দশম শ্ৰেণী অসমীয়া অধ্যায় 12 – পাৰস্যত এভূমুকি সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA
দশম শ্ৰেণী অসমীয়া অধ্যায় 12 – পাৰস্যত এভূমুকি সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ দ্বাদশ অধ্যায় ‘পাৰস্যত এভূমুকি’ এখন অতি সুন্দৰ আৰু জ্ঞানবৰ্ধক ভ্ৰমণ কাহিনী। আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Class 10 Assamese Chapter 12 Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ লগতে পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘পাৰস্যত এভূমুকি’ নামৰ এই পাঠটিত ইৰাণ বা প্ৰাচীন পাৰস্যৰ ভৌগোলিক অৱস্থান, ঐতিহাসিক সমল, সমাজ ব্যৱস্থা আৰু সুন্দৰ সংস্কৃতিৰ বিষয়ে এক মনোমোহা বিৱৰণ দাঙি ধৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰশ্ন বেংকত (Question Bank) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।
এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- পাৰস্যৰ ইতিহাস, সংস্কৃতি, আৰু ভ্ৰমণ কাহিনীটোৰ মূল বিষয়বস্তুৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
- শব্দাৰ্থ, 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
- মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:
- HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
- পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
- 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
- পাৰস্যত এভূমুকি পাঠৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Assamese (অসমীয়া) Question Bank ASSEB HSLC 2027 | Complete Chapter-wise Solutions PDF
Limited Time Offer!
(For ASSEB, HSLC 2027)
Get comprehensive preparation for Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) with this complete Question Bank PDF.
Includes 1400+ questions, 10 Years PYQs (2015-2026), 27 District Pre-Board Papers, and Complete Grammar as per the latest ASSEB syllabus.
Ideal for quick revision, mastering new MCQ patterns, and scoring high in HSLC 2027!
দশম শ্ৰেণী: অসমীয়া ![]()
পাৰস্যত এভুমুকি ![]()
![]()
HSLC PYQs (2016-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ
1. লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে? {2026}
উত্তৰঃ বুশ্বেৰত এটা নিউক্লিয়’ ৰিয়েক্টৰ আছে বুলি শুনিছে।
2. লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? {2025}
উত্তৰঃ লেখকে ইৰাণলৈ তেলৰ অন্বেষণৰ দায়িত্ব লৈ গৈছিল।
3. ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে? {2024}
উত্তৰঃ ১৯৭৯ চনৰ ১ এপ্ৰিল তাৰিখে ইৰাণে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে।
4. ইৰাণীসকলে নৱবৰ্ষক কি বোলে? {2023}
উত্তৰঃ ইৰাণীসকলে নৱবৰ্ষক ‘ন’ ৰোজ (নতুন দিন) বোলে।
5. ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন? {2020,19}
উত্তৰঃ ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা ধৰ্মীয় বিপ্লৱৰ নেতা ইমাম আয়াতুল্লা খোমেমি।
6. পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল? {2018}
উত্তৰঃ পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক আছিল নাটাঞ্জৰ ভূগৰ্ভত থকা প্ৰকল্প।
7. বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে? {2017}
উত্তৰঃ বুশ্বেৰ বিমান বন্দৰটো ইৰাণৰ সামৰিক ঘাটি। ইয়াত এটা নিউক্লিয় ৰিয়েক্টৰ আছে বাবে গুৰুত্বপূৰ্ণ বুলিছে।
8. ‘তটৰেখা’ কি? {2017}
উত্তৰঃ সাগৰ বা হ্ৰদৰ বৃহৎ জলভাগ আৰু স্থলভাগৰ সীমাৰেখাক তটৰেখা বোলে।
9. ইৰাণৰ ৰাজধানীৰ নাম কি? {2016}
উত্তৰঃ ইৰাণৰ ৰাজধানীৰ নাম হল টেহৰাণ।
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে? {Bajali,Kamrup R,Bongaigaon,Majuli}

2. টেহৰাণত বিমান বন্দৰ কেইটা? {Kamrup M}
উত্তৰঃ টেহৰাণত বিমান বন্দৰ দুটা।
3. মেহদি আৰু ঘাছেম কোন?। মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি?
