নৱম শ্ৰেণী অসমীয়া অধ্যায় ১০ – পোহৰৰ বাটেৰে আগবাঢ়া গাঁওখন (Pohoror Batere Agbarha Gaonkhon) – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)
নৱম শ্ৰেণী অসমীয়া অধ্যায় ১০ – পোহৰৰ বাটেৰে আগবাঢ়া গাঁওখন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
নৱম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ দশম অধ্যায় ‘পোহৰৰ বাটেৰে আগবাঢ়া গাঁওখন’ এখন অতি অনুপ্ৰেৰণামূলক পাঠ। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 9 Assamese Chapter 10 Textual Solutions) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘পোহৰৰ বাটেৰে আগবাঢ়া গাঁওখন’ নামৰ এই পাঠটিত এখন আদর্শ গাঁৱৰ পৰিৱৰ্তনৰ কাহিনী, শিক্ষাৰ পোহৰ আৰু সামূহিক প্ৰচেষ্টাৰ জৰিয়তে কেনেকৈ এখন সমাজ উন্নত হ’ব পাৰে তাৰ এক সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ আৰু নীতিশিক্ষা বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- পাঠৰ মূল ভাৱ, সামাজিক উন্নয়নৰ ধাৰণা আৰু শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিস্তৃত বিশ্লেষণ।
- শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ নিখুঁত উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু বাক্য ৰচনাৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি শেহতীয়া MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই সমাধানসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাব পৰাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা উত্তৰ।
- পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.
পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন
- চমুকৈ উত্তৰ লিখাঃ
(ক) ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক’ত হৈছিল ?
উত্তৰঃ ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ৰাজস্থানৰ উদয়পুৰত হৈছিল ।
(খ) পিপলান্ত্ৰি গাঁওখন ক’ত অৱস্থিত ?
উত্তৰঃ পিপলান্ত্ৰি গাঁওখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা 30 কি.মি. আঁতৰত অৱস্থিতি ।
(গ) কিহৰ বাবে পিপলান্ত্ৰি গাওঁখনে গ্ৰীণিজ ৱৰ্ল্ড
ৰেকৰ্ড’ছত স্থান পাইছিল ?
উত্তৰঃ মাৰ্বল পথাৰৰৰ বাবে পিপলান্ত্ৰি গাওঁখনে গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ড’ছত স্থান পাইছিল ।
(ঘ) পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁওৰ
সফলতাৰ কাহিনী অন্তৰ্ভূক্ত হৈছে ?
উত্তৰঃ পৃথিৱীৰ ডেনমাৰ্ক দেশৰ পাঠ্যক্ৰমত দেশৰ পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভূক্ত হৈছে ।
(ঙ) ‘Tree Sisters’ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল?
উত্তৰঃ ‘Tree Sisters’ নামৰ চিনেমাখন আৰ্জণ্টিৰ দলে নিৰ্মাণ কৰিছিল ।
(চ) কিৰণ কোন আছিল ?
উত্তৰঃ পিপলতান্ত্ৰি গাৱঁৰ মূখিয়াল শ্যাম সুন্দৰ পালিৱালৰ কন্যা আছিল ।
(ছ) ৰাখী-বান্ধনৰ দিনা পিপলান্ত্ৰি গাঁওৰ ছোৱালী আৰু
মহিলাসকলে কি কৰে ?
উত্তৰঃ ৰাখী-বান্ধনৰ দিনা পিপলান্ত্ৰি গাঁওৰ ছোৱালী আৰু
মহিলাসকলে গছত ৰছী বান্ধে ।
(জ) ‘কিৰণ নিধি যোজনা’ৰ আঁৰৰ মানুহজন কোন ?
উত্তৰঃ ‘কিৰণ নিধি যোজনা’ৰ আঁৰৰ মানুহজন শ্যাম সুন্দৰ পালিৱাল ।
(ঝ) কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁওৰ মানুহে
কি কৰে ?
উত্তৰঃ কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁওৰ মানুহে
মৃতকৰ স্মৃতিত ১১ জোপা গছপুলি ৰোপণ কৰে ।
2. পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল ?
উত্তৰঃ পিপলান্ত্ৰি গাঁওত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্ল পথাৰৰ খনি আৰাম্ভ কৰাৰ ফলত প্ৰকৃতিও ধ্বংস হবলৈ ধৰে । মাৰ্বল পাথৰ আহাৰণৰ বাবে খনিবোৰত দিনে-নিশাই কাম চলাৰ লত পিপলান্ত্ৰি পাঁৱৰ পৰিৱেশ দূষিত হয় । গছ-গছনি কমি অহাত বৰুষুণৰ পৰিমাণো কমি আহিল, ফলত অধিক মাত্ৰাত পৰিৱেশে দূষিত হৈ পৰিল ।
3. শ্যাম সুন্দৰ পালিৱাল কোন ? পিপলান্ত্ৰি গাঁওখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰঃ শ্যাম সুন্দৰৰ পালিৱাল আছিল ।ৰাজস্থানৰ পিপলান্ত্ৰি গাঁৱৰ এজন আদৰ্শ ব্যক্তি । মাত্ৰ ছয় বছৰ বয়সতে মাতৃক হেৰুওৱা শ্যাম সুন্দৰ পালিৱালে এটা সময়ত জীৱন-সংগ্ৰামৰ কাৰণে নিজ গাঁৱ এৰি গৈছিল যদিও পিথত বৃহৎ মাৰ্বল খনিয়ে বিধ্বস্ত কৰা গাঁওখনলৈ ঘুৰি আহি গাঁও আৰু গাঁওবাসীক উদ্ধাৰ কৰিবলৈ মনে প্ৰাণে নামি পৰে ।
২০০৫ চনত তেঁও গাংওখনৰ মুখিয়াল হ’ল আকস্মিকভাৱে মৃত্যু হোৱা কন্যা কিৰণৰ স্মৃতিত এটা গছ পুলি ৰুলে । সেইদিনাই তেওঁ এটা নিয়ম কৰি দিলে যে গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামাত ৰাইজে ১১ টা গছপুলি ৰোপণ কৰিব লাগিব, আৰু এই কাম কিৰণ নিধি যোজনা’ৰ অধীনতা আৰম্ভ কৰা হয় ।
4. কিৰণ নিধি যোজনা কি ? এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে ?
উত্তৰঃ ‘কিৰণ নিধি যোজনা’ৰ আৰৰ মানুহজন হ’ল শ্যাম সুন্দৰ পালিৱাল । শ্যাম সুন্দৰ পালিৱালে তেওঁৰ মৃত কন্যাৰ কিৰণৰ স্মৃতি এই ‘কিৰণ নিধি যোজনা’ৰ সূচনা কৰে । গাঁওখনে তেওঁ যোজনাৰ অধীনত এটা নিয়ম প্ৰৱৰ্তন কৰিছিল যে পিপলান্ত্ৰি গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১ টা গছ পুলি ৰোপণ কৰিব লাগিব । যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে –
(ক) কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ-দীঘল কৰা ।
(খ) পানী সংৰক্ষণ কৰা,
(গ) গছ-গছনি ৰুই প্ৰতিপালন কৰা,
(ঘ) খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰে।
5. কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি হৈছিল ?
উত্তৰঃ কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে আঁচনিৰ জৰিয়তে কেইটামন নিয়ম কৰি দিছিল । – সেইটা এনেধৰণৰ –
প্ৰথমতে, গাঁওৰ কোনো লোক কন্যাভ্ৰূণ হত্যা কৰিব
নোৱাৰিব।
দ্বিতীয়তে, ছোৱালীজনীক যোন আলফুলে ডাঙৰ-দীঘল কৰ হ’ব
সেই একেই মৰম চেনেহ আৰু যত্নেৰে ১১১ টা গছপুলিকো
প্ৰতিপালন কৰিব লাগিব ।
তৃতীয়তে, কোন ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব
নোৱাৰিব ।
চতুৰ্থতে, কোনো পৰিস্থিতিতে বাল্যবিবাহ সম্পন্ন কৰিব
নোৱাৰিব।
পঞ্চমতে, ছোৱালীৰ জন্মৰ সময়ত ৰোৱা গছপুলিৰ গাঁওৰ সম্পত্ত হ’ব । এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তিত স্বাক্ষৰ কৰি গাঁওত ৰাইজে প্ৰতিশ্ৰুতি দিব লগীয়া হয় ।
6. পিপলান্ত্ৰি গাঁৱত প্ৰকৃতি আৰু মানুহ কেনেদৰে আত্মিক সম্পৰ্কে গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা ।
উত্তৰঃ ‘কিৰণ নিধি যোজনা’ৰ আঁচনি মতে প্ৰতি গৰাকী কন্যা সন্তান জন্ম পোৱাৰ লগে লগে ৰাইজে ১১১টা গছপুলি ৰু লাগিছিল আৰু কন্যা সন্তানৰ দৰেই গছ পুলিবোৰ লালন-পালন কৰি ডাঙৰ-দীঘল কৰিব লাগিছিল । পানী সংৰক্ষণ কৰি আৰু গছ-গছনিৰ দ্বাৰা গাঁওখনত প্ৰাকৃতিক পৰিৱেশ সুন্দৰ হৈ পৰিছিল । একোজোপা গছ-গছনিৰ দ্বাৰা গাঁওখনৰ মানুহে সন্তান পালন কৰাদি পালন কৰিছিল । ৰাখী পূৰ্ণাংগ গছ হৈ উঠালৈকে গাঁওখনৰ ছোৱালী আৰু মহিলা সকলে গছত ৰছী বান্ধে আৰু এই কাৰ্যাৰ দ্বাৰা গঠ আৰু মানুহৰ মাজৰ সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰে, প্ৰকৃতি আৰু মানুহৰ মাজত আত্মিক সম্পৰ্ক গঢ লৈ উঠে ।
7. পিপলান্ত্ৰি গাঁৱৰ সপলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছিল ?
উত্তৰঃ শ্যামসুন্দৰ পালিৱালে নতুন ৰূপ দিয়া পিপলান্ত্ৰি গাঁওৰ সফলতাৰ কাহিনী সেই গাঁও চাবলৈ অহা বিভিন্ন প্ৰান্তৰ মানুহ আৰু চৰকাৰী প্ৰতিনিধিৰ দ্বাৰা প্ৰচাৰ হোৱাৰ উপৰিও আৰ্জেণ্টিনাৰ এটা দলে এই গাঁওখনক লৈ ‘Tree Sisters’ নামৰ এখন চিনেমা নিৰ্মাণ কৰিছে । বহুতেই এই গাঁওক লৈ শতাধিক তথ্যাচিত্ৰ নিৰ্মাণ কৰিছে । ‘পিপলান্ত্ৰি ’ নামৰ এখন হিন্দী ছবিও নিৰ্মাণ হৈছে । এনেদৰেই পিপলান্ত্ৰি গাঁওৰ সফলতাৰ কাহিনী প্ৰচাৰ হৈছে । ইয়াৰ ফলত ডেনৰ্মাকৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰম এই গাঁওত সফলতা আৰু কাম-কাজৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰা হৈছেআৰু ছাত্ৰ-ছাত্ৰী সকলক ইয়াৰ বিষিয়ে ধ্যায়ন কৰি নিজ দেশৰ প্ৰতি দায়িত্ব পালন কৰিবলৈ প্ৰৰেণা দয়া হৈছে ।
8. পিপলান্ত্ৰি গাঁখন কিয় এখন আদৰ্শ গাঁও বুলি তুমি ভাবা? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক ?
উত্তৰঃ পিপলান্ত্ৰি গাঁওখন মই আদৰ্শ গাওঁ বুলি ভবাৰ কাৰণ আছে । মাৰ্বলখিনিৰ দ্বাৰা প্ৰায় বিধ্বস্ত আৰু নিঃস্ব গাঁও এখনি শ্যাম সুন্দৰ পালিৱাল নামৰ লোকজন নেতৃত্ব আৰু সুপৰিকল্পিত নিৰ্দশত ঠন ধৰি পৃথিৱীৰ মানুহক চকমক লগাইছে । গছ ধ্বংস হৈ একেবাৰে উদং হোৱা গাঁওখনি এক নীতি-নিয়মৰ মাজেৰে গছ পুলি ৰুই পুনৰ সেউজ সুন্দৰ কৰি তুলিলে । মানুহখিনিৰ কঠোৰ শ্ৰম আৰু কাৰ্যতে সকলোকে আকৰ্ষণ কৰিলে । ছোৱালী সন্তানৰ প্ৰতি লোৱা আকৰ্ষণী আৰু আদৰণীয় ব্যৱস্থাই সকলো শ্ৰেণী মানুহকে এক নতুন দিশৰ সন্ধান দিছে । এই গাঁওত কাম-কাজ, প্ৰাকৃতিক শোভাই পৃথিৱীৰ লোকক আকৰ্ষিত কৰিছে ।
এই পাঠটোৰ শিক্ষণীয় দিশ হ’ল: পাঠটিৰ জৰিয়তে মানুহৰ মানসিক দৃঢ়তা, সুচিন্তিত পৰিকল্পনা , উদ্যম, আগ্ৰহ আদিৰ দ্বাৰা কেনেকৈ অসম্ভৱ বুলি ভবা কাম এটাও সম্ভৱ কৰি তুলিব পাৰি তাৰ আভাস পেৱা যায় । কন্যা সন্তানৰ নিজৰ নিজৰ প্ৰতি দেখুওৱা অৱহেলাৰ সৰ্বাংগীন বিকাশৰ বাবে আগবাঢ়ি অহাটো উচিত ।
9. বহলাই বিজাই লিখা‑
(ক) বাৰটা মাহত তেৰটা খেতি
(খ) স্বচ্ছ ভাৰত অভিযান ।
(গ) সামাজিক মাধ্যম ।
ভাষা বিষয়ক
10. বাক্য ৰচনা কৰাঃ
হাতে কামে, নিয়ম-শৃংখলা, দিনে-নিশাই, খেতি-বাতি, আনন্দ-উল্লাস, ডাঙৰ-দীঘল, সুখ-সমৃদ্ধি ।
11. কিয় মূৰ্দ্ধন্য ণ হৈছে লিখাঃ
বৰুষুণ, পৰিমাম, ৰূপায়ণ
12. তলৰ শব্দবোৰৰ প্ৰতিটোৰে একোটাকৈ সমাৰ্থক শব্দ
লিখাঃ
13. তলৰ উপসৰ্গকেইটাৰ একোটাকৈ শব্দ গঠন কৰাঃ
প্ৰতি, অধি, অৱ, দুৰ্ ।
********

Ryteg vgeg ghev vve ve egr. Rg. Rg. Rgrc ghef vde gdgehe hghe. Vcechg ehge bche a boy white shirt and jeans pant 12 years ago in white and leaves in the white House of give a boy white shirt and jeans pant 12 years ago in white and leaves and leaves and
HD boy God bless u with skirt with t-shirt and leaves and leaves in the photo with skirt with t-shirt and leaves in the world and white face and lips pink colour white t a curly tales and the photo of t shirts that I can we play ⏯️ a white y a curly haired women a curly hair face 👀 a curly haired lady of t shirts for women to Diya lora and r kicu niya amu Meera Bai ki koro na MSG and reply me with t-shirt and black and white wallpaper in the y a boy God y a boy God bless u r right 👍🏾 a curly tales of give me a call back korte hobe Katik pujo pujor alo ki koros ki koro na go to the white lips in pink hair colour white shirt for men and leaves in pink hair colour white shirt for men in white shirt and they are in white shirt and jeans and a boy God y a white face mask 😷 and white face mask for girls and leaves and jeans pant and jeans 👖 a boy who is all about uttarakhand on it DH Lawrence ks ks ks ki koros ken is six 🕡 a white face mask 😷 and leaves the white lips 👄 and white face mask for women in pink hair and lips pink hair face the photo of give me some time in pink hair and white face and handsome boy white 🤍 a curly haired women in the white lips 👄 and I request you to Diya ek baar baar r kicu ek baar aur a ek baar ek bar bar 🍺 a ek baar ek baar aur a r kicu r kicu ek baar r kicu r kicu ek din tumgo ek bar 🍺 a r kicu ek baar aur r kicu ek r kicu ek baar aur ek baar ek baar aur e