SEBA Class 7 Science (Assamese Medium) Lesson 3 – তাপ Solutions & Summary
Get the complete SEBA Class 7 Science Lesson 3 – “তাপ” solutions for Assamese medium students. This chapter, part of প্ৰথম খণ্ড (Part I), explains heat, its effects, temperature measurement, and the transfer of heat through conduction, convection, and radiation. Our solutions include textbook answers, MCQs, and a detailed chapter summary to help students grasp key concepts and perform well in exams.
Class 7 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Get the SCERT Assam Class 7 Science Assamese Solutions PDF for download. This comprehensive guide includes chapter-wise solutions, helping students understand concepts easily and score better in exams. Prepared by experts, these solutions follow the latest SCERT Assam syllabus. Download now for clear explanations
অনুশীলনী
প্রশ্ন ১: পৰীক্ষাগাৰত ব্যৱহাৰ কৰা থার্ম’মিটাৰ আৰু ক্লিনিকেল থার্ম’মিটাৰৰ মাজৰ পার্থক্য আৰু সাদৃশ্য লিখা ।
উত্তৰঃ পৰীক্ষাগাৰ আৰু থার্ম’মিটাৰৰ মাজত থকা সাদৃশ্য হ’ল— ক্লিনিকেল
( ১ ) দুয়ােটাতে তৰল পদার্থ হিচাপে পাৰা ব্যৱহাৰ কৰা হয় ।
( ২ ) দুয়ােটাতে এমূৰত এটাকৈ পাৰা জমা থকা বাল্ব আছে ।
( ৩ ) দুয়ােটাতে ছেলছিয়াছ স্কেলৰ দাগ কটা হয় ।
( ৪ ) দুয়ােটাই হ’ল দীঘল , ঠেক , কাঁচৰ নলীৰে গঠিত ।
পার্থক্য :- (১) ক্লিনিকেল থার্ম’মিটাৰত উষ্ণতাৰ জোখ 35°C ৰ পৰা 42°C লৈ লােৱাৰ সুবিধা আছে । কিন্তু লেব’ৰেটৰী ( পৰীক্ষাগাৰৰ ) থার্ম’মিটাৰত উষ্ণতাৰ জোখৰ পৰিসৰ -10°C ৰ পৰা 110°C লৈ আছে।
( ২ ) ক্লিনিকেল থার্মমিটাৰ বাল্বৰ কাষত এটা বেকা পথ ( kink) থাকে যিটো লেব’ৰেটৰী থার্মমিটাৰত নাথাকে ।
প্রশ্ন ২: তাপ পৰিবাহী আৰু অপৰিবাহী পদাৰ্থৰ দুটাকৈ নাম লিখা ।
উত্তৰঃ তাপ পৰিবাহী পদার্থ ( ১ ) লাে , ( ২ ) তাম ।
তাপ অপৰিবাহী পদার্থ— ( ১ ) কাঠ , ( ২ ) প্লাষ্টিক ।
প্রশ্ন ৩: খালী ঠাই পূৰ কৰা :
( a ) কোনাে বস্তুৰ তাপ ইয়াৰ …………….ৰ দ্বাৰা নির্ণয় কৰা হয় ।
( b ) উতলা পানীৰ উষ্ণতা …………থার্মামিটাৰৰ সহায়ত জুখিব নােৱাৰি ।
( c ) …………. প্রক্রিয়াৰে তাপ পৰিবহনত কোনাে মাধ্যমৰ প্ৰয়ােজন নাই ।
( d ) এখন ষ্টিলৰ ঠাণ্ডা চামুচ একাপ গৰম গাখীৰত ডুৱাই দিয়া হ’ল । চামুচখনৰ ইমূৰে ………..প্রক্রিয়াৰ দ্বাৰা তাপৰ সঞ্চালন হয় ।
উত্তৰঃ ( a ) কোনাে বস্তুৰ তাপ ইয়াৰ উষ্ণতা ৰ দ্বাৰা নির্ণয় কৰা হয় ।
( b ) উতলা পানীৰ উষ্ণতা ছেলছিয়াছ থার্মামিটাৰৰ সহায়ত জুখিব নােৱাৰি ।
( c ) ক্লিনিকেল প্রক্রিয়াৰে তাপ পৰিবহনত কোনাে মাধ্যমৰ প্ৰয়ােজন নাই ।
( d ) এখন ষ্টিলৰ ঠাণ্ডা চামুচ একাপ গৰম গাখীৰত ডুৱাই দিয়া হ’ল । চামুচখনৰ ইমূৰে বিকিৰণ প্রক্রিয়াৰ দ্বাৰা তাপৰ সঞ্চালন হয় ।
প্রশ্ন ৪: তলত দিয়াবােৰ মিলােৱা :
( i ) স্থল বতাহ বােৱা সময় – ( a ) গ্রীষ্ম।
( ii ) জল বতাহ বােৱা সময় – ( b ) শীত।
( iii ) ডাঠ ৰঙৰ বস্ত্র উপযােগী – ( c ) ৰাতি।
( iv ) পাতুল ৰঙৰ বস্ত্র উপযােগী – ( d ) দিনত।
উত্তৰঃ ( i ) স্থল বতাহ বােৱা সময (d) দিনত।
( ii ) জল বতাহ বােৱা সময় ( c ) ৰাতি।
( iii ) ডাঠ ৰঙৰ বস্ত্র উপযােগী ( b ) শীত।
( iv ) পাতল ৰঙৰ বস্ত্ৰ উপযােগী ( a ) গ্রীষ্ম।
প্রশ্ন ৫: ডাঠ কাপােৰৰ এখন বস্ত্র পিন্ধাতকৈ পাতল কাপােৰৰ তৰপ তৰপকৈ চিলােৱা বস্ত্ৰত বেছি গৰম পােৱা যায় কিয়?
উত্তৰঃ ডাঠ কাপােৰৰ তৰপ তৰপকৈ চিলােৱা বস্ত্ৰৰ তৰপৰ মাজত বায়ুৰ পাতল তৰপ সােমাই পৰে । অর্থাৎ এনে কাপােৰৰ ভিতৰত বায়ু বেছি পৰিমাণে থাকে । বায়ু তাপৰ কুপৰিবাহী । বায়ুৰ মাজেদি শৰীৰৰ উত্তাপ বাহিৰলৈ ওলাই যাব নােৱাৰে । ফলত শৰীৰ উত্তাপিত হৈ থাকে ।
প্রশ্ন ৬: তলৰ চিত্ৰটো নিৰীক্ষণ কৰা আৰু কোন অংশত কি পদ্ধতিৰে তাপ সঞ্চালন ঘটিছে চিনাক্ত কৰা ।

উত্তৰঃ চিত্ৰত তাপ পৰিবহনৰ পদ্ধতিবােৰ হ’ল—
( i ) বিকিৰণ :- বার্ণাৰৰ পৰা চচপেনৰ তলিলৈ ।
( ii ) পৰিবহন :- পাত্ৰৰ তলিৰ পৰা ওপৰলৈ আৰু চামুচখনৰ গালৈ ।
( iii ) পৰিচলন :- পাত্ৰৰ তলিৰ পৰা পানীৰ ওপৰ পৃষ্ঠলৈ ।
প্রশ্ন ৭: গৰম প্রধান ঠাইৰ ঘৰবােৰৰ বেৰৰ বাহিৰ ফালে বগা ৰং দিয়াটোকে পৰামর্শ দিয়া হয় । ব্যাখ্যা কৰা ।
উত্তৰঃ বগা ৰঙে সূৰ্যৰ পােহৰ আৰু ৰ’দ ( তাপ ) কমকৈ শােষণ কৰে । কাৰণ সূৰ্যৰ পােহৰত থকা সাতােটা ৰঙে বগা ৰঙৰ বস্তুই তাৰ গাৰ পৰা প্রতিফলিত কৰে । ফলত বস্তুটো ঠাণ্ডা হৈ থাকে । গৰম প্রধান দেশৰ ঘৰবােৰৰ বেৰৰ বাহিৰফালে বগা ৰং দিলে সূৰ্যৰ পৰা বেৰত আপতিত তাপ কমকৈ শােষিত হয় বাবে বেৰখন ঠাণ্ডা থাকে । গতিকে ঘৰৰ ভিতৰলৈ তাপ সঞ্চালনৰ পৰিমাণ কম হয় বাবে ৰূমৰ ভিতৰত গৰম কম হয় । সেয়েহে গ্রীষ্ম প্রধান ঠাইৰ ঘৰবিলাকৰ বেৰৰ বাহিৰফালে বগা ৰং দিয়াৰ পৰামৰ্শ আগবঢ়োৱা হয় ।
প্রশ্ন ৮: 30° ছে , উষ্ণতাত থকা 1 লিটাৰ পানীৰ লগত 50° ছে , উষ্ণতাত 1 লিটাৰ পানী মিহলােৱা হ’ল । মিশ্ৰণৰ উষ্ণতা হব ………।
( a ) 80°C
( b ) 50°C ত কৈ বেছি কিন্তু 80°C ত কৈ কম
( c ) 20°C
( d ) 30°C আৰু 50°C ৰ মাজত
উত্তৰঃ ( d ) 30°C আৰু 50°C ৰ মাজত ।
প্রশ্ন ৯: এটা 40° ছে . উষ্ণতাত থকা লােৰ বল 40° ছে , উষ্ণতাৰ মগৰ পানীত , ডুবাই দিয়া হ’ল । তাপৰ সঞ্চালনৰ ক্ষেত্ৰত তলৰ শুদ্ধ উত্তৰটো হ’ল–
( a ) লােৰ বলৰ পৰা পানীলৈ ।
( b ) লােৰ বলৰ পৰা পানীলৈ বা পানীৰ পৰা লােৰ বললৈ কোনােফালে নহয় ।
( c ) পানীৰ পৰা লােৰ বললৈ ।
( d ) দুয়ােৰে উষ্ণতা বাঢ়িব ।
উত্তৰঃ ( b ) কোনােফালে নহয় ।
প্রশ্ন ১০: এখন কাঠৰ চামুচৰ এটা মূৰ আহচক্রিমৰ বাটিত সােমাই দিয়া হ’ল । ইয়াৰ আনটো মূৰ –
( a ) পৰিবহনৰ দ্বাৰা শীতল হব।
( b ) পৰিচলনৰ দ্বাৰা শীতল হ’ব।
( c ) বিকিৰণৰদ্বাৰা শীতল হ’ব।
( d ) শীতল নহয়।
উত্তৰঃ ( d ) শীতল নহয় ।
প্রশ্ন ১১: ষ্টেইলেচ ষ্টিল ( নিষ্কলংক তীখা ) ৰ কেৰাহি এটাৰ তলিত তামৰ প্রলেপ দিয়া হয় । ইয়াৰ কাৰণটো হ’ল—
( a ) তামৰ প্রলেপে কেৰাহিটোৰ আয়ুস বঢ়ায় ।
( b ) কেৰাহিটো দেখাত ধুনীয়া হয় ।
( c ) তাম ষ্টিলতকৈ বেছি পৰিবাহী ।
( d ) তামক ষ্টিলতকৈ বেছি সহজে পৰিষ্কাৰ কৰিব পাৰি।
উত্তৰঃ ( c ) তাম ষ্টিলতকৈ বেছি পৰিবাহী ।
FAQs
Q1: What topics are covered in Class 7 Science Chapter 3 “তাপ”?
This chapter covers the concept of heat, temperature measurement, and heat transfer through conduction, convection, and radiation.
Q2: Where can I find SEBA Class 7 Science Chapter 3 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 3 “তাপ” on this page.
Q3: How do these solutions help in exam preparation?
These solutions provide step-by-step explanations, important MCQs, and key points to enhance understanding and improve exam scores.
Q4: Is the Class 7 Science Chapter 3 solution PDF free?
No, this is a premium resource with high-quality solutions, available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Science?
To get solutions for all chapters, Click Here
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: