Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 4 Solution – বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন | SCERT Assam | SEBA Assam

SCERT Assam Class 8 Social Science Chapter 4 – “বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন” Summary & Solutions

Class 8 Social Science Chapter 4 Solutions | Ospin Academy

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 4 – “বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন” solutions are now available at Ospin Academy. We provide SCERT-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 Chapter Overview:

বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন (Rural and Urban Life) explores the differences between village and city life, their advantages, challenges, and interdependence.

  • Rural Settlements: Agriculture-based, close-knit communities.
  • Urban Settlements: Industrialization, modern infrastructure, higher population density.
  • Interdependence: Cities depend on villages for food, while villages depend on cities for technology and services.

📌 Key Topics Covered:

  • Comparison of rural and urban settlements
  • Economic activities in villages and cities
  • Advantages and disadvantages of both lifestyles
  • Urbanization and its impact on rural life

📝 How Ospin Academy Helps:

  • Complete Solutions: SCERT Assam Class 8 Social Science Chapter 4 answers.
  • MCQs & Extra Questions: Useful for exams and self-assessment.
  • Easy Explanations: Concept clarity with simple language.
  • Quick Revision Notes: Key points for last-minute preparation.

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 4 – “বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন” solutions are available at Ospin Academy. Access full notes now!

Vibrant Note Box
Buy Printable PDF
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 4: বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন

Class 8 Social Science

Chapter – 4   (Ospin Academy)

বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

TEXTUAL QUESTION ANSWER

১। উত্তৰ লিখা—

(ক) বসতিক কেই ভাগত ভাগ কৰা হয়?

উত্তৰঃ বসতিক ঘাইকৈ দুই ভাগত ভাগ কৰা হয়।

(খ) গ্ৰামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত?

উত্তৰঃ গ্ৰামাঞ্চলৰ ৭০ শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত।

(গ) নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত?

উত্তৰঃ নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায়-বাণিজ্যিৰ লগত জড়িত।

(ঘ) উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে?

উত্তৰঃ উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে।

(ঙ) লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ’ব লাগে?

উত্তৰঃ লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা ৫৫০০ হ’ব লাগে।

(চ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম কি?

উত্তৰঃ অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম হ’ল গুৱাহাটী।

২। শুদ্ধ/অশুদ্ধ লিখা—

(ক) নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক।

উত্তৰঃ অশুদ্ধ।

(খ) গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত।

উত্তৰঃ শুদ্ধ।

(গ) নতুন দিল্লী এখন প্ৰশাসনিক নগৰ।

উত্তৰঃ শুদ্ধ।

(ঘ) আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ।

উত্তৰঃ শুদ্ধ।

(ঙ) শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত।

উত্তৰঃ শুদ্ধ।

৩। চমুকৈ উত্তৰ লিখা—

(ক) গ্ৰাম্য অঞ্চলৰ বৃত্তি।

উত্তৰঃ গ্ৰাম্য অঞ্চলৰ প্ৰধান বৃত্তি হ’ল কৃষি। খেতি-বাতিৰ উপৰি গাঁৱৰ মানুহে মাছ মৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ-জন্তু পোহা, সৰু-সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ সহায়ত জীৱন নিৰ্বাহ কৰে।

(খ) নগৰত বসতিৰ সা-সুবিধা।

উত্তৰঃ নগৰত বসতিৰ সা-সুবিধাসমূহ হ’ল– যাতায়ত, চিকিৎসা, শিক্ষা, বাণিজ্য, বিদ্যুৎ, পানী যোগান আদিৰ দৰে সুবিধাবোৰ বৃদ্ধি পাবলৈ ধৰে।

(গ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি?

উত্তৰঃ নগৰখনৰ সকলো সুবিধাৰ বাবে নগৰখন ঘন বসতিপূৰ্ণ। যেনে- নগৰখনৰ পথ ঘাটবোৰ মসৃণ, যান-বাহনৰ সুবিধা, ব্যৱসায়- বাণিজ্য সুবিধা, নিযুক্তিৰ সুবিধা, চিকিৎসা, কল- কাৰখানা, শিক্ষানুষ্ঠান, মহাবিদ্যালয়, বিশ্ব বিদ্যালয় আদিৰ বাবে চহৰখনত ঘন বসতিপূৰ্ণ।

(ঘ) মেগাল’পলিছ কাক বোলে?

উত্তৰঃ একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকন্ঠ অঞ্চলৰ ভালেমান সৰু-বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাকে মেগাল’পলিছ বুলি কোৱা হয়।

৪। নগৰৰ সা-সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ

ক্ৰমিক নং

নগৰৰ সুবিধাসমূহ

শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান পোৱা যায়

উন্নত চিকিৎসা সেৱা পোৱা যায়

যাতায়তৰ সুবিধা থাকে।

বেপাৰ বাণিজ্যৰ বাবে পৰ্যাপ্ত ব্যৱস্থাসমূহ উপলব্ধ।

পৰিকল্পিত ঘৰ-দুৱাৰ, দোকান সজাৰ ব্যৱস্থা থাকে।

নিয়োগৰ সুবিধা বেছি।

বেংক,পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্ৰসমূহ সহজলভ্য।

নগৰৰ সমস্যসমূহ হ’ল–

(১) বিশুদ্ধ খোৱা পানীৰ যোগান পৰ্যাপ্ত নহয়।

(২) গাড়ী, মটৰৰ পৰা ওলোৱা ধোৱাৰ পৰা হোৱা বায়ু প্ৰদূষণ,শব্দ প্ৰদূষণ আৱৰ্জনা নিষ্কাষণৰ সমস্যা, নদী আৰু নলা নৰ্দমাক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা হয়।

(৩) কৃত্ৰিম বানপানীৰ সমস্যা খেলপথাৰ, উদ্যান আদিৰ দৰে মুকলি ঠাইৰ অভাৱ।

(৪) যান-বাহনৰ সমস্যা দ্ৰুত জনসংখ্যা বৃদ্ধি, নগৰীকৰণৰ সমস্যা।

(৫) ঘৰ,উদ্যোগ,বাট-পথ, দোকান, অনুষ্ঠান -প্ৰতিষ্ঠান আদি সাজিবলৈ ভূমিৰ নাটনিৰ প্রয়োজন।

৬। তুমি বাস কৰা ঠাইত থকা দহটা পৰিয়ালৰ লোকসকলৰ শিক্ষাগত অৰ্হতা আৰু তেওঁলোক কি কি বৃত্তিৰ লগত জড়িত তাৰ জৰীপ কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

৭। অসমৰ মানচিত্ৰ চাই নতুনকৈ ঘোষিত জিলা সমূহৰ অৱস্থান চিনাক্ত কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SCERT Assam Class 8 Social Science Chapter 4 FAQs | বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন | Ospin Academy
SCERT Assam Class 8 Social Science Chapter 4 – বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন FAQs
1. What is the main difference between rural and urban settlements?
Rural settlements are agriculture-based, while urban settlements focus on industries, trade, and services.
2. Where can I find SCERT Assam Class 8 Social Science Chapter 4 solutions?
Ospin Academy provides detailed solutions, including MCQs, textbook answers, and summaries.
3. Why is urbanization increasing?
Urbanization is growing due to job opportunities, better education, healthcare, and technological advancements.
4. How does urbanization impact rural life?
Urbanization leads to migration from villages to cities, affecting agriculture and creating labor shortages in rural areas.
5. How does “বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন” help in exam preparation?
This chapter explains rural and urban differences, their advantages, and their impact, which are essential for exams.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top