SEBA Assam Class 9 Assamese Chapter 8 – “অন্ধবিশ্বাস আৰু কু-সংস্কাৰ” Summary & Solutions
SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 8 – “অন্ধবিশ্বাস আৰু কু-সংস্কাৰ” solutions are now available at Ospin Academy. We provide SEBA-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.
📖 অধ্যায় পৰিচয়:
“অন্ধবিশ্বাস আৰু কু-সংস্কাৰ” পাঠত সমাজত বিদ্যমান অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হৈছে। এই পাঠ বিজ্ঞানভিত্তিক চিন্তা-চেতনাৰ প্ৰয়োজনীয়তা বুজিবলৈ সহায় কৰে।
- অন্ধবিশ্বাস: অজ্ঞানতা আৰু কুসংস্কাৰৰ ফলত সমাজত বিভিন্ন অপৰাধ তথা কুসংস্কাৰ বিস্তাৰ ঘটে।
- বিজ্ঞানভিত্তিক চিন্তা: অন্ধবিশ্বাস দূৰ কৰিবলৈ শিক্ষা আৰু যুক্তিবাদী মনোভাৱৰ গুৰুত্ব।
- সমাজৰ বিকাশ: বিজ্ঞানভিত্তিক দৃষ্টিভংগী সমাজৰ বিকাশৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
📌 মূল বিষয়বস্তু:
- অন্ধবিশ্বাসৰ সমাজত কিদৰে প্ৰভাৱ থাকে?
- কুসংস্কাৰ দূৰ কৰাৰ উপায় কি?
- বিজ্ঞানভিত্তিক চিন্তা সমাজৰ বাবে কিয় প্ৰয়োজনীয়?
- এই পাঠৰ প্ৰধান শিক্ষা কি?
📝 Ospin Academy কেনেকৈ সহায় কৰে?
- সম্পূৰ্ণ সমাধান: SEBA Assam Class 9 Assamese Chapter 8 ৰ সকলো উত্তৰ।
- MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন।
- সহজ ব্যাখ্যা: বুজিবলৈ সহজ ভাষাত সমাধান।
- দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগতে দ্ৰুত অভ্যাস কৰিবলৈ সংক্ষেপিত নোট।
SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 8 – “অন্ধবিশ্বাস আৰু কু-সংস্কাৰ” ৰ সমাধান Ospin Academy ত উপলব্ধ। এতিয়া পঢ়ক আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰক!
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.
অন্ধবিশ্বাস আৰু কু-সংস্কাৰ
- চমু উত্তৰ দিয়াঃ
(ক)উৰাবাতৰি মানে কি ?
উত্তৰঃ যিবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উওেজিত কৰি তুলিবৰ কাৰণেই উদ্দেশ্য প্ৰণোদিতভাবে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূ্ন্য, বিবেকশূন্য কি্ছু লোকে সেই বাতৰিকে সত্য বুলি বিশ্বাস কৰে,- সেয়াই উৰাবাতৰি ।
(খ) কু-সংস্কাৰ বুলিলে কি বুজা ?
উওৰঃ যিবোৰ নীতি-নিয়ম, ব্যস্হা, পৰম্পৰা এখন সুস্হ সমাজৰ পৰিপস্হী, সমাজৰ অগ্ৰতিৰ গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰেই কু-সংস্কাৰ ।
(গ) অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। – কথাষাৰ কোনে কৈছিল ?
উত্তৰঃ অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল ।
(ঘ) কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম বৃটিছৰ অধীনলৈ যায় ?
উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ পিছত আৰু ১৮২৬ অসম বৃটিছৰ অধীনলৈ যায় ।
(ঙ) অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছেনৰীসকল কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল ?
উত্তৰঃ অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছেনৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল ।
2. অন্ধবিশ্বাস মানে ? অন্ধিবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা ।
উত্তৰঃ যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিঞ্জান যিবোৰ বিশ্বাসক ধাৰমাক, ঘটনা অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে, – সেইবোৰেই অন্ধিবিশ্বাস ।
অন্ধবিশ্বাস আৰু কু-সংস্কাৰে প্ৰথম প্ৰেম, মমতা, মানৱতা আদি মানবীয়সমূহক আঘাত কৰি মানৱ সমাজ এখনক কলুষিত কৰে। জন ন জীৱনৰ সুস্থ জীৱন ধাৰণাৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজক অশান্ত আৰু অস্থিৰ কৰি তোলে।
3. কি কি কাৰণত অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয় ?
উত্তৰঃ অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱাৰ প্ৰধীনকৈ সাতটা কাৰণ উল্লেখ কৰিছে কাৰণকেইটা এনেধৰণৰ-
প্ৰথম কাৰণ, মানুহৰ ঞ্জানৰ অভাৱ । শিক্ষাৰ অভাৱতকৈ জ্ঞানৰ অবাৱতহে মানুহ অন্ধবিশ্বাস , কু-সংস্কাৰ বশৱৰ্তী
- অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্ৰন কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি ?
- ‘ডাইনী’, ‘সোপাধৰা’- এইবাৰ অন্ধবিশ্বাস । অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয় । ইয়াৰ কাৰণবোৰ কি কি বুলা ভাৱা ?
- তোমালোকৰ অঞ্চলৰ প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি ? সেইাবোৰ নিৰাময়ৰ বাবে তোমাৰ পালৰ পৰা কি কি ব্যৱস্থা ল’বা – এই বিষয়ে এটি টোকা প্ৰস্তত কৰা
- ব্যাখ্যা কৰাঃ
(ক) অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা ।
(খ) সংস্কাৰ এক জীৱন পদ্ধতি ।
(গ) মানুহ শিক্ষিত হৈছে, কিন্ত সেই অনুপাতে হৈছে
অধ্যয়নবিনুখ ।
ভাষা-বিষয়ক
4. উদাহৰণ চাই বাকীকেইটা কৰাঃ
উদাহৰণঃ মানৱীয় – অমানবীয়।
5. তলৰ শব্দবোৰৰ বিপৰীতে অৰ্থ বুজোৱা শব্দবোৰ লিখাঃ
ইতিবাচক; সৎ; যোগাত্মক; সক্ষম; উচিত;
অভিশাৰ ।
- পাঠত উল্লেখ থকা পাঁচোটা যপৰীয়া শব্দ বিচাৰি উলিওৱা।
- বাক্য ৰচনা কৰাঃ
মোলিক অধিকাৰ, অমানবীয় কাৰ্য, প্ৰচাৰ মাধ্যম, সজাগত সভা, স্বাৰ্থান্বেষী লোক, আদিম স্তৰ ।
SEBA Assam Class 9 Assamese Chapter 8 – অন্ধবিশ্বাস আৰু কু-সংস্কাৰ FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: