Class 10 Maths Chapter 5 Solutions – সমান্তৰ প্ৰগতি | SEBA | Assamese Medium | HSLC Exam

অধ্যায় 5 – সমান্তৰ প্ৰগতি

দশম শ্ৰেণী গণিত অধ্যায় 5 – সমান্তৰ প্ৰগতিৰ অনুশীলনীৰ সমাধান | SEBA | Assamese Medium | HSLC Exam

দশম শ্ৰেণী গণিত অধ্যায় 5 – সমান্তৰ প্ৰগতিৰ অনুশীলনীৰ সমাধান (SEBA Board – Assamese Medium | HSLC Exam)

SEBA বোর্ডৰ পাঠ্যক্ৰম অনুসৰি দশম শ্ৰেণীৰ গণিতৰ পঞ্চম অধ্যায় “সমান্তৰ প্ৰগতি”ত Arithmetic Progression (AP)-ৰ মৌলিক ধাৰণা, সাধাৰণ পদ, সমষ্টি, আৰু ইত্যাদি বিষয় আলোচনা কৰা হৈছে। এই অধ্যায়ৰ 3টা অনুশীলনী (5.1, 5.2, আৰু 5.3)-ত সকলো ধৰণৰ প্ৰশ্নৰ বিস্তাৰিত আৰু বিশ্লেষণাত্মক সমাধান দিয়া হৈছে। HSLC (10th Board Exam)-ৰ বাবে এই অধ্যায় খুবেই গুৰুত্বপূর্ণ। অস্পীন একেডেমী (Ospin Academy)-ত step-by-step সমাধান সহজ ভাষাত দিয়া হৈছে।

✅ কি শিকিব:

  • সমান্তৰ গতি (Arithmetic Progression)-ৰ সংজ্ঞা আৰু মূল তথ্য
  • AP-ৰ সাধাৰণ পদৰ সূত্ৰ (nth term)
  • AP-ৰ সমষ্টিৰ সূত্ৰ
  • HSLC Exam-ত আগত অহা বিষয় আৰু প্ৰশ্নসমূহ
  • প্ৰতি অনুশীলনীৰ step-by-step সমাধান

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • SEBA-ৰ নতুন পাঠ্যক্ৰমৰ নিশ্চিত সমাধান
  • অনুশীলনী 5.1, 5.2, আৰু 5.3ৰ সকলো প্ৰশ্নৰ সমাধান
  • HSLC Examৰ বাবে 5 নম্বৰৰ প্ৰস্তুতি
  • অসমীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগী উদাহৰণ
  • Step-by-step সমাধান
Vibrant Note Box
Buy Printable PDF
Class 10 Maths (গণিত) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Mathematics (গণিত) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

Vibrant Note Box
অধ্যায় 5 – সমান্তৰ প্ৰগতি
Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী গণিত অধ্যায় 5 – সঘনাই সোধা প্ৰশ্ন
সমান্তর গতি (AP) কি?
এটা ধৰণৰ সংখ্যাৰ শংখল, য’ত প্ৰতিটো পদৰ মাজত সমান পাৰ্থক্য থাকে, তাক সমান্তৰ গতি (Arithmetic Progression) বোলে।
HSLC পৰীক্ষাত সমান্তৰ গতিৰ কোন ধৰণৰ প্ৰশ্ন আহে?
AP-ৰ nth term, sum, আৰু প্ৰয়োগমূলক সমস্যা (word problem) আহে।
অনুশীলনী 5.1, 5.2, 5.3ত কেনেধৰণৰ প্ৰশ্ন আছে?
5.1ত basic AP, 5.2ত সাধাৰণ পদ আৰু সমষ্টি, 5.3ত word problem আৰু মিশ্ৰ প্ৰশ্ন দিয়া হৈছে।
SEBA Board আৰু HSLC Exam-ৰ বাবে এই সমাধান কিমান সহায়ক?
SEBA Board আৰু HSLC Exam-ৰ বাবে পূৰ্ণ সহায়ক, step-by-step সমাধান সহ।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top