SEBA Class 7 Assamese Chapter 12 নামৰ বেবেৰিবাং Solutions & Summary
Find the solutions for Class 7 Assamese Chapter 12 “নামৰ বেবেৰিবাং” for SEBA Assam and SCERT Assam. This chapter presents a thought-provoking story that discusses the importance of names, identity, and the impact they have on an individual’s life. Our solutions include detailed textbook answers, multiple-choice questions (MCQs), and a comprehensive chapter summary, assisting students in grasping the moral lessons and preparing effectively for exams.
Class 7 Assamese
Chapter – 12 Ospin Academy
নামৰ বেবেৰিবাং
ক-পাঠভিত্তিক ক্রিয়া |
---|
১। পাঠটো শুদ্ধ উচ্চাৰণেৰে আৰু নাটকীয় ভংগীৰে পঢ়া।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
২। পাঠটো পঢ়ি কাহিনীটো চমুকৈ কোৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
৩। পাঠটোৰ আধাৰত সংলাপখিনি ভগাই ভগাই কোৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
৪। তলৰ শব্দসমূহৰ অর্থ কাঁড় চিন দি মিলোৱা।
শব্দ |
অৰ্থ |
---|---|
নুটুটে |
নদন-বদন, ধনে-জনে পৰিপূৰ্ণ |
ৰৰৈয়া |
কোনো শব্দ বা ওজৰ-আপত্তি নকৰাকৈ |
ডাল-দৰিদ্ৰ |
জঁপা, ঢাকনি থকা বাতেৰা তৈয়াৰ কৰা কাপোৰ-কানি ৰাখিব পৰা এবিধ যতন |
বেজবজাই |
জাকৈ (বাঁহেৰে সজা তিনিকোণীয়া মাছ মৰা সঁজুলি) |
সুৰসুৰকৈ |
নকমে |
মৰচেৰেলা |
ডাকি যোৱাকৈ, বিজবিজনী অনুভৱ কৰা |
জকাই |
অতি দুখীয়া |
পেটাৰী |
শুকাই-ক্ষিণাই মৰাৰ নিচিনা হোৱা |
উত্তৰঃ
শব্দ |
অৰ্থ |
---|---|
নুটুটে |
নকমে |
ৰৰৈয়া |
নদন-বদন, ধনে-জনে পৰিপূৰ্ণ |
ডাল-দৰিদ্ৰ |
অতি দুখীয়া |
বেজবজাই |
ডাকি যোৱাকৈ, বিজবিজনী অনুভৱ কৰা |
সুৰসুৰকৈ |
কোনো শব্দ বা ওজৰ-আপত্তি নকৰাকৈ |
মৰচেৰেলা |
শুকাই-ক্ষিণাই মৰাৰ নিচিনা হোৱা |
জকাই |
জাকৈ (বাঁহেৰে সজা তিনিকোণীয়া মাছ মৰা সঁজুলি) |
পেটাৰী |
জঁপা, ঢাকনি থকা বাতেৰা তৈয়াৰ কৰা কাপোৰ-কানি ৰাখিব পৰা এবিধ যতন |
৫। উত্তৰ দিয়া।
(ক) নিধনীৰামৰ ঘৰ ক’ত আছিল?
উত্তৰঃ নিধনীৰামৰ ঘৰ সোণাপুৰ গাঁৱত আছিল।
(খ) নিধনীৰাম অভাৱী আছিল নেকি?
উত্তৰঃ নিধনীৰাম অভাৱী নাছিল।
(গ) মানুহজনে কাটি থকা গছজোপাৰ নাম কি?
উত্তৰঃ মানুহজনে কাটি থকা গছজোপাৰ নাম হ’ল – অমৰা।
(ঘ) হালোৱা মানুহজনৰ নাম কি আছিল?
উত্তৰঃ হালোৱা মানুহজনৰ নাম মৰা আছিল।
৬। কোনে, কাক কৈছিল কোৱা।
(ক) ‘এই জোপা কি গছহে ককাই?’
উত্তৰঃ উক্ত কথাষাৰ নিধনীয়ে মানুহজনক কৈছিল।
(খ) ‘পাৰোঁতোন- নিজৰা।’
উত্তৰঃ উক্ত কথাষাৰ নিধনীৰামে লৰা-ছোৱালীবোৰক সুধিছিল।
(গ) ‘মোৰ নাম মৰা।’
উত্তৰঃ উক্ত কথাষাৰ হালোৱাজনে নিধনীৰামক কৈছিল।
(ঘ) ‘বোলো কোৱা কি? তুমি দেখোন জীয়া। মৰা হ’লা কেনেকৈ?’
উত্তৰঃ উক্ত কথাষাৰ নিধনীৰামে হালুৱাজনক কৈছিল।
(ঙ) ‘জকাই বাইছোঁহে বাইছোঁ, খলিহা-পুঠী এটাও পোৱা নাই দেউতা।’
উত্তৰঃ উক্ত কথাষাৰ হালোৱাজনে নিধনীৰামক কৈছিল।
৭। নিধনীৰামক গাঁৱৰ মানুহে নিধনীৰাম বুলি মাতিলে কিয় তাৰ গা বেজবেজাইছিল লিখা।
উত্তৰঃ নিধনীৰামক গাঁৱৰ মানুহে নিধনীৰাম বুলি মাতিলে তেওঁ ভাৱে যে গাঁওখনৰ নাম সোণাপুৰ হ’লেও তাৰ মানুহবিলাক আছিল ডাল- দৰিদ্ৰ, একমাত্ৰ নিধনীৰামৰ বাহিৰে। নামটো নিধনীৰাম হ’লেও মানুহজন আছিল দৰাচলতে ধনী। ধনে-জনে তেওঁৰ ৰৰৈয়া গৃহস্থালি গোহালিত গৰু, পুখুৰীত মাছ, ভৰালত ধান, পেটাৰিত ধন- কোনোফালেই নিধনীৰামে অভাৱৰ মুখ দেখা পোৱা নাছিল তেওঁ ভাবিছিল যে তেনে স্থলত মানুহে তেওঁক নিধনী বুলি মাতিলে বিছাই ডাকাৰ দৰে গাটো বেজবেজাই গৈছিল।
৮। নিধনীৰামে শেষত ভবা যোজনা ফাকিৰ অর্থ লিখা।
উত্তৰঃ নিধনিৰামে শেষত ভাবিলে যে মানুহৰ নামটোৱেই আচল পৰিচয় নহয়। পৃথিৱীত থকা সকলো গছ – গছনি, জীৱ-জন্তু আৰু মানুহ সকলাে প্রাণীয়েই যিহেতু মৰে, গতিকে ইয়াৰ লগত নামৰ কোনাে গুৰুত্ব নাই। ঠিক তেনেদৰে এখন অমৰা নামৰ গছো মৰে, জীয়াই থকা মানুহৰ নাম ‘মৰা’ হলেও সি সেই সময়ত মৰি থকা নাই, নিজৰি পানী বৈ থকা কাৰণেই পানীদৰাৰ নাম নিজৰা। সেইদৰে অতি দুখীয়া মানুহৰ ছােৱালীয়ে ধন – সম্পত্তিৰ গৰাকী ‘লখিমী’ নাম আৰু অতি ধনী মানুহেও নিধনী নাম ল’ব পাৰে। লখিমী নাম ললে দুখীয়া ছােৱালীজনী ধন – সম্পত্তিৰ গৰাকী হ’ব নােৱাৰে বা নিধনী বুলিলেই ধনীলােক নিধনীৰাম দুখীয়া বা ধনহীন বুলি জনা নাযাব।
৯। তলৰ ‘ক’-অংশৰ শব্দৰ লগত ‘খ’-অংশ মিলাই লিখা।
‘ক’ অংশ |
‘খ’ অংশ |
---|---|
গোহালিত |
ধান |
পুখুৰীত |
তামোল-পান |
ভঁৰালত |
মাছ |
বাৰীত |
গৰু |
শাকনিত |
কোমোৰা |
চালত |
ফুল |
ফুলনিত |
শাক |
উত্তৰঃ
‘ক’ অংশ |
‘খ’ অংশ |
---|---|
গোহালিত |
গৰু |
পুখুৰীত |
মাছ |
ভঁৰালত |
ধান |
বাৰীত |
শাক |
শাকনিত |
তামোল-পান |
চালত |
কোমোৰা |
ফুলনিত |
ফুল |
১০। তলৰ ছবিখন ভালদৰে চোৱা আৰু ছবিৰ কথাখিনি কাহিনী আকাৰে লিখা।
উত্তৰঃ ছবিখনত আমি এখন ধুনীয়া গাঁওখন দেখিবলৈ পাইছোঁ য’ত নানা ধৰনৰ গছ-গছনি আছে। তামোল-গছ, নাৰিকল-গছ, কল-গছ আদি। লগতে আইতাই কলহত পানী ভৰাই ঘৰলৈ নি আছে আৰু এজন ৰাখোৱালে গৰু-ছাগলী চৰাই আছে।
খ-ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ) |
---|
১১। পাঠটোত মাক-বাপেক, ল’ৰা-ছোৱালী আদি কেইবাটাও সম্বন্ধবাচক যুৰীয়া শব্দ আছে। ‘ক-অংশ’ৰ লগত ‘খ-অংশ’ৰ শব্দ লগ লগাই উদাহৰণত দিয়াৰ দৰে যুৰীয়া শব্দ গঠন কৰা।
উদাহৰণ: ককা-আইতা
ক-অংশ |
খ-অংশ |
---|---|
ভাই |
বোপাই |
আই |
পেহী |
পেহা |
জোঁৱাই |
জী |
আমৈ |
শাহু |
ভনী |
তাবৈ |
শহুৰ |
উত্তৰঃ
ক-অংশ |
খ-অংশ |
---|---|
ভাই |
ভনী |
আই |
বোপাই |
পেহা |
পেহী |
জী |
জোঁৱাই |
শাহু |
শহুৰ |
তাবৈ |
আমৈ |
১২। তলৰ শব্দবোৰৰ বিপৰীত অর্থ প্রকাশক শব্দ লিখা।
শব্দ |
বিপৰীত শব্দ |
---|---|
ভাল |
|
জীয়া |
|
নিধনী |
|
বহল |
|
নালাগে |
|
নুটুটে |
|
নোৱাৰে |
|
নামাতিলে |
উত্তৰঃ
শব্দ |
বিপৰীত শব্দ |
---|---|
ভাল |
বেয়া |
জীয়া |
মোৰ |
নিধনী |
ধনী |
বহল |
ঠেক |
নালাগে |
লাগে |
নুটুটে |
টুটে |
নোৱাৰে |
পাৰে |
নামাতিলে |
মাতিলে |
জানো আহা-
১৩। (ক) বাক্য ৰচনা কৰা।
গা বেজবেজাই যা, ডাল-দৰিদ্ৰ, ভেকাহি মাৰ, গা নচুৱাই ফুৰ |
---|
উত্তৰঃ (i) গা বেজবেজাই যা: গাঁৱৰ মানুহে নিধনীৰামক নিধনী বুলি মাতিলে তেওঁৰ গা বেজবেজাই।
(ii) ডাল-দৰিদ্ৰ: সোণাপুৰ গাঁৱৰ মানুহবিলাক আছিল ডাল-দৰিদ্ৰ।
(iii) ভেকাহি মাৰ:
(iv) গা নচুৱাই ফুৰ:
(খ) ‘ধন’ শব্দটোৰ লগত ‘ঈ’ প্রত্যয় যোগ হৈ ধনী শব্দটো গঠিত হৈছে। তলত দিয়া শব্দবোৰৰ লগত ‘ঈ’ প্রত্যয় যোগ হ’লে কি হয় লিখোঁ আহা-
(i) জ্ঞান + ঈ = ______।
উত্তৰঃ জ্ঞানী।
(ii) মান + ঈ = ______।
উত্তৰঃ মানী।
(iii) দান + ঈ =______।
উত্তৰঃ দানী।
(iv) সুখ + ঈ =_____।
উত্তৰঃ সুখী।
(v) গুণ + ঈ =_____।
উত্তৰঃ গুণী।
(vi) দুখ + ঈ =_____।
উত্তৰঃ দুখী।
গ-জ্ঞান সম্প্রসাৰণ |
---|
১৪। আনে তোমাৰ বিষয়ে কোবা কোনবোৰ কথাই তোমাৰ গা বেজবেজাই যায় লিখা?
উত্তৰঃ আনে মোৰ বিষয়ে নােহােৱা কথাৰ অপবাদ বা বদনাম দিলে বা বেয়াকৈ কলে আৰু মহৎলােকৰ প্রতি কোনােবাই কুৎসা ৰটনা কৰিলে, অসন্মান কৰিলে গা বেজবেজাই যায়।
১৫। অসমৰ খাল-বিল, নৈত মাছ উভৈনদী হৈ আছে। সেইবোৰত উৎসব-পার্বণ উপলক্ষে ৰাইজে সমূহীয়াকৈ মাছ মাৰে। তুমি দেখা (নিজ চকুবে/দূবদর্শনত/তথ্যচিত্র আদিত) তেনেকুৱা মাছ ধৰা উৎসৱৰ বিষয়ে বর্ণনা কৰা।
উত্তৰঃ নিজ চকুৰে দেখা উৎসৱৰ গাঁৱৰ মানুহবোৰে পৰম্পৰাগত মাছ ধৰা পদ্ধতি যেনে জাল, ফান্দ, আনকি কেতিয়াবা পৰম্পৰাগত বাঁহৰ মাছ ধৰা টোপোলাও ব্যৱহাৰ কৰে। পৰিৱেশটো উৎসৱমুখৰ, পৰম্পৰাগত সংগীত, নৃত্য, স্থানীয় সুস্বাদু খাদ্যই স্পন্দনশীল আৱেগক আৰু অধিক জোৰদাৰ কৰি তুলিছে।
১৬। লখিমীৰ চুলিকোছা জাঁটলী বা অবিন্যস্ত আছিল। তোমালোকেও তেনেকৈ ৰাখা নেকি? যদি নাৰাখা, তেনেহ’লে তোমালোকে চুলি, দাঁত, ছাল আদি শৰীৰৰ অংগ-প্রত্যংগবোৰৰ কেনেধৰণে যত্ন লোবা, দলত আলোচনা কৰি লিখা?
উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।
১৭। পুৰণি কালত আমাৰ খেতিয়কসকলে গৰুৰে হালবাই খেতি কৰিছিল। কিন্তু এতিয়া কি কি উপায়েৰে হালবােৱা , মৰণা মৰা আদি কাম কৰে?
উত্তৰঃ পুৰণি কালত আমাৰ খেতিয়কসকলে গৰুৰে হালবাই খেতি কৰিছিল। কিন্তু এতিয়া সেইবোৰ সলনি হৈ নতুন – নতুন সুবিধা ওলাইছে যেনে হালবােৱাৰ সলনি ট্রেক্টৰেৰে আজিকালি হাল বাই ধান মাৰিবলৈ গৰুৰ সলনি বহলকৈ বহুত ধানৰ মুঠি পেলাই থৈ তাৰ ওপৰত ট্ৰেক্টৰ ঘূৰাই বা অন্য হাত মেচিন , পেডেল মেচিন অথবা যন্ত্রচালিত মেচিনেৰে ধান মাৰিবলৈ লৈছে।
১৮। শ্রেণীকোঠাত তোমালোকে মুক অভিনয় কৰি দেখুওৱা-
(ক) ল’ৰাবোৰে ছোৱালীয়ে কৰা কাম।
(খ) ছোৱালীবোৰে ল’ৰাই কৰা কাম।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
প্রকল্প |
---|
১৯। (ক) আমাৰ খেতিয়ক এজনে ব্যৱহাৰ কৰা আহিলা-পাতি নাঙল, যুঁৱলি, মৈ, জবকা, দলিমাৰি, জাপি, ৰয়না (কোৰোণা), বিন্ধা আদিৰ ছবি সংগ্ৰহ কৰি এলবাম প্রস্তুত কৰা।
উত্তৰঃ
(i)
(ii)
(iii)
(iv)
(v)
(vi)
(vii)
(খ) তলৰ ছবিত দেখা সঁজুলিবোৰৰ নামৰ লগতে তাৰ ব্যৱহাৰ সম্পর্কে লিখা-
(i) জাকৈ: জাকৈ আমি মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ।
(ii) খালৈ: খালৈত আমি মাছ ৰাখোঁ।
(iii) প’ল: মাছ ধৰিবলৈ আমি প’ল ব্যৱহাৰ কৰোঁ
(iv) ডিঙৰা: বাৰিষা কালত ডিঙৰা পাতি মাছ মাছ ধৰোঁ।
(গ) তোমালোকে প্রত্যেকেই নিজে গল্প, কবিতা লিখিবলৈ যত্ন কৰা আৰু বাতৰি কাকতত প্রকাশৰ বাবে মা-দেউতাৰাৰ সহায়ত পঠিয়াই দিয়া।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
Q1: What is the main theme of Class 7 Assamese Chapter 12 নামৰ বেবেৰিবাং?
The chapter emphasizes the significance of names, the identity they convey, and their role in shaping one’s life and relationships.
Q2: How does নামৰ বেবেৰিবাং reflect Assamese culture?
This chapter touches on Assamese cultural practices related to names and the influence they have in social contexts, promoting respect for tradition and identity.
Q3: Why is Class 7 Assamese Chapter 12 important for SEBA students?
It encourages students to reflect on personal identity, the importance of names, and how they affect societal relationships, fostering deeper self-awareness.
Q4: Where can I find Class 7 Assamese নামৰ বেবেৰিবাং solutions?
Detailed textbook solutions, MCQs, and a complete chapter summary for SEBA Assam students are available on this page.
Q5: Where can I find solutions for all subjects?
To access solutions for all subjects, Click Here