Class 9 Assamese Chapter 6 Solution – অন্যৰ প্ৰতি ব্যৱহাৰ | SEBA Assam

SEBA Assam Class 9 Assamese Chapter 6 – “অন্যৰ প্ৰতি ব্যৱহাৰ” Summary & Solutions

Class 9 Assamese Chapter 6 Solutions | Ospin Academy

SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 6 – “অন্যৰ প্ৰতি ব্যৱহাৰ” solutions are now available at Ospin Academy. We provide SEBA-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 অধ্যায় পৰিচয়:

“অন্যৰ প্ৰতি ব্যৱহাৰ” পাঠত মানুহে নিজৰ ব্যৱহাৰৰ দ্বাৰা সমাজত কেনেকৈ পৰিৱৰ্তন আনিব পাৰে, সেই বিষয়ে আলোচনা কৰা হৈছে। সমাজত সদাচৰণ, সহানুভূতি, আৰু নৈতিকতা কেনেকৈ গুৰুত্বপূৰ্ণ, এই পাঠত স্পষ্টকৈ বর্ণনা কৰা হৈছে।

  • মানৱীয় মূল্যবোধ: সহানুভূতি, সদাচৰণ, আৰু একত্ৰিত সমাজ।
  • অন্যৰ প্ৰতি সদাচৰণ: সহানুভূতি আৰু সহযোগিতাৰ প্ৰয়োজন।
  • নৈতিকতা: মানুহৰ ব্যক্তিগত আৰু সামাজিক জীৱনত নৈতিকতাৰ গুৰুত্ব।

📌 মূল বিষয়বস্তু:

  • অন্যৰ প্ৰতি সদাচৰণ কিয় প্ৰয়োজনীয়?
  • সহানুভূতি আৰু সহযোগিতাৰ গুৰুত্ব কি?
  • নৈতিকতা মানৱ জীৱনত কেনেকৈ সহায় কৰে?
  • এই পাঠৰ প্ৰধান শিক্ষা কি?

📝 Ospin Academy কেনেকৈ সহায় কৰে?

  • সম্পূৰ্ণ সমাধান: SEBA Assam Class 9 Assamese Chapter 6 ৰ সকলো উত্তৰ।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন।
  • সহজ ব্যাখ্যা: বুজিবলৈ সহজ ভাষাত সমাধান।
  • দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগতে দ্ৰুত অভ্যাস কৰিবলৈ সংক্ষেপিত নোট।

SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 6 – “অন্যৰ প্ৰতি ব্যৱহাৰ” ৰ সমাধান Ospin Academy ত উপলব্ধ। এতিয়া পঢ়ক আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰক!

Vibrant Note Box
Buy Printable PDF
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 6: অন্যৰ প্ৰতি ব্যৱহাৰ

অন্যৰ প্ৰতি ব্যৱহাৰ
  1. (ক) ‘সাৰথি’ পুথিখন কাৰ ৰচনা ?

উত্তৰঃ ‘সাৰথি’ পুথিখন সত্যনাথ বৰাৰ ৰচনা ।

(খ) কি নজনাৰ নিমিত্তে বহুতো মানুহে জীৱনত

নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ?

উত্তৰঃ কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সংসাৰত সুখে-সন্তোষে কাল নিয়াব পাৰি তাক নজনাৰ ফলত বহুতো মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ।

(গ) কোনটো শ্ৰেণীৰ মানুহৰ সত্ৰু সৰহ ?

উত্তৰঃ আমি আনৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে । কিন্ত নিৰ্বোধ খিংখিঙীয়া মানুহে ভৱিষ্যতৰ কথা নাভীবি আনৰ লগত কেটেৰা মাৰিহে কথা কয় । সেই শ্ৰেণীৰ মানুহৰ সত্ৰু সৰহ।

(ঘ) সজ ব্যৱহাৰ অনুপাত কি ?

উত্তৰঃ সজ ব্যৱহাৰ অনুপাত হেছে নম্ৰতা ।

(ঙ) মনত অহঙ্কাৰ ৰাখি নম্ৰ লহলে মানুহক কি কৰা

হয়?

উত্তৰঃ মনত অহঙ্কাৰ ৰাখি নম্ৰ লহলে মানুহক ছল কৰা হয়।

(চ) ‘এই শ্ৰেণীৰ মানুহৰ স্বভাৱ মিচেই পাতল।’ – ইয়াত

কোন শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে ?

উত্তৰঃ যি শ্ৰেণীৰ মানুহে আনৰ গুপ্ত কথ লুকাই ৰাখিব নাজনে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি কোৱা হৈছে ।

(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়?

উত্তৰঃ শঠ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয় ।

(জ) ‘বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা ?

উত্তৰঃ ‘বহল ব্যাকৰণ’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।

2. চমুকৈ বুজাই লিখাঃ

(ক)ব্যৱাহৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি ?

উত্তৰঃ আচাৰ ব্যৱহাৰ মানুহৰ জীৱনক এক প্ৰযোজনীয় বিষয়। এই সংসাৰত আমি বিভিন্ন ধৰণৰ মানুহৰ লগত সম্বন্ধ পাতিবলগীয়া হয় । সেই বিলাক মানুহৰ ভিতৰত কাৰ সৈতে কেনেকুৱা ব্যৱহাৰ কেনেকৈ চলিলে সুখ-সন্তোষে বাস কৰিব পাৰি তাক আমি জনা উচিত । ইয়াক নজনাৰ ফলত মানুহে সংসাৰত বিভিন্ন ধৰণৰ দুখ –যন্ত্ৰনা ভুগিবলগীয়া হয় । সজ ব্যৱহাৰ সজ চৰিত্ৰ গুম হলেও চৰিত্ৰৰ সজ হলে ব্যৱহাৰ কৰিব নজনাৰ দোষত বিভিন্ন ধৰণৰ আলহি আহুকাল পাবলগীয়া হয়। আনহাতে কিছুমান ছল-কপটীয়া লোকে সজ ব্যৱহাৰ কৰি প্ৰিয়ভাজন হোৱাও দেখা যায় ।আমি সকলোৰে লগত সজ ব্যৱহাৰ কৰিব লাগে । গতিকে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি আমি কেতিয়াও উলাই কৰি নালাগে । ইয়য়াক আমি মন দি শিকা উচিত ।

(খ) বিনয় ভাবন দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয়

হৈছে ?

উত্তৰঃ বিনয় মানুহৰ এটা সজ গুণ । বিনয়ে মানুহক মহান কৰে অনাহকত কেটেৰা কিছুমান লোক আছে যিয়ে্ অনৱৰতে খিংখিঙীয়া হৈ থকে আৰু আগ-পাছ নুগুণি সকলোৰে লগত কেটেৰা-জেঙৰা মাৰিহে কথা কয় । এনে ধৰমৰ লোকক কোনেও ভাল নাপায় । এই লোকসকলে নিজ ব্যৱহাৰ গুমে নিজৰ শত্ৰু বঢ়াই লয় ।সেইদৰে দান দিয়াৰ ক্ষেত্ৰতো জ্ঞানীসকলে বিনয়ৰ বিধান দিছে । বিনয় ভাবেৰে দান কৰিলে দান দিয়তো গৰাকীৰ মহ্বত প্ৰকাশ পায় ।

3. তাৎপৰ্য ব্যাখ্য কৰাঃ

(ক) নম্ৰতা সজ ব্যৱহাৰ অনুপাত ।

উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অন্তৰ্গত সত্যনাথ বৰাৰ দ্বাৰা ৰচিত ‘অন্যৰ প্ৰতি’ ব্যৱহাৰ মানৰ পাঠটিৰ উদ্ধৃত কৰ হৈছে ।

এই সংসাৰত সুখে-সন্তোষে বসবাস কৰিবলৈ হ’লে মানুহে সকলোৰে লগত সজ আচৰণ কৰিব লাগে ।

নম্ৰতা সজ ব্যৱহাৰ অনুপাত বুলি কব পাৰি । দৰবৰ লগত সঠিক পৰিমাণে অনুপাত লসেৱন কৰিলে ই অধিক গুম দিয়ে । সেইদৰে নম্ৰ ব্যৱবাৰেৰে কৰা সজ আচৰণেৰেও আনৰ পৰা সহজে মৰম-ভক্তি আদায় কৰিব পাৰি, দম্ভলি মাৰি কোৱা কথা শুনি কোনেও ভাল নাপায় । সেইবাবে আনৰ লগত আলাপ-আচৰণ কৰোঁতে দম্ভালি এৰি নম্ৰ হোৱা উচিত । বহুতে ভাবে যে লোকৰ আগত নম্ৰ হলে নিজক সৰু বা লঘু কৰা হয় । এই কাথা শুদ্ধ নহয় । নম্ৰতা এক প্ৰকাৰ আশয়ৰ চিন বুলি কব পাৰি । নম্ৰ ব্যৱহাৰে মানুহক কাৰো ওচৰত সৰু নকৰে বৰং তাৰ পৰা আশয়ৰ উচ্চতাহে প্ৰকাশ পায় । সদায় মানুহে মনেৰে আৰু মুখৰে একে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে ।

(খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।

উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অন্তৰ্গত সত্যনাথ বৰাৰ দ্বাৰা ৰচিত ‘অন্যৰ প্ৰতি’ ব্যৱহাৰ মানৰ পাঠটিৰ উদ্ধৃত কৰ হৈছে ।

সোণ এবিধ মূল্যৱান ধতু । ইয়াৰ দ্বাৰা আ-অলংকাৰ গঢ়োৱা হয় ।অতি উজ্জ্বল ধাতু । আমি শোণৰ উজ্জ্বলতাক অমান্য কৰিলেও ইয়াক কোনো ক্ষতি কৰিব নোৱাৰে ।

ইয়াৰ দ্বাৰা ইয়াকে বুজাব খোজা হৈছে, মান্যৱন্ত সদৃস

আদৰণীয় । এওঁলোক সদায় আনৰ পৰা মানসন্মান পায়।কিন্তআমাৰ সমাজত এনে কিছুমান লোক আছে যিসকল মান্যৱন্ত লোকৰ গুমবোৰক গ্ৰহম কৰি নোখোজে , তেওঁলোকে মান্য লোকসকলক ছল পালেই অমান্য কৰিব খোজে । ইয়াৰ দ্বাৰা তেওঁলোক পুৰুষালি কতৰা যেন পায় কিন্ত এই লোকসকল ভাবি নাচায় যে সোণৰ মূল্য যিদৰে কোনো কৰণতে কম কৰিব নোৱাৰি সেইদৰে মানযৱন্ত লোকসকলকো অমান্য কৰি তেওঁলোকৰ মূল্য কমাব নোৱাৰি ।

ভাষা-বিষয়ক

 

4. বিপৰীত শব্দ লিখাঃ

সুখ; সন্তোষ; সজ; চৰিত্ৰৱন্ত; কপটীয়া; মিঠা; বিনয়; নম্ৰতা; লঘু; উচ্চ; নিন্দা; গুপ্ত; দোষ; গহীন; আঢ্যৱন্ত l

উত্তৰঃ

শব্দ

অৰ্থ

সুখ

দুখ

সন্তোষ

অসন্তোষ

সজ

অসজ

চৰিত্ৰৱন্ত

চৰিত্ৰহীন

কপটীয়া

অকপটীয়া

মিঠা

তিতা

বিনয়

অহংকাৰ

নম্ৰতা

কঠোৰতা

লঘু

গুৰু

উচ্চ

নীচ

নিন্দা

প্ৰশংসা

গুপ্ত

প্ৰকাশ

দোষ

গুণ

গহীন

পাতলা

আঢ্যৱন্ত

দুখীয়া

5. বাক্য ৰচনাঃ

চকুৰ কুটা; পেটত কথা ৰাখ্ ।

উত্তৰঃ

চকুৰ কুটাঃ এই সৰু কথাটোৰ বাবে কাজিয়াখন কৰি দুয়ো চকুৰ কুটা হ’ব লাগেনে?

পেটত কথা ৰাখ্ঃ পাতল স্বভাৱৰ লোকে গুপ্ত কথা পেটত ৰাখিব নোৱাৰে ।

 

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Assam Class 9 Assamese Chapter 6 FAQs | অন্যৰ প্ৰতি ব্যৱহাৰ | Ospin Academy
SEBA Assam Class 9 Assamese Chapter 6 – অন্যৰ প্ৰতি ব্যৱহাৰ FAQs
1. “অন্যৰ প্ৰতি ব্যৱহাৰ” পাঠৰ মূল বক্তব্য কি?
এই পাঠত সদাচৰণ, সহানুভূতি, আৰু সহযোগিতাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা হৈছে।
2. SEBA Assam Class 9 Assamese Chapter 6 ৰ সমাধান ক’ত পাম?
Ospin Academy ত পাঠ্যপুথিৰ সমাধান, MCQs আৰু অধ্যায়ৰ সংক্ষিপ্ত ব্যাখ্যা উপলব্ধ।
3. সহানুভূতি কিয় সমাজৰ বাবে প্ৰয়োজনীয়?
সহানুভূতি মানুহৰ মাজত সৌহাৰ্দ্য বৃদ্ধি কৰে আৰু সহযোগিতা আগবঢ়ায়।
4. সদাচৰণ মানৱ সমাজত কেনেকৈ প্ৰভাৱ পেলায়?
সদাচৰণ ব্যক্তিগত বিকাশ আৰু সমাজৰ শান্তি বজাই ৰাখিবলৈ সহায় কৰে।
5. অন্যৰ প্ৰতি সদাচৰণ কিয় প্ৰয়োজন?
সমাজত শান্তি, সৌহাৰ্দ্য, আৰু উন্নতি বজাই ৰাখিবলৈ সদাচৰণৰ প্ৰয়োজন।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top