SEBA Class 7 Science (Assamese Medium) Lesson 4 – গতি আৰু সময় Solutions & Summary
Get the complete SEBA Class 7 Science Lesson 4 – “গতি আৰু সময়” solutions for Assamese medium students. This chapter, part of প্ৰথম খণ্ড (Part I), explains the concepts of motion, speed, velocity, acceleration, and time measurement. Our solutions include textbook answers, MCQs, and a detailed chapter summary to help students understand key concepts and perform well in exams.
Class 7 Science
পাঠ – ৪ (প্ৰথম খণ্ড) Ospin Academy
গতি আৰু সময়
অনুশীলনী
প্রশ্ন ১: তলত দিয়া গতিবােৰক সৰলৰৈখিক , বৃত্তীয় আৰু দোলন গতি হিচাপে শ্রেণীবিভাগ কৰা ।
( i ) দৌৰি থকা অৱস্থাত তােমাৰ হাতৰ গতি ।
উত্তৰঃ দোলন গতি ।
( ii ) পােন ৰাস্তাত টানি থকা গাড়ী এখনৰ ঘোঁৰাৰ গতি ।
উত্তৰঃ সৰল ৰৈখিক গতি ।
( iii ) মেৰি – গােৰাউণ্ডত গতি কৰি থকা শিশু এটিৰ গতি।
উত্তৰঃ বৃত্তীয় গতি ।
( iv ) চি – ছত উঠি থকা ছোৱালী এজনীৰ গতি ।
উত্তৰঃ দোলন গতি ।
( v ) ইলেকট্রিক বেল এটাৰ দণ্ডডালৰ গতি ।
উত্তৰঃ দোলন গতি ।
( vi ) পােন দলং এখনৰ ওপৰেৰে যােৱা ৰেলগাড়ীৰ গতি।
উত্তৰঃ সৰল ৰৈখিক গতি ।
প্রশ্ন ২: তলত দিয়াবােৰৰ শুদ্ধ আৰু অশুদ্ধবােৰ বাছি উলিওৱা ।
( i ) সময়ৰ মুখ্য একক ছেকেণ্ড ।
উত্তৰঃ শুদ্ধ ।
( ii ) সকলাে বস্তুই ধ্ৰুৱীয় গতিৰে গতি কৰে ।
উত্তৰঃ অশুদ্ধ ।
( iii ) দুখন মহানগৰৰ মাজৰ দূৰত্ব কি.মি.ত জোখা হয় ।
উত্তৰঃ শুদ্ধ ।
( iv ) প্রদত্ত সৰল দোলক এটাৰ পর্যায়কাল ধ্ৰুৱক নহয় ।
উত্তৰঃ অশুদ্ধ ।
( v ) ট্রেইন এখনৰ দ্রুতি কি.মি. / ঘণ্টা এককত জোখা হয় ।
উত্তৰঃ শুদ্ধ ।
প্রশ্ন ৩: এটা সৰলকে 20 টা দোলনৰ বাবে 32 ছে , সময় লয় । দোলকটোৰ পর্যায়কাল কিমান ?
উত্তৰঃ ইয়াত দিয়া আছে ,
দোলকৰ দোলন সংখ্যা = 20
মুঠ সময় = 32 ছে .
আমি জানাে ,পর্যায় কাল = মুঠ সময়/ মুঠ দোলন সংখ্যা
এতেকে নির্ণেয় পর্যায় কাল = 20/16
= 1.6 ছেকেণ্ড ।
প্রশ্ন ৪: দুটা ষ্টেচনৰ মাজৰ দূৰত্ব 240 কি.মি .। ট্রেইন এখনৰ এই দূৰত্ব অতিক্রম কৰিবলৈ 4 ঘণ্টা সময় লাগে । ট্ৰেইনখনৰ দ্ৰুতি কিমান ?
উত্তৰঃ দিয়া আছে ,
ষ্টেচন দুটাৰ দূৰত্ব = 240 কি.মি .
সময় = 4 ঘণ্টা
আমি জানো , দ্রুতি = দূৰত্ব/ সময়
এতেকে নির্ণেয় দ্রুতি = 240/4 কি.মি. /ঘণ্টা
= 60 কি.মি. / ঘণ্টা ।
প্রশ্ন ৫: গাড়ীৰ অড’মিটাৰ এটাৰ পাঠ আৰম্ভণিতে 57321.0 কি.মি .। সেই সময়ত ঘড়ীৰ সময় 08:30 AM . যদি ঘড়ীত 08:50 AM হয় আৰু অড’মিটাৰৰ পাঠ সেই সময়ত পৰিৱৰ্তন হৈ 57336.0 কি.মি .। গাড়ীখনৰ দ্ৰুতি কি.মি. / মিনিটত গণনা কৰা । গাড়ীখনৰ দ্ৰুতি কি.মি. / ঘণ্টাতাে প্রকাশ কৰা ।
উত্তৰঃ দিয়া আছে ,
অড’মিটাৰৰ আদি পাঠ = 57321.0 কি.মি. অডমিটাৰৰ শেষ পাঠ = 57336.0 কি.মি .
ঘড়ীৰ আদি পাঠ = 08:30 AM
ঘড়ীৰ অন্তিম পাঠ = 08:50 AM
এতিয়া , মুঠ দূৰত্ব = ( 57336.0 –57321.0 ) কি.মি. = 15.0 কি.মি.
মুঠ সময় = ( 08.50 – 08.30 ) মিনিট = 20 মিনিট
এতেকে নির্ণেয় দ্রুতি = 15/20 কি.মি. / মিনিট
= 0.75 কি.মি. / মিনিট
1 ঘণ্টা = 60 মিনিট
কি.মি. / ঘণ্টাত দ্রুতি = 0.75 x 60 = 45 কি.মি. / ঘণ্টা ।
প্রশ্ন ৬: ছালমাই তাইৰ ঘৰৰ পৰা স্কুল পাবলৈ চাইকেলেৰে 15 মিনিট সময় লয় । যদি চাইকেলখনৰ দ্ৰুতি 2 মি . / ছে , হয় , তেন্তে ছালমাৰ ঘৰ আৰু স্কুলৰ দূৰত্ব কিমান ?
উত্তৰঃ দিয়া আছে ,
চাইকেলৰ দ্রুতি = 2 মি . / ছে .
সময় = 15 মিনিট
= 15 x 60 ছে ,
= 900 ছে
অতিক্রম কৰা দূৰত্ব = দ্রুতি x সময়
= 2 মি . / ছে , x 900 ছে ,
= 1800 মি .
ছালমাৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব = 1.800 কি.মি .।
প্রশ্ন ৭: তলত দিয়া গতিৰ ক্ষেত্ৰত সময় – দূৰত্বৰ লেখৰ প্রকৃতি দেখুওৱা ।
( i ) স্থিৰ ( constant ) দ্রুতিত গতি কৰি থকা গাড়ী ।
( ii ) ৰাস্তাৰ কাষত পার্কিং কৰি ৰখা গাড়ী এখন ।
উত্তৰঃ
স্থিৰ দ্ৰুতিৰ সময় লেখ দূৰত্বৰ লেখ । ৰাস্তাৰ কাষত পার্কিং কৰি ৰখা গাড়ীৰ সময় দূৰত্বৰ লেখ ।
প্রশ্ন ৮: তলৰ শুদ্ধ উত্তৰ বাছি উলিওৱা ।
( i ) দ্রুতি = দূৰত্ব x সময়
( ii ) দ্রুতি =সময়/ দূৰত্ব
( iii ) দ্রুতি = দূৰত্ব/দূৰত্ব
( iv ) দ্রুতি =1/দূৰত্ব x সময়
উত্তৰঃ ( ii ) দ্রুতি=সময়/ দূৰত্ব
প্রশ্ন ৯: দ্রুতিৰ মূল একক হল—
( i ) কি.মি. / মিনিট ( ii ) মি . / মিনিট ( iii ) কি.মি. / ঘণ্টা ( iv ) মি . / ছে.
