SEBA Assam Class 9 Assamese Chapter 16 – “সন্মান” Summary & Solutions
SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 16 – “সন্মান” solutions are now available at Ospin Academy. We provide SEBA-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.
📖 অধ্যায় পৰিচয়:
“সন্মান” পাঠত সমাজত ব্যক্তিগত তথা সামাজিক সন্মানৰ গুৰুত্ব, ইয়াৰ প্ৰভাৱ, আৰু নৈতিকতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা হৈছে।
- সন্মানৰ সংজ্ঞা: ব্যক্তিগত আৰু সামাজিক ক্ষেত্ৰত আদৰ-সম্মান লাভ কৰাৰ প্ৰক্ৰিয়া।
- সন্মান কেনেকৈ উপাৰ্জন কৰিব: সততা, কঠোৰ পৰিশ্ৰম, আৰু সদগুণ।
- সন্মানৰ প্ৰয়োজনীয়তা: এটি সুস্থ সমাজ গঠনৰ বাবে সন্মানৰ ভূমিকা।
📌 মূল বিষয়বস্তু:
- সন্মান কাক কোৱা হয়?
- সন্মান কেনেকৈ লাভ কৰিব পাৰি?
- সন্মান নষ্ট হোৱাৰ কাৰণসমূহ কি কি?
- এই পাঠৰ মূল শিক্ষা কি?
📝 Ospin Academy কেনেকৈ সহায় কৰে?
- সম্পূৰ্ণ সমাধান: SEBA Assam Class 9 Assamese Chapter 16 ৰ সকলো উত্তৰ।
- MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন।
- সহজ ব্যাখ্যা: বুজিবলৈ সহজ ভাষাত সমাধান।
- দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগতে দ্ৰুত অভ্যাস কৰিবলৈ সংক্ষেপিত নোট।
SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 16 – “সন্মান” ৰ সমাধান Ospin Academy ত উপলব্ধ। এতিয়া পঢ়ক আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰক!
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.
সন্মান
- অতি চমু উত্তৰ দিয়া-
(ক) অধিকাৰ আৰু শসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে ?
উত্তৰঃ সেই দেশৰ মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে ।
(খ) ছাতৰে শিক্ষকৰ ধাৰ শুঁজিব পাৰেনে ?
উত্তৰঃ ছাতৰে শিক্ষকৰ ধাৰ শুঁজিব নোৱাৰে ।
(গ) ‘তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা’ – ‘তেওঁ’ কোন ?
উত্তৰঃ ‘তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা’ – তেওঁ সৃষ্টিকৰ্তা ভগৱান, ঈশ্বৰ ।
(ঘ) হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছইল?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱা ‘আসাম নিউজ’ কাকতৰ সম্পাদক আছিল ।
(ঙ) ‘হোমকোষ’ কি ?
উত্তৰঃ ‘হোমকোষ’ হ’ল অসমীয়া ভাষাৰ অভিধান ।
(চ) ‘কানীয়াৰ কীৰ্তন’ৰ ৰচক কোন ?
উত্তৰঃ ‘কানীয়াৰ কীৰ্তন’ৰ ৰচক হ’ল হেমচন্দ্ৰ বৰুৱা ।
2. ‘ঈশ্বৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয়’ – কথাষৰ বুজাই লিখা ।
উত্তৰঃ ঈশ্বৰ পাছতে পিতৃ-মাতৃ আমাৰ মানীয় । কাৰণ তেওঁলোকেই আমাক জন্ম দিছে আৰু তেওঁলোকৰ পৰাই আমি এই বিচিত্ৰ সংসাৰ দেখিবলৈ পাইছাহঁক । আমি যেতিয়া কেচুঁৱা আছিলোঁ, উঠি-পৰা সফুৰিবৰ বাবে শক্তি মাছিল, তেতিয়া তেওঁলোক কত দুখ সহি কোলাত লৈ আমাক তুলিছিল, আমি নাখালে তেওঁলোকেও খাবলৈ ইচ্চা নকৰছিল, আমি গাত দুখ পালে বা নৰিয়াত পৰিলে শোকত বিহবল হৈ তেওঁলোক আমাৰ আৰোগ্যৰ নিমিক্তে আহৰহ যত্ন কৰিছিল, আনকি আমাৰ মঈলৰ কাৰণে প্ৰাণকো উচৰ্গিবলৈ কুণ্ঠাবোধ নকৰিছল । আমি অলপ ডাঙৰ হলত সিবিলাকে আমাক জ্ঞান-বিদ্যা শিকাই ভাল মানুহ কৰিবলৈ পাৰে মানে যত্ন কৰিছিল আৰি এতিয়াও ধনী, মানী, যশস্বী হলে সিবিলাকৰ আনন্দৰ সীমা নাথাকে, কিন্ত দুৰ্যশা বা দুভাগ্যৰ কথা শুনিলে দাৰুণ আঘাত পায় আৰু চকু মান্য নহয় ।বুঢ়াকালত যাতে তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে কোনো কাৰণতে কষ্ট নাপায় তাৰ কাৰণে আমি আমাৰ শক্তিৰ অনুসাৰে পৰিচৰ্যা কিৰব আৰু যত্ন লব লাগে ।
3. শিক্ষকৰ প্ৰতি ছাত্ৰই মান-সৎকাৰ কিয় ৰাখিব লাগে?
উত্তৰঃ কণা মানুহক যিজনে চকু দিয়ে, তেওঁ যে কণাৰ পৰম উপকাৰী আৰু মান্য, তাত একো সংশয় নাই । সেইৰূপে শিক্ষকেও ছাত্ৰক চকু দিয়ে । ছাতৰে চকু থাকোঁতেও যি বস্ত নেদেখি আৰু যি কথা নুবুজি কমাৰ নিচিনা হৈ থাকে, শিক্ষকৰ অনুগ্ৰহ চকু মুকলি হৈ সেই কথা দেখিব আৰু বুজিব পৰা হয়। এনে শিক্ষকৰ প্ৰতি যি সন্মান নকৰে, তাৰ এটি মাথোন আখৰ ছাত্ৰক শিকায়, তেওঁ পৃথিৱীৰ এনে বস্ত নাই, যাক দি ছাতৰে সেই শিক্ষকৰ ধাৰ শুঁজিব পাৰে । এতেকে এই কাৰণে শিক্ষকৰ প্ৰতি ছাত্ৰই মান-সৎকাৰ ৰাখিব লাগে ।
4. ‘সন্মান’ পাঠটোৰ পৰা কি কি শিকিলা, চমুকৈ লিখা ।
উত্তৰঃসন্মান হৈছে গুণ, পদমৰ্যাদা, জ্যেষ্ঠতা আদিৰ ভিক্তিত লাভ কৰা শ্ৰদ্ধা বা াদাৰ । এজনে আনজনৰ প্ৰতি দেখুওৱা আদাৰ বা শ্ৰদ্ধাই সন্মান । বিশ্ব-ব্ৰহ্মাণ্ডৰ গৰাকী সৃষ্টি কৰ্তা ঈশ্বৰ, আমাৰ জন্মদাতা আৰু তুলি-তালি ডাঙৰ-দীঘল কৰোঁতে পিতৃ-মাতৃ, জ্যেষ্ঠজন, বৃদ্ধলোক এই সকলোকে আমাৰ সাধ্যনুসাৰে সন্মান কৰিব লাগে, মান্যতা যাচিব লাগে । এই কথাকেই সন্মান পাঠটিৰ পৰা শিকিলোঁ।
ভাষা বিষয়ক
5. তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখাঃ
নৰিয়া, জগত, লোতক, চকু, হেতু, মান ।
উত্তৰঃ
শব্দ |
সমাৰ্থক শব্দ |
নৰিয়া |
ৰোগ |
জগত |
ভুবন |
লোতক |
চকুলো |
চকু |
চক্ষু |
হেতু |
কাৰণ |
মান |
জোখ |
6. বিপৰীত শব্দ লিখাঃ
শ্ৰদ্ধা, শলাগ, আদি, দুষ্ট, জ্যেষ্ঠ, ন্যায় ।
উত্তৰঃ
শ্ৰদ্ধা = অশ্ৰদ্ধা
শলাগ = অশলাগ
আদি = অন্ত
দুষ্ট = শান্ত
জ্যেষ্ঠ = কনিষ্ঠ
ন্যায় = অন্যায়
SEBA Assam Class 9 Assamese Chapter 16 – সন্মান FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: