SEBA Class 7 Social Science (Assamese Medium) Lesson 14 – মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ Solutions & Summary
Get the SEBA Class 7 Social Science Chapter 14 – “মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ” solutions for Assamese medium students. This chapter from ইতিহাস (History) discusses the important sources and methods of studying medieval Indian history. It covers the various historical sources, such as inscriptions, coins, architecture, literature, and oral traditions, that provide insights into the social, political, and cultural life during the medieval period. The chapter also explores the significance of these sources in reconstructing the history of medieval India and how historians use them to understand the past. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.
Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!
Class 7 Social Science
Chapter – 14 Ospin Academy
মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ
অনুশীলনী |
---|
১। উত্তৰ দিয়া:
(ক) সমল বুলিলে কি বুজা?
উত্তৰঃ য’ৰপৰা আমি সঠিক শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য আহৰণ কৰিব পাৰোঁ তাকেই সমল বুলি কোৱা হয়।
(খ) লিখিত সমল মানে কি?
উত্তৰঃ অধ্যয়ন কৰিব লগা সময়খিনিত ৰচিত গ্রন্থ, লিপিবদ্ধ ৰাজকীয় তথ্য, আন নথিভূক্ত তথ্য আদিক লিখিত সমল বোলা হয়।
(গ) তুর্কী-আফগানসকল ক’ৰপৰা ভাৰতলৈ আহিছিল?
উত্তৰঃ তুর্কী-আফগানসকল মধ্য এছিয়াৰ পৰা ভাৰতলৈ আহিছিল।
(ঘ) UNESCO ৰ সম্পূর্ণ অসমীয়া পৰিভাষা লিখা।
উত্তৰঃ UNESCO ৰ সম্পূর্ণ অসমীয়া পৰিভাষা হ’ল– ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা।
(ঙ) ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কোনে বিশেষ ভূমিকা পালন কৰি আহিছে?
উত্তৰঃ ভাৰত চৰকাৰৰ অধীনত থকা ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগ তথা চৰকাৰী যাদুঘৰসমূহে ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে।
২। খালী ঠাই পূৰ কৰা–
(ক) আবুল ফজলে ______________ ৰচনা কৰিছিল।
উত্তৰঃ আবুল ফজলে আইন ই আকবৰী ৰচনা কৰিছিল।
(খ) ইবন বটুটা _________________ দেশৰ পৰিৱাজক আছিল।
উত্তৰঃ ইবন বটুটা মৰক্কো দেশৰ পৰিৱাজক আছিল।
(গ) প্রাচীন বিজয়নগৰৰ স্মৃতিচিহ্ন বৰ্তমান _________________ চহৰত আছে।
উত্তৰঃ প্রাচীন বিজয়নগৰৰ স্মৃতিচিহ্ন বৰ্তমান হাম্পী চহৰত আছে।
(ঘ) ৰংঘৰ _________________ জিলাত আছে।
উত্তৰঃ ৰংঘৰ শিৱসাগৰ জিলাত আছে।
(ঙ) ৰূপী নামৰ মুদ্ৰা চুলতান __________________ প্রচলন কৰিছিল।
উত্তৰঃ ৰূপী নামৰ মুদ্ৰা চুলতান ছেৰছাহে প্রচলন কৰিছিল।
৩। শুদ্ধনে অশুদ্ধ বিচাৰ কৰা–
(ক) জয়পুৰৰ দুৰ্গসমূহে ৰাজপুত ৰজাসকলৰ শৌর্য প্রকাশ নকৰে।
উত্তৰঃ অশুদ্ধ।
(খ) গুলবদন বেগমে হুমায়ুন নামা গ্ৰন্থৰ ৰচনা কৰিছিল।
উত্তৰঃ শুদ্ধ।
(গ) কানাই বৰশী শিলালিপি মিজোৰামত আছে।
উত্তৰঃ অশুদ্ধ।
(ঘ) মুদ্রা হ’ল এক প্রত্নতাত্বিক সমল।
উত্তৰঃ অশুদ্ধ।
(ঙ) ৰাইগড় দূৰ্গ মাৰাথাসকলৰ ঐতিহাসিক স্মৃতিচিহ্ন।
উত্তৰঃ অশুদ্ধ।
৪। পাঠৰ আলমত তলৰ তালিকাখন পূৰ কৰা–
তিনিজন বিদেশী পৰিব্ৰাজকৰ নাম |
মধ্যযুগত নিৰ্মিত তিনিটা স্মৃতিচিহ্ন |
তিনিজন দেশীয় লেখকৰ নাম |
---|---|---|
উত্তৰঃ
তিনিজন বিদেশী পৰিব্ৰাজকৰ নাম |
মধ্যযুগত নিৰ্মিত তিনিটা স্মৃতিচিহ্ন |
তিনিজন দেশীয় লেখকৰ নাম |
---|---|---|
মৰক্কোৰ ইবন বটুটা |
স্মৃতিসৌধ |
জিয়াউদ্দিন বাৰানী |
উজবেকিস্তানৰ আলবেৰুনী |
দিল্লীৰ কুটুবক্ষেত্ৰ |
আবুল ফজল |
ইউৰোপৰ মাৰ্ক প’ল’ |
লোডী গাৰ্ডেন |
জাহাংগীৰ |
৫। ভাৰতৰ এখন মানচিত্র অংকন কৰি বিজয়নগৰ, কোচ ৰাজ্য, আহোম ৰাজ্য আৰু মাৰাথাসকলৰ অৱস্থিতি নির্ণয় কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
৬। মধ্যযুগত নির্মিত পাচঁটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম উল্লেখ কৰা।
উত্তৰঃ মধ্যযুগত নির্মিত পাচঁটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম হ’ল–
১। আগ্ৰাৰ তাজমহল।
২। দিল্লীৰ লালকিল্লা।
৩। জামা মছজিদ।
৪। হুমায়ুনৰ সমাধি। আৰু
৫। ফাতেহপুৰ চিক্রি।
FAQs:
Q1: What topics are covered in Class 7 Social Science Chapter 14 “মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ”?
This chapter covers the sources and methods of studying medieval Indian history, including inscriptions, coins, literature, and architecture.
Q2: Where can I find SEBA Class 7 Social Science Chapter 14 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 14 on this page.
Q3: How do these solutions help in exam preparation?
The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.
Q4: Is the Class 7 Social Science Chapter 14 solution PDF free?
No, this is a premium study resource available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Social Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):