SEBA Class 7 Assamese Chapter 7 জতুৱাৰ জঁট Solutions & Summary
Find Class 7 Assamese Chapter 7 “জতুৱাৰ জঁট” solutions for SEBA Assam and SCERT Assam. This chapter presents a story about intelligence, wit, and problem-solving skills in challenging situations. Our solutions include detailed textbook answers, multiple-choice questions (MCQs), and a well-explained summary, helping students understand the moral of the story and prepare effectively for exams.
Class 7 Assamese
Chapter – 7 Ospin Academy
জতুৱাৰ জঁট
ক-পাঠভিত্তিক ক্রিয়া |
---|
১। যতি, বিৰামলৈ লক্ষ্য ৰাখি কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
২। কবিতাটো আবৃত্তি কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
৩। কোৱা আৰু লিখা।
(ক) কবিতাটোৰ মতে আকাশত চাং কোনে পাতে?
উত্তৰঃ কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে।
(খ) অহুকাণে-পহুকাণে মানে কি?
উত্তৰঃ অহুকাণে – পন্থকাণে মানে হ’ল আৰ তাৰ পৰা ঘুনুক – ঘানাককৈ।
(গ) ঘিট্ মিট আন্ধাৰত কি দেখে?
উত্তৰঃ ঘিট্ মিট আন্ধাৰত ভূত দেখে।
(ঘ) কোনবোৰ লোকে বৰ ভয় খায়?
উত্তৰঃ অলপ – ধতুৱাবোৰ লোকে বৰ ভয় খায়।
(ঙ) কবিয়ে কাক বুদ্ধিত টোকোনা বুলি কৈছে?
উত্তৰঃ কবিয়ে ফকৰা – যােজনা নজনা , নিশিকা লােকবিলাক বুধিত টোকোনা বুলি কবিয়ে কৈছে।
৪। পাঠৰ আলমত চমুকৈ লিখা।
(ক) মৈত উঠিলে সহজে কাক নমাব নোৱাৰি?
উত্তৰঃ মৈত উঠিলে সহজে অকঁৰাক নমাব নোৱাৰি।
(খ) আঁঠুৱাৰ তলত মহৰ কি অবস্থা হয়?
উত্তৰঃ আঁঠুৱাৰ তলৰ ম’হৰ লোভত আপোনঘাতী আওঁমৰণে মৰৰিবলগীয়া অৱস্থা হয়।
(গ) ফকৰা-যোজনা নাজানিলে বা নিশিকিলে কি হয়?
উত্তৰঃ ফকৰা-যোজনা হ’ল ভাষাৰ অলংকাৰ। ইয়াক প্ৰয়োগ কৰিলে ভাষা সুন্দৰ, ৰসাল, গাম্ভীৰ্যপূৰ্ণ হয়।
৫। বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা।
শব্দ |
বিপৰীত অৰ্থ |
---|---|
পোহৰ |
|
অসাধ্য |
|
নির্লোভ |
|
জটিল |
|
বেছি |
|
মিছা |
উত্তৰঃ
শব্দ |
বিপৰীত অৰ্থ |
---|---|
পোহৰ |
আন্ধাৰ |
অসাধ্য |
সাধ্য |
নির্লোভ |
লোভ |
জটিল |
কম |
বেছি |
সচাঁ |
মিছা |
৬৷ পাঠত তােমালােকে ‘ হুৰা- দুৱা লাগে , বৰষুণ সৰে , চাং পাতে , কথা শুনে’ আদি জতুৱা ঠাচৰ ক্ৰিয়াবােৰ পাইছা। ইয়াৰ আলমত তলৰ শব্দবােৰৰ লগত খাপখােৱা শুদ্ধ ক্রিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা।
যেনে- কলম (ধৰে/লয়) কলম ধৰে
(ক) চেপা (মাৰে/পাতে) __________।
উত্তৰঃ চেপা পাতে।
(খ) ঢেঁকী (বান্ধে/দিয়ে) __________।
উত্তৰঃ ঢেঁকী দিয়ে।
(গ) পাচি (গঢ়ে/সাজে) ___________।
উত্তৰঃ পাচি সাজি।
(ঘ) খেল (কৰে/খেলে) ___________।
উত্তৰঃ খেল খেলা।
(ঙ) মৰম (লাগে/ধৰে) ___________।
উত্তৰঃ মৰম লাগে।
৭। ‘জতুৱাৰ জট’ কবিতাটোৰ পৰা পাঁচটা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য সাজা।
উত্তৰঃ (i) আকাশত চাং পতা: আকাশত চাং পতা কথা কৈ ফুৰা মানুহক কোনেও বিশ্বাস নকৰে।
(ii) অহু কাণে – পহু কাণে: পুতেকৰ কু – স্বভাৱৰ কথা দেউতাকে অহুকাণে পহুকাণে শুনি বৰ দুখ পালে।
(iii) আলাসৰ লাড়ু: ঘৰখনৰ একেজনী ছােৱালী কাৰণে তাই সকলােৰে আলাসৰ লাভু হৈ পৰিছে।
(iv) আটোম-টোকাৰি: সু – গৃহিণীয়ে একোখন ঘৰ বৰ আটোম টোকাৰিকৈ সজাই – পৰাই ৰাখে।
(v) গাই বাই চা: নিজৰ দোষ ক্ষমা কৰিবলৈ সমাজৰ মানুহৰ ওচৰত গাই বাই চা।
৮। এটা শব্দত প্ৰকাশ কৰা –
(i) আনৰ ভাল দেখিব নােৱাৰা।
উত্তৰঃ চকুচৰহা।
(ii) ঘুনুক – ঘানাককৈ যি কথা শুনা যায়।
উত্তৰঃ অহুকাণে – পনহুকাণে , কাণ বাগৰা।
(iii) যিজন মাক-দেউতাক মৰম কৰে।
উত্তৰঃ মৰমিয়াল।
(iv) যি নিয়মমতে খৰচ কৰে।
উত্তৰঃ মিতব্যয়ী।
৯। জতুৱা ঠাঁচৰ অর্থ জানো আহা।
জতুবা ঠাঁচ |
অৰ্থ |
---|---|
কুন্দত |
ধুনীয়া, নিপেটল |
খোলাকটিৰ তাল |
কোনো কামত নহা |
চুঙা-বাদুলি |
সংসাৰ বিষয়ে একো নজনা লোক অনভিজ্ঞ |
কথা-চহকী |
বেছিকৈ কথা কোৱা |
বুকুৰ-কুটুম |
অতি আপোনজন |
ঘৰ-গোনা |
সদায় ঘৰতে থাকি ভাল পোৱা নিজ ঘৰ এৰি আন ঠাইলৈ নোযোৱা |
বগলিভকত |
ভণ্ড |
গ- জ্ঞান সম্প্রসাৰণ |
---|
কথোপকথন: মীৰা আৰু জোনালী সময়মতে স্কুললৈ যায়। তেওঁলোকৰ ঘৰৰ পৰা স্কুলখন কিছু দূৰৈত হোৱাৰ কাৰণে দুয়োজনী সদায় একেলগে স্কুললৈ অহা-যোৱা কৰে। এদিনাখনৰ কথা- মীৰা আৰু জোনালী স্কুললৈ গৈ থাকোঁতে কান-সমনীয়া ৰবীন তৰা-নৰা ছিঙি সিহঁতৰ আগত ওলালহি আৰু ক’লে- ৰবীন – শুনিছানে মীৰা, বৰ দুখৰ কথা আজি কণিকাৰ দেউতাক ঢুকাল। মীৰা – অ’, তাৰ মানে তেখেতে চিৰকালৰ বাবে চকু-মুদিলে। সিহঁতৰ এতিয়া বৰ আলৈ-আথানি হ’ব। জোনালী- কণিকাজনীলে বব বেয়া লাগে। তাই দেউতাকৰ অতি আলাসৰ-লাড়ু আছিল। ৰবীন- কণিকাৰ দেউতাক বৰ ভাল মানুহ আছিল। মানুহজন যথেষ্ট হাত- দীঘলো আছিল। সকলোৱে তেখেতক সমীহ কৰিছিল। জোনালী- আমাৰ দেউতাই কয় নহয়, তেখেত হেনো এজন নাম-জ্বল লোক আছিল। কাইলৈ দেওবাব; আমি সকলো কণিকাহঁতৰ ঘৰলৈ খবৰ ল’বলৈ যাম। এইবুলি ৰবীন, মীৰা আৰু জোনালীয়ে বিদ্যালয়লৈ বুলি বাট ল’লে। জানো আহা ওপৰৰ সংলাপখিনিত কান-সমনীয়া (সমবয়সীয়া), চকু-মুদা (মৃত্যুহোৱা), হাত-দীঘল (ক্ষমতাশালী), নাম-জ্বলা (বিখ্যাত) আদি শব্দবোৰ পাইছা। ‘হাত’ শব্দৰ লগত ‘দীঘল’ শব্দটো লগ লাগি ‘হাত-দীঘল’ এটি নতুন শব্দ গঠিত হৈছে। ঠিক তেনেদৰে হাতসাৰ (মুক্ত হোৱা), হাত-টান (কৃপণ), হাত-লৰ (চোৰ), হাত-ধো (আশা এব), হাড়ে-ছালে লাগ (লেবেলা), হাড়ক-মাটি কৰ (কঠিন পৰিশ্ৰম কৰা) আদি শব্দবোৰো আমাৰ ভাষাত পোৱা যায়। |
---|
১১। তৰা-নৰা ছিঙি, আলৈ-আথানি, বাটল’লে, আলাসৰ লাড্ডু এই জতুৱাঠাঁচ কেইটা ব্যৱহাৰ কৰি এটা দফা প্রস্তুত কৰা।
উত্তৰঃ শেৱালী মাক – দেউতাকৰ একমাত্র সন্তান কাৰণে তাই মাক – দেউতাকৰ বৰ আলাসৰ লাড় আছিল। এদিন তাই মােমায়েকৰ ঘৰলৈ বুলি খােজ কাঢ়ি অকলে বাট ল’লে। এনেতে কুকুৰপ এটাই ভুকি তাইলৈ খেদি অহাত ভয়তে তাই তৰা – নৰা ছিঙি ঘৰলৈ দৌৰি আহোঁতে বৰ আলাই – আথানি হ’ল।
Q1: What is the main theme of Class 7 Assamese Chapter 7 জতুৱাৰ জঁট?
The chapter highlights the importance of intelligence and problem-solving skills in overcoming difficulties.
Q2: How does জতুৱাৰ জঁট reflect Assamese culture?
This chapter showcases traditional storytelling techniques, teaching moral values and wisdom through folktales.
Q3: Why is Class 7 Assamese Chapter 7 important for SEBA students?
It helps students understand Assamese folklore, develop logical thinking, and learn moral lessons.
Q4: Where can I find Class 7 Assamese জতুৱাৰ জঁট solutions?
You can access detailed textbook solutions, MCQs, and a chapter summary for SEBA Assam students on this page.
Q5: Where can I find solutions for all subjects?
To get solutions for all subjects, Click Here