Class 7 Mathematics Chapter 14 Solution (Assamese Medium) – সমমিতি | SEBA Assam

SEBA Class 7 Mathematics (Assamese Medium) Chapter 14 – সমমিতি Solutions & Summary

Find SEBA Class 7 Mathematics Chapter 14 – “সমমিতি” (Symmetry) solutions, designed for Assamese medium students. This chapter explains the concept of symmetry, different types of symmetry, and their applications in real life and mathematics.

Students will learn about line symmetry, rotational symmetry, reflection symmetry, and how to identify symmetrical figures. The chapter also covers order of rotational symmetry and its use in geometry, art, and nature.

Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students develop a strong understanding of symmetry and perform well in exams.

To access solutions for all chapters, Click Here

Vibrant Note Box
Note –Buy Printable PDF
Class 7 Maths (গণিত) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

SCERT Assam Class 7 Mathematics PDF Solutions (Assamese Medium) – Get chapter-wise, SEBA-aligned PDF solutions with textbook answers, MCQs, and short questions for easy exam preparation. Download now!

Vibrant Note Box
Note –Chapter 14: সমমিতি

 

অনুশীলনী – 14.1
1. উদ্ভিদজগতত দেখিবলৈ পোৱা সমমিতিৰ পাঁচটা উদাহৰণ দিয়া।

উত্তৰঃ (i) কচুপাত।

(ii) আঁহতৰ পাত।

(iii) বেঙেনাৰ পাত।

(iv) লাওপাত।

(v) শেৱালী ফুলৰ পাত।

2. তোমাৰ ঘৰত থকা সামগ্ৰীসমূহৰ পাঁচবিধৰ নাম উল্লেখ কৰা য’ত সমমিতি দেখা যায়।

উত্তৰঃ (i) কাহী।

(ii) বাতি।

(iii) কাঁচৰ গিলাচ।

(iv) প্লেট।

(v) কেৰাহী।

3. এটা সামন্তৰিকৰ সমমিতি ৰেখা আঁকি দেখুওৱা।

উত্তৰঃ

4. এটা জ্যামিতিক আকৃতিৰ উদাহৰণ দিয়া যাৰ কোনো সমমিতি ৰেখা নাই।

উত্তৰঃ বিষমবাহু ত্ৰিভুজ।

5. এটা সুষম ষড়ভুজৰ সমমিতি ৰেখাৰ সংখ্যা কিমান? ষড়ভুজ আঁকি সমমিতিৰ ৰেখা কেইটামান দেখুওৱা।

উত্তৰঃ 6 ডাল।

6. বৃত্ত এটাৰ সমমিতি ৰেখাৰ সংখ্যা কিমান?

উত্তৰঃ অসংখ্য।

উত্তৰঃ দুডাল।

৪. তলত দিয়া চিত্রসমূহৰ পৰা সমমিত আৰু অসমমিত চিত্ৰবোৰ বাছি উলিওৱা–

উত্তৰঃ সমমিত আকৃতিসমূহ (ii), (iii), (iv), (vii), (viii)

অসমমিত আকৃতিসমূহ (i), (v), (vi) (ix)

অনুশীলনী – 14.2
1. নিম্নোক্ত আকৃতিসমূহৰ পৰা চিহ্নিত ঘূৰণ কেন্দ্ৰ সাপেক্ষে একাধিক ক্ৰমৰ ঘূর্ণন সমমিতি থকা আকৃতিবোৰ বাছি উলিওৱা আৰু ঘূর্ণন সমমিতিৰ ক্ৰমবোৰ উল্লেখ কৰা।

উত্তৰঃ ঘূর্ণন সমমিতি ক্রমঃ (i) 1, (ii) 2, (iii) 2, (iv) 4, (v) 3, (vi) 8, (vii) 1, (vii) 2, (ix) 1, (x) 5, (xi) 6, (xii) 3

2. তলৰ আকৃতিবোৰৰ ঘূর্ণন সমমিতি পৰীক্ষা কৰা। লগতে ঘূর্ণন কেন্দ্র, ঘূর্ণন সমমিতিৰ কোণ আৰু ক্ৰমবোৰ উল্লেখ কৰা।

উত্তৰঃ ঘূর্ণন কেন্দ্ৰ চিত্ৰটোৰ ওপৰ আৰু তলৰ অংশ দুটাৰ সোঁমাজৰ বিন্দুটো, ঘূর্ণন কোণ 180°, সমমিতিৰ ক্ৰম 2।

উত্তৰঃ ঘূর্ণন কেন্দ্র অংশ তিনিটাৰ সোঁমাজৰ বিন্দুটো, ঘূর্ণন কোণ 120°, সমমিতিৰ ক্ৰম 3।

উত্তৰঃ ঘূর্ণন কেন্দ্ৰৰ সোঁমাজৰ বিন্দুটো, ঘূর্ণন কোণ 45°, সমমিতিৰ ক্ৰম ৪।

অনুশীলনী – 14.3
1. দুটা আকৃতিৰ উল্লেখ কৰা যাৰ ৰৈখিক আৰু ঘূর্ণন উভয় প্ৰকাৰৰ সমমিতি আছে।

উত্তৰঃ ৰম্বাছ আৰু আয়ত।

2. ৰৈখিকভাৱে সমমিত এনে এটি ত্রিভুজ আঁকা যাৰ ঘূর্ণন সমমিতিৰ ক্ৰম 1 তকৈ অধিক।

উত্তৰঃ সমবাহু ত্রিভুজ।

3. ৰৈখিকভাৱে সমমিত নোহোৱা এনে এটি চতুর্ভুজ আঁকা যাৰ ঘূর্ণন সমমিতিৰ ক্ৰম 1 তকৈ বেছি।

উত্তৰঃ সামান্তৰিক।

Class 7 Mathematics

4. এটা চতুর্ভুজ আঁকা যাৰ সমমিতি ৰেখা এডাল আৰু ঘূর্ণন সমমিতিৰ ক্ৰম 1।

উত্তৰঃ চিলা।

5. এনে ত্রিভুজ আছেনে যাৰ ঘূর্ণন সমমিতিৰ ক্ৰম 2।

উত্তৰঃ ঘূর্ণন সমমিতিৰ ক্ৰম 2 হ’ব পৰা ত্রিভুজ নাই।

6. ইংৰাজী বর্ণমালা S বৰ্ণটোৰ ঘূর্ণন সমমিতিৰ ক্ৰম কি? ইয়াৰ ৰৈখিক সমমিতি আছেনে?

