিকাৰ উচ্চতা

(ii) m

(b) দুখন চহৰৰ মাজৰ দূৰত্ব

(iv) km

(c) পেঞ্চিলৰ দৈর্ঘ্য

(i) cm

(d) বহীৰ বেধ

(iii) mm

Q.2. তলত দিয়াবোৰৰ দৈৰ্ঘ্যৰ মাপ কি উপযুক্ত সামগ্রী (স্কেল অথবা ফিটা) ব্যৱহাৰ কৰি নির্ধাৰণ কৰা হয়?

(a) এটা অট্টালিকাৰ উচ্চতা

উত্তৰ: ফিটা

(b) পেঞ্চিলৰ দৈর্ঘ্য

উত্তৰ: স্কেল

(c) পেপাৰ ক্লিপৰ দৈর্ঘ্য

উত্তৰ: স্কেল

(d) গছৰ গা-গছৰ ঘেৰ

উত্তৰ: ফিটা

(e) এডাল ৰবৰৰ প্ৰস্থ

উত্তৰ: স্কেল

(f) ফুটবল খেলপথাৰৰ দৈৰ্ঘ্য

উত্তৰ: ফিটা

Q.3. সঁচা নে মিছা ?

(a) 1m-100cm

উত্তৰ: সঁচা

(b) 5000m 5 cm

উত্তৰ: মিছা

(c) 2000 mm = 2 cm

উত্তৰ: মিছা

(d) ঘড়ীৰ কাটাৰ গতি ৰৈখিক গতিৰ উদাহৰণ

উত্তৰ: মিছা

(e) সৰলৰেখাত কৰা গতিক দোলন গতি বুলি কোৱা হয়

উত্তৰ: মিছা

Q.4. শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকৈ পূৰ কৰা।

(i) তলৰ কোনটো পর্যাবৃত্ত গতিৰ উদাহৰণ?

(a) পথেৰে গতি কৰা এখন বাছ)

(b) এটা ঘড়ীৰ দোলকৰ দোলন

(c) এটা সৰি পৰা বল

(d)এজন খোজকাঢ়ি যোৱা মানুহ

উত্তৰ:(b)

(ii) তলৰ কোনটো বৃত্তাকাৰ গতিৰ উদাহৰণ?

(a) গতিশীল অৱস্থাত থকা দোলনা এখন

(b) এখন চলন্ত ৰে’ল

(c) চলি থকা চিলিং ফেনৰ ব্লেড

(d) গতিশীল চাইকেল এখন

উত্তৰ:(c)

5. তলত দিয়াবোৰ পৰিবৰ্তন কৰা

(a) 250 মিলিমিটাৰৰ পৰা মিটাৰলৈ

উত্তৰ: 250 মি. মি. = 250 / 1000 মি.

= 0.25 মি.

(b) 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ

উত্তৰ: আমি জানো যে,

1 কি. মি. = 1000 মি.

∴ 7.5 কি. মি.

= 7.5 × 1000 মি.

= 7500 মি.

(c) 3 মিটাৰৰ পৰা চেন্টিমিটাৰলৈ

উত্তৰ:

3m = 3 x 100 চে.মি.

= 300 cm চে.মি.

(d) 1.25 মিটাৰৰ পৰা মিলিমিটাৰলৈ

উত্তৰ: আমি জানো যে,

1 মি. = 1000 মি. মি.

.:. 1.25 মি. = 1.25 × 1000 মি. মি.

= 1250 মি. মি.

Q.6. তোমাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব 2000 মিটাৰ, ইয়াক কিল মিটাৰলৈ ৰূপান্তৰ কৰা

উত্তৰ: আমি জানো যে,

1 কি.মি. = 1000 মি.

∴ ঘৰ আৰু স্কুলৰ মাজৰ দূৰত্ব = 2000 মি.

= 2 × 1000 মি.

= 2 × 1 মি.

= 2 কি.মি.

Q.7. এডাল ৰছীৰ সহায়ত তোমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে- পেঞ্চিল, কলম, জ্যমিতি বাকচ আদিৰ দৈর্ঘ্যব জোখ লোৱা। প্রতিটো দৈর্ঘ্য মিলিমিটাৰ আৰু চেন্টিমিটাৰত প্ৰকাশ কৰা আৰু তথ্যসমূহ এখন টেবুলত লিপিবদ্ধ কৰা।

এটা উদাহৰণ তলত দিয়া হ’ল-

উত্তৰ:

বস্তু

দৈর্ঘ্যৰ চেল্টিমিটাৰত

দৈর্ঘ্য মিলিমিটাৰত

পেঞ্চিল

কলম

জ্যমিতি বাকচ

15

14

20

150

140

200

Q.8. তোমাৰ শ্ৰেণীকোঠাত থকা বিভিন্ন বস্তু পর্যবেক্ষণ কৰা আৰু তলত দিয়া ধৰণে সেইবোৰৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰা। 10 চেন্টিমিটাৰতকৈ কম, 10 চেন্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত আৰু । মিটাৰতকৈ অধিক। তোমাৰ পৰ্যবেক্ষণবোৰ উপযুক্ত তালিকাত লিপিবদ্ধ কৰা।

উত্তৰ:

বস্তুৰ দৈর্ঘ্য

উদাহৰণ

10 চেন্টিমিটাৰতকৈ কম

10 চেন্টিমিটাৰৰ 1 মি. পৰা ভিতৰত

1 মিটাৰতকৈ অধিক

ৰবৰ, শার্পনাৰ

কলম, বহী

টেবুল

Q.9. তোমাৰ তিনিজন বন্ধুক এখন বেৰৰ ওচৰত থিয় হ’বলৈ কোৱা। বেৰত সিহঁতৰ উচ্চতা চিহ্নিত কৰা এতিয়া তেওঁলোকৰ উচ্চতা জুখি প্রতিজনৰে উচ্চতাৰ জোখ মিটাৰ আৰু চেল্টিমিটাৰত প্ৰকাশ কৰা।

ধৰা হ’ল, তোমাৰ তিনিগৰাকী বন্ধুৰ উচ্চতা তলত দিয়া দৰে-

উত্তৰ:

নাম

চেন্টিমিটাৰত উচ্চতা

মিটাৰত উচ্চতা

ৰিয়া

142 চে.মি.

1.42 মি.

অভিজিৎ

156 চে.মি.

1.56 মি.

দীপা

140 চে.মি.

1.40 মি.

Q.10. তোমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰা। ৰৈখিক, বৃত্তাকাৰ আৰু দোলন গতিৰ প্ৰত্যেকৰ বাবে দুটাকৈ উদাহৰণ লিখা।

উত্তৰ:

(i) ৰৈখিক গতি: গাড়ী এখন পোন সৰলৰেখাত গতি কৰা, মানুহ এজন সৰলৰেখাত খোজ কঢ়া।

(ii) বৃত্তাকাৰ গতি: বৈদ্যুতিক পাংখাৰ ঘূৰণ, চাইকেলৰ চকাৰ ঘূৰণ।

(iii) দোলন গতি: দোলনা, এটা পেণ্ডুলাম ঘড়ী

11. (a)

প্ৰসঙ্গ বিন্দু

দূৰত্ব

দূৰত্ব


প্রীতম


বিকাশ——m


অনিমা——m


অংকুৰ


গাৰ্গী——m


প্রীতম——m


অনিমা


প্রীতম——m


বিকাশ——m


গাৰ্গী


বিকাশ——m


অংকুৰ——m

Answer :

 


প্ৰসঙ্গ বিন্দু


দূৰত্ব


দূৰত্ব


প্রীতম


বিকাশ 3 m


অনিমা 6 m


অংকুৰ


গাৰ্গী 3 m


প্রীতম 6 m


অনিমা


প্রীতম 3 m

বিকাশ 6 m


গাৰ্গী


বিকাশ 6 m


অংকুৰ 3 m

প্রসংগ বিন্দু

গুৱাহাটীলৈ দূৰত্ব

A

 

B

 

C

 

D

 
 

ৰহালৈ দূৰত্ব

A

 

B

 

C

 

D

 

গুৱাহাটীৰ পৰা

 

উত্তৰ:

প্রসংগ বিন্দু

গুৱাহাটীলৈ দূৰত্ব

A

20

B

40

C

60

D

80

 

ৰহালৈ দূৰত্ব

A

80

B

60

C

40

D

20

গুৱাহাটীৰ পৰা

100

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 6 Science Chapter 9 – Frequently Asked Questions
What is “দৈর্ঘ্যৰ জোখ আৰু গতি” chapter about?
It covers measurement of length, types of motion (linear, circular, periodic), and how to observe and measure movement in daily life.
Are solutions as per Latest SCERT Assam Board syllabus?
Yes, all answers follow the Assam Board’s latest syllabus and focus on board exam questions.
What is Chapter 9 QR Code?
Scan or use QR Code C3B6U5 for instant access to textbook and solutions for Chapter 9.
How to score high in measurement and motion chapter?
Revise units, motion types, and prepare with Ospin Academy model answers and Assamese notes for best board exam results.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top