Class 6 English Chapter 4 – Florence Nightingale (ফ্ল’ৰেন্স নাইটিংগেল) – All Textual Solutions | AJB

CLASS 6

Class 6 English Chapter 4 Florence Nightingale Solutions | AJB

ষষ্ঠ শ্ৰেণী ইংৰাজী অধ্যায় ৪ – Florence Nightingale সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB)

ষষ্ঠ শ্ৰেণীৰ ইংৰাজী (English) পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় ‘Florence Nightingale’ এখন অতি গুৰুত্বপূৰ্ণ আৰু অনুপ্ৰেৰণামূলক পাঠ। অসম জাতীয় বিদ্যালয় (AJB) ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 English Chapter 4 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, অতিৰিক্ত প্ৰশ্ন (Additional Questions), MCQ আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘Florence Nightingale’ নামৰ এই পাঠটিত আধুনিক নাৰ্ছিং সেৱাৰ জন্মদাত্ৰী, যাক ‘লেডী উইথ দা লেম্প’ (Lady with the Lamp) বুলিও জনা যায়, তেওঁৰ জীৱন আৰু নিস্বাৰ্থ মানৱ সেৱাৰ এক সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • Florence Nightingale পাঠৰ মূল বিষয়বস্তুৰ সহজ বিশ্লেষণ আৰু গুৰুত্বপূৰ্ণ শব্দাৰ্থ।
  • পাঠভিত্তিক অনুশীলনীৰ সকলো প্ৰশ্নৰ নিৰ্দোষ আৰু মান্য উত্তৰ।
  • ইংৰাজী ব্যাকৰণ (Grammar) আৰু শব্দভঁৰাল (Vocabulary) ৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ (Additional Questions) লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 English Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • Florence Nightingale ৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু ইংৰাজী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 6 English Textbook Solutions & MCQs PDF | AJB New Syllabus
49.00

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 6 English with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 4 Florence Nightingale

 AJB Class 6: English

Lesson-4                                                                            Ospin Academy

Florence Nightingale

Texual Solutions

1. Answer the following questions in complete sentences.

(তলৰ প্ৰশ্নবোৰৰ পূৰ্ণ বাক্যৰে উত্তৰ লিখা-)

a) When was Florence Nightigale born?

(ফ্রেগৰেন্স নাইটিংগেলৰ জন্ম কেতিয়া হৈছিল?)

Ans: Florence Nightingale’s birth took place on May 12, 1820.

(ফ্লোৰেন্স নাইটিংগেলৰ জন্ম ১৮২০ চনৰ ১২ মে’ তাৰিখে হৈছিল।)

b) Where was Florence born?

(ফ্ৰোৰেলৰ ক’ত জন্ম হৈছিল?)

Ans: Florence’s birthplace was Tuscany, located in Italy.

(ফ্লোৰেন্সৰ জন্মস্থান আছিল ইটালীৰ তাষ্কেনি।)

c) What was the name of her sister?

(তেওঁৰ ভনীয়েকৰ নাম কি আছিল?)

Ans: Her sister was named Frances Parthenope.

(তেওঁৰ ভনীয়েকৰ নাম ফ্রান্সেচ পার্থেনোপ আছিল।)

d) What were the subjects that Florence and her sister were taught?

(ফ্লোৰেল আৰু তেওঁৰ ভনীয়েকক কি কি বিষয় শিকোৱা হৈছিল?)

Ans: Both Florence and her sister received lessons in every subject, ranging from science and mathematics to history and philosophy.

(ফ্লোৰেন্স আৰু তেওঁৰ ভনীয়েক দুয়োকে বিজ্ঞান আৰু গণিতৰ পৰা আৰম্ভ কৰি ইতিহাস আৰু দৰ্শনলৈকে সকলো বিষয়ৰ শিক্ষা প্ৰদান কৰা হৈছিল।)

e) When did the Crimean War break up?

(ক্ৰিমীন যুদ্ধ’ৰ কেতিয়া অন্ত পৰিছিল?)

Ans: The Crimean War occurred in the year 1853.

(ক্ৰিমিয়ান যুদ্ধ ১৮৫৩ চনত সংঘটিত হৈছিল।)

f) Who is called ‘The Lady with the Lamp”?

(‘লেডী উইথ দা লেম্প’ কাক কোৱা হয়?)

Ans: Florence Nightingale is famously known as ‘The Lady with the Lamp’.

(ফ্লোৰেন্স নাইটিংগেলক ‘লেডী উইথ দা লেম্প’ হিচাপে জনা যায়।)

g) When and where did Florence die?

(ফ্লোৰেন্সৰ মৃত্যু কেতিয়া আৰু ক’ত হৈছিল?)

Ans: Florence passed away in Mayfair, London, on August 13, 1910.

(১৯১০ চনৰ ১৩ আগষ্ট তাৰিখে লণ্ডনৰ মেফেয়াৰত ফ্লোৰেন্সৰ মৃত্যু ঘটিছিল।)

2. How was the condition of the wounded British soldiers?

   (আঘাতপ্রাপ্ত ইংৰাজ সৈন্যসকলৰ অবস্থা কেনে আছিল?)

Ans: The wounded soldiers were in a miserable state. They slept in overcrowded spaces without blankets or proper food, and various diseases circulated among them. A large number of them lost their lives due to infections and illnesses.

(আঘাতপ্ৰাপ্ত সৈন্যসকলৰ অৱস্থা অতি শোচনীয় আছিল। তেওঁলোকে ভিৰৰ মাজত কম্বল বা উপযুক্ত খাদ্য নোহোৱাকৈ শুব লগা হৈছিল, আৰু তেওঁলোকৰ মাজত বিভিন্ন ৰোগ বিয়পি পৰিছিল। তেওঁলোকৰ বহুতেই সংক্ৰমণ আৰু ৰোগৰ ফলত প্ৰাণ হেৰুৱাইছিল।)

3. How did Florence help the soldiers?

   (ফ্লোরেন্সে কেনেকৈ সৈনিক সকলক সহায় কৰিছিল?)

Ans: Florence, along with her nurses, established a kitchen and constructed sanitary latrines. She would frequently check on the soldiers while they were asleep.

(ফ্লোৰেন্স আৰু তেওঁৰ নাৰ্চসকলে এটা পাকঘৰ স্থাপন কৰিছিল আৰু অনাময় শৌচালয় নিৰ্মাণ কৰিছিল। সৈনিকসকল শুই থকাৰ সময়তো তেওঁ সঘনাই তেওঁলোকৰ ওচৰলৈ গৈছিল।)

4. Write whether the following statements are true or false.

   (তলৰ কথনবোৰ শুদ্ধ নে ভুল লিখা।)

a) Florence’s father was a poor man.

(ফ্লোৰেন্সৰ পিতাক এজন দুখীয়া মানুহ আছিল।)

Ans: False (ভুল)

b) Florence went to Germany to undergo training and become a nurse in 1853.

(ফ্রোৰেন্সে জার্মানীলে প্রশিক্ষণ ল’বলৈ গৈছিল আৰু ১৮৫৩ চনত এগৰাকী নার্চ হৈছিল।)

Ans: False (ভুল)

c) Florence often visited the soldiers at night when they were asleep.

(ফ্লোরেন্সে বাতি প্রায় সৈনিকসকল শুই থাকোতে তেওঁলোকৰ ওচৰলৈ গৈছিল।)

Ans: True (শুদ্ধ)

d) Many of the British soldiers died of infection and diseases.

(বহুতো ইংৰাজ সৈন্যই সোঁচৰা ৰোগত আৰু বেমাৰত মৃত্যু বৰণ কৰিছিল।)

Ans: True (শুদ্ধ)

e) Florence Nightingale died at the age of 80.

(ফ্লোৰেন্স নাইটিংগেলৰ ৮০ বছৰত মৃত্যু হৈছিল।)

Ans: False (ভুল)

Grammar and Usage

Activity 1

Fill in the blanks with appropriate Articles.

(প্রকৃত Articles. লগাই খালী ঠাই পুৰ কৰা।)

i) This is__ elephant

Ans: This is an elephant.

ii) He is ___ honourable man.

Ans: He is an honourable man.

iii) That is__picture.

Ans: That is a picture.

iv) There is __ university in Guwahati.

Ans: There is an university in Guwahati.

v) Give me one __ rupee note.

Ans: Give me a one-rupee note.

vi) He is __  M.L.A.

Ans: He is an M.L.A.

vii) Mr. Bora is __  M.B.B.S.

Ans: Mr. Bora is an M.B.B.S.

viii) Mrs. Kalita is __ M.P.

Ans: Mrs. Kalita is an M.P.

ix) Balen is __ N.C.C. cadet.

Ans: Balen is   N.C.C. cadet.

x) – dog is a faithful animal.

Ans: The dog is a faithful animal.

xi) ___  moon shines at night.

Ans: The moon shines at night.

xii) This  ___ loveliest picture.

Ans: This is the loveliest picture.

xiii)___  Thor desert is in India.

Ans: The Thor desert is in India.

xiv) __ Qutub Minar is in Delhi.

Ans: The Qutub Minar is in Delhi.

xv) I am reading ___  Mahabharata.

Ans: I am reading the Mahabharata.

xvi) Her brother is studying in __ U.K.

Ans: Her brother is studying in the U.K.

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী ইংৰাজী অধ্যায় ৪ (Florence Nightingale) – সঘনাই সোধা প্ৰশ্ন (FAQs)
Florence Nightingale পাঠটিৰ মূল বিষয়বস্তু কি?
এই পাঠটিত আধুনিক নাৰ্ছিং সেৱাৰ জন্মদাত্ৰী ফ্ল’ৰেন্স নাইটিংগেলৰ জীৱন, কৰ্ম আৰু ৰোগীসকলৰ প্ৰতি তেওঁৰ নিস্বাৰ্থ সেৱাৰ বিষয়ে বৰ্ণনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন (Additional Questions), MCQ আৰু পাঠভিত্তিক ব্যাকৰণৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয় (AJB) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা জীৱনীভিত্তিক অতি চমু প্ৰশ্ন, চমু আৰু দীঘলীয়া প্ৰশ্নৰ লগতে বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু শব্দাৰ্থ সম্বন্ধীয় প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top