Class 8 Social Science Chapter 9 – প্ৰাচীন কামৰূপ ৰাজ্য – All Textual Solutions | ASSEB Assam (Assamese Medium)
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস খণ্ড) অধ্যায় ৯ – প্ৰাচীন কামৰূপ ৰাজ্য সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ইতিহাস খণ্ডৰ অন্তৰ্গত নৱম অধ্যায় ‘প্ৰাচীন কামৰূপ ৰাজ্য’ অসমৰ গৌৰৱময় অতীত জানিবলৈ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। বিদ্যালয়ৰ পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 9 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘প্ৰাচীন কামৰূপ ৰাজ্য’ নামৰ এই পাঠটিত বৰ্মন বংশ, শালস্তম্ভ বংশ আৰু পাল বংশৰ শাসনকাল, কুমাৰ ভাস্কৰ বৰ্মনৰ কৃতিত্ব, হিউৱেন চাঙৰ অসম ভ্ৰমণ আৰু প্ৰাচীন কামৰূপৰ আৰ্থ-সামাজিক অৱস্থাৰ সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ ঐতিহাসিক পটভূমি বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- প্ৰাচীন কামৰূপৰ ভৌগোলিক সীমা, ৰাজবংশসমূহৰ উত্থান আৰু পতনৰ সবিশেষ বিৱৰণ।
- ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- কুমাৰ ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ সম্পৰ্ক তথা হিউৱেন চাঙৰ টোকাৰ আধাৰত ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
- প্ৰাচীন অসমৰ ধৰ্মীয়, সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- প্ৰাচীন কামৰূপ ৰাজ্য পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Social Science
Chapter – 1 (Ospin Academy)
প্ৰাচীন কামৰূপ ৰাজ্য
|
TEXTUAL QUESTION ANSWER |
|---|
১। চমু উত্তৰ দিয়া —
(ক) ভগদত্তৰ জীয়াৰীৰ নাম কি আছিল?
উত্তৰঃ ভগদত্তৰ জীয়ৰীৰ নাম হ’ল ভানুমতী আছিল।
(খ) কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল?
উত্তৰঃ ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল।
(গ) কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰাইছিল?
উত্তৰঃ কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবহনে বিবাহ কৰাইছিল।
(ঘ) শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?
উত্তৰঃ শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন শ্ৰীহৰ্ষ আছিল।
(ঙ) কোনজন ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজিৰ আক্ৰমণ প্ৰতিহত কৰিছিল?
উত্তৰঃ পৃথু ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজিৰ আক্ৰমণ প্ৰতিহত কৰিছিল।
২। শুদ্ধ উত্তৰ বাছি উলিওৱা—
(ক) বৰ্মন বংশ পুষ্য বৰ্মনে/ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল।
উত্তৰঃ বৰ্মন বংশ পুষ্য বৰ্মনে স্থাপন কৰিছিল।
(খ) ‘চি-ইউ-কি’ কৌটিল্য/হিউৱেন চাঙৰ গ্ৰন্থ আছিল।
উত্তৰঃ ‘চি-ইউ-কি’ কৌটিল্যৰ গ্ৰন্থ আছিল।
(গ) কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰপৰাই সূচনা হোৱা যুগটো হোৱা যুগটো হ’ল শকাব্দ/ভাস্কৰাব্দ।
উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰপৰাই সূচনা হোৱা যুগটো হোৱা যুগটো হ’ল ভাস্কৰাব্দ।
(ঘ) প্ৰাচীন কামৰূপত ৰাজতান্ত্রিক/গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল।
উত্তৰঃ প্ৰাচীন কামৰূপত ৰাজতান্ত্রিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল।
৩। খালী ঠাই পূৰ কৰা—
(ক) প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল কৃষি।
(খ) বৰ্মন বংশ ভাস্কৰ বৰ্মনে প্ৰতিষ্ঠা কৰিছিল।
(গ) পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ৰত্নপাল।
(ঘ) কামৰূপ ৰাজ্যৰ ৰজাই পৰমভট্টাৰক, মহাৰজাধিৰাজ, পৰমপৰমেশ্বৰ ৰত্নপাল।
উপাধি গ্ৰহণ কৰিছিল।
(ঙ) শক্তি পূজা কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল।
৪। চমুটোকা লিখা।
(ক) ভাস্কৰ বৰ্মন।
উত্তৰঃ ভাস্কৰ বৰ্মনে এক দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল। উল্লেখযোগ্য যে ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু তেওঁক কুমাৰ ৰজা বুলি জনা গৈছিল। তেওঁৰ ৰাজত্ব কাল কামৰূপৰ ইতিহাসৰ এক গৌৰৱময় অধ্যয়। ৫৯৪ খ্ৰীঃত ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণৰ পৰা এক নতুন যুগৰ সূচনা হৈছিল। এই যুগটোকে ভাস্কৰাব্দ বা কামৰূপী চন বুলি কোৱা হৈছিল।
(খ) প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থা।
উত্তৰঃ প্ৰাচীন কামৰূপত প্ৰধানকৈ গুৰুগৃহ, সংস্কৃত টোলসমূহ আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল। কামৰূপৰ শাসকসকলে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল। ৰজা স্থিতা বৰ্মন, ভাস্কৰ বৰ্মন আদি একো একোজন বিদ্বান ব্যক্তি আছিল। শিক্ষা কেন্দ্ৰসমূহত চাৰিবেদৰ লগতে আয়ুৰ্বেদ, ধনুৰ্বেদ, তন্ত্ৰ বেদাংগ, ইতিহাস, পূৰাণ আদি বিষয়ৰ জ্ঞান দিয়া হৈছিল।
(গ) ভগদত্ত।
উত্তৰঃ সমলসমূহৰ পৰা জনা যায় যে নৰকৰ মৃত্যুৰ পাছৰ পৰা তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল। হৈ যোৱা মহাভাৰতৰ কেইবাটাও অধ্য়ায়ত ভগদত্তৰ বীৰত্তৰ কাহীনীৰ বৰ্ণনা পোৱা যায়। প্ৰবাাদমতে দুৰ্যোধনৰ লগত ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিবাহ হৈছিল। ভগদত্তই গুৱীহাটীৰ দীঘলী পুখুৰী তেওঁৰ জীয়ৰী ভানুমতীৰ সম্বন্ধয়ৰ সময়ত খন্দাইছিল।
(ঘ) প্ৰাচীন কামৰূপৰ ধৰ্ম।
উত্তৰঃ প্ৰাচীন কালৰেপৰা কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন আছিল। কালিকা পূৰাণত প্ৰাচীন কামৰূপৰ শৈৱ উপাসনাৰ পোন্ধৰটা কেন্দ্ৰৰ নাম উল্লেখ আছে। প্ৰাচীন কামৰূপ শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল। পৰম্পৰাগত ভাৱে কামৰূপক শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম স্থানত আছিল। শিৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপত বিষ্ণুৰ উপাসনা হৈছিল। বৌদ্ধ ধৰ্ময়ো প্ৰাচীন কামৰূপত প্ৰসাৰতা লাভ কৰিছিল।
(ঙ) দেৱদাসী প্ৰথা।
উত্তৰঃ দেৱদাসী ভাৰতীয় সভ্যতাৰ এক কলা অধ্যায়। ধৰ্মৰ নামত নাৰীৰ জীৱনৰ লগত এক জঘন্য খেল এই দেৱদাসী প্রথা।
৫। প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰা।
উত্তৰঃ প্ৰাচীন কালৰেপৰা কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন আছিল। কালিকা পূৰাণত প্ৰাচীন কামৰূপৰ শৈৱ উপাসনাৰ পোন্ধৰটা কেন্দ্ৰৰ নাম উল্লেখ আছে। প্ৰাচীন কামৰূপ শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল। পৰম্পৰাগত ভাৱে কামৰূপক শক্তি পূজাৰ মূখ্য় কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়াা হৈছিল। কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম স্থানত আছিল। শিৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপত বিষ্ণুৰ উপাসনা হৈছিল। বৌদ্ধ ধৰ্ময়ো প্ৰাচীন কামৰূপত প্ৰসাৰতা লাভ কৰিছিল।
শাসনৰ সুবিধা বাবে যিদৰে আমাৰ দেশক ৰাজ্য, জিলা, মহকুমা, পঞ্চায়ত, গাঁও ইত্য়াদি ভাগত ভাগ কৰা হৈছে, এনেদৰেই কামৰূপ ৰাজ্যখনকো ভুক্তি, মণ্ডল, বিষয়, পুৰ গ্ৰাম আদি ভাগত ভাগ কৰা হৈছিল। আনহাতে কিছুসংখ্যক শিলালিপিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক উত্তৰ-কুলদেশ আৰু দক্ষিণ পাৰক দক্ষিণ-কুলদেশ হিচাপে নামকৰণ কৰাও পোৱা যায়।
কামৰূপৰ প্ৰশাসনিক ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ বিশেষ ভূমিকা আছিল। মন্ত্ৰী আৰু উচ্চ পদস্থ ৰাজ-বিষয়াসকলক অমাত্যায়, সচিব, মন্ত্ৰী, মহাপ্ৰতিহাৰী আদি নামেৰে জনা গৈছিল। সেনাবাহিনীৰ মুৰব্বীজনক সেনাধ্যক্ষ আৰু তেওঁৰ তলতীয়া বিষয়াসকলক সেনাপতি, নায়ক ৰণক আদি নামেৰে নামকৰণ কৰা হৈছিল।
কামৰূপৰ সেনাবাহিনী যুদ্ধৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। মিনহাজ ছিৰাজে কামৰূপৰ চিপাহীসকল বিচক্ষণ যুঁজাৰু আছিল বুলি অভিহিত কৰিছে। প্ৰতিৰক্ষাৰ বাবে দুৰ্গ নিৰ্মণ কৰা হৈছিল। কামৰূপৰ সৈন্যাবাহিনীত অশ্বাৰোহী, নৌবাহিনী, হস্তীবাহিনী আৰু পদাতিক সৈন্যাৰে সুসজ্জিত আছিল। হিউৱেন চাঙৰ বিৱৰণীত উল্লেখ আছে যে, ভাস্কৰ বৰ্মনৰ ত্ৰিশ হাজাৰ জাহাজেৰে পৰিপূৰ্ণ এক বিশাল নৌবাহিনী আছিল বিশ হাজাৰ হস্তীবাহিনী সমুদ্ধ এক শক্তিশালী সেনাবাহিনী আছিল। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত কেইবাটাও মন্দিৰ নিৰ্মাণ কৰা হৈছিল। সেইকালত কামৰূপ ৰাজ্য শিক্ষাৰ অন্যাতম কেন্দ্ৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল।
৬। প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে কিদৰে সহায় কৰে বৰ্ণনা কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
