Class 8 Assamese Chapter 7 – বস্তু বিজ্ঞান অধ্যয়ন (Bastu Bigyan Adhyayan) – All Textual Solutions | ASSEB Assam (English Medium)
Class 8 Assamese Chapter 7 – বস্তু বিজ্ঞান অধ্যয়ন (Bastu Bigyan Adhyayan) Complete Textual Question Answers and Solutions (ASSEB / SEBA Assam – English Medium)
The seventh chapter of the Class 8 Assamese curriculum, ‘বস্তু বিজ্ঞান অধ্যয়ন’ (Bastu Bigyan Adhyayan), is a highly informative lesson aimed at developing a scientific temper and encouraging the analytical study of everyday objects and materials. These complete textual question answers (Class 8 Assamese Chapter 7 Textual Question Answer) have been meticulously prepared based on the new ASSEB (Assam State School Education Board) syllabus and the latest guidelines of the National Education Policy (NEP). This comprehensive collection includes very short answer questions (VSA), short questions, long answers, and detailed grammar solutions. At Ospin Academy, these solutions are provided in an easy, accurate, and completely exam-oriented manner.
In the lesson ‘বস্তু বিজ্ঞান অধ্যয়ন’ (Bastu Bigyan Adhyayan), students are introduced to the concepts of keen observation, logical reasoning, and the scientific methods used to understand the physical properties of things around us. For students, mastering the core scientific concepts, analytical explanations, and specific vocabulary of this chapter is highly essential. Our textual solutions cover not only the textbook exercise questions but also additional important question-answers likely to appear in examinations, helping students prepare thoroughly.
What you will learn and get from these textual solutions:
- Detailed explanations regarding the scientific study of materials, logical observation, and practical reasoning.
- Word meanings, flawless answers for 1-mark very short questions (VSA objective type), and 2-3 mark short questions.
- Comprehensive conceptual answers and standard, easy-to-understand solutions for 4-5 mark long questions.
- Textual grammar, sentence construction, opposite words, synonyms, and proper linguistic comprehension.
- Important questions based on the new syllabus pattern along with solutions for the latest model MCQ questions.
Special advantages of these Ospin Academy Question Answers:
- Complete textual solutions prepared strictly on the basis of the latest ASSEB new syllabus.
- 100% accurate and high-quality notes written in clear, simple language, making it easy for English Medium students to understand and memorize (Class 8 Assamese Notes).
- Specially compiled simple answers for quick revision before school and board examinations.
- A special collection of additional important text-based questions from ‘Bastu Bigyan Adhyayan’ that may appear in exams.
Keeping in mind the academic upliftment of students, Ospin Academy has brought forward these special textual solutions. Start your exam preparation today and move towards scoring maximum marks in the Assamese subject.
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.
- চমু উত্তৰ দিয়াঃ
(ক) সময়ক কিহৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰঃ সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি ।
(খ) কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় ?
উত্তৰঃ বিশেষ বিশেষ ঘটনাৰ বা মানুহৰ কাৰ্যকলাপৰ ওপৰত ভিক্তি কৰি সময়ৰ ভাগবোৰ কৰা হয় ।
(গ) সময়ৰ ডঙৰ ভগবোৰ কি ?
উত্তৰঃ সময়ৰ ডাঙৰ ভাগবোৰ হল – যুগ, কল্প, শতাব্দী ।
(ঘ) সময়ৰ দণ্ড,পল, অনুপালক কি বোলা হয় ?
উত্তৰঃ সময়ৰ দণ্ড, পল, অনুপল আদিবোৰ ডাঙৰ আৰু মজলীয়া ভাগবিলাকৰ ভগ্নাংশ ।
(ঙ) সময় কি গতিত ঘূৰে ?
উত্তৰঃ সময় বৃক্তাকাৰ গতিত ঘুৰে ।
2. তাৎপৰ্য ব্যাখ্যা কৰাঃ
(ক) এলেহুৱাৰ দিন নাযায় নুপুৱায় ।
উত্তৰঃ এলেহুৱা মানুহ কোনো কামেৰেই নহয় । এলেহুৱাসকলে কাম কৰিবলৈ অতি বেয়া পায় । তেওঁলোকৰ মতে জীৱনটো মাত্ৰ খাই –শুই –বহি কটোৱাৰ বাবে । তাৰ বাইৰে জীৱনৰ আৰু অন্য অৰ্থ নাই । জীৱনটো এনেদৰে কটোৱাৰ তাগিদাতেই
তেোঁলোক সকলো সময়ত মাথো একো কাম-বন নকৰাকৈ বহি ৰয় । ফলস্বৰুপে সময়ৰ এটা এটা পল তেওঁলোকৰ বাবে অতি প্ৰকাণ্ড হৈ পৰে । কাৰণ কাম কৰিলেই মানুহে কেনোকৈ সময় পাৰ হৈ তাৰ উমান নাপায় । কিন্ত কাম নকৰাকৈ থকিলে ঘড়ীৰ কাঁটাই এটা এটা ঘৰ পাৰ হোৱাো মানুহে গম পায় । সেয়ে এটা মিনিটত ঘড়ীৰ কাঁটাই ৬০ ছেকণ্ড অতিত্ৰম কৰা আৰু এটা ঘন্টাত ৬০ মিনিটত অতিত্ৰম কৰাৰ খবৰো বহি বহি সময় হৈ পৰে আৰু দিনটো নাযায় ৰাতিটো নুপুৱায় যেন তেওঁলোকৰ অনুভৱ হয় ।
(খ) মানুহৰ এক কপ্লই ব্রহ্মাৰ এদিন ব্রহ্মাৰ এদিন ।
উত্তৰঃ ব্ৰহ্মা হৈছে এি বিশ্ব-ব্ৰহ্মাণ্ডখনৰেই কৰ্মৰ পৰিসৰো অতি বৃহৎ-বিশ্ব-ব্ৰহ্মাণ্ডখনৰ সকলো প্ৰাণীকেই পৰিচালিত কৰে । ব্ৰহ্মাই সৃষ্টি কৰা প্ৰণীসমূহৰ ভিতৰত অন্যতম হৈছে মানৱ সমাজ । মানৱ-সমাজৰ কৰ্ম পৰিসৰ ব্ৰহ্মাৰ তুলনাত নিচেই ক্ষুদ্ৰ । এটা কল্প মানে হৈছে মানুহৰ এহেজাৰ যুগ । মানুহৰ বাবে এহাজাৰ যুগ বহুত বেছি সময় । মানুহৰ ক্ষুদ্ৰ কৰ্ম পৰিসৰৰ তুলনাত এই সময়ৰ পৰিসৰ এমানেই বেছি যে মানুহে মাত্ৰ এশ বছৰীয়া জীৱন এটা ধাৰণ কৰাও খুব কমেই দেখ যায় । কিন্ত মানুহৰ বাবে বেছি হোৱা এই এহেজাৰ যুগ এটা কল্প হিচাপে অভিহিত কৰা হয় সেয়া ব্ৰহ্মাৰ কৰ্ম পৰিসৰৰ তুলনাত অতি কম । সেয়ে মানুহৰ এহেজাৰ যুগ ব্ৰহ্মাৰ এটা দিন ।
(গ) কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি ।
উত্তৰঃ সময় কাৰো বাবে ৰৈ নাথকে । সময়ৰ সদ্বব্যৱহাৰ নকৰি সাৱতি বহি থাকিলে সময়ে মানুহক উপলুঙা কৰি এৰি থৈ যায় । কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি । বিভিন্ন কৰ্মসমূহলৈ লক্ষ্য কৰিলে সময়ৰ জনোৱাৰ দৰে, ভেঁটফুলপাহেও মেলানি মাগি পোহৰ হোৱাৰ আগলি বতৰা জনায়হি, পদুপাহ লাহে লাহে পোহৰৰ লগে লগে মেল খায় আৰু সন্ধিয়া অস্ত গৈ সূৰ্যস্তৰ বতৰা বিলায় । বেলিফুল সূৰ্যৰ লগে লগে ঘুৰি সময়ৰ বতৰা দিয়ে । ইয়াৰৰোপিৰ কঁঠালে মুচি পেলালে , আমে মলিয়লে, ধান পকিলে, বাঁহে গাজ মলিলে, ঢাপত কেতেকী গোন্ধালে একোটা ঋতুৰ খবৰ পোৱা যায় ।
3. পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া ।
উত্তৰঃ সময় প্ৰৱন্ধটিৰ লিখক হৈছে ককা নীলমণি ফুকন । নীলমণি ফুকনদেৱৰ জন্ম হয় ১৮৮০ চনত ডিব্ৰুগড়ত আৰু মৃত্যু হয় ১৯৭৮ চনত যোৰহাটত । নীলমণি ফুকন হৈছে আৱাহন যুগৰ কবি । জীৱনৰ ভাটীবয়সত নীলমণি ফুকনদেৱ সাহিত্য সৃষ্টিত মনোনিৱেশ কৰে ।আৱাহনৰ পাতত প্ৰকাশ হোৱা তেখতেৰ কবিতাসমূহে তেখেতক কবিৰূপে প্ৰতিষ্ঠা কৰিলেও তেখেতে কিন্ত আলোচনীতেই প্ৰথম কবিতা লিখিবলৈ আৰাম্ভ কৰিছিল । নীলমণি ফুকনদেৱক অসমীয়া সাহিত্যত নীতিবাগীশ কবিৰূপে জনা যায় । অতি সুললিত বক্তৃতাৰে তেখেতে শ্ৰোতাক মুহিব পাৰিছিল বাবে তেখেতক ‘বগ্মীবৰ’ও বোলা হয়।
4. চাৰিটা-পাঁচটা বাক্যত উত্তৰ দিয়া ।
(ক) প্ৰাকৃতিক জগত বুলিলে কাক বুজায় ?
উত্তৰঃ প্ৰকৃতিক জগত বুলিলে আমাৰ চৌপাশৰ জগতখনকে বুজা যায় । জীৱ-জন্ত, চৰাই-চিৰকটি, ফল-ফুল আৰু বৃক্ষসমূহক লৈয়েই প্ৰাকৃতিক জগত । বিভিন্ন ধৰণে প্ৰকৃতিৰ জীৱ-জন্ত প্ৰাণীমূহে নানান ক্ৰিয়া-প্ৰতিক্ৰিয়াৰে এই জগতত বসবাস কৰে । প্ৰকৃতি জগতত সংঘটিত হোৱা বিভিন্ন ঘটনাসমূহলৈ লক্ষ্য কৰি সময়ক কিছুমান ঋতুত বিভক্ত কৰা হয় ।
(খ) কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময়
ভাগ কৰিব পাৰি?
উত্তৰঃ কোনো কোনো বিশেষ গটনাৰ ওপৰত ভিক্তি কৰি সময়ৰ বিভাগ কৰিব পৰা যায় । ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ-বিগ্ৰহ, ৰাজত্ব আদিৰ ওপৰত নিৰ্ভৰ কৰি সময়ৰ এনে ভাগ কৰা হয় । উদাহৰণস্বৰুপে খ্ৰীষ্টাব্দৰ হিচপে আৰাম্ভ হয়, শংকৰদেৱ যীশুখ্ৰীষ্টৰ জন্মৰ সময়ৰ পৰা খ্ৰীষ্টব্দৰ হিচাপে আৰাম্ভ হয় । সময়ৰ এনেধৰণৰ আন কেইটামান হিচাপে হৈছে – সংবৎ, শকাব্দ ।
(গ) লক্ষণাত্ৰুান্ত মানে কি ?
উত্তৰঃ লক্ষণ মানে হৈছে স্বভাৱ বা ধৰ্ম । লক্ষণৰপৰা দুটা বস্তক পৃথক হিচাপে দেখুৱাব লাগে পৰা যায় । সময় হৈছে এনে এবিধ বস্ত যিবিধ বস্তক কোনো সীমা আকিঁ ভাগ কৰিব পৰা নাযায় । কিছুমান লক্ষণৰ ওপৰত ভিক্তি কৰি সময়ক ভাগ কৰিব পৰা যায় আৰু ইয়াৰ বাবে একো একোটা সময়ক একো একোটা লক্ষণাত্ৰুন্ত বোলা হয় ।
(ঘ) বিজ্ঞানৰ আৱিস্কাৰৰ আগতে মানুহে লকিহৰ ওপৰত
ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল ?