উত্তৰঃ মেহদি আৰু ঘাছেম দয়ো ইৰাণী যুৱক। দুয়ো জিঅ’লগ নামৰ ইটালিয়ান কোম্পানীটোৰ মাডলগাৰ।
4. চেনি কোনে আৱিষ্কাৰ কৰিছিল? {Jorhat,Tinisukia,Tamulpur}
উত্তৰঃ সম্ৰাট জামছেদে নৱৰোজৰ কোনো এটা পৱিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল।
5. ‘কেন্দ’ ৰ অৰ্থ কি? {Barpeta,Baksa,Salmara}
উত্তৰঃ ‘কেন্দ’ শব্দৰ অৰ্থ হ’ল চেনী।
6. ইৰাণীসকলে নৱবৰ্ষক কি বোলে? {Lakhimpur,Nalbari,Nagaon}
উত্তৰঃ ইৰাণীসকলে নৱবৰ্ষক ‘ন’ ৰোজ’ (Noruz) বা ‘নতুন দিন’ বোলে।
7. ইৰাণৰ ইছলামিক গণতন্ত্রৰ প্রতিষ্ঠাতা কোন? {Udalguri,Biswanath}
উত্তৰঃ ইমাম আয়াতুল্লা খোমেনি।
8. চন্তৰী মানে কি? {Bongaigaon}
উত্তৰঃ পহৰী বা ৰক্ষী।
9. ইৰানৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি? {Darrang,Dhubri}
উত্তৰঃ খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰ পৰ্ট।
10. ‘আগা’ শব্দৰ অর্থ কি? {Dhubri,Tinisukia}
উত্তৰঃ ‘আগা’ শব্দৰ অৰ্থ হ’ল ‘শ্ৰীযুত’ বা সন্মানীয় ব্যক্তি।
11. ইৰাণৰ ৰাজধানীৰ নাম লিখা? {Dhubri}
উত্তৰঃ টেহৰাণ।
12. তটৰেখা মানে কি? {Golaghat}

13. ‘বেহেষ্ট – ই – জাহৰা’ কি? {Majuli,Hojai}
উত্তৰঃ ‘বেহেষ্ট-ই-জাহৰা’ হ’ল টেহৰাণৰ এখন মুখ্য সমাধিস্থল (কৰবস্থান)।
14. টেহৰাণৰ এটা বিমান বন্দৰৰ নাম লিখা। {Tamulpur}
উত্তৰঃ খোমেনি ইন্টাৰনেশ্যনেল এয়াৰ পৰ্ট ।
15. বুশ্বেৰৰ তাপমাত্রা কিমান ডিগ্রী ছেন্টিগ্ৰেডৰ ওপৰত থাকে? {Kokrajhar}
উত্তৰঃ চল্লিছ (৪০) ডিগ্ৰী ছেন্টিগ্ৰেডৰ ওপৰত।
16. টেহৰাণত থকা বিমান বন্দৰ দুটাৰ নাম লিখা? {Kokrajhar}
উত্তৰঃ টেহৰাণত থকা বিমান বন্দৰ দুটাৰ নাম হ’ল –
(ক) মেহৰাবাদ এয়াৰপৰ্ট আৰু
(খ) খোমেনি ইন্টাৰনেশ্যনেল এয়াৰ পৰ্ট।
HSLC 2027-ৰ বাবে 1 নম্বৰৰ অতি সম্ভাৱ্য প্ৰশ্নোত্তৰ
1. ‘চিচা’ শব্দৰ অর্থ কি?
উত্তৰঃ ‘চিচা’ শব্দৰ অৰ্থ ‘আইনা’।
2. শ্বিৰীণ ইবাদি কোন?
