SEBA Class 7 Mathematics (Assamese Medium) Chapter 9 – পৰিমেয় সংখ্যা Solutions & Summary
Find SEBA Class 7 Mathematics Chapter 9 – “পৰিমেয় সংখ্যা” (Rational Numbers) solutions, designed for Assamese medium students. This chapter explains the concept of rational numbers, their properties, and mathematical operations involving them.
Students will learn about positive and negative rational numbers, standard form of a rational number, comparison, and representation on a number line. The chapter also covers addition, subtraction, multiplication, and division of rational numbers with step-by-step explanations.
Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students develop strong numerical skills and prepare effectively for exams.
To access solutions for all chapters, Click Here
Class 7 Maths (গণিত) PDF Solutions 2025-26 | SCERT Assam
SCERT Assam Class 7 Mathematics PDF Solutions (Assamese Medium) – Get chapter-wise, SEBA-aligned PDF solutions with textbook answers, MCQs, and short questions for easy exam preparation. Download now!
অনুশীলনী – 9.1 |
---|
1. তলত দিয়া বাক্যবিলাকৰ কোনকেইটা শুদ্ধ বাছনি কৰা–
(i) সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা।
উত্তৰঃ শুদ্ধ।
(ii) এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহ’বও পাৰে।
উত্তৰঃ শুদ্ধ।
(iii) এটা সংখ্যা যদি পৰিমেয় হয় তেন্তে সেই সংখ্যাটো অখণ্ড সংখ্যা হ’বই।
উত্তৰঃ শুদ্ধ।
(iv) দুটা অখণ্ড সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে।
উত্তৰঃ শুদ্ধ।
(v) সকলো ভগ্নাংশই অখণ্ড সংখ্যা।
উত্তৰঃ অশুদ্ধ।
(vi) সকলো ভগ্নাংশই পৰিমেয় সংখ্যা।
উত্তৰঃ শুদ্ধ।
(vii) 0 সংখ্যাটো পৰিমেয় সংখ্যা।
উত্তৰঃ শুদ্ধ।
(viii) প্রত্যেকটো অখণ্ড সংখ্যাই পৰিমেয়।
উত্তৰঃ শুদ্ধ।
2. তলৰ প্ৰতিটোৰ বাবে 3 টাকৈ সমতুল্য পৰিমেয় সংখ্যা লিখা (মনত ৰাখিবা যে তলৰ প্ৰতিটো পৰিমেয় সংখ্যাৰ বাবে অসংখ্য পৰিমেয় সংখ্যা আছে।)
(i) -4/5
উত্তৰঃ – 4/5 = (-4 × 2)/(5 × 2) = -8/10
-4/5 = (-4 × 3)/(5 × 3) = -12/15
-4/5 = (-4 × 4)/(5 × 4) = -16/20
(ii) 2/-3
উত্তৰঃ 2/-3 = (2 × 2)/(-3 × 2) = -4/6
2/-3 = (2 × 2)/(-3 × 2) = -6/9
2/-3 = (2 × 4)/(-3 × 4) = -8/12
(iii) -7/21
উত্তৰঃ -7/21 = -7 ÷ 7/21 ÷ 7 = -1/3
-7/21 = (-7 × 2)/(21 × 2) = -14/42
-7/21 = (-7 × 3)/(21 × 13) = -21/63
(iv) 1/-9
উত্তৰঃ 1/-9 = (1 × 2)/(-9 × 2) = 2/-18
1/-9 = (1 × 3)/(-9 × 3) = -3/27
1/-9 = (1 × 4)/(-9 × 4) = -4/36
(v) 40/64
উত্তৰঃ 40/64 = (40 ÷ 2)/(64 ÷ 2) = 20/30
40/64 = (40 ÷ 4)/(64 ÷ 4) = 10/16
40/64 = (40 ÷ 8)/(64 ÷ 8) = 5/8
3. তলৰ যোৰকেইটা সমতুল্য হয় নে?
(i) -3/13, 6/-26
উত্তৰঃ হয়।
(ii) 7/-3, 1/-3
উত্তৰঃ নহয়।
4. সমতুল্য হ’বলৈ x আৰু y ৰ ঠাইত কি বহুৱাব লাগিব?
(i) 9/-40 = -9/x
উত্তৰঃ x = 40
(ii) -5/35 = y/-70
উত্তৰঃ y = 10
5. আদর্শ ঠাঁচ (বা প্রামাণিক আর্হিত) প্ৰকাশ কৰা–
(i) 5/-2
উত্তৰঃ 5/-2 = -2 1/2
(ii) 7/-14
উত্তৰঃ 7/-14 = 7/(-7 × 2) = -1/2
(iii) 25/-45
উত্তৰঃ 25/-45 = (5 × 5)/(-5 × 9) = -5/9
(iv) 2 3/7
উত্তৰঃ 2 3/7
(v) -18/10
উত্তৰঃ -18/10 = (-2 × 9)/(2 × 5) = -9/5
6. প্রতিযোৰৰ কোনটো পৰিমেয় সংখ্যা সৰু নিৰ্ণয় কৰাঃ
(a) 7/14, -2/4
উত্তৰঃ 7/14 = (7 × 2)/(14 × 2) = 14/28
-2/4 = (-2 × 7)/(4 × 7) = -14/28
∴ -2/4 টো সৰু।
(b) -1/3, -2/5
উত্তৰঃ -1/3 = (-1 × 5)/(3 × 5) = -5/15
-2/5 = (-2 × 3)/(5 × 3) = -6/15
∴ -6/15 < -5/15
∴ -2/5 < -1/3 ∴ -2/3 টো সৰু।
(c) -8/5, -7/4
উত্তৰঃ -8/5 = (-8 × 4)/(5 × 4) = -32/20
-7/4 = (-7 × 5)/(4 × 5) = -35/20
এতিয়া, -35/20 < -32/20 ∴ -7/4 টো সৰু।
(d) -2/-3, 16/12
উত্তৰঃ -2/-3 = 2/3 = (2 × 2)/(2 × 3) = 4/6
16/12 = 8/6
∴ -2/-3 টো সৰু।
7. তলৰ পৰিমেয় সংখ্যাবিলাকৰ মাজত থকা 5 টা পৰিমেয় সংখ্যা লিখাঃ (মনত ৰাখিবা তলৰ প্ৰতিযোৰ পৰিমেয় সংখ্যাৰ মাজত বহুতবোৰ পৰিমেয় সংখ্যা আছে।)
(i) -1 আৰু 1
উত্তৰঃ -1 আৰু 1 ৰ মাজত 5 টা পৰিমেয় সংখ্যা উলিয়াব লাগে।
ধৰাহ’ল, a = – 1, b = 1, a < b, n = 5
d = 1 – (-1)/(5 + 1) = 2/6 = 1/3
∴ -1 + 1 × 1/3, -1 + 2 × 1/3, -1 + 3 × 1/3, -1 + 4 × 1/3, – 1 × 5 × 1/3
⇒ (-3 + 1)/3, (-3 + 2)/3, -1 + 1, (-3 + 4)/3, (-3 + 5)/3
⇒ -2/3, -1/3, 0, 1/3, 2/3
(ii) -3/4, 3/4
উত্তৰঃ -3/4, 3/4
ধৰাহ’ল a = -3/4, b = 3/4 a < b
(iii) -3, -2
উত্তৰঃ -3 আৰু -2
ধৰাহ’ল, a = -3, b = -2, a < b
d = b – a/n + 1 = -2 – (-3)/5 + 1 = 1/6
∴ পৰিমেয় সংখ্যাকেইটা হ’ব–
(iv) -2/5, -2/3
উত্তৰঃ -2/5, -2/3
ধৰাহ’ল, a = -2/5, b= -2/3, a < b
∴ পৰিমেয় সংখ্যাকেইটা হ’ব–
(v) 5/8, 3/7
উত্তৰঃ 5/8, 3/7
ধৰাহ’ল, a = 3/7, b = 5/8, a < b
৪. সংখ্যাৰেখাত তলত দিয়া পৰিমেয় সংখ্যাকেইটা বহুওৱা–
(i) 2/3
উত্তৰঃ
(ii) -4/7
উত্তৰঃ
(iii) 3/8
উত্তৰঃ
(iv) -2 3/5
উত্তৰঃ
(v) 3 4/9
উত্তৰঃ
9. 0ৰ সোঁহাতে থকা এটা পৰিমেয় সংখ্যা 31/5। 0 ৰ বাঁওহাতে এই সমান দূৰত্বত থকা পৰিমেয় সংখ্যাটো কি? এই পৰিমেয় সংখ্যা দুটাৰ ঠিক সোঁমাজতে থকা পৰিমেয় সংখ্যাটো কি?
উত্তৰঃ 31/5, 0
10. (i) 1/2 তকৈ সৰু যিমান বিলাক অখণ্ড সংখ্যা আছে সেইবিলাকৰ ভিতৰত গৰিষ্ঠ অখণ্ড সংখ্যাটো কি?
উত্তৰঃ 0
(ii) 1/2 তকৈ ডাঙৰ অখণ্ড সংখ্যাবিলাকৰ ভিতৰত আটাইতকৈ সৰু অখণ্ড সংখ্যাটো কি?
উত্তৰঃ 1
অনুশীলনী – 9.2 |
---|
1. যোগফল উলিওৱা–
(a) 3/6 + 5/3
উত্তৰঃ 3/6 + 5/3
= (3 + 10)/6 = 13/6
(b) -5/6 + 4/7
উত্তৰঃ -5/6 + 4/7
= (-35 + 24)/42 = -11/42
উত্তৰঃ
= -8/15 – 3/20
= -32 – 9/60 = -41/60
উত্তৰঃ
= 1 – 8/9
= 9 – 8/9 = 1/9
উত্তৰঃ
= -8/21 – 4/35
= -40 – 12/105 = -52/105
(f) -3 4/5 + 2 1/6
উত্তৰঃ -3 4/5 + 2 1/6
= -19/5 + 13/6
= (-114 + 65)/30 = -49/30
উত্তৰঃ
= -14/3 – 23/7 = (-98 – 69)/21 = -167/21 = -7 20/21
2. বিয়োগফল নির্ণয় কৰা–
(i) 51/14 – 3/2
উত্তৰঃ 51/14 – 3/2
= 51 – 21/14
= 30/14 = 15/7 = 2 1/7
উত্তৰঃ
= 2/3 + 1/3
= 2 + 1/3 = 3/3 = 1
উত্তৰঃ
= 1 + 8/9
= 9 + 8/9 = 17/9 = 1 8/9
উত্তৰঃ
= -14/3 + 23/7
= -98 + 69/21
= -29/21 = -1 8/21
উত্তৰঃ
= -8/12 + 4/35 = -2/3 + 4/35
= -70 + 12/105
= -58/105 = -1 58/105
(vi) -2 1/9 -5
উত্তৰঃ -2 1/9 -5
= -19 – 45/9
= -64/9 = -7 1/9
উত্তৰঃ
= 7 + 20/9
= (63 + 20)/9 = 83/9 = 9 2/9
3. পূৰণফল উলিওৱা–
(i) -15/14 × 2/3
উত্তৰঃ -15/14 × 2/3
= (-15 × 2)/(14 × 3)
= -30/42 = -5/7
(ii) 3/-11 × -2/5
উত্তৰঃ 3/-11 × -2/5
= 3 × (-2)/(-11) × 5
= (3 × 2)/(11 × 5) = 6/55
উত্তৰঃ
= (-6) × 7/21 × (-8)
উত্তৰঃ
= 6 × (-9)/5 × 11
= -54/55
উত্তৰঃ
= (-7) × (-2)/12 × 13 = 7 × 2/12 × 13 = 7/6 × 13 = 7/78
উত্তৰঃ
= 4/5
উত্তৰঃ
= 6/7
উত্তৰঃ
= -3/5
4. মান উলিওৱাঃ
(i) (-5) ÷ (-1)
উত্তৰঃ (-5) ÷ (-1)
= -5/-1 = 5
উত্তৰঃ
= -1 × 5/3 = -5/3 = -1 2/3
উত্তৰঃ
= -1 × (5/-3)
= 5/3 = 1 2/3
উত্তৰঃ
= -3/7 × 21/1 = -9
(v) 7/-3 ÷ (-21)
উত্তৰঃ 7/-3 ÷ (-21)
= 7/-3 × 1/-21
= 7/3 × 21
= 1/3 × 3 = 1/9
উত্তৰঃ
= 21 × 3/-7
= 21 × 3/-7
= -9
উত্তৰঃ
= 6/13 × 65/-4
= 3 × 5/2
= -15/2 = -7 1/2
উত্তৰঃ
= -1/8 × 8/-1
= 1
5. প্রতিটোৰে নিৰ্দেশনা অনুসৰি উত্তৰ দিয়া–
(i) -8/9 ৰ যোগাত্মক বিপৰীত কি?
উত্তৰঃ 8/9
(ii) -1 ৰ যোগাত্মক বিপৰীত কি?
উত্তৰঃ 1
(iii) 2/3 ÷ 2/3 = 1 (শুদ্ধ নে ভুল কোৱা)।
উত্তৰঃ শুদ্ধ।
(iv) 1 ÷ 4/3 = 3/4 (শুদ্ধ নে ভুল কোৱা)।
উত্তৰঃ অশুদ্ধ।
(v) যদি a আৰু b দুটা পৰিমেয় সংখ্যা তেন্তে a × (-b)= -(a × b) আৰু -a × b = -(a × b)।
উত্তৰঃ শুদ্ধ।
এতিয়া a আৰু b ৰ স্থানত যিকোনো দুটা পৰিমেয় সংখ্যা লোৱা আৰু ওপৰৰ সমতাৰ শুদ্ধতা নিৰীক্ষণ কৰা। তোমাৰ সহপাঠীয়ে a আৰু b ৰ ঠাইত কি কি পৰিমেয় সংখ্যা লৈ কৰিছে চোৱা।
(vi) -3/7 ৰ প্রতিক্ৰমটো কি?
উত্তৰঃ -3/7
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: