দশম শ্ৰেণী অসমীয়া অধ্যায় 15 – বিষাদযোগ সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA
দশম শ্ৰেণী অসমীয়া অধ্যায় 15 – বিষাদযোগ সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ পঞ্চদশ অধ্যায় ‘বিষাদযোগ’ শ্ৰীমদ্ভাগৱত গীতাৰ অন্তৰ্গত এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Class 10 Assamese Chapter 15 Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ লগতে পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘বিষাদযোগ’ নামৰ এই পাঠটিত কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত নিজৰ আত্মীয়-স্বজনক দেখি অৰ্জুনৰ মনত ওপজা গভীৰ বিষাদ, কৰ্তব্যৰ প্ৰতি থকা অৱহেলা আৰু তাৰ বিপৰীতে ভগৱান শ্ৰীকৃষ্ণই তেওঁক প্ৰদান কৰা কৰ্মযোগ তথা কৰ্তব্যবোধৰ মহান উপদেশৰ বৰ্ণনা দাঙি ধৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰশ্ন বেংকত (Question Bank) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।
এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- বিষাদযোগ পাঠৰ মূল ভাৱ, অৰ্জুনৰ মানসিক অন্তৰ্দ্বন্দ্ব আৰু শ্ৰীকৃষ্ণৰ দাৰ্শনিক উপদেশৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
- শব্দাৰ্থ, 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
- মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:
- HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
- পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
- 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
- বিষাদযোগ পাঠৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Assamese (অসমীয়া) Question Bank ASSEB HSLC 2027 | Complete Chapter-wise Solutions PDF
Limited Time Offer!
(For ASSEB, HSLC 2027)
Get comprehensive preparation for Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) with this complete Question Bank PDF.
Includes 1400+ questions, 10 Years PYQs (2015-2026), 27 District Pre-Board Papers, and Complete Grammar as per the latest ASSEB syllabus.
Ideal for quick revision, mastering new MCQ patterns, and scoring high in HSLC 2027!
দশম শ্ৰেণী: অসমীয়া ![]()
বিষাদ-যোগ ![]()
HSLC PYQs (2016-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ
1. ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি? {2024,20,16}
উত্তৰঃ বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচার্য।
2.”বিষাদ যোগ” পাঠটি ক’ৰ পৰা তুলি দিয়া হৈছে? {2023,18}
উত্তৰঃ “বিষাদ যোগ” পাঠটি ‘কথাগীতা’ৰ পৰা তুলি দিয়া হৈছে।
3. ভট্টদেৱৰ গুৰু কোন? {2019}
উত্তৰঃ ভট্টদেৱৰ গুৰু শ্রীদামোদৰদেৱ।
4. অর্জুনৰ ধনুখনৰ নাম কি? {2018}
উত্তৰঃ অর্জুনৰ ধনুখনৰ নাম আছিল গাণ্ডীৱ।
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. বিষাদযোগ পাঠটি ক’ৰ পৰা লোৱা হৈছে? {Baksa,Lakhimpur,Udalguri,Nalbari}
উত্তৰঃ ‘বিষাদ যোগ’ পাঠটি ভট্টদেৱে ৰচনা কৰা ‘কথাগীতা’ৰ পৰা লোৱা হৈছে।
2. মহাৰথী কাক বোলে? {Barpeta,Salmara}
উত্তৰঃ যি বীৰে একেলগে দহ হাজাৰ ধনুৰ্দ্ধৰ বা ধানুকীৰ সৈতে যুদ্ধ কৰিব পাৰে, তেনে বীৰক ‘মহাৰথী’ বোলে।
3. ভট্টদেৱৰ সম্পূৰ্ণ নামটো লিখা। {Jorhat}
উত্তৰঃ ভট্টদেৱৰ সম্পূৰ্ণ নাম হ’ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য।
4. অর্জুনৰ শংখটোৰ নাম কি? {Jorhat,Morigaon}
উত্তৰঃ অর্জুনৰ শংখটোৰ নাম ‘দেৱদত্ত’।
5. অর্জুনৰ ধনুখনৰ নাম কি? {Kamrup M,Nagaon,Biswanath}
উত্তৰঃ অর্জুনৰ ধনুখনৰ নাম ‘গাণ্ডীৱ’।
6. ধানুকী মানে কি? {Kamrup R}
উত্তৰঃ ধানুকী মানে হ’ল ধনুৰ্দ্ধৰ বীৰ।
7. অর্জুনে বজোৱা শঙ্খটোৰ নাম কি? {Kokrajhar}
উত্তৰঃ ‘দেৱদত্ত’।
8. অসমীয়া গদ্যৰ জন্মদাতা কোন? {Kamrup R}
উত্তৰঃ অসমীয়া গদ্যৰ জন্মদাতা হ’ল শ্ৰীভট্টদেৱ {বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য}।
9. ‘বিষাদযোগ’ অধ্যায়টি কোনে, কাৰ আগত কৈছে? {Bongaigaon}
উত্তৰঃ ‘বিষাদযোগ’ অধ্যায়টি সঞ্জয়ে ধৃতৰাষ্ট্ৰৰ আগত কৈছে।
10. ‘বিষাদ যোগ’ পাঠটিৰ মূল বিষয় কি? {Darrang}
উত্তৰঃ ‘বিষাদ যোগ’ পাঠটিৰ মূল বিষয় হ’ল অর্জুনৰ মনোজগতৰ অভ্যন্তৰৰ বিষাদবোধ।
11. অজুর্নৰ পতাকাখনত কাৰ প্রতীক বা ছবি থকা দেখা যায়? {Majuli}
উত্তৰঃ অর্জুনৰ পতাকাত বান্দৰৰ (কপি) প্রতীক বা ছবি থকা দেখা যায় (সেয়েহে তেওঁক ‘কপিধ্বজ’ বুলি কোৱা হয়)।
3. ভট্টদেৱৰ গুৰু কোন? {Bajali}
উত্তৰঃ ভট্টদেৱৰ গুৰু শ্রীদামোদৰদেৱ।
HSLC 2027-ৰ বাবে 1 নম্বৰৰ অতি সম্ভাৱ্য প্ৰশ্নোত্তৰ
1. ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ ভট্টদেৱে শ্রীদামোদৰদেৱৰ ওচৰত শৰণ লৈছিল।
উত্তৰঃ অনন্ত (বা অনন্তবিজয়)।
2. নকুলে বজোৱা শংখটোৰ নাম কি?
উত্তৰঃ সুঘোষ।
3. সহদেৱে বজোৱা শংখটোৰ নাম কি?
উত্তৰঃ মণিপুষ্পক।
4. পাণ্ডৱৰ সৈন্যক কোনে বেহু পাতি ৰাখিছিল?
উত্তৰঃ দ্ৰুপদৰ পুত্ৰ ধৃষ্টদ্যুম্নই।
5. ধৃষ্টদ্যুম্ন কাৰ শিষ্য আছিল?
উত্তৰঃ দ্ৰোণাচাৰ্যৰ।
6. কৌৰৱৰ পক্ষত কিমান অক্ষৌহিণী সেনা আছিল?
উত্তৰঃ একাদশ (১১) অক্ষৌহিণী।
7. পাণ্ডৱৰ পক্ষত কিমান অক্ষৌহিণী সেনা আছিল?
উত্তৰঃ সাত (৭) অক্ষৌহিণী।
8. ভট্টদেৱৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ চন্দ্ৰভাৰতী।
9. ভট্টদেৱৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ কামৰূপ জিলাৰ বৰনগৰ অঞ্চলৰ ভেৰাগ্ৰামত।
10. ভট্টদেৱে ৰচনা কৰা এখন সংস্কৃত গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ভক্তিসাৰ (বা ভক্তিবিৱেক)।
11. ভট্টদেৱে ৰচনা কৰা ‘কথাগীতা’ৰ বাহিৰে আন এখন অসমীয়া গদ্য পুথিৰ নাম লিখা।
উত্তৰঃ কথা ভাগৱত (বা ভক্তি ৰত্নাৱলী)।
12. পাণ্ডৱ সকলৰ সৈন্য কিমান আছিল?
উত্তৰঃ সাত অক্ষৌহিণী।
13. ধৃতৰাষ্ট্ৰই কাক প্রশ্নবোৰ কৰিছিল?
উত্তৰঃ ধৃতৰাষ্ট্ৰই সঞ্জয়ক প্রশ্নবোৰ কৰিছিল।
14. অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন?
উত্তৰঃ বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচার্য চমুকৈ ভট্টদেৱ।
15. ‘আততায়ী’ কেইপ্ৰকাৰৰ?
উত্তৰঃ ছয় প্ৰকাৰৰ (অগ্নি দিওঁতা, বিষ দিওঁতা, ধন হৰণ কৰোঁতা, ভূমি হৰণ কৰোঁতা, ভাৰ্য্যা হৰণ কৰোঁতা আৰু অস্ত্ৰেৰে প্ৰহাৰ কৰোঁতা)।
16. কুলক্ষয় হ’লে বা কুল নষ্ট হ’লে কি নষ্ট হয়?
উত্তৰঃ কুলধৰ্ম (সনাতন কুলধৰ্ম)।
17. অধৰ্মই আবৰি ধৰিলে বা কুলধৰ্ম নষ্ট হ’লে কুলৰ স্ত্ৰীসকলৰ কি হয়?
উত্তৰঃ স্ত্ৰীসকল দুষ্টা হয়।
18. স্ত্ৰী দুষ্টা হ’লে কিহৰ সৃষ্টি হয়?
উত্তৰঃ বৰ্ণসঙ্কৰৰ।
19. পাঞ্চজন্য কাৰ শংখ?
উত্তৰঃ পাঞ্চজন্য শ্রীকৃষ্ণৰ শংখ।
20. ভীমে বজোৱা শংখটোৰ নাম কি?
উত্তৰঃ ভীমে বজোৱা শংখটোৰ নাম ‘পৌন্ড্রক’।
21. বৰ্ণসঙ্কৰ সৃষ্টি হ’লে পিতৃসকলৰ (পূৰ্বপুৰুষৰ) কি দশা হয়?
উত্তৰঃ পিণ্ড আৰু পানী নোপোৱাৰ ফলত পিতৃসকলৰ নৰকত পতন হয় (লুপ্তপিণ্ড হয়)।
22. পণ্ডিতে ভট্টদেৱক কি উপাধি প্ৰদান কৰিছিল?
উত্তৰঃ কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য্য।
23. ‘কথাগীতা’ গ্ৰন্থখন ভট্টদেৱে কাৰ নিৰ্দেশত ৰচনা কৰিছিল?
উত্তৰঃ তেওঁৰ গুৰু শ্ৰীদামোদৰদেৱৰ নিৰ্দেশত।
24. অৰ্জুনে শ্ৰীকৃষ্ণক ৰথখন ক’ত ৰাখিবলৈ কৈছিল?
উত্তৰঃ উভয় সেনাৰ মাজত।
25. ‘কপিধ্বজ’ বুলি কাক কোৱা হৈছে?
উত্তৰঃ অৰ্জুনক কাৰণ তেওঁৰ ৰথৰ পতাকাত হনুমান বা বান্দৰৰ চিহ্ন আছিল।
26. শ্ৰীকৃষ্ণৰ আন এটা নাম ‘হৃষীকেশ’ৰ অৰ্থ কি?
উত্তৰঃ ইন্দ্ৰিয়ৰ অধিপতি বা জিতেন্দ্ৰিয়।
27. দুৰ্যোধনে কাৰ ওচৰলৈ গৈ পাণ্ডৱৰ সৈন্যৰ কথা কৈছিল?
উত্তৰঃ দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ।
28. পাণ্ডৱৰ পক্ষৰ দুজন মহাৰথীৰ নাম লিখা।
উত্তৰঃ সাত্যকি, বিৰাট (বা দ্ৰুপদ, চেকিতান)।
29. কৌৰৱৰ পক্ষৰ দুজন মহাৰথীৰ নাম লিখা।
উত্তৰঃ ভীষ্ম, কৰ্ণ (বা কৃপ, অশ্বত্থামা)।
30. কাৰ শংখৰ ধ্বনিয়ে কৌৰৱ সৈন্যৰ হৃদয় বিদীৰ্ণ কৰিছিল?
উত্তৰঃ পাণ্ডৱৰ পক্ষৰ শংখৰ ধ্বনিয়ে।
HSLC PYQs (2016-2026): 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. কুৰুক্ষেত্র যুদ্ধত কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। {2026}
2. “জানা ৰাজা, যুদ্ধৰ সমুখত অর্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা, ৰথৰ উপৰত বসিলা।” -এইদৰে কোনে, কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল। তোমাৰ কথাৰে লিখা। {2026}
3. সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল? {2025}
4. কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ, যুধিষ্ঠিৰ, ভীম আৰু অর্জুনে কি কি শঙ্খ বজাইছিল? {2024}
5. ‘যুদ্ধত স্বজন বধে কিচো ফলক নেদেখু, বিজয়কো আকাংক্ষা নকৰু, ৰাজ্যক ইচ্ছা নাই, সুখক নবাঞ্চো।’ কথাষাৰ কোনে, কাৰ আগত, কেতিয়া কৈছে? {2024,20}
6. কুলক্ষয় দোষ কাক বোলে? {2023,17}
7. তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা। {2023}
8. আততায়ী কাক বোলে? {2019}
9. অর্জনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত বথ ৰাখিবলৈ কিছু কৈছিল? {2018,16}
10. ভট্টদেৱে কবিৰত্ব আৰু ভাগবত ভট্টাচার্য উপাধি উপাধি কিয় লাভ কৰে? {2018}
11. ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। {2017}
12. ‘আবে পাণ্ডবসৱৰ যুদ্ধোৎসৱ শুনা’-কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্রাকৃক্ষণত পঞ্চপাণ্ডৱে কি কি শঙ্খ বজাইছিল? {2017}
13. ‘এই ছয় দোষত আততায়ী? – কৌৰৱসকল কি কি ছয়দোষত আততায়ী হৈছিল? {2016}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে লিখা। {Barpeta,Bongaigaon,Lakhimpur}
2. কুলক্ষয় দোষ কি? {Jorhat}
3. মহাৰথী কাক বোলে? {Kamrup M}
4. ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কি কি উপাধি লাভ কৰিছিল? {Kamrup R}
5. কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে? {Kamrup R}
6. সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল? {Kamrup R}
7. আততায়ী কাক বোলে? {Baksa}
8. ‘- এই ছয় দোষত আততায়ী? – কৌৰৱসকল কি কি ছয়দোষত আততায়ী হৈছিল?{Bajali,Biswanath}
9. কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ, অর্জুন, ভীম আৰু যুধিষ্টিৰে বজোৱা শংখকেইটাৰ নাম লিখা। {Udalguri}
10. কৌৰবৰ বিশিষ্ট সেনাপতিসকলৰ যিকোনো চাৰিগৰাকীৰ নাম লিখা। {Nalbari}
11. “জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা………”
– এইদৰে কোনে কাক কৈছিল? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা। {Darrang}
12. সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ সমাৱেশ ঘটিছিল? {Morigaon}
14. অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? {Tamulpur,Salmara,Kokrajhar,Golaghat,Hojai}
15. অর্জুনে যুদ্ধক্ষেত্রলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁৰ মনত কি ভাৱ উদয় হ’ল লিখা? {Kokrajhar}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. “জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা ……।”
– এইদৰে কোনে কাক কৈছিল? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল, তোমাৰ কথাৰে লিখা। {Bajali,Kamrup,Tamulpur,Nagaon}
2. যুদ্ধক্ষেত্রত আত্মীয়সকলক দেখি অর্জুনৰ দৈহিক অৱস্থা কেনে হৈছিল? {Baksa}
3. কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক্ষণত পঞ্চপাণ্ডৱে কি কি শংখ বজাইছিল? {Barpeta}
4. পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে এটি টোকা লিখা। {Jorhat}
5. তোমাৰ পাঠটি উল্লেখ কৰা অনুসৰি পাণ্ডৱ সকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা। {Lakhimpur,Udalguri}
6. পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে পাঠৰ আধাৰত লিখা। {Nalbari,Bongaigaon}
7. “যুদ্ধ স্বজন বধে কিচো ফলক নেদেখু, বিজয়কো আকাঙ্খা নকৰু, ৰাজ্যক ইচ্ছা নাই, সুখক নবাঞ্ছো।” – কথাষাৰ কোনে, কেতিয়া কাৰ আগত কৈছিল, তোমাৰ নিজৰ ভাষাত লিখা। {Biswanath}
8. কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে? {Golaghat}
9. ‘যুদ্ধত স্বজন বধে ক্লিচো ফলক নেদেখু, বিজয়কো আকাঙ্খা নকৰু, ৰাজ্যক ইছা নাই, সুখক নবাঞ্ছো।’- কথাষাৰ কোনে, কেতিয়া, কাৰ আগত কৈছিল, তোমাৰ নিজৰ ভাষাত লিখা। {Hojai}
10 . অর্জুনে যুদ্ধক্ষেত্রলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্রীকৃষ্ণক কি ক’লে সেই সম্পর্কে তোমাৰ নিজৰ ভাষাৰে লিখা। {Majuli}
11. অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল বুজাই লিখা। {Morigaon}
12. কুলক্ষয় দোষ কি? কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা। {Salmara}
দশম শ্ৰেণী অসমীয়া অধ্যায় 15 (বিষাদযোগ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দ![]()

দশম শ্ৰেণী: অসমীয়া 