উত্তৰঃ বিজ্ঞানৰ আৱিস্কাৰ পূৰ্বতে মানুহে প্ৰকৃতিক পৰিঘটনাৰ পৰিৱৰ্তনৰ ওপৰত ভিক্তি কৰি সময় নিৰূপন কৰিছেল । জীৱ-জন্তৰ আচৰণ, যেনে- কেঁকোৰা গাঁতত সোমোৱা, বালিমাহী চৰাই ওলোৱা, কুলি-কেতেকীৰ আগমন আদি প্ৰৰ্যবেক্ষণ কৰি তেওঁলোকে ঋতুচক্ৰৰ জ্ঞান লভিছিল । কৰবালৈ যাবলৈ কিমান সময় লাগে সেয়া নিৰূপন কৰিছিল ৰিংটো মৰাৰ সময়, এখন তামোল চোবোৱা সময় আদিৰ ওপৰত নিৰ্ভৰ কৰি । পদুম ফুল ফুলি পুৱা হোৱা আৰু বেলিফুল ফুলি ৰাতি নামি অহাৰ সংকেত দিছিল এনেদৰেই বিজ্ঞানৰ আৱিস্কাৰ পূৰ্বতে মানুহে গ্ৰহ-নক্ষত্ৰৰ গতিৰ লগত সামঞ্জস্য ৰাখি সময়ৰ স্হিৰ কৰি গৈছিল ।
5. তলৰ প্ৰশ্নকেইটাৰ অন্তনিৰ্হিত ভাব বিশ্লেষন কৰাঃ
(ক) সময়ৰ এই ভাগবিলাক বিশেষ লক্ষণাত্ৰুান্ত।
উত্তৰঃ সময়ক দৰাচলতে কোনো ধৰণৰ বিভাগেৰে ভাগ কৰিব নোৱাৰি । বৃত্তাকাৰ গতিত সময় ঘুৰি থাকে । কিছুমান বিশেষ বিশেষ লক্ষমৰদ্বাৰা সময়বোৰ কিছুমান ভাগত নিৰ্দষ্ট কৰিব পৰা যায়, যিবোৰ ভাগে দৰাচলতে কোনো কোনো এটা বিশেষ ঘটনাক প্ৰতিনিধিত্ব কৰে । সময়ৰ এনে ভাগবোৰ হ’ল – যুগ, কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দণ্ড, পল, অনুপল, আদি । ইয়াৰোপৰি আকৌ সংবৎ, শকাব্দ, খ্ৰীষ্টাব্দ , হিজৰি , শকংকৰাব্দ, চৈতন্যাব্দ আদি বিভাগতো সময়বোৰ ভাগ কৰিব পৰা যায় ।
সময়ক চাৰিটা যুগত ভাগ কৰা হয় । এই চাৰি যুগ হৈছে – সত্য, ত্ৰেতা, দ্বাপৰ, কলি । এই প্ৰতিটো যুগ কিছু কিছু ঘটনাই নিৰ্দষ্ট কৰি থৈছে । এই যুগবোৰ দৰাচলতে এক মহা সময়ৰ হিচাপ । কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন । খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহিদৰ আগমন ইত্যদি ঘটনীৱলীয়েই একো একোটা যুগৰ লক্ষণ ।
প্ৰকৃত জগতত দেখিবলৈ পোৱা জীৱ-জন্ত, বৃক্ষ আদিৰ মাজত পৰিল্ফুত হোৱা কিছুমান লক্ষণেও সময়ৰ জ্ঞান দিব পাৰে । কুঁহিপাত ওলালে বসন্ত ঋতুৰ আগমনি বতৰা পোৱা যায় , শীতৰ প্ৰকোপে শীতৰ বতৰা দিয়ে, বৰষুণৰ প্ৰাচুৰ্যি বৰ্ষাৰ হিচাপে দিয়ে । এনেদৰই সময়ৰ বিভাগবোৰ আচলতে বিশেষ বিশেষ লক্ষণৰ বাবে পোৱা যায় ।
(খ)সময়ৰ টিকনিডাল হেনো আগফালে ।
উত্তৰঃ মানুহৰ টিকনি পাছফালে থাকে । সেয়ে প্ৰয়োজনত মানুহক পাছফালৰ পৰা টিকনিত ধৰি ৰখাবলৈও বিশষ কষ্ট নহয়, অৰ্থাৎ মানুহ এজনক প্ৰয়োজনত ৰখাব পৰা যায় । কিন্ত যদি মানুহৰ টিকনি পাছফালে নহৈ আগফালে হ’লহেঁতেন তেন্তে মানুহক তেনেদৰে ৰখাব পৰা নগ’লহেঁতেন । যিবোৰ বস্ত পাখিলগা কাড়ৰ দৰে উৰা মাৰি যায় সেইবোৰ বস্তক ৰখাব পৰা নাযায়, নিজস্ব গতিত সি ঘুৰি থাকে । এবাৰ পাৰ হৈ গ’লে এইবোৰ পুনৰাই পাব পৰা নাযায় । সেয়ে ই অমূল্য । সময়ো তেনে অমূল্য সম্পদ এনে অমূল্য বস্তক মানুহে সময় থাকোতেই কামত খটুৱাব লাগে । মানুহৰ কৰ্মতকৈ ইয়াক আগবাঢ়িব দিলে অৰ্থাৎ সময়ৰ উচিত ব্যৱহাৰ পৰা হৈ যব দি মানুহে হাত সাৱতি বহি ৰলে সুখ থেকেচা খাব’লগীয়া হয়, কেৱল অসফল হব’লগীয়া হয় । সময়ক নিজতকৈ আগবাঢ়ি যব দিলে মানুহ কেনেদৰে অসফল হব’লগীয়া হয় তাৰ উদাহৰণ হৈছে দিগ্বিজয়ী নেপোলিয়ন । ৱাৰ্টলু যুদ্ধত পাঁচমিনিটৰ পলম হোৱা বাবে সময়ে তেওঁক এৰি আগবাঢ়ি গৈছিল আৰু তাৰ ফলস্বৰুপে নেপোলিয়ন যুদ্ধত পৰাস্ত হৈছিল । তাৰ বিপৰীতে সময়ৰ উচিত ব্যৱহাৰ কৰিব জনা বাবেই যুদ্ধক্ষেত্ৰত প্ৰয়োজনবশততঃ নিজ মোমায়েকৰ শিৰচ্ছেদ কৰি লাচিত সিদ্ধি লভিছিল । লাচিতে এই কথা ভালদৰে বুজিছিল যে সময়ৰ টিকনিডাল হেনু পাছফালে নহয়, আগফালে ।
(গ)সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই ।
উত্তৰঃ সময়ৰ জোখ কৰিবলৈ বৰ টান । যদিও ঘড়ীৰ কাঁটা কেইডালৰ চলনৰ ওপৰত নিৰ্ভৰ কৰি সময় নিৰূপন কৰা যায় তথাপি সময়ৰ প্ৰকৃত হিচাপ কামৰ মাজেদিহে পোৱা যায় । যিসকল লোকে কৰ্মক জীৱনৰ প্ৰধান ব্ৰত হিচাপে লয় তেওঁলোকে সময়ৰ প্ৰকৃত মহত্ব বুজি উঠিব পাৰে । কামৰ মানত তেওঁলোকে সময়ৰ হিচাপ কৰে । কৰ্মীলোকসকলে কৰ্মৰ পৰা অব্যহতি নোলোৱাকৈ সাধাৰণ দুদিনীয়া জীৱন-যাপন কৰিয়েই অনন্তকাললৈ অমৰত্ব লাভ কৰে । ক্ৰমীলোকৰ বাবে এটা দিন হৈছে এপল । কিন্ত সোৰোপা লোকৰ বাবে এটা পল এবছৰৰ সমান । তেওঁলোকৰ দিন নাযয়-নুপুৱায় । তেওঁলোকৰ বাবে ঘড়ীৰ কোনো মূল্য নাই, ঘড়ীৰ কাঁইটে তেওঁলোকৰ বাবে সময় নিৰ্দষ্ট কৰ দিব নোৱাৰে কৰ্মই জীৱন এই কথা গভীৰতভাৱে বুজি উঠি কৰ্মৰ মানত তেওঁলোকে সময়ৰ গতি নিৰ্ধাৰিত কৰে ।
(ঘ) সময়ৰঅমূল্য ধন বোলা কথাষাৰ সঁচা ।
উত্তৰঃ সময় অমূল্য । কোনো মূল্যৰে ইয়াক কিনিব নোৱাৰি । ইয়াৰ উচিত ব্যৱহাৰ কৰিব জানিলে কিন্ত সকলো প্ৰকাৰে সময়ে মানুহক উপকৃত কৰি তোলে । ধন কুবেৰে এক মিনিটত হাজাৰ টকা উপৰ্যন কৰে । কিন্ত এজন মানুহৰ বাবে হাজাৰ হাজাৰ টকা উপাৰ্যন কৰিবলৈ বহু সময় লাগে । মনুহজন সোৰোপা হলে তো কথাই নাই । হাজাৰ টকা উপাৰ্যনৰ স্বপ্ন বাবে স্বপ্নই হৈ ৰয় ।