উত্তৰঃ S ৰ ঘূর্ণন সমমিতিৰ ক্ৰম 2, ৰৈখিক সমমিতি নাই।

7. 3 সাংখ্যিক চিনটোৰ ঘূর্ণন সমমিতিৰ ক্ৰম কিমান। ইয়াৰ সমমিতি ৰেখা আছেনে?

উত্তৰঃ 3 ঘূর্ণন সমমিতিৰ ক্ৰম 1, সমমিতি ৰেখা এডাল।

৪. কাগজত 6969 লিখি লোৱা। ইয়াক এটা জ্যামিতিক আকৃতি হিচাপে গণ্য কৰি আকৃতিটোৰ ঘূর্ণন সমমিতিৰ ক্ৰম উলিওৱা। আকৃতিটোৰ ৰৈখিক সমমিতি আছেনে?

উত্তৰঃ 6969 ৰ ঘূর্ণন সমমিতিৰ ক্ৰম 2 ৰৈখিক সমমিতি নাই।

9. কোনো ঘূর্ণন কেন্দ্র সাপেক্ষে চিত্র এটাক 120° ঘড়ীৰ কাঁটাৰ দিশত ঘূৰালে চিত্ৰটোক আৰম্ভণিৰ অৱস্থানত থকাৰ দৰে একে দেখি। আন কি কি কোণৰ বাবে চিত্ৰটোক পূৰ্বৰ দৰে একে দেখা যাব? চিত্ৰটোৰ ঘূর্ণন সমমিতিৰ ক্ৰম কিমান?

উত্তৰঃ চিত্রটোত 120°, 240° আৰু 360° ঘূর্ণন কোণত একে দেখা যাব। গতিকে ঘূর্ণন সমমিতিৰ ক্রম 3।

10. ঘূর্ণন কোণ 72° হোৱাকৈ 1 তকৈ বেছি ক্ৰমৰ ঘূর্ণন সমমিতি থকা আকৃতি পোৱা যাবনে?

উত্তৰঃ 72° ঘূর্ণন কোণ হোৱাকৈ 1তকৈ বেছি ক্ৰমৰ ঘূর্ণন সমমিতি থকা আকৃতি সুষম পঞ্চভূজ।

11. ঘূর্ণন কোণ 17° হোৱাকৈ 1 তকৈ বেছি ঘূর্ণন সমমিতি থকা আকৃতি আছেনে?

উত্তৰঃ 17° ঘূর্ণন কোণ হোৱাকৈ 1 তকৈ বেছি ঘূর্ণন সমমিতিৰ ক্ৰম থকা আকৃতি পোৱা নাযাব।

12. নিম্নোক্ত তালিকাখন সম্পূৰ্ণ কৰা–

আকৃতি

ঘূৰ্ণন কেন্দ্ৰৰ অৱস্থান

ঘূৰ্ণন কোণবোৰ

ঘূৰ্ণন সমমিতিৰ ক্ৰম

আয়ত

     

বৰ্গ

     

ৰম্বাছ

     

সামান্তৰিক

     

ট্রেপিজিয়াম

     

সুষম পঞ্চভুজ

     

সমবাহু

     

সমদ্বিবাহু ত্রিভুজ

     

বিষম বাহু ত্রিভুজ

     

বৃত্ত

     

অর্দ্ধবৃত্ত

     

উত্তৰঃ

আকৃতি

ঘূৰ্ণন কেন্দ্ৰৰ অৱস্থান

ঘূৰ্ণন কোণবোৰ

ঘূৰ্ণন সমমিতিৰ ক্ৰম

আয়ত

দুই কৰ্ণৰ ছেদবিন্দু

180°, 360°

2

বৰ্গ

দুই কৰ্ণৰ ছেদবিন্দু

90°, 180°, 270°, 360°

4

ৰম্বাছ

দুই কৰ্ণৰ ছেদবিন্দু

180°, 390°

2

সামান্তৰিক

সামান্তৰিক দুই কৰ্ণৰ ছেদবিন্দু

180°, 360°

2

ট্রেপিজিয়াম

দুই কৰ্ণৰ ছেদবিন্দু (অন্য বিন্দুও ল’ব পাৰি)

360°

1

সুষম পঞ্চভুজ

কৰ্ণৰ ছেদবিন্দু

72°, 144°, 216°, 288°, 360°

5

সমবাহু

বাহুৰ লম্ব দ্বিখণ্ডকবোৰৰ ছেদবিন্দু

120°, 240°, 360°

3

সমদ্বিবাহু ত্রিভুজ

ত্রিভুজটোৰ যিকোনো বিন্দু

360°

1

3

বিষম বাহু ত্রিভুজ

ত্রিভুজটোৰ যিকোনো বিন্দু

360°

1

3

বৃত্ত

বৃক্ত কেন্দ্র

অসীম সংখ্যক

অসীম

অর্দ্ধবৃত্ত

অৰ্দ্ধবৃত্তটোৰ যিকোনো বিন্দু

360°

1

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top