নৱম শ্ৰেণী অসমীয়া অধ্যায় ১১ – যুগ (Yug) – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)
নৱম শ্ৰেণী অসমীয়া অধ্যায় ১১ – যুগ (ৰত্নকান্ত বৰকাকতী) সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
নৱম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ একাদশ অধ্যায় ‘যুগ’ বিশিষ্ট কবি ৰত্নকান্ত বৰকাকতীৰ দ্বাৰা ৰচিত এটি গভীৰ ভাবধৰ্মী কবিতা। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 9 Assamese Chapter 11 Textual Solutions) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘যুগ’ কবিতাটিত কবিয়ে সময়ৰ পৰিৱৰ্তনশীলতা আৰু বিভিন্ন যুগৰ বৈশিষ্ট্যৰ এক শৈল্পিক বিচাৰ দাঙি ধৰিছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই কবিতাৰ মূল ভাৱ আৰু মৰ্ম বুজি পোৱাটো পৰীক্ষাৰ দৃষ্টিভংগীৰ পৰা অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে কোনো অসুবিধা নোহোৱাকৈ প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- যুগ কবিতাৰ মূল ভাৱ, কবি ৰত্নকান্ত বৰকাকতীৰ কাব্যিক দৰ্শন আৰু সাহিত্যিক পৰিচয়।
- শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ নিখুঁত উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু বাক্য ৰচনাৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন আৰু শেহতীয়া MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই সমাধানসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে সহজ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা উত্তৰ।
- যুগ কবিতাৰ পৰা পৰীক্ষাত আহিব পৰা সম্ভাৱ্য প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সুন্দৰ ফলাফল লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.
যুঁজ
- অতি চমুকৈ উত্তৰ লিখাঃ
(ক) কাৰ বেগৰ পৰা টকা চুৰ হৈছিল ?
উত্তৰঃ প্ৰশান্তৰ বোগৰ পৰা টকা চুৰ হৈছিল ।
(খ) সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি ?
উত্তৰঃ সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম মহেন্দ্ৰ ।
(গ) নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছ্ল ?
উত্তৰঃ নিৰ্মলে কাক বিছাৰি দোকানখনলৈ গৈছ্ল ।
(ঘ) সিদ্ধাৰ্থই পেঞ্চিলবক্সত কি সাঁচি থৈছিলে ?
উত্তৰঃ সিদ্ধাৰ্থই পেঞ্চিলবক্সত বাপেকৰ দিয়া চকলেটৰ কাগজ সাঁচি থৈছিলে ।
(ঙ) নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া
হৈছিল ?
উত্তৰঃ নিৰ্মলে তেওঁৰ দেহত হোৱা জটিল ৰোগৰ চিকিৎসাৰ বাবে বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল ।
2. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ
(ক) সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ
কৰিছিল ?
উত্তৰঃ সিদ্ধাৰ্থই নেচা যুক্ত বস্ত কিনিবলৈ প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ কৰিছিল ।
(খ) কি কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল ?
উত্তৰঃ সিদ্ধাৰ্থ বুজ হোৱা বয়সৰ পৰাই সি দেখিছিল- তাৰ মাক-বাপেকৰ মাজত দুৰ্বাদল কাজিয়া । প্ৰচণ্ড চিঞৰ-বাখৰ, গালি-গালাজ আদিয়ে তাক বিতত কৰি তুলিছিল । অৱশেষত বাপেকে এদিন সিহঁতক এৰি কৰবালৈ গুচি গল । মাকৰ পৰাও সি পাবলগীয়া মৰম-চেনেহ আলপৈচন নেপায়, তাৰ প্ৰতি মাকৰ মনোযোগ একেবাৰে নোহোৱা হৈ পৰাত সি অন্তৰত দাৰোণ আঘাত পায় ।তাৰ এনে অৱস্থা উমান পাই দুষ্ট বুদ্ধিৰ দোকানীজনৰ কো পৰামৰ্শত মনৰ অশান্তি দূৰ কৰিবলৈ প্ৰথমে চিগাৰেট আৰু পিছত ড্ৰাগছ আদি নিচা জাতীয় বস্ত ব্যৱহাৰ কৰিবলৈ ধৰিলে । সি নিচাসক্ত হৈ পৰিল ।
(গ)নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণদোকখনলৈ গৈছিল?
উত্তৰঃ সিদ্ধাৰ্থই প্ৰথমতে নিৰ্মলৰ মূখামুখি হ’ব খুজা নাছিল কৰাণ সিদ্ধাৰ্থই নিজৰ পৰাই পলাই ফুৰিছে। তাৰ দুখ, যন্ত্ৰনা, একাকীত্ব চকুপানী এইবোৰ সি আনক দেখুৱাব খোজা নাছিল ।
(ঘ) সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ’ব খোজা
নাছিল ?
উত্তৰঃ সিদ্ধাৰ্থই প্ৰথমতে নিৰ্মলৰ মূখামুখি হ’ব খুজা নাছিল কৰাণ সিদ্ধাৰ্থই নিজৰ পৰাই পলাই ফুৰিছে। তাৰ দুখ, যন্ত্ৰনা, একাকীত্ব চকুপানী এইবোৰ সি আনক দেখুৱাব খোজা নাছিল ।
(ঙ) নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি
কৈছিল ?
উত্তৰঃ নিৰ্মলৰ বুজনিত সিদ্ধাৰ্থৰ মন লাহে লাহে পৰিৱৰ্তন হবলৈ ধৰিছিল । তাৰ কাৰণে নিৰ্মলে কিমান যন্ত্ৰণা মূৰ পাতি লৈছিল । সিদ্ধাৰ্থই যেতিয়া নিৰ্মলে বোমাৰৰ চিকিৎসীৰ কাৰণে বহুদিন বাহিৰত থাকিব লাগিব বুলি জানিলে সি মনত বৰ বেজাৰ পালে । নিৰ্মল তাৰ কাষত নাথাকিলেও তাৰ বুকুৰ ভিতৰত থাকিয়েই সিদ্ধাৰ্থক সঠিক পথৰ সন্ধান দিব বুলি আশা কৰিছিল ।
3. ‘তোৰ কি হৈছে, মোক কব’ই লাগিব সিদ্ধাৰ্থ – নিৰ্মলৰ এই কাথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল ?
উত্তৰঃ সিদ্ধাৰ্থৰ অস্হিৰ, বেপৰুৱা স্বভাৱে নিৰ্মলৰ শান্ত মনটো অশান্তি কৰি তুলিছিল । সিদ্ধাৰ্থ প্ৰথম অৱস্থাত তেনে নাছিল ।
শ্ৰেণীত যেতিায়া টকা চুৰ হৈছিল, মহেন্দ্ৰ ছাৰে তাক যেতিয়া চুৰ কৰা বুলি ধৰিছিল তেতিয়া সি ছাৰক অতি বেয়া ব্যৱাহৰ কৰিচিল । কিন্ত সিদ্ধাৰ্থই পইচা চুৰ কৰিছিল আৰু সি মিছা মাতিছিল । নিৰ্মলে ভালদৰে বুজি পাইছিল যে সিদ্ধাৰ্থই মাছা মাতিছে । কিন্ত কিয় তাৰ এনে হৈছে সি ভাবি আছৰিত হৈছিল। নিৰ্মলে মৰম আৰু দৃঢ়তাৰে সিদ্ধাৰ্থক কিয় এনে হৈছে, তাৰ মনৰ ভিতৰতনো কি যন্ত্ৰণা সি অনবভৱ এনেজৰে প্ৰশ্ন কৰিছে । নিৰ্মলৰ এনে মৰম সনা, আপোনজনৰ দাবীৰ কৰা প্ৰশ্নত সিদ্ধাৰ্থৰ কুমলিব ধৰিলে । সি নিৰ্মলৰ মৰমৰ ওচৰত নিজে বান্ধ খাই পৰিল । তাৰ মনত ভাল-বোয়াৰ আলোড়ন উঠিল । সি পোৱা-নোপোৱাৰ কথা ভাবিলে । নিৰ্মলৰ কথাই সিদ্ধাৰ্থৰ মনত যি দোলা দিছিল সেয়াই পিছলৈ সিদ্ধাৰ্থক স্ববাৱ সলনি কৰাত সহায় কৰিলে ।
4. সিদ্ধাৰ্থই কিয় নিঃসংগতাত ভুগিছিল, বুজাই লিখা ।
উত্তৰঃ ভাল লৰা সিদ্ধাৰ্থৰ ক্ৰমান্ধয়ে বোয়াৰ ফালে ঢাল খাব ধৰিছিল । সি নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছিল । তাৰ মনৰ ভিতৰত চলি থকা যুঁজখনত সি ক্লান্ত হৈ কব নোৱাৰাকৈয়ে নিষিদ্ধ দ্ৰব্য সেৱনত লাগিছিল । সি ভাবিছিল ড্ৰাগছেই যেন তাৰ আশ্ৰয়, আপোন লগৰীয়া । ড্ৰাগছেই তাৰ মনৰ ভিতৰত থকা নিঃসংগতা দূৰ কৰিব । এইদৰেই এটা সময়ত সি নিঃসংগ হৈ পৰিছিল ।
5. নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰ আঁতৰাই আনিছিল বিৱৰি লিখা ।
উত্তৰঃ ঘৰুৱা অনুশাসনবিহীন জীৱনে সিদ্ধাৰ্থক বেপৰুৱা, জেদী, অস্থিৰ কৰি তুলিছিল । ঘৰৰ মাক-দেউতাকৰ মৰম নাপাই সি লাহে লাহে ড্ৰাগছ আসক্ত পৰিছিল । তাৰবাবে সি কেতিয়াবা শ্ৰণীৰ পৰ বা ঘৰৰ পৰা টকা, সোণ আদি চুৰ কৰিছিল ।সি নিজে জানিছিল যে সি ভূল কাম কৰিছে, তথাপি এই কামবোৰ পৰা আঁতৰি আহিব পাৰিছিল । কৰণ সি অকলশৰীয়া অনুভৱ কৰি অত্যন্ত নিচাগ্ৰস্ত হৈ পৰিছিল ।এইদৰে নেৰা-নেপৰা চেষ্টাত আৰু মৰম-চেনেহ দি আপোন হৈ বাবে সিদ্ধাৰ্থক ভূল বাটৰ পৰ আঁতৰাই আনিব পাৰিছিল।
6. ‘তাৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি; অস্বস্তিকাৰ মৌনতাৰ মাজত মাথোঁ ছট্ফবহে পাৰি’ – কথাষাৰ অন্তনিৰ্হিত ভাব বিশ্লেষন কৰা ।
উত্তৰঃ অস্বিত্বিকৰ মৌ
- ‘হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুৱ নোৱাৰি – ইমানেই তীব্ৰ সেই শূন্যতাৰ ভাৰ – দুখৰ দাহন’ – কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে লিখা ।
- সিদ্ধাৰ্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰ কৰিছিল আৰু পাছত তাৰ কিয় অন্তৰ্দ্বন্দ হৈছিল বুজাই লিখা ।
- ‘আচলতে মন গ’লেই সুখী হব পাৰি জান ।’ – নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদেৰে কৈছিল বুজাই লিখা ।
- ব্যাখ্যা কৰাঃ
(ক) নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে ।
(খ) মনুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো
কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য ।
(গ) পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাগি যোৱা
সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ ।
(ঘ) সকলো মানুহেৰই জীৱনবোৰ একো একোখন যুঁজ ।
7. যুঁজ গল্পটোৰ শিৰোনামৰ তাৎপৰ্য বুজাই লিখা ।
ভাষা বিষয়ক
8. ব্যাসবাক্যসহ সমাসৰ নাম লিখা ।
মৃত্যুশীল, অসহনীয়, অতল, অমীমাংসিত, বেপৰোৱা,
অচিনাকি ।
- বাক্যা ৰচনা কৰাঃ
উজাগৰ, অবাধ্য, অৱলম্বন, খেৰকুটা ।
- সমাৰ্থক শব্দ লিখাঃ
নীৰৱতা, বিষাদ, প্ৰস্তৰ, একাকীত্ব, আন্ধাৰ ।