উত্তৰঃ শ্বিৰীণ ইবাদি নোবেল বঁটাৰে সন্মানিত হোৱা এজন ইৰাণী নাগৰিক। তেওঁ মানৱ অধিকাৰৰ অগ্ৰণী ৰণুৱা।
3. স্লামবাৰ্জাৰ কি?
উত্তৰঃ স্লামবাৰ্জাৰ হ’ল এটা বহু ৰাষ্ট্ৰীয় কোম্পানী।
4. বুশ্বেৰ কি?
উত্তৰঃ বুশ্বেৰ এটা বিমানবন্দৰ।
5. লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম কি?
উত্তৰঃ লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম ‘হোমা’।
6. ৰথীন্দ্ৰনাথ গোস্বামীৰ পিতৃৰ নাম কি?
উত্তৰঃ ৰথীন্দ্ৰনাথ গোস্বামীৰ পিতৃৰ নাম সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী।
7. বুশ্বেৰৰ তাপমাত্ৰা সাধাৰণতে কিমান ডিগ্ৰীৰ ওপৰত থাকে?
উত্তৰঃ ৪০ ডিগ্ৰী ছেণ্টিগ্ৰেডৰ ওপৰত থাকে।
8. ইৰাণৰ মহিলাই মূৰ ঢাকিবলৈ ব্যৱহাৰ কৰা কাপোৰখনৰ নাম কি?
উত্তৰঃ হিজাব।
9. ইৰাণত আমাৰ দেশৰ দেওবাৰৰ দৰে সাপ্তাহিক বন্ধৰ দিন কোনটো?
উত্তৰঃ শুক্ৰবাৰ।
10. ফাৰ্চী ভাষাত ‘ধন্যবাদ’ কেনেকৈ জনোৱা হয়?
উত্তৰঃ ‘খে’লে মামনুন’ বা ‘মেৰচি’ বুলি।
11. জাগ্ৰছ পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা কিমান?
উত্তৰঃ প্ৰায় ৪৫০০ মিটাৰ।
12. জাগ্ৰছ পৰ্বতৰ সৃষ্টি কেনেকৈ হৈছিল?
উত্তৰঃ আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাতৰ ফলস্বৰূপে সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ জাগ্ৰছ পৰ্বতৰ সৃষ্টি হৈছিল।
13. ইৰাণীসকলে ‘ন’ ৰোজ’ বা নৱবৰ্ষ উৎসৱ কেতিয়া উদ্যাপন কৰে?
উত্তৰঃ বসন্তৰ প্ৰথম দিনত, যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে (মাৰ্চৰ ২০-২২ তাৰিখৰ ভিতৰত)।
14. ‘মহাসমুদ্ৰৰ সিপাৰে’ গ্ৰন্থৰ বাবে ৰথীন্দ্রনাথ গোস্বামীয়ে কি বঁটা লাভ কৰিছিল?
উত্তৰঃ হেম বৰুৱা সোঁৱৰণী বঁটা লাভ কৰিছিল।
15. ইৰাণীসকলৰ জনপ্রিয় খাদ্য কি?
উত্তৰঃ ইৰাণীসকলৰ জনপ্রিয় খাদ্য ‘নুন কুৰমাই’, হিন্দীত নান।
16. ইৰাণৰ কোনজন শাসকৰ ৰাজত্বকালত আমাৰ দেশত বিভীষিকাৰ সৃষ্টি হৈছিল?
উত্তৰঃ নাদিৰ স্বাহৰ ৰাজত্ব কালত।
17. ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ কি?
উত্তৰঃ ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ হ’ল উত্তৰ দিশত অৱস্থিত নাটাঞ্জৰ ভূ-গৰ্ভত থকা প্রকল্প।
18. তিনি হাজাৰ বছৰীয়া কিংবদন্তি মতে চেনি কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ সম্ৰাট জামছেদে।
19. ইংৰাজী ‘কেন্দি’ (Candy) শব্দটো ক’ৰ পৰা আহিছে?
উত্তৰঃ পাৰ্ছি শব্দ ‘কেন্দ’ৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল চেনি।
20. আজাদী স্কোৱাৰত থকা স্মাৰকটোৰ উচ্চতা কিমান?
উত্তৰঃ ৪৫ মিটাৰ।
21. টেহৰাণ মহানগৰীৰ বাবে খোৱাপানী ক’ৰ পৰা আহে?
উত্তৰঃ পৰ্বতৰ ওপৰৰ হিমপ্ৰবাহৰ পৰা।
22. ইৰাণত কেতিয়াৰ পৰা আধুনিকীকৰণৰ প্ৰচেষ্টাই গতি লাভ কৰিছিল?
উত্তৰঃ প্ৰথম বিশ্বযুদ্ধৰ পাছত ৰেজাশ্বাহ পাহ্লাভিয়ে শাসনভাৰ লোৱাৰ পাছৰ পৰা।
23. ৰজা ছাইৰাছৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰঃ খ্ৰীষ্টপূৰ্ব ৫২৯ ত।
24. ৰজা শ্বাহ আব্বাছৰ (প্ৰথম) কিহৰ প্ৰতি বিশেষ অনুৰাগ আছিল?
উত্তৰঃ স্থাপত্যৰ প্ৰতি।
25. পাৰ্ছি নৱবৰ্ষত পানী ভৰ্ত্তি পাত্ৰত এৰি দিয়া সোণালী মাছটোৱে কি সূচায়?
উত্তৰঃ পানী আৰু উৰ্বৰতা।
26. পাৰ্ছি নৱবৰ্ষত সজোৱা ‘ছবজে’ (Sabze) কিহৰ প্ৰতীক?
উত্তৰঃ পুনৰ্জন্মৰ প্ৰতীক।
27. টেহৰাণৰ এখন জনপ্ৰিয় উদ্যানৰ (Park) নাম লিখা।
উত্তৰঃ পাৰ্ক-ই-মিলাড।
28. টেহৰাণৰ মুখ্য সমাধিস্থলখনৰ নাম কি?
উত্তৰঃ বেহেষ্ট-ই-জাহৰা।
29. ১৯৪১ চনত ইৰাণৰ তৈলক্ষেত্ৰৰ ব্যৱসায়িক স্বত্ত্ব কোন দেশৰ হাতলৈ গৈছিল?
উত্তৰঃ ইংলেণ্ডৰ হাতলৈ।
30. ডুবাইলৈ উভতি আহোঁতে বিমানবন্দৰত লেখকৰ হাতৰ টোপোলাটোত কি থকা বাবে হুলস্থূল লাগিছিল?
উত্তৰঃ গ্লাছৰ ফ্ৰেম (খোমেনিৰ ফটোৰ ফ্ৰেম) থকা বাবে।
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. টেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা। {2026,20}
2. কোনজন ইৰাণ শাসকে কেনেদৰে ভাৰতবৰ্ষত বিভীষিকাৰ সৃষ্টি কৰিছিল? {2026}
3. জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। {2025,18}
4. বেহেষ্ট-ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা।{2025,18}
5. শ্বিৰীণ ইবাডি কোন? তেওঁৰ সংগ্ৰাম বিষয়ে পাঠৰ আধাৰত চমুকৈ লিখা। {2024}
6. ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে? {2024}
7. বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া। {2023}
8. ‘পাৰস্যৰ এটা কথাই মোক সদাই আকৰ্ষণ কৰিছিল।’
– লেখকক কি এটা কথাই আকৰ্ষণ কৰিছিল? {2020}
9. ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ চমু বিৱৰণ দিয়া। {2016
10. শ্বিৰীণ ইবাডিৰ এটি চমু পৰিচয় দিয়া। {2016}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. তেলৰ বাবে চলোৱা খনন কার্যত ‘মাডলগিং’ আহিলাসমূহৰ ভূমিকা কি? {Bajali,Kamrup R}
2. ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে? এই গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক নেতা গৰাকীৰ নাম কি? {Baksa}
3. ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দাঙি ধৰা। {Barpeta}
4. ইৰাণৰ দুটা বিমান বন্দৰৰ নাম লিখা। {Jorhat}
5. ইৰাণৰ ভূতত্বৰ বিষয়ে এটা টোকা লিখা। {Jorhat}
6. ইৰাণীসকলে বছৰৰ শেষ বুধবাৰটোত কি কৰে? {Kamrup M}
7. লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? {Kokrajhar}
8. পাৰস্যৰ কি কথাই লেখকক সদায় আকর্ষণ কৰিছিল? {Lakhimpur}
9. “বুশ্বেৰ” চহৰৰ এটা বিৱৰণ দিয়া। {Udalguri}
10. স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় ক’ত ক’ত আছে? {Biswanath}
11. ‘বুশ্বেৰ’ চহৰৰ এটা বিৱৰণ দিয়া। {Bongaigaon}
12. ইৰানীসকলৰ নৱবৰ্ষ উৎসৱৰ চমু বিৱৰণ দিয়া। {Darrang}
13. টেহৰাণত থকা বিমান বন্দৰ দুটাৰ নাম কি কি? {Majuli}
14. ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক কোন? {Morigaon}
15. বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া। {Tamulpur}
16. টেহৰাণৰ বিমান বন্দৰ দুটাৰ নাম কি? {Tinisukia}
17. জিঅ’লগ নামৰ ইটালিয়ান কোম্পানিটোৰ ‘মাডলগাৰ’ দুজনৰ নাম কি? {Tinisukia}
18. টেহৰাণৰ বিমান বন্দৰ কেইটা আৰু কি কি? {Salmara}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. শ্বিৰীন ইবাদি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা। {Bajali,Barpeta}
2. বুশ্বেৰ চহৰৰ এটি বিৱৰণ দিয়া। {Baksa,Golaghat}
3. ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ এটি বিৱৰণ দিয়া। {Jorhat}
4. স্লামবাৰ্জাৰ কোম্পানিৰ কাৰ্যালয় ক’ত ক’ত আছে? {Kamrup M}
5. ইৰাণীসকলে কেনেদৰে নববর্ষ উৎসৱ পালন কৰে বহলাই লিখা। {Kamrup R}
6. টেহৰাণৰ প্ৰাকৃতিক অৱস্থাৰ বিষয়ে চমুকৈ লিখা। {Lakhimpur}
7. বিশ্বযুদ্ধই ইৰাণীসকলৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাইছিল পাঠৰ আধাৰত লিখা। {Nalbari}
8. ইৰানীসকলৰ নৱবৰ্ষ উৎসৱৰ চমু বিৱৰণ দিয়া। {Biswanath}
9. ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা। {Bongaigaon}
10. ইৰাণৰ মূল ধৰ্ম কি? তেওঁলোকৰ নৱবৰ্ষ উৎসৱৰ সম্পৰ্কে চমু বিৱৰণ দিয়া? {Kokrajhar}
11. ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া। {Hojai}
12. খনন কার্যত মাডলগিং আহিলাসমূহৰ ভূমিকা কি? {Morigaon}
13. তেলৰ বাবে চলোৱা খনন কার্যত ‘মাডলগিং’ আহিলা সমূহৰ ভূমিকা কি? {Tamulpur}
14. তেলৰ বাবে চলোৱা খনন কাৰ্যত ‘মাডলগিং’ আহিলা সমূহৰ ভূমিকা কি তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। {Nagaon}
15. ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া। {Salmara}
দশম শ্ৰেণী অসমীয়া অধ্যায় 12 (পাৰস্যত এভূমুকি) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দশম শ্ৰেণী: অসমীয়া
পাৰস্যত এভুমুকি