সম. অমূল্য ধন হোৱাৰ উপৰিও ই এবিধ এনে ধন যি উচিতভাৱে খটুৱাই মানুহে আৰু অধিক ধন লভিব পাৰে । ঘোঁৰা ঢেকুৰত সময়ৰ উচিত প্ৰয়োগ কৰি অন্যতকৈ এক মিনিট আগতে অহা ঘোঁৰাৰ গিৰিহঁতে লক্ষ লক্ষ টকাৰ উপাৰ্যন কৰা দেখা যায় । ঘন্টাত কুৰি মাইল অতিক্ৰম কৰি সময়ৰ উচিত প্ৰয়োগ কৰা লৰ-মটৰখনে ঘন্টাত দুমাইল যোৱা গৰু-গাড়ীখনতকৈ অধিক উপাৰ্যন কৰিব পাৰে । ঘনাই লমাকো মৰা শিপিনীৰ তাঁতৰপৰা ওলোৱা গামোচাৰ পৰিমাণ কমকৈ মাকো মৰা শিপিনীৰ গামোচাতকৈ বেছি হয় । সেই অনুপাতে ঘনাই মাকো মৰা শিপিনীৰ উপাৰ্যন হয় অন্যতকৈ বেছি । পৰীক্ষাত কম সময়ত অধিক প্ৰশ্নৰ উত্তৰ কৰিব পৰা পৰীক্ষাৰ্থীয়ে অন্যতকৈ নম্বৰ পাবলৈ সক্ষম হোৱাটো একো আচৰিত হ’বগলীয়া কথা নহয় ।
6. ‘প্ৰাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও নিৰূপন কৰা হয়’ –
প্ৰাকৃতিক জগতৰ গতি-বিধিবোৰ কি কি ? কেনেকৈ এই গতি-বিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি ?
উত্তৰঃ “প্ৰকৃতিক জগতৰ ওপৰত লক্ষ্য কৰি সময় নিৰূপন কৰা হয় ।”
- প্ৰাকৃতিক পৰিঘটনাসমূহৰ ওপৰত লক্ষ্য কৰি সময়ক মূলত ছয়ভাগত ভাগ কৰিব পাৰি । এই ভাগকেইটা হল – গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত । আকৌ এটা দিনক দিন-ৰাতি বিভাগতো ভাগ কৰা হয় প্ৰকৃতিক পৰিঘটনাসমূহলৈ লক্ষ্য কৰি । প্ৰকৃতিক জগতৰ এই গতিবিধবোৰ মূলতঃ পশু-পাখী, উদ্ভিদ আদিৰ গাত দেখা দিয়া বিভিন্ন পৰিৱৰ্তনকেন্দ্ৰিক ।
শীতকাল পৰে যেতিয়া সমগ্ৰ প্ৰকৃতি শীতৰ গ্ৰাসত গছ-গছনি জাৰত ঠেটুৱৈ ধৰি ঠেৰেহা হৈ থাকে, পাতবোৰ সৰি যায়, সূৰ্যৰ তাপৰ প্ৰকোপ কমে । এই বৃক্ষসমূহত কুঁহিপাত ওলালেই বসন্তৰ সূচনা । প্ৰকৃতি জগতৰ গতি- বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। ছয় ঋতুৰ উদ্ভৱ ইয়াতেই। জাৰত ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালে, কঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাহেঁ গাজ মেলিলে, ঢাপত কেতেকী গোন্ধালে একো একোটা ঋতুৰ সম্ভেদ পোৱা যায়।
জীৱ- জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। কেঁকোৰা গাতত সোমালে, মাছে কণী পাৰিলে, ভেকুলীয়ে টোৰটোৰালে একো একোটা ঋতুৰ গম পোৱা যায়। গৰুয়ে চৰা ঠাইৰ পৰা ধূলি উৰাই আহোঁতে গধুলি হোৱা দেখা যায়। শিয়ালে হোৱা দি দি প্ৰতি প্ৰহৰৰ বাতৰি দিয়ে। ফেঁচুৱে জালি দি, টঙিত পাৰই ৰুণ দি জনায় পোহৰ হবলৈ আৰু বেছি পৰ নাই। কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে শোৱা ঢাৰি পাটি এৰিবৰ উপক্ৰম কৰে।
প্ৰাকৃতিক জগতৰ এনেবোৰ গতি – বিধিক লক্ষ্য কৰি সময় নিৰূপণ কৰিব পাৰি।
7. ‘নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদব্যৱহাৰ’ – ইয়াক বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা ।
উত্তৰঃ উক্ত প্ৰবচন ফাঁকিয়ে মানুহে এটা কাম কৰিবলৈ গৈ লগতে আনুসাংগিক আন এটা কামো সমাধান কৰা কথাকে বুজায়।
সাধাৰণ দূৰণিত থকা পুত্ৰলৈ মাকৰ যিদৰে মৰম বেছি মাকলৈকো পুত্ৰৰ সমানে মৰম থাকে। যদি মাক থকা গাঁওখন বা চহৰখন গংগাৰ পাৰত অৱস্থিত হয় মাকৰ ওচৰলৈ অহাৰ সুযোগতে গংগাতো স্নান কৰি পৰম পুণ্য লাভ কৰিব পাৰে। অৰ্থাৎ এটা কামৰ বাবে আহি লগতে আন এটা কামো সমাধান কৰা হল ।থিক তেনেদৰে এটা কামত ওলাই আহোঁতে কেতিয়াবা আন এটা কামো সমাধান কৰি যোৱা হয়। তেতিয়াই কোৱা হয় আইৰো বাৰ্তা গংগাৰো যাত্ৰা।
ভাষা-বিষয়ক
8. ভাব সম্পসাৰণ কৰাঃ
(ক) আইৰো বাৰ্তা গংগাৰো যাত্ৰা।
উত্তৰঃ হবলগীয়া কোনো কাম সময়মতে হোৱা অৰ্থত যোযনাফাঁকি ব্যৱহাৰ কৰা হয় । কোনো ঠাইলৈ যাত্ৰা কৰিবলৈ ওলালে বা কোনো কাম কৰিবলৈ লওঁতে যদি আমি সেই বিষয়ে প্ৰয়োজন অনুভৱ কৰোঁ তেতিয়া আমাৰ দ্বাৰা কিছু খৰতকীয়াভাৱে বা ক্ষিপ্ৰভাৱে সেই সাধিত হয় । গতিকে উক্ত কথা বুজাবলৈ আমি এই যোযনাটি ব্যৱহাৰ কৰোঁ ।
(খ) ৰাইজে নখ জোকাৰিলে নৈ বয় ।
উত্তৰঃ যদিও ৰাইজ ৰজাৰ অধীন, দৰাচলতে ৰাইজেই ৰজা । ৰাইজেই যি ইচ্ছা তাকে কৰিব পাৰে । যদিহে তেওঁলোকৰ মাজত একতাৰ অভাৱ নহয় । একতাদ্বাৰা বহুতো অসাধ্য কাম সাধন কৰিব পাৰি । কোৱা হয় – একতা পৰম বল । নখৰ পিঠিত ধৰা পানীৰ পৰিমাণ অতি কম । এই পানীৰে ক্ষুদ্ৰ বাটি এটাও পূৰ নহয়, কিন্ত যদি সকলো ৰাইজ একত্ৰিত হৈ নিজৰ নখৰ আগৰ পানীহোৰ জোকাৰে তেন্তে এখন নৈৰ পানীৰ
সমান পনী পাব পৰা যায় । কাৰণ এটোপ এটোপ পানী লগ হৈ এখন নদীৰ সৃষ্টি হয়, অৰ্থাৎ মানুহৰ সন্মিলিত শক্তিদ্বাৰা বহু অসাধ্য সাধন কৰিব পৰা যায় । ইয়াৰ বাবে প্ৰয়োজন মাথো মানুহ একত্ৰিত হোৱাৰ । দৰাচলতে একত্ৰিত হৈয়েই মানুহে একো একোটা মহৎ কাৰ্য সাধন কৰিব পাৰি ।
(গ) সময়ৰ শৰ মাৰিব মাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা ।
উত্তৰঃ সময়ৰ কাম মানুহে সময়ত কৰিব লাগে । সময়ৰ কাম সময়ত নকৰিলে মানুহ বিপদত পৰীবলগীয়া হয় । ইয়াৰোপৰি বহু সময়ত দেখা যায় যে আগধিৰ নজনা বাবে বা অসতৰ্কতাৰ বাবে কেতিয়াবা কোনো অঘটন ঘটি যায় । দূৰদৰ্শিতাৰ অভাৱৰ সময়ৰ কাম সময়ত নকৰিক্ষন উকলি যোৱাৰ পাছত কৰিবলৈ গলে একো ফল নধৰে ।পহু মাংস খবলৈ বিচৰাজনে উচিত সময়ৰ শৰ মাৰিলেহে পহুৰ মাংস ভক্ষণৰ হেঁপাহ পূৰ হয় । তেনে মুহূৰ্তত মাংস আগতেই তীব্ৰবেগী পহুৱে ঠাইৰ পৰা দৌৰি পলায় । তেনে মুহূৰ্তত মাংস খাবলৈ হেঁপাহ কৰাজনৰ আশা হৈয়েই ৰয় । সেয়ে পহ খাবলৈ বিচৰাজনে আগৰপৰাই পহু গাত শৰ মাৰিবলৈ সাজু হৈ থকিব লাগে । একেদৰেই বৰষুণত নিতিবলৈ হলে আগতীয়াকৈ মানুহে জাপিৰ যোগাৰ কৰি ৰাখিব লাগে । বৰষুণ শেষ হোৱাৰ পাছত মূৰত জাপি লৈ কোনো লাভ নাই, চোৰৰপৰা হাত সাৰিবলা হলেও আগতেই বিহিত ব্যৱস্থা গল লাগে ।চোৰে লুটি ঘৰ উদং কাৰৰ পাছত চোৰ সুমাৱ নাৱাৰৰ ব্যৱস্থা কৰি কোনো লাভ নাই । ইয়াৰ পৰা একো লাভ নহয়, বৰঞ্চ সময়ৰ কাম সময়ত নকৰাৰবাবে অনুপাতহে লয় ।
9. সন্ধি ভাঙাঃ
শকাব্দ, খ্ৰীষ্টাব্দ, চৈতন্যদেৱ, লক্ষণাত্ৰুান্ত, কল্পান্তৰ, কৰায়ত্ত, মনস্তাপ ।
উত্তৰঃ
শকাব্দ : শক + অব্দ
খ্ৰীষ্টাব্দ : খ্ৰীষ্ট + অব্দ
চৈতন্যব্দ : চৈতন্য + অব্দ
লক্ষণাত্ৰুান্ত : লক্ষণ + আক্ৰান্ত
কল্পান্তৰ : কল্প + অন্তৰ
কৰায়ত্ত : কৰ + আয়ত্ত
মনস্তাপ : মনঃ + তাপ
10. পাঠটিত থকা কেইটামান যুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজা ।
উত্তৰঃ
দিন-ৰাতিঃ অকংটোৰ উত্তৰ বিচাৰি দিন-ৰাতি একাকাৰ কৰিলো সমাধান হলে উলিয়াৱ নোৱাৰিলো ।
বিশেষ-বিশেষঃ বিশেষ-বিশেষ কাৰণত সেই স্কুলখনত মিলে-মিটিং বহে ।
একো-একোঃ একো-একো যুগত একোজন মাহাপুৰুষে জন্মগ্ৰণ কৰি সৃষ্টি ৰক্ষা কৰে ।
বেছ-কমঃ আলুৰ জোখত অলপ বেছ-কম হেয়েই ।
একো-একোটাঃ সপ্তাহটোৰ একো-একোটা দিনত অয়াত হাট বহে।
যুদ্ধ-বিগ্ৰহঃ যুদ্ধ-বিগ্ৰহে অশান্ত আনিব পাৰে, কিন্ত শান্তি কেতিয়াও নানে ।
গতি-বিধিঃ মানুহজনৰ গতি-বিধি দেখিযেই মোৰ কিবা সন্দেহ জন্মিছে।
জীৱ-জন্তঃ জীৱ-জন্তৰ চিঞৰে মানুহক বহু বিপদৰ সংকেত দিব পাৰে ।
কুলি-কেতেকীঃ কুলি-কেতেকীয়ে প্ৰকৃতিত বসন্তক আদৰণি জনায় ।
11. সময়ৰ সদ্ব্যৱহাৰ কৰি তুমি কেনেদৰে উপকৃত হৈছো – ইয়াকে জনাই তুমি তোমাৰ আইতাৰালৈ এখন চিঠি লিখা
