Class 9 Assamese Chapter 15 Solution – চোৰধৰা | SEBA Assam

SEBA Assam Class 9 Assamese Chapter 15 – “চোৰধৰা” Summary & Solutions

Class 9 Assamese Chapter 15 Solutions | Ospin Academy

SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 15 – “চোৰধৰা” solutions are now available at Ospin Academy. We provide SEBA-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 অধ্যায় পৰিচয়:

“চোৰধৰা” পাঠত সমাজত থকা অপৰাধমূলক কাৰ্যকলাপ আৰু নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বর্ণনা কৰা হৈছে। এই পাঠে নৈতিকতা, সততা, আৰু অন্যায়ৰ বিৰুদ্ধে সাহসিকতাৰ বিষয়ে শিক্ষা দিয়ে।

  • চোৰধৰা ঘটনা: অপৰাধী ধৰা পৰাৰ কাহিনী আৰু তাৰ শিক্ষা।
  • নৈতিক শিক্ষাৰ গুৰুত্ব: সততা, ন্যায় আৰু সাহস।
  • সামাজিক দায়িত্ব: অপৰাধ বিৰোধী মনোভাব আৰু সচেতনতা।

📌 মূল বিষয়বস্তু:

  • চোৰধৰা পাঠৰ মূল শিক্ষা কি?
  • চোৰ কিদৰে ধৰা পৰিছিল?
  • এই পাঠৰ নৈতিকতা শিক্ষাৰ প্ৰতি কি প্ৰভাৱ আছে?
  • চোৰ ধৰাৰ পিছত সমাজত কি ধৰণৰ পৰিবর্তন আহিছিল?

📝 Ospin Academy কেনেকৈ সহায় কৰে?

  • সম্পূৰ্ণ সমাধান: SEBA Assam Class 9 Assamese Chapter 15 ৰ সকলো উত্তৰ।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন।
  • সহজ ব্যাখ্যা: বুজিবলৈ সহজ ভাষাত সমাধান।
  • দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগতে দ্ৰুত অভ্যাস কৰিবলৈ সংক্ষেপিত নোট।

SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 15 – “চোৰধৰা” ৰ সমাধান Ospin Academy ত উপলব্ধ। এতিয়া পঢ়ক আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰক!

Vibrant Note Box
Buy Printable PDF
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 15: চোৰধৰা

                    চোৰধৰা
  1.  অতি চমুকৈ উত্তৰ দিয়াঃ

 (ক) কানাই বুলি কাৰ কথা কোৱা হৈছে ?

উত্তৰঃ কানাই বুলি শ্ৰীকৃষ্ণক কোৱাৰ কথা কৈছে ।

(খ) লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল?

উত্তৰঃ লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত লৱণু সানি দিছিল।

(গ) মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ কি ?

উত্তৰঃ মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষা ।

(ঘ) ‘ওহি বান্দীসৱক থনে আৱৰ নাহি ।’

  • ‘আৱৰ নাহি’ বুলি কোনে, কাক কৈছিল ?

উত্তৰঃ যশোদাই পুত্ৰ কৃষ্ণক কৈছিল ।

2. (ক) হে  মাই যশোদে তোহোঁ তাপ তেজহ ।

          –  যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে  কিয় কব লগা হৈছিল ?

উত্তৰঃ শিশু শ্ৰীকৃষ্ণই ৰাতিপুৱাতে উলাই গৈ বহু সময় ধৰি ঘৰলৈ ঘুৰি নাহি এজনী গোপীৰ গৰত মনে মনে লৱণু চুৰি কৰি খাবলৈ সোমাইছিল । গোপীয়ে দেখা পাই তেওঁক লৱণু চোৰ বুলি ধৰিলে । গোপীজনীয়ে কৃষ্ণক লৱণুচোৰ ধৰু চুবুৰীৰ ঈন গোপীসকলকে মাতি আনি কৃষ্ণক তেওঁৰ গৰতি আহি লৱণু চুৰ কৰা বুলি সকিয়ালে । চতুৰ কৃষ্ণ তৎক্ষানাত গোপীজনৰ মোখত লৱণু সানি দিলে কলে যে গোপীজনীয়ে নিজে লৱণু খাই তেওঁক মিছাকৈ লৱণচোৰ ধৰিছে । লণু লাগি থকা গোপীজনৰ মুখ্ই তাৰ সাক্ষী । কৃষ্ণক কথাৰে বলে নোৱাৰি গোপীজনীয়ে লাজ পালে । লাজপাই গোপীসকল ঘৰাঘৰি যাবলৈ ওলোৱাত কৃষ্ণই তেওঁললোকৰ কাপোৰত ধৰি টানি ৰাখিছে।

ইফালে মাক যশোদাই পুত্ৰ কৃষ্ণক ইমান সময়ে ঘৰলৈ ঘুৰি নহাত মাহা চিন্তা কৰি অতি শোকত বিহ্বল হল । তেতিয়া গোৱালীপাৰত গোপীসকলৰ সৈতে নাচি থকা দেখি অহা গোপী এজনীয়ে যশোদাক শোক নকৰিবলৈ কৈ কৃষ্ণ গোৱালীপাৰত গোপীসকলৰ সৈতে নাচি থকাৰ খবৰটো হল ।

 

       (খ) শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি দিছিল ?

উত্তৰঃ গোৱালীপাৰা শ্ৰীকৃষ্ণই এজনি গোপীৰ ঘৰত সোসাই চুৰ কৰি লৱণ খাবলৈ গৈ ধৰা পৰিল শ্ৰীকৃষ্ণ যে তেওঁৰ ঘৰত আহি লৱণু চুৰি কৰি খাইছেহি এই কথা সকিয়াবলৈ গোপীজনীয়ে চুবুৰীৰ গোপীসকলক মাতি আনিলে ।চতুৰ শ্ৰীকৃষ্ণই ইয়াৰ পৰা হাত সাৰিবলৈ গোপীসকলক ক’লে য়ে গোপীজনীয়ে নিজেই চুৰ কৰি লৱণু খাই এতিয়া তেওঁক লৱণু চোৰ বুলি মিছাতে ধৰিছে। গোপীজনীৰ লৱণু লাগি থকা মুখেই তাৰ প্ৰমাণ আৰু কি সাক্ষীৰ প্ৰয়োজন আছে ।

3. ইহা শুনি চিন্তা-শোক তেজিৱে হৰিষিত ভেল।

    • কোনে, কাৰ, আৰু কি কথা শুনি হৰিষিত হৈছিল ।

উত্তৰঃ ৰাতিপুৱাই শিশু শ্ৰীকৃষ্ণ ঘৰৰ পৰা উলাই গৈ বহুদুৰলৈকে ঘৰলৈ নহাত মাক যশোদা শোকত বিহ্বল হৈ পৰিছিল । তেতিয়া এজনী গোপীয়ে আহি যশোদাক শ্ৰীকৃষ্মই কত কি কৰি আছে তাৰ বতৰা দিয়াত যশোদাই মনৰ শোক এৰি আনন্দিত হৈছিল ।

শ্ৰীকৃষ্ণই ঘৰৰ পৰা ৰাতিপুৱা ওলাই গৈ গোৱালীপাৰত এজনী গোপীৰ ঘৰত লৱণু চুৰি কৰি খাবলৈ সোমোৱাত ধৰা পৰিল । শ্ৰীকৃষ্ণই যে তেওঁৰ ঘৰত লৱণু চুৰি কৰি খাবলৈ আহিছিল তাক প্ৰমাণ কৰ লসাক্ষী কৰিবৰ বাবে চুবুৰীৰ গোপীসকলক মাতি আনিলে্ । চতুৰ শ্ৰীকৃষ্ণই গোপীজনৰ মুখত কৌশলেৰে লৱণু সানি দিলে গোপীজনীকেহে লৱমু চোৰ সজালে । ইয়াতে লাজ পাই গোপীসকল ঘৰাঘৰি যাবলৈ ওলোৱাত শ্ৰীকৃষ্ণ তেওঁলোকৰ কাপোৰত ধৰি ৰাখিলে । তেতিয়া গোপীসকলে তেওঁক লৱণু খাবলৈ দিয়াত গোপীসকলক এৰি দি তে্ওঁলোকৰ মাজত নাচ-গান কৰি থাকিল ।

ইফালে পুত্ৰ শ্ৰীকৃষ্ণ বহু দেৰিলৈকে ঘৰলৈ নহাত আৰু একো খবৰ নোপোৱাত যশোদা শোকত কাতৰ হৈ পৰিছিল । তেতিয়া গোৱালীপাৰত শ্ৰীকৃষ্ণৰ সকলো খবৰ দিয়াত তেওঁ শ্ৰীকৃষ্ণৰ কাৰমে কৰা মাহাচিন্তা আৰু শোক-তাপ এৰি আনন্দিত হৈছিল।

4. মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল ।

উত্তৰঃ মাক যসোদাই শিশুকৃষ্ণক গোৱালীপাৰত আহি লগ পোৱাত তেওঁৰ সৰ্বশৰীৰ জুৰ পৰিল । কৃষ্ণক কোলাত লৈ গলত আঁকোৱালি দৰি চুমা খালে আৰু স্তনপান কৰাই মৰম কৰিলে । তাৰ পিছত গোপীসকলৰ বিপক্ষে কৃষ্ণই মাকৰ ওচৰত কান্দি কান্দি অভিযোগ কৰাত যশোদাই গোপীসকলক গালি দি কৃষ্ণক এই বুলি কলে যে ‘হে বাপু কৃষ্ণ, এই বান্দীসকলৰ ঠাইলে আৰু কেতিয়াও নাহিবা ।

ভাষা বিষয়ক

 

5. তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ

তেজহ, তোহাৰি, হামু, থিক, মাখিয়ে, উনিকৰ, ফিৰত, গাৰি ।

উত্তৰঃ

তেজহ = ত্যাগ কাৰ তোহাৰি = তোমাৰ ।

হামু = মই থিক = আছে ।

মাখিয়ে = সানি উনিকৰ = তেওঁৰ ।

ফিৰত = ঘুৰি গাৰি = গালি ।

6. বিপৰীত শব্দ লিখাঃ

চোৰ, উত্তৰ, কাতৰ, পুণ্য, শোক, হৰ্ষ, শীতল ।

উত্তৰঃ

চোৰ = সাধু কাতৰ = স্থিৰ ।

উত্তৰ = প্ৰশ্ন পুণ্য = পাপ ।

শোক = দুখ শীতল = গৰম

হৰ্ষ = বিষাদ ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Assam Class 9 Assamese Chapter 15 FAQs | চোৰধৰা | Ospin Academy
SEBA Assam Class 9 Assamese Chapter 15 – চোৰধৰা FAQs
1. “চোৰধৰা” পাঠৰ মূল বক্তব্য কি?
এই পাঠত নৈতিকতা, সততা, আৰু অন্যায়ৰ বিৰুদ্ধে সাহসিকতাৰ বিষয়ে আলোচনা কৰা হৈছে।
2. SEBA Assam Class 9 Assamese Chapter 15 ৰ সমাধান ক’ত পাম?
Ospin Academy ত পাঠ্যপুথিৰ সমাধান, MCQs আৰু অধ্যায়ৰ সংক্ষিপ্ত ব্যাখ্যা উপলব্ধ।
3. “চোৰধৰা” পাঠত নৈতিক শিক্ষাৰ কি ভূমিকা আছে?
এই পাঠে সততা, সমাজৰ প্ৰতি দায়িত্বশীলতা, আৰু অপৰাধৰ বিৰুদ্ধে সাহসিকতা শিক্ষায়।
4. চোৰধৰা পাঠৰ শিক্ষাৰ প্ৰয়োগ কিদৰে কৰিব পাৰি?
সামাজিক ন্যায়, সততা, আৰু অপৰাধ প্ৰতিৰোধৰ জ্ঞান সমাজত প্ৰয়োগ কৰিব পাৰি।
5. এই পাঠৰ পৰা কি শিকিব পাৰি?
এই পাঠৰ মূল শিক্ষা হৈছে অন্যায়ৰ বিৰুদ্ধে দাঁড়ানোর সাহস আৰু সততা অবলম্বন কৰা।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top