Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 8 Solution – ভূগোল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়োগ | SCERT Assam

SCERT Assam Class 8 Social Science Chapter 8 – “ভূগোল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়োগ” Summary & Solutions

Class 8 Social Science Chapter 8 Solutions | Ospin Academy

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 8 – “ভূগোল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়োগ” solutions are now available at Ospin Academy. We provide SCERT-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 Chapter Overview:

ভূগোল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়োগ (Application of Technology in Geography) explains how modern technology like GIS, GPS, and remote sensing helps in geographical studies.

  • Geographical Tools: Maps, satellite imagery, digital cartography.
  • Remote Sensing: Use of satellites to collect data on Earth’s surface.
  • GIS and GPS: Their role in location mapping and disaster management.

📌 Key Topics Covered:

  • Importance of technology in geography
  • Uses of GIS and GPS in daily life
  • How remote sensing helps in weather forecasting
  • Role of satellite images in environmental studies

📝 How Ospin Academy Helps:

  • Complete Solutions: SCERT Assam Class 8 Social Science Chapter 8 answers.
  • MCQs & Extra Questions: Useful for exams and self-assessment.
  • Easy Explanations: Concept clarity with simple language.
  • Quick Revision Notes: Key points for last-minute preparation.

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 8 – “ভূগোল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়োগ” solutions are available at Ospin Academy. Access full notes now!

Vibrant Note Box
Buy Printable PDF
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 8: ভূগোল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়োগ

Class 8 Social Science

Chapter – 8  (Ospin Academy)

ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ

TEXTUAL QUESTION ANSWER

১। চমু উত্তৰ দিয়া—

(ক) স্কেল বা মাপনী বুলিলে কি বুজা?

উত্তৰঃ যিটো অনুপাতত পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্বক কম কৰি লোৱা হয় তাকেই মানচিত্ৰ বিদ্যাত স্কেল বা মাপনী বুলি কোৱা হয়।

(খ) ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা?

উত্তৰঃ যিটো ব্যৱস্থাই তথ্যসংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ কৰে, তাকে ভৌগোলিক তথ্য ব্যৱস্থা বোলে।

২। শুদ্ধ উত্তৰটোত (√) চিন দিয়া —

(ক) দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল—

(১) ইৰাট’স্থেনিচে।

(২) ট’লেমিয়ে।

(৩) কাৰ্ল ৰিটাৰে।

উত্তৰঃ (২) ট’লেমিয়ে।

(খ) ১/১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ’ল—

(১) নিৰূপক ভগ্নাংশ।

(২) ৰৈখিক স্কেল।

(৩) ভাষাৰ স্কেল।

উত্তৰঃ (১) নিৰূপক ভগ্নাংশ।

(গ) আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে —

(১) মিছৰত।

(২) মেছ’প’টেমিয়াত।

(৩) চীনত।

উত্তৰঃ (২) মেছ’প’টেমিয়াত।

৩। বহলাই লিখা—

মানচিত্ৰ অংকনৰ ক্ৰমবিকাশৰ সম্বন্ধে এটি টোকা লিখা?

উত্তৰঃ এখন অৰ্থপূৰ্ণ মানচিত্ৰ প্ৰস্তুত কৰি উলিওৱাটো সহজ কাম নহয়। এই ক্ষেত্ৰত প্ৰয়োজন হোৱা পদ্ধতি আৰু সামগ্ৰী সম্পৰ্কে উপযুক্ত জ্ঞানৰ প্ৰয়োজন হয়। সভ্য়তাৰ একেবাৰে আৰম্ভণিৰ পৰাই মানুহে মানচিত্ৰ প্ৰস্তুতিৰ বাবে চেষ্টা চলাই আহিছে। আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে মেছোপটেমিয়াত (বৰ্তমানৰ ইৰাক)। এই মানচিত্ৰ টেৰাকোটা ফলকত অংকিত কৰা হৈছিল। মিছৰতো এনে ধৰণৰ মানচিত্ৰ তৈয়াৰ কৰি উলিওৱা হৈছিল। তেওঁলোকে নীল নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্ৰ অংকন কৰিছিল। খ্ৰীঃপূৰ্ব দ্বিতীয় শিতাকত চীন দেশত স্কেলৰ ধাৰণাৰ দ্বাৰাই মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে। তেওঁলোকে পাটৰ কাপোৰত পৰ্বতজ-পাহাৰ, নদ-নদী, ৰাস্তা-ঘাট ইত্য়াদি দেখুৱাই মানচিত্ৰ অংকন কৰিছিল। প্ৰাচীন কালৰ পণ্ডিতসকলৰ ভিতৰত ট’লেমিয়ে মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাব পাৰিছিল। দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ৰ দ্বাৰা ট’লেমিয়ে ঠাইৰ অৱস্থান নিৰ্ণয় কৰিববৰ কাৰণে যত্ন কৰিছিল। তাৰ পিছত কলম্বাচ, ভআস্কো-ডা-গামা ইত্য়াদি অভিযাত্ৰীসকলে পৃথিৱীৰ বিভিন্ন স্থান আৱিষ্কাৰ কৰি পৃথিৱী সম্পৰ্কে মানুহৰ জ্ঞান বঢ়ায়। ইউৰোপত ছপা যন্ত্ৰৰ আৱিষ্কাৰে মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ব্য়াপক পৰিৱৰ্তন আনিলে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SCERT Assam Class 8 Social Science Chapter 8 FAQs | ভূগোল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়োগ | Ospin Academy
SCERT Assam Class 8 Social Science Chapter 8 – ভূগোল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়োগ FAQs
1. What is the role of GIS in geography?
GIS helps in mapping, analyzing spatial data, and managing natural resources.
2. Where can I find SCERT Assam Class 8 Social Science Chapter 8 solutions?
Ospin Academy provides detailed solutions, including MCQs, textbook answers, and summaries.
3. How does remote sensing help in weather forecasting?
Remote sensing collects data from satellites to predict weather patterns and natural disasters.
4. Why is GPS important in daily life?
GPS is used for navigation, tracking locations, and disaster management.
5. How does “ভূগোল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়োগ” help in exam preparation?
This chapter explains the role of modern technology in geography, which is important for exams.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top