উত্তৰঃ ( iv ) মি . / ছে .
প্রশ্ন ১0: 40 কি.মি. / ঘণ্টা বেগেৰে গতি কৰি থকা গাড়ী এখনে 15 মিনিট গতি কৰি পাছৰ 15 মিনিটৰ বাবে ঘণ্টাত 60 কি.মি. / ঘণ্টা বেগেৰে গতি কৰিছে । গাড়ীখনে অতিক্রম কৰা মুঠ দূৰত্ব হ’ল—
( i ) 100 কি.মি. ( ii ) 25 কি.মি. ( iii ) 15 কি.মি. ( iv ) 10 কিমি .
উত্তৰঃ ( ii ) 25 কি.মি .।
প্রশ্ন ১১: পাঠ্যপুথিত দিয়া চিত্ৰত কেইখন মান গাড়ীৰ গতি দেখুওৱা হৈছে । প্রথম চিত্ৰখন দ্বিতীয় খনতকৈ 10 ছে . পাছত লােৱা । ফট’গ্রাফত যদি 1 ছেমি . = 100 মি . হয় , তেন্তে কলা গাড়ীখনৰ দ্ৰুতি কিমান ?
উত্তৰঃ চিত্ৰ দুখন জুখি চাই দেখা গৈছে যে কলা গাড়ীখনে 10 ছে , পাছত 8.5 – 7.5 = 1 ছে.মি. আগবাঢ়িছে ।
অর্থাৎ 1 ছেমি . = 100 মি . আগবাঢ়িছে ।
এতেকে দূৰত্ব = 100 মি .
সময় = 10 ছে.
এতেকে নির্ণেয় দ্রুতি হ’ব = 100/10=10 মি . /ছে
প্রশ্ন ১২: তলত দিয়া চিত্রই A আৰু B গাড়ী দুখনৰ সময় – দূৰত্বৰ লেখ সূচাইছে ।
A আৰু B ৰ ভিতৰত কোনখন গাড়ীৰ দ্ৰুতি বেছি ।
উত্তৰঃ
A গাড়ীৰ দ্রুতি বেছি । দুয়ােডাল লেখক এটাকৈ P এটা A লেখত লােৱা যিকোনাে বিন্দু । P ৰ পৰা X- অক্ষৰ ওপৰত PM লম্ব আৰু Y- অক্ষৰ ওপৰত PQ , PR লম্ব । OM এ সময় বুজাব । OM সময়ত A গাড়ী অতিক্রম কৰা দূৰত্ব = OQ ; আৰু B গাড়ী অতিক্রম কৰা দূৰত্ব = OR ; OQ } OR , অর্থাৎ A গাড়ীয়ে একে সময়ত বেছি দূৰত্ব অতিক্রম কৰে । গতিকে গাড়ীৰ দ্ৰুতি বেছি ।
প্রশ্ন ১৩: কোনডাল লেখে ট্রাক এখনৰ অসুষম গতিৰ বেগ বুজাব ?
উত্তৰঃ ( ii ) আৰু ( iii )
( ii ) ট্রাকখনে এই ক্ষেত্ৰত স্থিৰে আছে ।
( iii ) ট্রাকখনে এই ক্ষেত্ৰত দ্রুতিৰ মান বৃদ্ধি কৰি আছে ।
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):
FAQs
Q1: What topics are covered in Class 7 Science Chapter 4 “গতি আৰু সময়”?
This chapter covers types of motion, speed, velocity, acceleration, and how time is measured in scientific calculations.
Q2: Where can I find SEBA Class 7 Science Chapter 4 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 4 “গতি আৰু সময়” on this page.
Q3: How do these solutions help in exam preparation?
These solutions provide step-by-step explanations, important MCQs, and key points to improve understanding and boost exam scores.
Q4: Is the Class 7 Science Chapter 4 solution PDF free?
No, this is a premium resource with high-quality solutions, available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Science?
To get solutions for all chapters, Click Here